• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১০ বছৰীয়া মৃণ্ময় ঘটনাৰ ন ন তথ্য প্ৰকাশ, জিতুমণিৰ পৰিয়ালে জনা নাছিল দীপালী পূৰ্বে বিবাহিত বুলি

১০ বছৰীয়া মৃণ্ময় ঘটনাৰ ন ন তথ্য প্ৰকাশ, জিতুমণিৰ পৰিয়ালে জনা নাছিল দীপালী পূৰ্বে বিবাহিত বুলি

1 year ago
স্বামী হ’ব আপোনাৰ প্ৰেমত বলিয়া, নিশা শোৱাৰ পূৰ্বে কৰক মাত্ৰ এই কাম!

পুৰুষে প্ৰথম মহিলাৰ ক’ত চকু দিয়ে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

7 hours ago
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ

8th Pay Commissionৰ ডাঙৰ আপডেট, জানক ৫ টা শেহতীয়া আপডেট

8 hours ago
নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?

ধন আৰু মান হানি, যদি শনিবাৰে কৰে এইবোৰ কাম!

8 hours ago
বৃহস্পতিৰ গোচৰত সলনি হ’ব পৰিকল্পনা, ৬ ৰাশিৰ লোক হওক সাৱধান!

ছেপ্টেম্বৰত শুক্ৰই কৰিব তুলা ৰাশিত গোচৰ, আহিব ৰাজযোগ!

8 hours ago
Daily Horoscope: গ্ৰহই সলাব গতি, উদয় হ’ব ভাগ্য! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?

৩ ৰাশিৰ ভাগ্যই দেখুৱাব খেল! জানক কাইলৈ আপোনাৰ দিনটো কেনেকুৱা হ’ব?

9 hours ago
ঘোঁৰাৰ দৰে দৌৰিব পাব শক্তি! পুৰুষসকলে গ্ৰহণ কৰক মাত্ৰ ৪ বিধ বস্তু!

ঘোঁৰাৰ দৰে দৌৰিব পাব শক্তি! পুৰুষসকলে গ্ৰহণ কৰক মাত্ৰ ৪ বিধ বস্তু!

9 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

সাৱধান হওক ৪ ৰাশিৰ লোক, ছেপ্টেম্বৰত পৰিব ডাঙৰ বিপদ!

9 hours ago
গ্ৰীণ ৰুমৰ ভিতৰত সুন্দৰী অভিনেত্ৰীক চুম্বন! থিয়েটাৰৰ অভিজ্ঞতা প্ৰকাশ কৰিলে ময়ুৰী গৌতমে

গ্ৰীণ ৰুমৰ ভিতৰত সুন্দৰী অভিনেত্ৰীক চুম্বন! থিয়েটাৰৰ অভিজ্ঞতা প্ৰকাশ কৰিলে ময়ুৰী গৌতমে

10 hours ago
বন্ধ হৈ পৰিব অনলাইন OLA, উবেৰ, ৰেপিড’! হুংকাৰ চালকৰ

বন্ধ হৈ পৰিব অনলাইন OLA, উবেৰ, ৰেপিড’! হুংকাৰ চালকৰ

11 hours ago
সস্তা হ’ব নেকি সোণৰ মূল্য? বিশেষজ্ঞই দিলে ইংগিত

সস্তা হ’ব নেকি সোণৰ মূল্য? বিশেষজ্ঞই দিলে ইংগিত

12 hours ago
‘চকুৰ পচাৰতে দুখনকৈ বাছ উটি গ’ল’, নেপালৰ জলপ্ৰলয়ত প্ৰাণ ৰক্ষা পৰা তীৰ্থযাত্ৰীৰ শিহৰণকাৰী বৰ্ণনা

‘চকুৰ পচাৰতে দুখনকৈ বাছ উটি গ’ল’, নেপালৰ জলপ্ৰলয়ত প্ৰাণ ৰক্ষা পৰা তীৰ্থযাত্ৰীৰ শিহৰণকাৰী বৰ্ণনা

13 hours ago
ফোনৰ চাৰ্জ নিমিষতে শেষ? শীঘ্ৰে সলনি কৰক এই ৫ টা অভ্যাস

ফোনৰ চাৰ্জ নিমিষতে শেষ? শীঘ্ৰে সলনি কৰক এই ৫ টা অভ্যাস

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, August 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

১০ বছৰীয়া মৃণ্ময় ঘটনাৰ ন ন তথ্য প্ৰকাশ, জিতুমণিৰ পৰিয়ালে জনা নাছিল দীপালী পূৰ্বে বিবাহিত বুলি

editor by editor
May 15, 2025
in অসম, উত্তৰ-পূব, গুৱাহাটী
0
১০ বছৰীয়া মৃণ্ময় ঘটনাৰ ন ন তথ্য প্ৰকাশ, জিতুমণিৰ পৰিয়ালে জনা নাছিল দীপালী পূৰ্বে বিবাহিত বুলি
0
SHARES
1.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

১০ বছৰীয়া মৃণ্ময় ঘটনাৰ ন ন তথ্য প্ৰকাশ, জিতুমণিৰ পৰিয়ালে জনা নাছিল দীপালী পূৰ্বে বিবাহিত বুলি

ৰাজ্য জোকাৰি যোৱা ১০ বছৰীয়া কণমানি মৃণ্ময়ৰ হত্যাকাণ্ডৰ আৰক্ষীৰ তদন্তত প্ৰকাশ পাইয়ে আছে নিতৌ ন ন তথ্য। এইবাৰ প্ৰকাশ পাইছে আন তথ্য। এইবাৰ বহু কেইটা চিচি টিভি ফুটেজ প্ৰকাশ পাইছে।

জিতুমণি আৰু দীপালীৰ অবৈধ প্ৰেমৰ বাবেই অকালতে প্ৰাণ হেৰুৱাইছে কণমানি মৃণ্ময়ে। প্ৰকাশ পোৱা চিচি টিভি ফুটেজ অনুসৰি, শনিবাৰে ঘাতক জিতুমনিয়ে বনগাঁৱৰ টিউচনৰ পৰা নিজৰ বাইকেৰে লৈ আহিছিল মৃণ্ময়ক।

তাতেই দোকান এখনত কণমানি মৃণ্ময়ক খুৱাইছিল কোল্ড ড্ৰিংকছ। তাৰ পাছত ভেটাপাৰাৰ পেট্ৰল পাম্পত বাইকত ভৰাইছিল পেট্ৰল। সেই সকলো দৃশ্য বন্দী হৈছিল CCTV ত।

তাৰ পাছতে ঘাটক জিতুমনিয়ে নিজৰ ভেটাপাৰাৰ বাসগৃহলৈ লৈ গৈছিল মৃণ্ময়ক। ঘৰৰ পৰা ডাঙৰ ট্ৰলি বেগ লৈ বশিষ্ঠৰ ফালে লৈ গৈছিল মৃণ্ময়ক। সেই দৃশ্যও বন্দী হৈছিল CCTVত।

বশিষ্ঠত নিৰ্জন ঠাইত নি টেঁটু চেপি মৃণ্ময়ক হত্যা কৰি ঘৰৰ পৰা নিয়া ট্ৰলিবেগটোতে ভৰাই পেলাই দিছিল জিতুমনিয়ে। হত্যাৰ সময়ত দীপালীৰ সৈতে ফোনত সংযুক্ত আছিল জিতুমণি।

তাতোকৈ চাঞ্চল্য কথা যে, একাউণ্ট জেনেৰেল (AG) অফিচৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী জিতুমণি হালৈ আৰু মৃণ্ময়ৰ মাতৃ দীপালী ৰাজবংশীৰ বিগত ৭ বছৰ ধৰি প্ৰেমৰ সম্পৰ্ক । দুয়ো বিবাহিত হৈয়ো, নিজক নিজৰ সংসাৰ থকাৰ পাছতো প্ৰেমত পৰিছিল ইজনে সিজনৰ।

এই পৰকীয়া প্ৰেমৰ বাবেই জিতুমণিয়ে পত্নীৰ সৈতে বিবাহ বিচ্ছেদ লৈছিল। আনহাতে মাথো ৪ মাহ পূৰ্বে দীপালীয়েও বিবাহ বিচ্ছেদ লৈছিল স্বামীৰ পৰা।

পৰিয়ালৰ পৰা পৃথক হৈ দীপালী আৰু জিতুমণিয়ে নতুনকৈ সংসাৰ কৰাৰ সপোন দেখিছিল। কিন্তু দুয়োৰে মাজত হেঙাৰ হৈছিল মৃণ্ময়। তাৰোপৰি জিতুমণিৰ পৰিয়ালে জনা নাছিল দীপালী পূৰ্বে বিয়া হোৱা বুলি। যাৰ বাবেই শেষত একমাত্ৰ উপায় হিচাপে শেষ কৰি দিছিল মৃণ্ময়ৰ জীৱন।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assamBasisthaBasistha Murder CasebeltolaMrinmoy Murder Case
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বন্ধ হৈ পৰিব অনলাইন OLA, উবেৰ, ৰেপিড’! হুংকাৰ চালকৰ
অসম

বন্ধ হৈ পৰিব অনলাইন OLA, উবেৰ, ৰেপিড’! হুংকাৰ চালকৰ

August 29, 2026
চীনৰ দৈত্যকায় নদীবান্ধ, অসম-অৰুণাচলত নেপালতকৈও ভয়াৱহ পৰিস্থিতি হ’ব নেকি?
অসম

চীনৰ দৈত্যকায় নদীবান্ধ, অসম-অৰুণাচলত নেপালতকৈও ভয়াৱহ পৰিস্থিতি হ’ব নেকি?

August 27, 2026
যোৰহাটত এইবাৰ ডকাইতিত নামিল এজন নামঘৰীয়া!
অসম

যোৰহাটত এইবাৰ ডকাইতিত নামিল এজন নামঘৰীয়া!

August 27, 2026
‘BF এ মোক উপহাৰ দিয়া বাবে লৈছিলো!’, সোণ বিক্ৰী কৰি সঁচাকৈ প্ৰেমিকাক উপহাৰ দিছিল নেকি য়শ আগৰৱালে?
অসম

‘BF এ মোক উপহাৰ দিয়া বাবে লৈছিলো!’, সোণ বিক্ৰী কৰি সঁচাকৈ প্ৰেমিকাক উপহাৰ দিছিল নেকি য়শ আগৰৱালে?

August 26, 2026
Next Post
ICCৰ বাম্পাৰ প্ৰাইজমানি- বিশ্ব টেষ্ট চেম্পিয়নশ্বিপত এইবাৰ বিজয়ী দলে পাব ১২৫ শতাংশ অধিক ধন

ICCৰ বাম্পাৰ প্ৰাইজমানি- বিশ্ব টেষ্ট চেম্পিয়নশ্বিপত এইবাৰ বিজয়ী দলে পাব ১২৫ শতাংশ অধিক ধন

আজিৰে পৰা সলনি হ’ব এই ৫ অংকৰ লোকৰ জীৱন, শীৰ্ষত উপনীত হ’ব জীৱন

আজিৰে পৰা সলনি হ'ব এই ৫ অংকৰ লোকৰ জীৱন, শীৰ্ষত উপনীত হ'ব জীৱন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.