• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সোণৰ মূল্য হ্ৰাস নে বৃদ্ধি? কেন্দ্ৰলৈ বিশ্ব গোল্ড কাউন্সিলৰ বিশেষ অনুৰোধ!

সোণৰ মূল্য হ্ৰাস নে বৃদ্ধি? কেন্দ্ৰলৈ বিশ্ব গোল্ড কাউন্সিলৰ বিশেষ অনুৰোধ!

43 minutes ago
দেখাত বিলাহীত দৰে, কিন্তু এই ফলে টিউমাৰ পৰা কৰ্কটৰ সম্ভাৱনা কৰে হ্ৰাস!

দেখাত বিলাহীত দৰে, কিন্তু এই ফলে টিউমাৰ পৰা কৰ্কটৰ সম্ভাৱনা কৰে হ্ৰাস!

19 seconds ago
সুকন্যা সমৃদ্ধি যোজনাত প্ৰতিমাহে কৰক ৫০০ টকা জমা, মেচিউৰিটিৰ সময়ত কিমান টকা পাব জানি লওক

সুকন্যা সমৃদ্ধি যোজনাত প্ৰতিমাহে কৰক ৫০০ টকা জমা, মেচিউৰিটিৰ সময়ত কিমান টকা পাব জানি লওক

25 minutes ago
একাধিক নাৰীৰ সংগ, ৩০৮ বাৰ প্ৰেম, তিনিবাৰ বিবাহ! ঐশ্বৰ্যক লগ পোৱাৰ পূৰ্বে এইজন অভিনেতাই পাইছিল ভাবুকি

একাধিক নাৰীৰ সংগ, ৩০৮ বাৰ প্ৰেম, তিনিবাৰ বিবাহ! ঐশ্বৰ্যক লগ পোৱাৰ পূৰ্বে এইজন অভিনেতাই পাইছিল ভাবুকি

2 hours ago
কোনগৰাকী বিজেপিৰ নেতা ৰাহুল গান্ধীৰ প্ৰিয়? Gen-Zৰে হোৱা বাৰ্তালাপত ৰাহুল গান্ধীৰ অকপট স্বীকাৰোক্তি

কোনগৰাকী বিজেপিৰ নেতা ৰাহুল গান্ধীৰ প্ৰিয়? Gen-Zৰে হোৱা বাৰ্তালাপত ৰাহুল গান্ধীৰ অকপট স্বীকাৰোক্তি

2 hours ago
LPG চিলিণ্ডাৰৰ ডাঙৰ আপডেট, ১৬ আগষ্টৰ পূৰ্বে কৰক এই কাম!

LPG চিলিণ্ডাৰৰ ডাঙৰ আপডেট, ১৬ আগষ্টৰ পূৰ্বে কৰক এই কাম!

3 hours ago
কোন অভিনেত্ৰীৰ সৈতে ৬৩ বছৰ বয়সতো আছে গোবিন্দাৰ সম্পৰ্ক? পত্নী সুনীতাৰ বিস্ফোৰণ

কোন অভিনেত্ৰীৰ সৈতে ৬৩ বছৰ বয়সতো আছে গোবিন্দাৰ সম্পৰ্ক? পত্নী সুনীতাৰ বিস্ফোৰণ

4 hours ago
যন্ত্ৰণাত চটফটাইছে চনু নিগমে! হঠাৎ কি হ’ল কণ্ঠশিল্পীগৰাকীৰ?

যন্ত্ৰণাত চটফটাইছে চনু নিগমে! হঠাৎ কি হ’ল কণ্ঠশিল্পীগৰাকীৰ?

4 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

৯ আগষ্টত ৪ ৰাশিৰ জাতক-জাতিকাৰ ঘূৰিব ভাগ্যৰ চকৰি!

5 hours ago
‘ছাৰ মাত্ৰ FIR খন চাই ল’ব!’ অসমৰ বানপীড়িতক সহায়ৰ পিছত সামাজিক মাধ্যমত চৰ্চা সময় ৰাইনাৰ

‘ছাৰ মাত্ৰ FIR খন চাই ল’ব!’ অসমৰ বানপীড়িতক সহায়ৰ পিছত সামাজিক মাধ্যমত চৰ্চা সময় ৰাইনাৰ

6 hours ago
দীৰ্ঘ জীৱন বিচাৰেনে? ৰাতিৰ আহাৰত সন্নিৱিষ্ট কৰক এইবোৰ খাদ্য

দীৰ্ঘ জীৱন বিচাৰেনে? ৰাতিৰ আহাৰত সন্নিৱিষ্ট কৰক এইবোৰ খাদ্য

7 hours ago
সাৱধান! Reels আৰু shortsৰ আসক্তিয়ে মাতিব পাৰে ভয়ংকৰ বিপদ?

সাৱধান! Reels আৰু shortsৰ আসক্তিয়ে মাতিব পাৰে ভয়ংকৰ বিপদ?

8 hours ago
পদত্যাগৰ পিছত Gen-Zক লৈ প্ৰথমবাৰৰ বাবে ধৰ্মেন্দ্ৰ প্ৰধানৰ প্ৰতিক্ৰিয়া

পদত্যাগৰ পিছত Gen-Zক লৈ প্ৰথমবাৰৰ বাবে ধৰ্মেন্দ্ৰ প্ৰধানৰ প্ৰতিক্ৰিয়া

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, August 9, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

সোণৰ মূল্য হ্ৰাস নে বৃদ্ধি? কেন্দ্ৰলৈ বিশ্ব গোল্ড কাউন্সিলৰ বিশেষ অনুৰোধ!

কেন্দ্ৰলৈ বিশ্ব গোল্ড কাউন্সিলৰ বিশেষ অনুৰোধ!

editor by editor
August 9, 2026
in জীৱনশৈলী, বিবিধ, লেখা
0
সোণৰ মূল্য হ্ৰাস নে বৃদ্ধি? কেন্দ্ৰলৈ বিশ্ব গোল্ড কাউন্সিলৰ বিশেষ অনুৰোধ!
0
SHARES
129
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সোণৰ দাম কমি যাব বুলি বহুতে অপেক্ষা কৰি আছে। সাধাৰণ মানুহে ভাবে যে দাম অলপ কমি গ’লে তেওঁলোকে সোণ কিনিব পাৰিব। কিন্তু ইয়াৰ মাজতে ৱৰ্ল্ড গোল্ড কাউন্সিল বা ডব্লিউ জি চিয়ে সোণৰ সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ প্ৰস্তাৱ আগবঢ়াইছে। শেহতীয়াকৈ সংগঠনটোৱে কেন্দ্ৰীয় চৰকাৰক আহ্বান জনাইছে যে ভাৰতত সোণক সাধাৰণ ধাতু হিচাপে নহয়, ‘Strategic Mineral’ হিচাপে আনুষ্ঠানিকভাৱে স্বীকৃতি দিয়ক।

শেহতীয়াকৈ ডব্লিউ জি চিয়ে ‘স্বৰ্ণীম উৰাণ ২০৪৭’ নামৰ এক প্ৰতিবেদন প্ৰকাশ কৰিছে। সেই প্ৰতিবেদনত কেন্দ্ৰীয় চৰকাৰৰ ওচৰত এই বিশেষ আবেদন দাখিল কৰা হৈছে। ইণ্ডিয়া টাইমছৰ প্ৰতিবেদনত দাবী কৰা হৈছে যে যদি এই কৌশলগত মৰ্যাদা দিয়া হয় তেন্তে ভাৰতত সোণৰ খনন বৃদ্ধি পাব পাৰে। অৱশ্যে ইয়াত এটা গুৰুত্বপূৰ্ণ কথা আছে। ভাৰতত খননৰ জৰিয়তে বিপুল পৰিমাণৰ সোণ পোৱা নাযায়। কিন্তু সোণক যদি কৌশলগত খনিজৰ মৰ্যাদা দিয়া হয় তেন্তে খননৰ পৰিমাণ বৃদ্ধি পাব পাৰে আৰু ফলত সোণৰ মূল্য বৃদ্ধি হোৱাৰ সম্ভাৱনা থাকে।

বৰ্তমান দেশৰ যিকোনো প্ৰান্তত খনন কাৰ্যৰ বাবে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ পৰা পৰিৱেশ, বন আৰু অন্যান্য অনুমতিৰ প্ৰয়োজন। কিন্তু সোণে যদি কৌশলগত খনিজৰ মৰ্যাদা পায়, তেন্তে এই জটিল প্ৰক্ৰিয়াটো বহুত সহজ হ’ব পাৰে। এই বিষয়ত ডব্লিউ জি চি ইণ্ডিয়াৰ আঞ্চলিক মুখ্য কাৰ্যবাহী বিষয়া শচীন জৈনে পি টি আইক সুকীয়া সাক্ষাৎকাৰ দিয়ে। তেওঁৰ মতে, যদি এই মৰ্যাদা লাভ কৰা হয়, তেন্তে ‘একক উইণ্ড’ চিষ্টেম’ৰ জৰিয়তে খননৰ অনুমতি পোৱাটো বহুত সহজ হ’ব। ফলত কেইবামাহো ধৰি খনন কোম্পানীয়ে ৰাজ্য চৰকাৰৰ বিভিন্ন কাৰ্যালয়লৈ যাব নালাগিব। বৰং কেন্দ্ৰীয় চৰকাৰৰ পৰা সকলো অনুমতি একে ঠাইতে লোৱাৰ সুযোগ থাকিব পাৰে।

সোণৰ আমদানিৰ বাবে চাপ বাঢ়িছে

সোণৰ আমদানিৰ বাবে দেশৰ বৈদেশিক মুদ্ৰাৰ মজুতৰ ওপৰত হেঁচা সৃষ্টি হৈছে আৰু চলিত একাউণ্টৰ ঘাটিও বৃদ্ধি পাইছে। সেয়ে দেশত সোণ খনন আৰু উৎপাদন বৃদ্ধি কৰিব বিচাৰিছে ডব্লিউ জি চিয়ে।
ইফালে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সোণ ক্ৰয়ত এবছৰৰ বাবে নিষেধাজ্ঞা আৰোপ কৰাৰ আহ্বান জনোৱাৰ কথাও উল্লেখ আছে। আনহাতে কেতিয়াবা সোণৰ চাহিদা কমি যায়, কেতিয়াবা বাঢ়ি যায়। সম্প্ৰতি পুনৰ বৃদ্ধি পাইছে সোণৰ মূল্য। ইয়াৰ পিছতো বহুতে গহনা ক্ৰয় কৰি আছে। কিন্তু এই সপ্তাহত সোণৰ মূল্য বৃদ্ধি পোৱাৰ লগে লগে সাধাৰণ ৰাইজৰ লগতে মধ্যবিত্ত শ্ৰেণীৰ মাজত উদ্বেগ সৃষ্টি হৈছে।

বিয়া আৰু বিভিন্ন শুভ অনুষ্ঠানৰ বাবে মানুহে সোণ ক্ৰয় কৰে। দাম যিয়েই নহওক কিয়, বহু ক্ষেত্ৰত তেওঁলোকে সোণ কিনিবলৈ বাধ্য হয়। অৱশ্যে দাম কমি গ’লে কিছু সকাহ পোৱা যায়। কিন্তু এতিয়া দাম বৃদ্ধি পোৱাৰ লগে লগে উদ্বেগ বাঢ়িছে। ইয়াৰ ভিতৰত এটা প্ৰশ্ন উত্থাপন হৈছে যে ডব্লিউ জি চিৰ দৰে সংস্থাৰ এই প্ৰস্তাৱ কাৰ্যকৰী হ’ব নে নহয়। যদি সোণক কৌশলগত খনিজৰ মৰ্যাদা দিয়া হয়, তেন্তে হঠাতে ইয়াৰ মূল্য বৃদ্ধি পাব পাৰে। সোণৰ মূল্য বৃদ্ধিৰ আঁৰৰ অন্যতম কাৰণ এইটোৱেই হ’ব পাৰে। ফলত পুনৰ সোণৰ দাম বৃদ্ধি হ’ব নে নহয় সেই লৈ সাধাৰণ ৰাইজৰ মাজত উদ্বেগ সৃষ্টি হৈছে।

দেশত সোণৰ উৎপাদন বৃদ্ধি হ’লে সোণৰ মূল্য হ্ৰাস পাবনে?

দেশত সোণৰ উৎপাদন বৃদ্ধি হ’লে সোণৰ দাম কমি যাব পাৰে। কিন্তু বাস্তৱত এনে হোৱাৰ সম্ভাৱনা কম। কাৰণ, ভাৰতৰ আভ্যন্তৰীণ পৰিস্থিতিৰ লগতে আন্তঃৰাষ্ট্ৰীয় বজাৰৰ পৰিস্থিতিৰ ওপৰত ভিত্তি কৰি কেন্দ্ৰীয় চৰকাৰে সোণৰ মূল্য নিৰ্ধাৰণ কৰে।

বৰ্তমান ইৰাণৰ সৈতে যুদ্ধৰ ভাবুকি আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰত তেলৰ যোগানৰ সংকট। এনে অনিশ্চয়তাৰ সৃষ্টি হ’লে সাধাৰণতে মানুহে সোণক নিৰাপদ বিনিয়োগ বা ‘নিৰাপদ আশ্ৰয়’ বুলি গণ্য কৰে আৰু সোণত বিনিয়োগ বৃদ্ধি কৰে।
ইয়াৰ বাহিৰেও আন এটা গুৰুত্বপূৰ্ণ কাৰক আছে। কেইবামাহো ধৰি ডলাৰৰ মূল্য হ্ৰাস পাইছে। উল্লেখ কৰা হৈছে যে ৬ জুলাইৰ পৰা ৬ আগষ্টলৈকে ডলাৰৰ মূল্য ১.০৫ শতাংশ হ্ৰাস পাইছে।ফলত আমেৰিকাৰ বণ্ডৰ পৰা বিনিয়োগ উলিওৱা হৈছে আৰু সেই ধন সোণত বিনিয়োগ কৰা হৈছে। আৰু এই কাৰণেই শেহতীয়াকৈ পুনৰ বৃদ্ধি পাইছে সোণৰ দাম।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দেখাত বিলাহীত দৰে, কিন্তু এই ফলে টিউমাৰ পৰা কৰ্কটৰ সম্ভাৱনা কৰে হ্ৰাস!
জীৱনশৈলী

দেখাত বিলাহীত দৰে, কিন্তু এই ফলে টিউমাৰ পৰা কৰ্কটৰ সম্ভাৱনা কৰে হ্ৰাস!

August 9, 2026
সুকন্যা সমৃদ্ধি যোজনাত প্ৰতিমাহে কৰক ৫০০ টকা জমা, মেচিউৰিটিৰ সময়ত কিমান টকা পাব জানি লওক
বাণিজ্য

সুকন্যা সমৃদ্ধি যোজনাত প্ৰতিমাহে কৰক ৫০০ টকা জমা, মেচিউৰিটিৰ সময়ত কিমান টকা পাব জানি লওক

August 9, 2026
একাধিক নাৰীৰ সংগ, ৩০৮ বাৰ প্ৰেম, তিনিবাৰ বিবাহ! ঐশ্বৰ্যক লগ পোৱাৰ পূৰ্বে এইজন অভিনেতাই পাইছিল ভাবুকি
বিনোদন

একাধিক নাৰীৰ সংগ, ৩০৮ বাৰ প্ৰেম, তিনিবাৰ বিবাহ! ঐশ্বৰ্যক লগ পোৱাৰ পূৰ্বে এইজন অভিনেতাই পাইছিল ভাবুকি

August 9, 2026
কোনগৰাকী বিজেপিৰ নেতা ৰাহুল গান্ধীৰ প্ৰিয়? Gen-Zৰে হোৱা বাৰ্তালাপত ৰাহুল গান্ধীৰ অকপট স্বীকাৰোক্তি
ভাৰত

কোনগৰাকী বিজেপিৰ নেতা ৰাহুল গান্ধীৰ প্ৰিয়? Gen-Zৰে হোৱা বাৰ্তালাপত ৰাহুল গান্ধীৰ অকপট স্বীকাৰোক্তি

August 9, 2026
Next Post
সুকন্যা সমৃদ্ধি যোজনাত প্ৰতিমাহে কৰক ৫০০ টকা জমা, মেচিউৰিটিৰ সময়ত কিমান টকা পাব জানি লওক

সুকন্যা সমৃদ্ধি যোজনাত প্ৰতিমাহে কৰক ৫০০ টকা জমা, মেচিউৰিটিৰ সময়ত কিমান টকা পাব জানি লওক

দেখাত বিলাহীত দৰে, কিন্তু এই ফলে টিউমাৰ পৰা কৰ্কটৰ সম্ভাৱনা কৰে হ্ৰাস!

দেখাত বিলাহীত দৰে, কিন্তু এই ফলে টিউমাৰ পৰা কৰ্কটৰ সম্ভাৱনা কৰে হ্ৰাস!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.