• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১০ গ্ৰাম সোণৰ বিপৰীতে কিমান টকাৰ গোল্ড ঋণ পাব? জানক সবিশেষ

১০ গ্ৰাম সোণৰ বিপৰীতে কিমান টকাৰ গোল্ড ঋণ পাব? জানক সবিশেষ

1 year ago
আজি দাখিল হ’ব ২০২৬-২৭ বৰ্ষৰ অসম বাজেট

আজি দাখিল হ’ব ২০২৬-২৭ বৰ্ষৰ অসম বাজেট

26 minutes ago
এমবাপে-ডেম্বেলেৰ যুগলবন্দীত দিশহাৰা মৰক্কো, ছেমিত ফ্ৰান্স

এমবাপে-ডেম্বেলেৰ যুগলবন্দীত দিশহাৰা মৰক্কো, ছেমিত ফ্ৰান্স

1 hour ago
আজিৰ দিনটো আপোনাৰ কেনে যাব?

আজিৰ দিনটো আপোনাৰ কেনে যাব?

2 hours ago
মৃত্যুক জয় কৰা ষ্ট’লে ছ’লবাকেনৰ অনন্য কাহিনী

মৃত্যুক জয় কৰা ষ্ট’লে ছ’লবাকেনৰ অনন্য কাহিনী

14 hours ago
খোৱাৰ সময়ত এই ভুলবোৰ কেতিয়াও নকৰিব

খোৱাৰ সময়ত এই ভুলবোৰ কেতিয়াও নকৰিব

14 hours ago
৭০ দশকত বলীউডৰ আটাইতকৈ দামী অভিনেত্ৰী কোন আছিল?

৭০ দশকত বলীউডৰ আটাইতকৈ দামী অভিনেত্ৰী কোন আছিল?

15 hours ago
এই ৫ ৰাশিৰ লোক হওঁক সাৱধান! আহি আছে বিভিন্ন প্ৰত্যাহ্বান

এই ৫ ৰাশিৰ লোক হওঁক সাৱধান! আহি আছে বিভিন্ন প্ৰত্যাহ্বান

16 hours ago
খামেনেইৰ জানাজা সম্পন্ন হোৱা Imam Reza Shrineৰ মহত্ব কিমান?

খামেনেইৰ জানাজা সম্পন্ন হোৱা Imam Reza Shrineৰ মহত্ব কিমান?

16 hours ago
ট্ৰাম্পৰ হুংকাৰৰ মূল্য কিমান? আমেৰিকা-ইৰানৰ বাবে বুজাবুজিৰ বিকল্প আছেনে?

ট্ৰাম্পৰ হুংকাৰৰ মূল্য কিমান? আমেৰিকা-ইৰানৰ বাবে বুজাবুজিৰ বিকল্প আছেনে?

18 hours ago
কিছুমান মানুহক মহে কিয় বেছিকৈ কামোৰে?

কিছুমান মানুহক মহে কিয় বেছিকৈ কামোৰে?

19 hours ago
দৈনিক খাদ্য তালিকাত ৰাখক দেশী বুট

দৈনিক খাদ্য তালিকাত ৰাখক দেশী বুট

19 hours ago
পিঁয়াজ কটাৰ সময়ত চকুপানী কমাবলৈ কি কৰিব?

পিঁয়াজ কটাৰ সময়ত চকুপানী কমাবলৈ কি কৰিব?

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, July 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

১০ গ্ৰাম সোণৰ বিপৰীতে কিমান টকাৰ গোল্ড ঋণ পাব? জানক সবিশেষ

১০ গ্ৰাম সোণৰ বিপৰীতে কিমান টকাৰ গোল্ড ঋণ পাব? জানক সবিশেষ

editor by editor
June 29, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
১০ গ্ৰাম সোণৰ বিপৰীতে কিমান টকাৰ গোল্ড ঋণ পাব? জানক সবিশেষ
0
SHARES
986
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
গল্ড লোন হৈছে এনে এক ঋণ য’ত এজন ব্যক্তিয়ে নিজৰ সোন বন্ধকত ৰাখি বেংক বা আৰ্থিক প্ৰতিষ্ঠানৰ পৰা সহজেই টকা ধাৰ লব পাৰে৷ সাধাৰণতে এই ঋণৰ পৰিমাণ নিৰ্ধাৰিত হয়৷ সোনৰ ওজন বা বজাৰমূল্যৰ ওপৰত ভিত্তি কৰে৷ গোল্ড লোন পাৱাৰ প্ৰক্ৰিয়া তুলনামূলকভাৱে সহজ, দ্ৰুত আৰু ন্যূন্যতম ডকুমেণ্টেছনৰ প্ৰয়োজন হয়৷
জৰুৰী আৰ্থিক প্ৰয়োজনত, চিকিৎসা, ব্যৱসায় বা শিক্ষা খৰচ দূৰ কৰিবলৈ বহুতেই গোল্ড লোন লয়৷ গুৰুত্বপূৰ্ণ বিষয় এয়াই যে গোল্ড লোনৰ সুদৰ হাৰ বহু সময়ত পাৰ্ছনেল লোনতকৈ কম হয়৷ নিৰ্ধাৰিত সময়ত ঋণ শোধ নকৰিলে বন্ধকত ৰখা সোণ বাজেয়াপ্ত হোৱা আশংকা থাকে৷ সেয়ে গোল্ড লোন লোৱাৰ পূৰ্বে চৰ্তসমূহ ভালধৰণে বুজি লোৱা অত্যন্ত জৰুৰী৷
IIFL অনুসৰি সোণৰ গুণগত মানৰ ওপৰত নিৰ্ভৰ কৰি সৰ্বোচ্চ বজাৰ মূল্যৰ ৭৫ শতাংশ পৰ্যন্ত ঋণ লব পাৰে৷ ২২ কেৰেট সোণৰ ৩০ দিনৰ গড় দাম হিচাপে আপোনাৰ সোণৰ মূল্য নিৰ্ধাৰণ কৰা হয়৷ ধৰি লওক ২৭ জুন ২০২৫ত গোল্ড লোণ লৈছে তেন্তে IIFL কেলকুলেটৰ অনুসৰি ১০ গ্ৰাম সোণৰ সলনি সৰ্বোচ্চ ৬৬,৩৩০ টকা ঋণ পাব পাৰে৷ ধৰি লওক ২৭ জুন ২০২৫ ত গোল্ড ঋণ লৈছে তেন্তে IIFL কেলকুলেটৰ অনুসৰি ১০ গ্ৰাম সোণৰ সলনি সৰ্বোচ্চ ৬৬,৩৩০ টকা ঋণ হিচাপে পাব৷

গোল্ড লোন কেলকুলেট কৰা হয় তিনিটা বিষয়ৰ ওপৰত

  • আপোনাৰ সোণৰ ওজন
  • সোণৰ বজাৰ মূল্য
  • লোন টু ভেল্যু Ratio
RBI-ৰ নিয়ম অনুসৰি গোল্ড ঋণত সৰ্বোচ্চ ৭৫শতাংশ পৰ্যন্ত LTV (Loan-to-Value) অনুমোদিত৷ অৰ্থাৎ আপোনাৰ সোণৰ মুঠ মূল্য যদি ১,০০,০০০ হয় তেন্তে আপুনি সৰ্বোচ্চ ৭৫,০০০ পৰ্যন্ত ঋণ পাব পাৰে৷ সুদৰ হাৰ, ঋণৰ ম্যাদ আৰু প্ৰচেছিং ফি বিভিন্ন বেংকৰ আৰু প্ৰতিষ্ঠান অনুসৰি বেলেগ বেলেগ হয়৷ গোল্ড লোন লোৱাৰ পূৰ্বে EMI কেলকুলেটৰ ব্যৱহাৰ কৰি পৰিকল্পনা কৰা উচিত৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজিৰ দিনটো আপোনাৰ কেনে যাব?
জীৱনশৈলী

আজিৰ দিনটো আপোনাৰ কেনে যাব?

July 10, 2026
মৃত্যুক জয় কৰা ষ্ট’লে ছ’লবাকেনৰ অনন্য কাহিনী
বিনোদন

মৃত্যুক জয় কৰা ষ্ট’লে ছ’লবাকেনৰ অনন্য কাহিনী

July 9, 2026
খোৱাৰ সময়ত এই ভুলবোৰ কেতিয়াও নকৰিব
জীৱনশৈলী

খোৱাৰ সময়ত এই ভুলবোৰ কেতিয়াও নকৰিব

July 9, 2026
৭০ দশকত বলীউডৰ আটাইতকৈ দামী অভিনেত্ৰী কোন আছিল?
বিনোদন

৭০ দশকত বলীউডৰ আটাইতকৈ দামী অভিনেত্ৰী কোন আছিল?

July 9, 2026
Next Post
৯০ ডিগ্ৰীৰ সেতুক লৈ বিশেষ পদক্ষেপ মধ্যপ্ৰদেশ চৰকাৰৰ! ছাচপেণ্ড ৮ ইঞ্জিনিয়াৰ, ব্লেক লিষ্টেড নিৰ্মাণকাৰী কোম্পানী, কি কৈছে মুখ্যমন্ত্ৰীয়ে?

৯০ ডিগ্ৰীৰ সেতুক লৈ বিশেষ পদক্ষেপ মধ্যপ্ৰদেশ চৰকাৰৰ! ছাচপেণ্ড ৮ ইঞ্জিনিয়াৰ, ব্লেক লিষ্টেড নিৰ্মাণকাৰী কোম্পানী, কি কৈছে মুখ্যমন্ত্ৰীয়ে?

মহাকাশত কোনো চিকিৎসালয় অথৱা চিকিৎসক নাই, কোনো মহাকাশচাৰী অসুস্থ হ’লে কেনেকৈ তেওঁলোকৰ চিকিৎসা কৰা হয়?

মহাকাশত কোনো চিকিৎসালয় অথৱা চিকিৎসক নাই, কোনো মহাকাশচাৰী অসুস্থ হ’লে কেনেকৈ তেওঁলোকৰ চিকিৎসা কৰা হয়?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.