• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মহাকাশত কোনো চিকিৎসালয় অথৱা চিকিৎসক নাই, কোনো মহাকাশচাৰী অসুস্থ হ’লে কেনেকৈ তেওঁলোকৰ চিকিৎসা কৰা হয়?

মহাকাশত কোনো চিকিৎসালয় অথৱা চিকিৎসক নাই, কোনো মহাকাশচাৰী অসুস্থ হ’লে কেনেকৈ তেওঁলোকৰ চিকিৎসা কৰা হয়?

2 weeks ago
শনি-বুধৰ ভয়ংকৰ খেলাই কঁপাব ত্ৰিভুৱন! অৰ্থহানি, শান্তি বিঘ্নিত হোৱাৰ ওপৰিও স্বাস্থ্যজনিত সমস্যাত পৰিব পাৰে এইকেইটা ৰাশিৰ জাতক

শনি-বুধৰ ভয়ংকৰ খেলাই কঁপাব ত্ৰিভুৱন! অৰ্থহানি, শান্তি বিঘ্নিত হোৱাৰ ওপৰিও স্বাস্থ্যজনিত সমস্যাত পৰিব পাৰে এইকেইটা ৰাশিৰ জাতক

1 hour ago
‘মাজে মাজে জীৱনে অন্য পথেৰে যাত্ৰা কৰে…আমি পৃথক হোৱাটোৱেই সঠিক ভাৱিছো!’ বিবাহ ভাঙিল বেডমিণ্টৰ খেলুৱৈ ছাইনা নেহৱালৰ

‘মাজে মাজে জীৱনে অন্য পথেৰে যাত্ৰা কৰে…আমি পৃথক হোৱাটোৱেই সঠিক ভাৱিছো!’ বিবাহ ভাঙিল বেডমিণ্টৰ খেলুৱৈ ছাইনা নেহৱালৰ

2 hours ago
১৮ জুলাইত কৰ্কট ৰাশিত অস্ত যাব বুধ, ৪ ৰাশিৰ উদয় হ’ব ভাগ্য

১৮ জুলাইত কৰ্কট ৰাশিত অস্ত যাব বুধ, ৪ ৰাশিৰ উদয় হ’ব ভাগ্য

16 hours ago
ভাৰতীয় বলাৰৰ ত্ৰাস, ১০০ নহওঁতেই ইংলেণ্ডে হেৰুৱালে ৪ টা উইকেট

ভাৰতীয় বলাৰৰ ত্ৰাস, ১০০ নহওঁতেই ইংলেণ্ডে হেৰুৱালে ৪ টা উইকেট

17 hours ago
বিবাহ বিচ্ছেদ পাইয়ে ফুৰ্তিতে ৪০ লিটাৰ গাখীৰেৰে গা ধুলে নলবাৰীৰ মাণিকে

বিবাহ বিচ্ছেদ পাইয়ে ফুৰ্তিতে ৪০ লিটাৰ গাখীৰেৰে গা ধুলে নলবাৰীৰ মাণিকে

18 hours ago
ভাৰতীয় সকলৰ বাবে দুঃসংবাদ, ট্ৰাম্পে দুগুণলৈ বৃদ্ধি কৰিলে আমেৰিকাৰ ভিছাৰ মাচুল

ভাৰতীয় সকলৰ বাবে দুঃসংবাদ, ট্ৰাম্পে দুগুণলৈ বৃদ্ধি কৰিলে আমেৰিকাৰ ভিছাৰ মাচুল

20 hours ago
চকু পানী টুকি চিৰ বিদায় দিলে সতীৰ্থ অভিনেতা কোটা শ্ৰীনিবাস ৰাওক

চকু পানী টুকি চিৰ বিদায় দিলে সতীৰ্থ অভিনেতা কোটা শ্ৰীনিবাস ৰাওক

21 hours ago
মীন ৰাশিত শনিৰ ওলোটা গতি আৰম্ভ, লগতে আৰম্ভ ৩ ৰাশিৰ উন্নতি

মীন ৰাশিত শনিৰ ওলোটা গতি আৰম্ভ, লগতে আৰম্ভ ৩ ৰাশিৰ উন্নতি

22 hours ago
২০১৭ তে উকলে ভিছাৰ ম্যাদ, জনবসতিৰ পৰা আঁতৰি দুই সন্তানৰ সৈতে কৰ্নাটকৰ গুহাত বাস ৰাছিয়ান মহিলাৰ

২০১৭ তে উকলে ভিছাৰ ম্যাদ, জনবসতিৰ পৰা আঁতৰি দুই সন্তানৰ সৈতে কৰ্নাটকৰ গুহাত বাস ৰাছিয়ান মহিলাৰ

22 hours ago
১ আগষ্ট ২০২৫ৰ পৰা UPIৰ নিয়মৰ সালসলনি, কি কি সলনি হ’ব UPI লেনদেনত?

১ আগষ্ট ২০২৫ৰ পৰা UPIৰ নিয়মৰ সালসলনি, কি কি সলনি হ’ব UPI লেনদেনত?

2 days ago
বোয়িং বিমানত ইন্ধনৰ ছুইচ লক কৰা নাই! ৭ বছৰ পূৰ্বেই এই বিসংগতিক লৈ সতৰ্ক কৰিছিল মাৰ্কিন সংস্থাই, কিয় গুৰুত্ব দিয়া নাছিল এয়াৰ ইণ্ডিয়াই?

বোয়িং বিমানত ইন্ধনৰ ছুইচ লক কৰা নাই! ৭ বছৰ পূৰ্বেই এই বিসংগতিক লৈ সতৰ্ক কৰিছিল মাৰ্কিন সংস্থাই, কিয় গুৰুত্ব দিয়া নাছিল এয়াৰ ইণ্ডিয়াই?

2 days ago
বন্ধ কোঠা বা হোটেল নহয়…! শ্মশানৰ ভিতৰত তৰুণীৰ সৈতে অৰ্ধনগ্ন অৱস্থাত ধৰা পৰিল বিজেপি নেতা, ক’ত এই ঘটনা?

বন্ধ কোঠা বা হোটেল নহয়…! শ্মশানৰ ভিতৰত তৰুণীৰ সৈতে অৰ্ধনগ্ন অৱস্থাত ধৰা পৰিল বিজেপি নেতা, ক’ত এই ঘটনা?

2 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, July 14, 2025
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মহাকাশত কোনো চিকিৎসালয় অথৱা চিকিৎসক নাই, কোনো মহাকাশচাৰী অসুস্থ হ’লে কেনেকৈ তেওঁলোকৰ চিকিৎসা কৰা হয়?

মহাকাশত কোনো চিকিৎসালয় অথৱা চিকিৎসক নাই, কোনো মহাকাশচাৰী অসুস্থ হ’লে কেনেকৈ তেওঁলোকৰ চিকিৎসা কৰা হয়?

editor by editor
June 29, 2025
in জীৱনশৈলী, প্ৰযুক্তি, বিজ্ঞান, বিবিধ, ভাৰত, লেখা
0
মহাকাশত কোনো চিকিৎসালয় অথৱা চিকিৎসক নাই, কোনো মহাকাশচাৰী অসুস্থ হ’লে কেনেকৈ তেওঁলোকৰ চিকিৎসা কৰা হয়?
0
SHARES
593
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভাৰতীয় বিমান বাহিনীৰ গ্ৰুপ কেপ্টেইন শুভাংশু শুক্লা বৰ্তমান আন্তৰ্জাতিক মহাকাশ ষ্টেচনত আছে৷ তেওঁ নাছা, ইছৰো, ইউৰোপীয় মহাকাশ সংস্থা আৰু বেচৰকাৰী সংস্থা Axiom Spaceৰ Axiom-4 মিছনৰ আওতাত মহাকাশ ষ্টেচনত উপস্থিত হৈছে৷ শুভাংশু শুক্লা হৈছে মহাকাশত ভৰি ৰখা দ্বিতীয় ব্যক্তি আৰু আই এছ এছত উপস্থিত প্ৰথমজন ভাৰতীয়৷

আন্তৰ্জাতিক মহাকাশ ষ্টেচনত সকলোসময়তেই মহাকাশচাৰী উপস্থিত থাকে৷ সময়ে সময়ে মহাকাশচাৰীসকলক পৃথিৱীলৈ উভতাই অনা হয় আৰু নতুন মহাকাশচাৰী পঠিওৱা হয়৷ মহাকাশ ষ্টেচনত মাহৰ পাছত মাহ কটাই কিছু মহাকাশচাৰীয়ে৷ ২০২৫ চনৰ জুন মাহত বিশ্বৰ ২০তকৈ বেছি দেশৰ মুঠ ২৮০ জনতকৈ বেছি মহাকাশচাৰীয়ে আন্তৰ্জাতিক মহাকাশ ষ্টেচন পৰিদৰ্শন কৰিছে৷ এই মহাকাশচাৰীসকলে কেই সপ্তাহ আৰু কেইমাহ ধৰি পৃথিৱীৰ কক্ষপথত মাইক্ৰোগ্ৰেভিটি অৱস্থাত বাস কৰে৷ এই মিছনৰ মূল লক্ষ্য হৈছে বৈজ্ঞানিক পৰীক্ষা নিৰীক্ষা আৰু বিশ্বব্যপী সহযোগিতা৷ মহাকাশচাৰীও মানুহ আৰু মানুহ অসুস্থ হৈ পৰিবও পাৰে৷ সেয়ে বহুতৰে মনত কৌতুহল জাগে যে মহাকাশত কোনো মহাকাশচাৰী অসুস্থ হ’লে কি হয়?

মহাকাশত কোনো হাস্পতাল বা জৰুৰী ঘৰ নাই৷ মহাকাশ সংস্থাসমূহে জৰুৰী চিকিৎসাৰ বাবে সম্পূৰ্ণ প্ৰস্তুতি ৰাখে মহাকাশত৷ মহাকাশচাৰীসকলক মহাকাশলৈ যোৱাৰ পূৰ্বে প্ৰাথমিক চিকিৎসাৰ প্ৰশিক্ষণ দিয়া হয় আৰু আইএছ এছত প্ৰয়োজনীয় চিকিৎসা সৰঞ্জাম পোৱা যায়৷ প্ৰতিটো মিছনত এজন মহাকাশচাৰীক ক্ৰু মেডিকেল অফিচাৰ হিচাপে মনোনীত কৰা হয়৷ যিয়ে সাধাৰণ চিকিৎসা প্ৰশিক্ষণ লয় কিন্তু তেওঁ চিকিৎসক নহয়৷ এই মেডিকেল অফিচাৰৰ এটা মেডিকেল কীট থাকে যাৰ ভিতৰত থাকে বিষৰ ঔষধ, এণ্টিবায়োটিক, এলাৰ্জিৰ ঔষধ, পোৰ্টেবল আলট্ৰাছাউণ্ড ডিভাইছ, ডিফিব্ৰিলেটৰ আৰু ছিপিআৰ সৰঞ্জাম৷

কিয় ছি পি আৰ সম্ভৱ নহয়?

নাছাৰ মতে শূন্য মধ্যাকৰ্ষণত ছিপিআৰ কৰা কঠিন৷ কাৰণ মহাকাশত বুকুত চাপ দিয়া কঠিন হৈ পৰে৷ ইয়াৰ বাবে ভৰিত বান্ধি ছিপিআৰ দিয়াৰ বাবে এক বিশেষ ডিভাইছৰ ব্যৱস্থা আছে৷ যদি কোনো মহাকাশচাৰী মহাকাশত কোনো গুৰুতৰ সমস্যাৰ সন্মুখীন হয় তেতিয়া মহাকাশচাৰীক নাছাৰ মিছন কন্ট্ৰল চেণ্টাৰৰ পৰা ৰিয়েল টাইম ভিডিঅ আৰু অডিঅ’ৰ মাধ্যমেৰে চিকিৎকে টেলি মেডিকেল সহায়তা দিয়ে৷ আই এছ এছৰ পৰা প্ৰাপ্ত বায়োমেট্ৰিক তথ্যৰ ভিত্তিত চিকিৎসকে তেওঁলোকক ধাপে ধাপে নিৰ্দেশ দিয়ে৷ ইয়াৰ সহায়ত মহাকাশচাৰীক চিকিৎসা কৰা হয়৷

জৰুৰী পৰিসেৱাৰ কি কি ব্যৱস্থা?

যদি কোনো মহাকাশচাৰীৰ স্বাস্থ্যৰ অৱনতি হয় আৰু আই এছ এছত চিকিৎসা সম্ভৱ নহয় তেতিয়া জৰুৰী স্থানান্তৰণৰ ব্যৱস্থা আছে৷ আই এছ এছত সৰ্বদা কমপক্ষেও এটা স্পেছ এক্স ড্ৰেগন কেপছুল ডক কৰা থাকে যাতে এজন মহাকাশচাৰীক ৩-৫ ঘণ্টাৰ ভিতৰত পৃথিৱীলৈ উভতাই আনিব পাৰি৷ সাধাৰণতে এই কেপছুলটো কাজাখাস্তনৰ সমভূমিত অৱতৰণ কৰে৷ তাৰপৰাই ৰোগীক তাৎক্ষণিকভাৱে নাছাৰ চিকিৎসাকেন্দ্ৰ বা ৰাছিয়ান মহাকাশ সংস্থাৰ চিকিৎসা কেন্দ্ৰত ভৰ্তি কৰোৱা হয়৷ এই জৰুৰী স্থানান্তৰ ব্যৱস্থাটো শেষ অৱলম্বন হিচাপে ৰখা হয়৷ কাৰণ পৃথিৱীৰ মধ্যাকৰ্ষণ শক্তিত উভতি অহাৰ পাছত কিছু ৰোগীৰ স্বাস্থ্য আৰু বেয়া হৈ পৰিব পাৰে৷ সেয়ে আই এছ এছৰ ২০ বছৰতকৈ বেছি সময় ধৰি পৰিচালিত কাৰ্যক্ৰমত এতিয়ালৈকে কোনো মহাকাশচাৰীক চিকিৎসাৰ বাবে জৰুৰী অৱস্থাত উভতাই অনা হোৱা নাই৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শনি-বুধৰ ভয়ংকৰ খেলাই কঁপাব ত্ৰিভুৱন! অৰ্থহানি, শান্তি বিঘ্নিত হোৱাৰ ওপৰিও স্বাস্থ্যজনিত সমস্যাত পৰিব পাৰে এইকেইটা ৰাশিৰ জাতক
জীৱনশৈলী

শনি-বুধৰ ভয়ংকৰ খেলাই কঁপাব ত্ৰিভুৱন! অৰ্থহানি, শান্তি বিঘ্নিত হোৱাৰ ওপৰিও স্বাস্থ্যজনিত সমস্যাত পৰিব পাৰে এইকেইটা ৰাশিৰ জাতক

July 14, 2025
‘মাজে মাজে জীৱনে অন্য পথেৰে যাত্ৰা কৰে…আমি পৃথক হোৱাটোৱেই সঠিক ভাৱিছো!’ বিবাহ ভাঙিল বেডমিণ্টৰ খেলুৱৈ ছাইনা নেহৱালৰ
জীৱনশৈলী

‘মাজে মাজে জীৱনে অন্য পথেৰে যাত্ৰা কৰে…আমি পৃথক হোৱাটোৱেই সঠিক ভাৱিছো!’ বিবাহ ভাঙিল বেডমিণ্টৰ খেলুৱৈ ছাইনা নেহৱালৰ

July 14, 2025
১৮ জুলাইত কৰ্কট ৰাশিত অস্ত যাব বুধ, ৪ ৰাশিৰ উদয় হ’ব ভাগ্য
জীৱনশৈলী

১৮ জুলাইত কৰ্কট ৰাশিত অস্ত যাব বুধ, ৪ ৰাশিৰ উদয় হ’ব ভাগ্য

July 13, 2025
ভাৰতীয় বলাৰৰ ত্ৰাস, ১০০ নহওঁতেই ইংলেণ্ডে হেৰুৱালে ৪ টা উইকেট
ক্ৰীড়া

ভাৰতীয় বলাৰৰ ত্ৰাস, ১০০ নহওঁতেই ইংলেণ্ডে হেৰুৱালে ৪ টা উইকেট

July 13, 2025
Next Post
কেমিকেল ফেক্টৰীত ভয়ংকৰ ঘটনা, অকালতে প্ৰাণ হেৰুৱালে ১৭ লোকে

কেমিকেল ফেক্টৰীত ভয়ংকৰ ঘটনা, অকালতে প্ৰাণ হেৰুৱালে ১৭ লোকে

মন্দিৰৰ প্ৰসাদত পঁইতাচোৰা উদ্ধাৰক লৈ হাহাকাৰ

মন্দিৰৰ প্ৰসাদত পঁইতাচোৰা উদ্ধাৰক লৈ হাহাকাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.