প্ৰথমে দুর্ঘটনা, তাৰ পাছতে ধন লুট। গুৱাহাটীৰ ব্যৱসায়ীৰ পৰা দুর্বৃত্তই লুটিলে ৯ লাখ টকা। সমগ্ৰ দৃশ্য আবদ্ধ হৈ ৰয় cctv কেমেৰাত। মহানগৰ আৰক্ষীৰ চকুত ধূলি দি সংঘটিত কৰিছে এই ঘটনা।