• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মাতৃৰ বিয়োগৰ পাছত ৫ বছৰে ধৰি কন্যাৰ সৈতে সংঘটিত হৈছিল এই, পলাই ন্যায়ালয়ৰ কাষ চপাত হে পোহৰলৈ

মাতৃৰ বিয়োগৰ পাছত ৫ বছৰে ধৰি কন্যাৰ সৈতে সংঘটিত হৈছিল এই, পলাই ন্যায়ালয়ৰ কাষ চপাত হে পোহৰলৈ

2 years ago
Facebookত আনৰ কন্টেন্ট চুৰি কৰি ব্যৱহাৰ কৰে নেকি? তেন্তে হেৰুৱাব আপোনাৰ একাউন্ট!

Facebookত আনৰ কন্টেন্ট চুৰি কৰি ব্যৱহাৰ কৰে নেকি? তেন্তে হেৰুৱাব আপোনাৰ একাউন্ট!

35 minutes ago
প্ৰতিদিনে কণী খালে শৰীৰত দেখিব আচৰিত প্ৰভাৱ!

প্ৰতিদিনে কণী খালে শৰীৰত দেখিব আচৰিত প্ৰভাৱ!

1 hour ago
৬৬ বছৰত বয়সত গৰ্ভৱতী হ’ল নেকি নীনা গুপ্তা?

৬৬ বছৰত বয়সত গৰ্ভৱতী হ’ল নেকি নীনা গুপ্তা?

2 hours ago
হাড় মজবুতৰ পৰা ছালৰ সমস্যালৈ… চজিনাৰ উপকাৰী গুণৰ বিষয়ে জানি হ’ব আচৰিত!

হাড় মজবুতৰ পৰা ছালৰ সমস্যালৈ… চজিনাৰ উপকাৰী গুণৰ বিষয়ে জানি হ’ব আচৰিত!

3 hours ago
জুবিনবিহীন ছমাহ : ছমহীয়া তিথিত পত্নী গৰিমাই গ’ল্ডিলৈ ৰান্ধিছে প্ৰিয় খাদ্য

জুবিনবিহীন ছমাহ : ছমহীয়া তিথিত পত্নী গৰিমাই গ’ল্ডিলৈ ৰান্ধিছে প্ৰিয় খাদ্য

3 hours ago
Oscars 2026: কোনখন ছবিয়ে কি শিতানত দখল কৰিলে ২০২৬ বৰ্ষৰ অস্কাৰ?

Oscars 2026: কোনখন ছবিয়ে কি শিতানত দখল কৰিলে ২০২৬ বৰ্ষৰ অস্কাৰ?

5 hours ago
দুপৰীয়া টোপনি যোৱা অভ্যাসে মাতিব পাৰে বিপদ!

দুপৰীয়া টোপনি যোৱা অভ্যাসে মাতিব পাৰে বিপদ!

6 hours ago
LPG চিলিণ্ডাৰৰ নতুন আপডেট, হ্ৰাস নে বৃদ্ধি পালে বুকিং?

LPG চিলিণ্ডাৰৰ নতুন আপডেট, হ্ৰাস নে বৃদ্ধি পালে বুকিং?

7 hours ago
মহাদেৱৰ আশীৰ্বাদ পাবলৈ সোমবাৰে কৰক এইকেইটা কাম!

মহাদেৱৰ আশীৰ্বাদ পাবলৈ সোমবাৰে কৰক এইকেইটা কাম!

7 hours ago
অভাৱে জুৰুলা কৰিব আপোনাক! ভুলতো জোতা-চেণ্ডেল পিন্ধি প্ৰৱেশ নকৰিব পাকঘৰত

অভাৱে জুৰুলা কৰিব আপোনাক! ভুলতো জোতা-চেণ্ডেল পিন্ধি প্ৰৱেশ নকৰিব পাকঘৰত

8 hours ago
পাকঘৰৰ এইবিধ সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ ছালৰ সমস্যা!

পাকঘৰৰ এইবিধ সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ ছালৰ সমস্যা!

19 hours ago
বিয়াত বহিবলৈ অমান্তি প্ৰেমিকা, প্ৰেমিকে সংঘটিত কৰিলে আচৰিত কাণ্ড!

বিয়াত বহিবলৈ অমান্তি প্ৰেমিকা, প্ৰেমিকে সংঘটিত কৰিলে আচৰিত কাণ্ড!

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, March 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

মাতৃৰ বিয়োগৰ পাছত ৫ বছৰে ধৰি কন্যাৰ সৈতে সংঘটিত হৈছিল এই, পলাই ন্যায়ালয়ৰ কাষ চপাত হে পোহৰলৈ

editor by editor
April 22, 2024
in ভাৰত
0
মাতৃৰ বিয়োগৰ পাছত ৫ বছৰে ধৰি কন্যাৰ সৈতে সংঘটিত হৈছিল এই, পলাই ন্যায়ালয়ৰ কাষ চপাত হে পোহৰলৈ
0
SHARES
265
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মাতৃৰ বিয়োগৰ পাছত ৫ বছৰে ধৰি কন্যাৰ সৈতে সংঘটিত হৈছিল এই, পলাই ন্যায়ালয়ৰ কাষ চপাত হে পোহৰলৈ

দ্বিতীয় বাৰৰ বাবে কন্যা গা ভাৰী হোৱাত হে পোহৰলৈ আহে ৫ বছৰে ধৰি কন্যাৰ সৈতে সংঘটিত হোৱা সকলো কাণ্ড। কোনোমতে ঘৰৰ পৰা পলাই আহি উপস্থিত হৈছিল ন্যায়ালয়ত। সকলো কোৱাত ন্যায়ালয়ত উপস্থিত সকলো হতচকিত হৈ পৰে।

১৩ বছৰ বসত মাতৃৰ কোনো বেমাৰত আক্ৰান্ত হৈ মৃত্যু হয়। তাৰ পাছতে ১৪ বছৰ বয়সৰ পৰা কন্যাৰ সৈতে পিতৃয়ে কৰি গৈছিল নিকৃষ্ট কাণ্ড। যাৰ ফলত এবাৰ নহয়, দুবাৰকৈ গৰ্ভৱতী হৈছিল কন্যা।

এই নিকৃষ্ট ঘটনা সংঘটিত হৈছে দেশৰ ৰাজধানী দিল্লীৰ কাষৰ গাজিয়াবাদত। পিতৃৰ বৰ্বৰতাৰ এক চাঞ্চল্যকৰ গোচৰ পোহৰলৈ আহিছে। এজন পিতৃয়ে ৫ বছৰ ধৰি নিজৰ কন্যাক ধৰ্ষণ কৰি আহিছিল। ঘৰৰ বাহিৰলৈ ওলাই যাব নোৱাৰাকৈ কন্যাৰ চুলি কাটি দিছিল।

কেৱল সিমানেই নহয় প্ৰথমবাৰ গৰ্ভৱতী হোৱাত গৰ্ভপাতো কৰাইছিল পৰিয়ালৰ লোকেই। এইবাৰ দ্বিতীয়বাৰৰ বাবে গৰ্ভধাৰণ। ১৬ এপ্ৰিল তাৰিখে ঘৰৰ পৰা কোনোমতে পলাই গৈ ৰে’ল ষ্টেছনত নিশাটো কটাই পুৱাই উপস্থিত হৈছিল গাজিয়াবাদ ন্যায়ালয়ত।

কিয়নো আৰক্ষীৰ ওপৰৰ পৰাও বিশ্বাস হেৰুৱাই পেলাইছিল ভুক্তভোগীয়ে। পিতৃয়ে কৰা কাণ্ডৰ ভিডিঅ কৰি পৰিয়ালৰ খুৰাক খুৰিয়েক, ভায়েক হতক সকলো খুলি কৈছিল। খুৰিয়েকৰ সৈতে লগ লাগি আৰক্ষীৰো কাষ চাপিছিল। পাছে টকা-পইচা দি পৰিয়ালৰ অন্য লোকে সেই কেচ উঠাই লৈ কন্যাক পুনৰ উভতাই আনিছিল ঘৰলৈ। সেয়ে দ্বিতীয়বাৰৰ বাবে গৰ্ভৱতী হোৱাত এইবাৰ নিজে পলাই গৈ কাষ চাপে ন্যায়ালয়ৰ।

ন্যায়ালয়ৰ হস্তক্ষেপত হে গোচৰ ৰুজু হয় আৰু আৰক্ষীয়ে পিতৃ- খুৰাক আৰু ভায়েকক ঘটনা সংক্ৰান্তত আটক কৰে । আই পি চি ধাৰা ৩৭৬, ৩৭৭, ৩২৩, ৫০৪, ৫০৬, ৩১৩, ১২০বি আৰু পোচকো এক্টৰ অধীনত ৬জন লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: delhifather Rape DaughterGajiabaadrape case
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিয়াত বহিবলৈ অমান্তি প্ৰেমিকা, প্ৰেমিকে সংঘটিত কৰিলে আচৰিত কাণ্ড!
ভাৰত

বিয়াত বহিবলৈ অমান্তি প্ৰেমিকা, প্ৰেমিকে সংঘটিত কৰিলে আচৰিত কাণ্ড!

March 15, 2026
পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ
জীৱনশৈলী

পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

March 14, 2026
পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ
জীৱনশৈলী

পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ

March 14, 2026
২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে
জীৱনশৈলী

২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

March 14, 2026
Next Post
চৰকাৰী চাকৰিৰ বাবে হাবাথুৰি খাই শেষত গাধৰ গাখীৰ বিক্ৰী কৰি মাহে ২-৩ লাখ টকা উপাৰ্জন

চৰকাৰী চাকৰিৰ বাবে হাবাথুৰি খাই শেষত গাধৰ গাখীৰ বিক্ৰী কৰি মাহে ২-৩ লাখ টকা উপাৰ্জন

লেবাননত বছৰ বছৰ ধৰি পণবন্দী কৰি ৰখা আমেৰিকাৰ সাংবাদিক টেৰী এণ্ডাৰছন নিহত

লেবাননত বছৰ বছৰ ধৰি পণবন্দী কৰি ৰখা আমেৰিকাৰ সাংবাদিক টেৰী এণ্ডাৰছন নিহত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.