• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰাছিয়াক ত্ৰিভূৱন দেখুওৱা কোন এই ‘Ghost of Kyiv’? কেনেকৈ মৃত্যু হ’ল তেওঁৰ?

ৰাছিয়াক ত্ৰিভূৱন দেখুওৱা কোন এই ‘Ghost of Kyiv’? কেনেকৈ মৃত্যু হ’ল তেওঁৰ?

4 years ago
নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন

নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন

6 hours ago
সূৰ্য, মঙ্গলৰ কৃপাত গঠিত হ’ব মঙ্গল আদিত্য ৰাজযোগ! ৪ৰাশিৰ সুখ, স্বাচ্ছন্দ্য উপচি পৰিব

সূৰ্য, মঙ্গলৰ কৃপাত গঠিত হ’ব মঙ্গল আদিত্য ৰাজযোগ! ৪ৰাশিৰ সুখ, স্বাচ্ছন্দ্য উপচি পৰিব

7 hours ago
৮০শতাংশ ভাৰতীয়ৰে কলষ্টেৰল অস্বাভাৱিক, ইয়াৰ ফলতেই বাঢ়িছে হাৰ্ট এটেকত মৃত্যুৰ হাৰ?

৮০শতাংশ ভাৰতীয়ৰে কলষ্টেৰল অস্বাভাৱিক, ইয়াৰ ফলতেই বাঢ়িছে হাৰ্ট এটেকত মৃত্যুৰ হাৰ?

8 hours ago
SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?

SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?

10 hours ago
সোণৰ দাম ৭০ হাজাৰলৈ নামিব নেকি? বজাৰ বিশেষজ্ঞই কি কৈছে? জানি থওক সবিশেষ

সোণৰ দাম ৭০ হাজাৰলৈ নামিব নেকি? বজাৰ বিশেষজ্ঞই কি কৈছে? জানি থওক সবিশেষ

11 hours ago
৬ ফেব্ৰুৱাৰীৰ পৰা উপাৰ্জন বাঢ়িব ৩ৰাশিৰ, শুক্ৰৰ গোচৰত মালামাল হ’ব কোন কোন?

৬ ফেব্ৰুৱাৰীৰ পৰা উপাৰ্জন বাঢ়িব ৩ৰাশিৰ, শুক্ৰৰ গোচৰত মালামাল হ’ব কোন কোন?

11 hours ago
লিফ্টত হাইড্ৰজেন বেলুন ফাটি বিস্ফোৰণ, কথমপি প্ৰাণৰক্ষা ৩জনৰ, চাওক ঘটনাৰ ভিডিঅ’

লিফ্টত হাইড্ৰজেন বেলুন ফাটি বিস্ফোৰণ, কথমপি প্ৰাণৰক্ষা ৩জনৰ, চাওক ঘটনাৰ ভিডিঅ’

12 hours ago
সপোনত ধন দেখাটো শুভ নে অশুভ? জানক সপোনত ধন দেখাৰ অৰ্থ কি?

সপোনত ধন দেখাটো শুভ নে অশুভ? জানক সপোনত ধন দেখাৰ অৰ্থ কি?

1 day ago
গুৰুবাৰে গজকেশৰী যোগ, লক্ষ্মী-নাৰায়ণৰ সহায় থাকিব এই ৫ৰাশিত

গুৰুবাৰে গজকেশৰী যোগ, লক্ষ্মী-নাৰায়ণৰ সহায় থাকিব এই ৫ৰাশিত

1 day ago
মহাশিৱৰাত্ৰিৰ পাছতেই সূৰ্যগ্ৰহণ, আৰ্থিক লাভৰ যোগ আছে এই ৫ৰাশিৰ ভাগ্যত

মহাশিৱৰাত্ৰিৰ পাছতেই সূৰ্যগ্ৰহণ, আৰ্থিক লাভৰ যোগ আছে এই ৫ৰাশিৰ ভাগ্যত

1 day ago
মাজ আকাশত বিমানত জুই! কলকাতাত ২৩৬ যাত্ৰী কঢ়িওৱা বিমানৰ জৰুৰী অৱতৰণ

মাজ আকাশত বিমানত জুই! কলকাতাত ২৩৬ যাত্ৰী কঢ়িওৱা বিমানৰ জৰুৰী অৱতৰণ

1 day ago
কোৰিয়ান ‘লাভ গেম’ৰ বলি গাজিয়াবাদৰ তিনি ভগ্নী! জানক কি আছে এই খেলত?

কোৰিয়ান ‘লাভ গেম’ৰ বলি গাজিয়াবাদৰ তিনি ভগ্নী! জানক কি আছে এই খেলত?

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, February 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

ৰাছিয়াক ত্ৰিভূৱন দেখুওৱা কোন এই ‘Ghost of Kyiv’? কেনেকৈ মৃত্যু হ’ল তেওঁৰ?

editor by editor
May 2, 2022
in বিশ্ব, ৰাজনীতি
0
ৰাছিয়াক ত্ৰিভূৱন দেখুওৱা কোন এই ‘Ghost of Kyiv’? কেনেকৈ মৃত্যু হ’ল তেওঁৰ?
0
SHARES
262
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ইতিমধ্যে ৰাছিয়াই ইউক্ৰেইনৰ কে’বাখনো চহৰ ধ্বংস্তূপত পৰিণত কৰিছে৷ ইয়াৰ মাজতে খবৰ আহিছে যে ৰাছিয়ান বায়ুসেনাক ত্ৰিভূৱন দেখুওৱা ইউক্ৰেইন বায়ুসেনাৰ এগৰাকী পাইলটৰ মৃত্যু ঘটিছে৷

ব্ৰিটিছ মিডিয়া প’ৰ্টেল দ্য টাইমছে অৱ লণ্ডন-এ দাবী কৰা মতে আক্ৰমণকাৰী ৰাছিয়ান বায়ুসেনাৰ প্ৰায় ৪০ খনকৈ যুদ্ধ বিমান ধ্বংস কৰা ইউক্ৰেইনৰ এই ‘Ghost of Kyiv’ খ্যাত পাইটলজনৰ মৃত্যু ঘটিছে৷

দ্য টাইমছে অৱ লণ্ডনৰ মতে ‘Ghost of Kyiv’ হিচাপে চৰ্চিত ইউক্ৰেইন বায়ুসেনাৰ মেজৰ ২৯ বছৰীয়া ষ্টিফেন তাৰাবল্কাক পৰাক্ৰমেৰে আক্ৰমণকাৰী তথা সামৰিক শক্তিধৰ ৰাছিয়াৰ ৪০ খন যুদ্ধ বিমান ধ্বংস কৰাৰ বাবে মৰণোত্তৰভাৱে ইউক্ৰেইনৰ সৰ্বোচ্চ সন্মান ‘হিৰ’ অৱ ইউক্ৰেইন’ও প্ৰদান কৰা হৈছে৷

লগতে পঢ়ক মাটিৰ পাত্ৰত গৰম চাহ খোৱাৰ উপকাৰিতা

প্ৰকাশিত খবৰ মতে ‘Ghost of Kyiv’ খ্যাতি লাভ কৰা ষ্টিফেনে যুদ্ধৰ প্ৰথম দিনাই ১০ খন ৰাছিয়ান যুদ্ধ বিমান ধ্বংস কৰিছিল৷ দেশখনৰ এখন সৰু গাঁও কোৰোলিভকাত জন্ম লাভ কৰা ষ্টিফেনে সৰুৰে পৰা পাইলট হোৱাৰ সপোন দেখিছিল আৰু ইউক্ৰেইনৰ বায়ুসেনাৰ পাইলট হিচাপে যোগদান কৰি সেই সপোন পূৰণ কৰিছিল৷

অতি সাহসী আৰু দক্ষ ২৯ বছৰীয়া ষ্টিফেনে মিগ-২৯ যুঁজাৰু বিমান উৰুৱাই যুদ্ধৰ প্ৰথম দিনাই শত্ৰু পক্ষৰ ১০ খনকৈ যুদ্ধবিমান ধ্বংস কৰি চৰ্চালৈ আহে৷ ইয়াৰ পিছতো যুদ্ধত ষ্টিফেনে নিজৰ পৰাক্ৰম অব্যাহত ৰাখি ৰুছ বাহিনীক ত্ৰিভূৱন দেখুওৱাই মুঠ ৪০ খন ৰুছ যুদ্ধ বিমান ধ্বংস কৰে৷ ষ্টিফেনৰ এই সাহস আৰু পৰাক্ৰমে ইউক্ৰেইনৰ বায়ুসেনাৰ অন্য পাইলটসকলকো ৰাছিয়াক প্ৰতাক্ৰমণ কৰিবলৈ উৎসাহিত কৰি তুলিছিল৷

লগতে পঢ়ক ADULT FILMত অভিনয় কৰি হাতে-লোটে ধৰা পৰিল উৰ্ফি জাভেদ

প্ৰায় অকলে ৰাছিয়ান বাহিনীৰ নিদ্ৰা হৰণ কৰা এই যুঁজাৰু পাইলটগৰাকীক সেয়ে ইউক্ৰেইনৰ ‘Ghost of Kyiv’ বুলি বিভূষিত কৰা হৈছিল৷ দ্য টাইমছে অৱ লণ্ডনৰ প্ৰতিবেদনৰ মতে যোৱা ১৩ মাৰ্চত ষ্টিফেনে মিগ-২৯ যুদ্ধ বিমানেৰে ৰুছ যুদ্ধ বিমান ধ্বংস কৰিবলৈ যোৱাৰ সময়েত শত্ৰু পক্ষই তেওঁক আগুৰি ধৰি তেওঁৰ বিমানক আক্ৰমণ কৰিছিল৷

ৰাছিয়ান বায়ুসেনাৰ চক্ৰবেহুত অৱদ্ধ হৈ অৱশেষত ইউক্ৰেইনৰ এইগৰাকী বীৰ সৈনিক ‘Ghost of Kyiv’ৰ মৃত্যু ঘটে৷

প্ৰতিবেদনৰ মতে ষ্টিফেনে ছহিদী বৰণ কৰাৰ পিছতে ইউক্ৰেইনৰ সৰ্বোচ্চ সন্মান ‘হিৰ’ অৱ ইউক্ৰেইন’ উপাধি প্ৰদান কৰাৰ লগতে সৰ্বোচ্চ সাহকিতাৰ পুৰস্কাৰ ‘গ’ল্ডেন ষ্টাৰে’ৰে মৰণোত্তৰভাৱে সন্মানিত কৰা হৈছে৷ ইফালে ষ্টিফেনে যুদ্ধত ব্যৱহাৰ কৰা হেলমেট আৰু চশমা লণ্ডনত নিলামৰ বাবে ৰখা হ’ব।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamGhost of KyivMajor Stepan TarabalkaRussia Ukraine invasionRussia Ukraine War
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

লিফ্টত হাইড্ৰজেন বেলুন ফাটি বিস্ফোৰণ, কথমপি প্ৰাণৰক্ষা ৩জনৰ, চাওক ঘটনাৰ ভিডিঅ’
জীৱনশৈলী

লিফ্টত হাইড্ৰজেন বেলুন ফাটি বিস্ফোৰণ, কথমপি প্ৰাণৰক্ষা ৩জনৰ, চাওক ঘটনাৰ ভিডিঅ’

February 5, 2026
ৰাষ্ট্ৰপতি শাসনৰ ইতি! মণিপুৰক লৈ ডাঙৰ সিদ্ধান্ত কেন্দ্ৰীয় বিজেপিৰ, কোন হ’ল নতুন মুখ্যমন্ত্ৰী?
জীৱনশৈলী

ৰাষ্ট্ৰপতি শাসনৰ ইতি! মণিপুৰক লৈ ডাঙৰ সিদ্ধান্ত কেন্দ্ৰীয় বিজেপিৰ, কোন হ’ল নতুন মুখ্যমন্ত্ৰী?

February 3, 2026
এয়াৰ ইণ্ডিয়াৰ বাবে যাত্ৰীৰ সুৰক্ষা প্ৰথম অগ্ৰাধিকাৰ নহয় নেকি? লণ্ডনৰ পৰা উৰি অহা বোয়িং ৭৮৭ৰ ফুয়েল কন্ট্ৰোল ছুইচত বিসংগতি
জীৱনশৈলী

এয়াৰ ইণ্ডিয়াৰ বাবে যাত্ৰীৰ সুৰক্ষা প্ৰথম অগ্ৰাধিকাৰ নহয় নেকি? লণ্ডনৰ পৰা উৰি অহা বোয়িং ৭৮৭ৰ ফুয়েল কন্ট্ৰোল ছুইচত বিসংগতি

February 3, 2026
৪.৫২ লাখ কোটি টকাৰ চুক্তি, ৰাছিয়াৰ তেল ক্ৰয় নকৰে ভাৰতে, ভাৰত-আমেৰিকাৰ চুক্তিত কি কি আছে?
জীৱনশৈলী

৪.৫২ লাখ কোটি টকাৰ চুক্তি, ৰাছিয়াৰ তেল ক্ৰয় নকৰে ভাৰতে, ভাৰত-আমেৰিকাৰ চুক্তিত কি কি আছে?

February 3, 2026
Next Post
স্পাইজেটৰ উৰন্ত বিমানত তীব্ৰ জোকাৰণি, ১৫ গৰাকী যাত্ৰী আহত : চাওক ভিডিঅ’

স্পাইজেটৰ উৰন্ত বিমানত তীব্ৰ জোকাৰণি, ১৫ গৰাকী যাত্ৰী আহত : চাওক ভিডিঅ’

অকুতোভয়! প্ৰকাণ্ড দুই অজগৰ কান্ধত লৈ নাচি-বাগি ভাইৰেল হ’ল কোন যুৱক?

অকুতোভয়! প্ৰকাণ্ড দুই অজগৰ কান্ধত লৈ নাচি-বাগি ভাইৰেল হ’ল কোন যুৱক?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.