• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘এদিনতে আপোনাক সলাব কোনেও নোৱাৰে৷ নিজেই জানে আপোনাৰ চৰিত্ৰ কি? যাওক ক্ষমা খোজক’ কৰ্ণেল কুৰেছিক লৈ অশালীন মন্তব্য কৰা বিজেপি মন্ত্ৰীক তিৰস্কাৰ উচ্চতম ন্যায়ালয়ৰ

‘এদিনতে আপোনাক সলাব কোনেও নোৱাৰে৷ নিজেই জানে আপোনাৰ চৰিত্ৰ কি? যাওক ক্ষমা খোজক’ কৰ্ণেল কুৰেছিক লৈ অশালীন মন্তব্য কৰা বিজেপি মন্ত্ৰীক তিৰস্কাৰ উচ্চতম ন্যায়ালয়ৰ

1 year ago
১৬২ কিলোমিটাৰ বেগত ভয়ংকৰ ৰূপত আহি আছে ঘূৰ্ণীবতাহ

১৬২ কিলোমিটাৰ বেগত ভয়ংকৰ ৰূপত আহি আছে ঘূৰ্ণীবতাহ

6 hours ago
হৰমুজ ষ্ট্ৰেইটক লৈ এইবাৰ ইৰানৰ নতুন খেল ‘আমেৰিকাৰ বাবে ভয়ংকৰ হব এই চুক্তি’

হৰমুজ ষ্ট্ৰেইটক লৈ এইবাৰ ইৰানৰ নতুন খেল ‘আমেৰিকাৰ বাবে ভয়ংকৰ হব এই চুক্তি’

7 hours ago
কাইলৈ এই ৫ ৰাশিৰ লোকৰ হাতলৈ আহিব প্ৰচুৰ ধন

কাইলৈ এই ৫ ৰাশিৰ লোকৰ হাতলৈ আহিব প্ৰচুৰ ধন

7 hours ago
‘বলীউডৰ এগৰাকী অভিনেত্ৰীয়ে ধনৰ বিনিময়ত কৰে শাৰীৰিক সম্পৰ্ক’

‘বলীউডৰ এগৰাকী অভিনেত্ৰীয়ে ধনৰ বিনিময়ত কৰে শাৰীৰিক সম্পৰ্ক’

8 hours ago
পাকিস্তান, ছৌদি আৰব, তুৰ্কীৰ মাজত প্ৰতিৰক্ষা চুক্তি সম্পন্ন

পাকিস্তান, ছৌদি আৰব, তুৰ্কীৰ মাজত প্ৰতিৰক্ষা চুক্তি সম্পন্ন

8 hours ago
চ্যুয়িংগামে কমাব মূৰ আৰু ডিঙিৰ কেন্সাৰ! নতুন গৱেষণাই আনিছে আশাৰ সঞ্চাৰ

চ্যুয়িংগামে কমাব মূৰ আৰু ডিঙিৰ কেন্সাৰ! নতুন গৱেষণাই আনিছে আশাৰ সঞ্চাৰ

9 hours ago
কিয় হুকহুকাই কান্দি উঠিল শুকুৰ আলী?

কিয় হুকহুকাই কান্দি উঠিল শুকুৰ আলী?

10 hours ago
নীৰৱে প্ৰস্থান কৰিলে উদীয়মান সংগীত শিল্পী হৰজিৎ দিয়াজ

নীৰৱে প্ৰস্থান কৰিলে উদীয়মান সংগীত শিল্পী হৰজিৎ দিয়াজ

10 hours ago
৮ফুটতকৈও দীঘল চুলিৰে যুৱতীয়ে ভাৰতলৈ কঢ়িয়াই আনিলে গৌৰৱ

৮ফুটতকৈও দীঘল চুলিৰে যুৱতীয়ে ভাৰতলৈ কঢ়িয়াই আনিলে গৌৰৱ

11 hours ago
Google Mapsত আহিল এই নতুন সুবিধা, ভ্ৰমণ হৈ পৰিব পূৰ্বতকৈ অধিক সহজ

Google Mapsত আহিল এই নতুন সুবিধা, ভ্ৰমণ হৈ পৰিব পূৰ্বতকৈ অধিক সহজ

12 hours ago
কিয় এই দুখ লগা বিপৰ্যয়? বিশ্বকাপৰ যোগ্যতা অৰ্জনত পুনৰবাৰ ব্যৰ্থ ৱেষ্ট ইণ্ডিজ

কিয় এই দুখ লগা বিপৰ্যয়? বিশ্বকাপৰ যোগ্যতা অৰ্জনত পুনৰবাৰ ব্যৰ্থ ৱেষ্ট ইণ্ডিজ

12 hours ago
সুঠাম যুৱক বিচাৰিছে নেকি আমিষা পেটেলে? ৫১ বছৰ বয়সত কৰিব সংসাৰ!

সুঠাম যুৱক বিচাৰিছে নেকি আমিষা পেটেলে? ৫১ বছৰ বয়সত কৰিব সংসাৰ!

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, August 9, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

‘এদিনতে আপোনাক সলাব কোনেও নোৱাৰে৷ নিজেই জানে আপোনাৰ চৰিত্ৰ কি? যাওক ক্ষমা খোজক’ কৰ্ণেল কুৰেছিক লৈ অশালীন মন্তব্য কৰা বিজেপি মন্ত্ৰীক তিৰস্কাৰ উচ্চতম ন্যায়ালয়ৰ

‘এদিনতে আপোনাক সলাব কোনেও নোৱাৰে৷ নিজেই জানে আপোনাৰ চৰিত্ৰ কি? যাওক ক্ষমা খোজক’ কৰ্ণেল কুৰেছিক লৈ অশালীন মন্তব্য কৰা বিজেপি মন্ত্ৰীক তিৰস্কাৰ উচ্চতম ন্যায়ালয়ৰ

editor by editor
May 15, 2025
in জীৱনশৈলী, ভাৰত, লেখা
0
‘এদিনতে আপোনাক সলাব কোনেও নোৱাৰে৷ নিজেই জানে আপোনাৰ চৰিত্ৰ কি? যাওক ক্ষমা খোজক’ কৰ্ণেল কুৰেছিক লৈ অশালীন মন্তব্য কৰা বিজেপি মন্ত্ৰীক তিৰস্কাৰ উচ্চতম ন্যায়ালয়ৰ
0
SHARES
874
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কৰ্ণেল ছোফিয়া কুৰেছিক লৈ কুৰুচিকৰ মন্তব্য কৰিছিল বিজেপি নেতাই৷ উচ্চতম ন্যায়ালয়ে কুৰেছিক লৈ অশ্লীল মন্তব্য কৰাৰ বাবে মধ্যপ্ৰদেশৰ মন্ত্ৰী বিজয় শ্বাহক তিৰস্কাৰ কৰিছে৷ ছুপ্ৰিম কৰ্টৰ মুখ্য ন্যায়াধীশ বি আৰ গাভাই বিজেপি মন্ত্ৰীৰ এই মন্তব্যক গ্ৰহণযোগ্য নহয় বুলি স্পষ্টকৈ জনাই দিছে৷ এনে ধৰণৰ মন্তব্য অসংবেদনশীল বুলি কৈ বি আৰ গাভাই কয় যে, সাংবিধানিক পদত থকা কোনো ব্যক্তিৰ পৰা এই ধৰণৰ মন্তব্য আশা কৰিব নোৱাৰি৷ ইয়াৰ পাছতেই বিজয়ক ধমক দি তেওঁ কয়, ‘কেনেকৈ এনে মন্তব্য মুখেৰে ওলায়? যাওক হাইকৰ্টলৈ গৈ তেওঁৰ ওচৰত ক্ষমা বিচাৰক৷’ ইয়াৰোপৰি গ্ৰেপ্তাৰীৰ পৰা বাচিবলৈ উচ্চতম ন্যায়ালয়ত ৰক্ষাকৱচৰ বাবে যি আবেদন কৰিছিল বিজয়ে সেই আবেদনো খাৰিজ কৰিছে মুখ্য ন্যায়াধীশে৷

উচ্চতম ন্যায়ালয়ে কাঢ়া ভাষাৰে জনাইছে, ‘এদিনতে আপোনাক সলাব কোনেও নোৱাৰে৷ আপুনি নিজেই জানে আপোনাৰ চৰিত্ৰ কি?’  ভাৰতীয় সেনাৰ কৰ্নেল কুৰেছিৰ ধৰ্মক লৈ কুৰুচিকৰ মন্তব্য কৰাৰ বাবে বুধবাৰে বিজেপি মন্ত্ৰীৰ বিৰুদ্ধে গোচৰ দাখিলৰ নিৰ্দেশ দিছিল মধ্যপ্ৰদেশ হাইকৰ্টে৷ সেই নিৰ্দেশক চেলেঞ্জ কৰি বৃহস্পতিবাৰে পুৱা ছুপ্ৰিম কৰ্টৰ দ্বাৰস্থ হৈছিল বিজয়৷ হাইকৰ্টৰ সেই নিৰ্দেশৰ পাছতেই ইন্দোৰৰ এখন থানাত ইতিমধ্যেই তেওঁৰ বিৰুদ্ধে এখন এফ আই আৰো দাখিল হৈছিল৷ গ্ৰেপ্তাৰীৰ পৰা বাচিবলৈ সেয়ে লৰালৰিকৈ ছুপ্ৰিম কৰ্টৰ দ্বাৰস্ত হৈছিল বিজেপি মন্ত্ৰী বিজয়৷ তাতেই মুখথেকেচা খাইছে বিজয়ে৷

পহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰত্তুত্যৰত ভাৰতে ৭ মে ত পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰত থকা সন্ত্ৰাসবাদীৰ ঘাঁটিত আক্ৰমণ চলাইছিল৷ নিৰ্ভুল আৰু নিখুঁত সেই আক্ৰমণৰ পাছতেই সংবাদমেল আয়োজন কৰি সমগ্ৰ দেশক অপাৰেছন সেন্দূৰৰ বিস্তাৰিত বৰ্ণনা দিছিল কৰ্নেল ছোফিয়া কুৰেছি আৰু বায়ুসেনাৰ উইং কমাণ্ডাৰ বোমিকা সিঙে৷ অপাৰেছন সেন্দূৰৰ বিফ্ৰিংত দুই মহিলা বিষয়াক সন্মুখত আনি দেশৰ নাৰীশক্তিক তুলি ধৰাৰ ওপৰিও দেশৰ সাম্প্ৰদায়িক সম্প্ৰীতিৰ বাৰ্তা দিয়া হৈছিল সমগ্ৰ বিশ্বক৷ সেই ঘটনাতেই সংখ্যালঘু সম্প্ৰদায়ৰ প্ৰতিনিধি কৰ্নেল কুৰেছিক লৈ বিতৰ্কিত মন্তব্য কৰে মধ্যপ্ৰদেশৰ বিজেপি মন্ত্ৰী বিজয় শ্বাহক৷

বিজয়ে কৈছিল, ‘তেওঁলোকে আমাৰ হিন্দু ভাইসকলক পোছাক খুলি ধৰ্মীয় পৰিচয় চাই হত্যা কৰিছে৷ প্ৰধানমন্ত্ৰী মোদিজীয়ে তেওঁলোকৰেই ভনীয়েকক তেওঁলোকৰ ঘৰত আক্ৰমণ কৰিবলৈ পঠিয়াইছে৷ আমাৰ ভনীহঁতক বিধৱা কৰিছে সেয়ে মোদিজীয়ে তেওঁলোকৰ সম্প্ৰদায়ৰ ভনীয়েককেই তেওঁলোকৰ পোছাক খুলি উচিত শিক্ষা দিয়াৰ বাবে পঠিয়াইছে৷’ কৰ্নেল কুৰেছিৰ নাম নোলোৱাকৈ তেওঁক লৈ মন্তব্য কৰিছিল বিজয়ে৷ বিতৰ্ক তুংগত উঠোতেই বিজয়ে দাবী কৰিছে যে তেওঁৰ মন্তব্যৰ ভুল বাখ্যা কৰা হৈছে৷ তেওঁ কৰ্নেল কুৰেছিৰ ওচৰত ১০ বাৰ ক্ষমা খুজিবলৈকো প্ৰস্তুত৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

১৬২ কিলোমিটাৰ বেগত ভয়ংকৰ ৰূপত আহি আছে ঘূৰ্ণীবতাহ
বিশ্ব

১৬২ কিলোমিটাৰ বেগত ভয়ংকৰ ৰূপত আহি আছে ঘূৰ্ণীবতাহ

August 8, 2026
হৰমুজ ষ্ট্ৰেইটক লৈ এইবাৰ ইৰানৰ নতুন খেল ‘আমেৰিকাৰ বাবে ভয়ংকৰ হব এই চুক্তি’
বিশ্ব

হৰমুজ ষ্ট্ৰেইটক লৈ এইবাৰ ইৰানৰ নতুন খেল ‘আমেৰিকাৰ বাবে ভয়ংকৰ হব এই চুক্তি’

August 8, 2026
কাইলৈ এই ৫ ৰাশিৰ লোকৰ হাতলৈ আহিব প্ৰচুৰ ধন
জীৱনশৈলী

কাইলৈ এই ৫ ৰাশিৰ লোকৰ হাতলৈ আহিব প্ৰচুৰ ধন

August 8, 2026
‘বলীউডৰ এগৰাকী অভিনেত্ৰীয়ে ধনৰ বিনিময়ত কৰে শাৰীৰিক সম্পৰ্ক’
বিনোদন

‘বলীউডৰ এগৰাকী অভিনেত্ৰীয়ে ধনৰ বিনিময়ত কৰে শাৰীৰিক সম্পৰ্ক’

August 8, 2026
Next Post
১০ বছৰীয়া মৃণ্ময় ঘটনাৰ ন ন তথ্য প্ৰকাশ, জিতুমণিৰ পৰিয়ালে জনা নাছিল দীপালী পূৰ্বে বিবাহিত বুলি

১০ বছৰীয়া মৃণ্ময় ঘটনাৰ ন ন তথ্য প্ৰকাশ, জিতুমণিৰ পৰিয়ালে জনা নাছিল দীপালী পূৰ্বে বিবাহিত বুলি

ICCৰ বাম্পাৰ প্ৰাইজমানি- বিশ্ব টেষ্ট চেম্পিয়নশ্বিপত এইবাৰ বিজয়ী দলে পাব ১২৫ শতাংশ অধিক ধন

ICCৰ বাম্পাৰ প্ৰাইজমানি- বিশ্ব টেষ্ট চেম্পিয়নশ্বিপত এইবাৰ বিজয়ী দলে পাব ১২৫ শতাংশ অধিক ধন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.