• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১টকা ঘোচ লৈ চাকৰি গ’লঃ দৰিদ্ৰক ঠগি হাতেলোটে বিধায়কৰ হাতত পৰিল চিকিৎসাকৰ্মী

2 years ago
বকেয়া কাম দ্ৰুত শেষ কৰক, মন্ত্ৰিপৰিষদৰ বৈঠকত দেশৰ ভৱিষ্যতক লৈ কি কি সিদ্ধান্ত? মধ্যপ্ৰাচ্যৰ যুদ্ধ পৰিস্থিতি, কি হ’ব পাৰে দেশৰ ভৱিষ্যত?

24 minutes ago
বিবাহ বিচ্ছেদৰ পাছত স্বামীৰ কি কি সম্পত্তিৰ দাবী কৰিব নোৱাৰে মহিলাই? কি আছে আইনত?

45 minutes ago
মাত্ৰ ৫০ বছৰ বয়সৰ ভিতৰতেই ২ কোটি টকাৰ মালিক হোৱাৰ সপোন দেখিছে? যদি ৩০ বছৰ বয়স হয় তেন্তে কিমান টকাৰ SIP কৰিব?

54 minutes ago
গজকেশৰী আৰু বুধাদিত্য যোগৰ ডাবল ধামাকা, আজিৰ পৰাই ৫ৰাশিৰ কেৰিয়াৰত উন্নতি, অৰ্থকষ্ট শেষ হ’ব কাৰ কাৰ?

1 hour ago
জুন মাহত ৫গ্ৰহৰ অৱস্থান সলনিত গঠিত হ’ব ৩টাকৈ ৰাজযোগ, সলনি হ’ব এই ৪ৰাশিৰ জীৱন

2 hours ago
এটা ভাৱনাৰ পৰা সপোন আৰু সপোনৰ পৰা বাস্তৱ, এয়াতো আপোনাৰ আৰম্ভণিহে মুখ্যমন্ত্ৰী বিজয়, বিজয়ৰ হাতত বিশেষ নম্বৰপ্লেট তুলি কি ক’লে ভেংকট প্ৰভূৱে

3 hours ago
চৰকাৰী সংস্থা বা আইনী ক্ষমতা থকা প্ৰতিষ্ঠানৰ পৰা দিয়া হৈছিল বন্ধ কৰাৰ নিৰ্দেশনা! ভাৰতত বন্ধ হ’ল ককৰ’চ জনতা পাৰ্টীৰ এক্স হেণ্ডেল

4 hours ago
বিবাহতকৈ লিভ-ইন সম্পৰ্কত থাকিবলৈ ভালপায় এই ৫ৰাশিৰ জাতকে!

15 hours ago
চলিত মে মাহতেই ৬ দিন বন্ধ থাকিব SBI বেংক? কিন্তু কিয়?

16 hours ago
PNBত ৩ লাখ টকা জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব? সুদ কিমান পাব?

শুক্ৰৰ সমৃদ্ধি, গুৰুৰ কৃপা পাব ৫ৰাশিয়ে, ২ জুনৰ পৰা ব্যাপক সাফল্য, উন্নতি

17 hours ago
ট্ৰেফিক আৰক্ষীৰ ইউনিফৰ্মৰ ৰং কিয় বগা? আঁৰৰ কাৰণ জানেনে?

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, May 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

১টকা ঘোচ লৈ চাকৰি গ’লঃ দৰিদ্ৰক ঠগি হাতেলোটে বিধায়কৰ হাতত পৰিল চিকিৎসাকৰ্মী

১টকা ঘোচ লৈ চাকৰি গ’লঃ দৰিদ্ৰক ঠগি হাতেলোটে বিধায়কৰ হাতত পৰিল চিকিৎসাকৰ্মী

editor by editor
September 19, 2024
in অপৰাধ, জীৱনশৈলী, বিবিধ, ভাৰত, ৰাজনীতি, লেখা, স্বাস্থ্য
0
১টকা ঘোচ লৈ চাকৰি গ’লঃ দৰিদ্ৰক ঠগি হাতেলোটে বিধায়কৰ হাতত পৰিল চিকিৎসাকৰ্মী
0
SHARES
328
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দুখীয়া মানুহ বুলি কি চিকিৎসাৰ পৰা বঞ্চিত হ’ব নেকি? চৰকাৰৰ তৰফৰ পৰা দেশজুৰি স্বাস্থ্যকেন্দ্ৰসমূহত বিনামূলীয়া চিকিৎসাৰ ব্যৱস্থা কৰা হৈছে৷ নূন্যতম খৰচতেই সঠিক চিকিৎসা পাব সাধাৰণ মানুহে৷ কিন্তু এই নূন্যতম খৰচত কেইজন দৰিদ্ৰই চিকিৎসা লাভ কৰে চৰকাৰী হাস্পতালত? প্ৰায় প্ৰতিখন চৰকাৰী চিকিৎসালয়ক লৈ ওজৰ আপত্তি কৰে বহুজনে৷

শেহতীয়াকৈ তেনে এক দুৰ্নীতিৰ কথা পোহৰলৈ আহিছে৷ এগৰাকী দৰিদ্ৰ লোকৰ পৰা ১টকাৰ সলনি ২টকা লৈ চাকৰি হেৰুৱালে এগৰাকী ব্যক্তিয়ে৷ বিধায়কৰ হাতত ধৰা পৰাত চৰম পদক্ষেপ ল’লে বিধায়কে৷ ঘটনাটো ঘটিছে উত্তৰ প্ৰদেশৰ জগদৌৰত৷ সোমবাৰে জগদৌৰৰ এক কমিউনিটি হেলথ চেণ্টাৰ পৰিদৰ্শন কৰিবলৈ গৈছিল বিজেপি বিধায়ক প্ৰেম সাগৰ পেটেল৷ দীৰ্ঘদিন ধৰি তেওঁৰ ওচৰলৈ অভিযোগ আহিছিল যে নানান বে-আইনী কাম চলি আহিছিল সেই কমিনিউটি চেণ্টাৰত৷

সেই অভিযোগৰ ভিত্তিতেই পৰিদৰ্শনলৈ আহিছিল বিজেপি বিধায়কগৰাকী৷ তেওঁ পৰিদৰ্শনলৈ অহাৰ কথা কোনোৱে গম পোৱা নাছিল৷ স্বাস্থ্যকেন্দ্ৰলৈ সোমাই তেওঁ দেখা পায় যে চিকিৎসকে সাধাৰণ ৰোগী এগৰাকীৰ পৰা ধন লওঁতে ২টকা বেছিকৈ লৈছিল৷ কিন্তু চৰকাৰে বান্ধি দিয়া ফি অনুসৰি ১টকাহে ল’ব পাৰে৷ ইয়াৰ পাছতেই বিধায়কগৰাকীয়ে ৰোগী আৰু তেওঁলোকৰ পৰিয়ালৰ সৈতে কথা পাতে৷ তেতিয়াই তেওঁ জানিব পাৰে যে চৰকাৰী ঔষধ প্ৰদান নকৰি বাহিৰৰ পৰা ঔষধ ক্ৰয় কৰিবলৈ পৰামৰ্শ দিয়াৰ লগতে প্ৰেছক্ৰাইবো কৰে স্বাস্থ্যকেন্দ্ৰই৷

নিশাৰ ছিফটত মহিলা চিকিৎসকৰ অনুপস্থিতি, সন্তান প্ৰসৱৰ পাছত চৰকাৰৰ তৰফৰ পৰা যি আৰ্থিক সাহায্য দিয়া হয় সেয়া সময়মতে নোপোৱাৰো অভিযোগ লাভ কৰিছিল বিধায়কজনে৷ এই দুৰ্নীতি নিজ চকুৰে দেখাৰ পাছতেই তেওঁ ৰুদ্ৰমূৰ্তি ধৰে৷ ফাৰ্মাষ্টিটক মাতি তেওঁ কয়, ‘আপোনাৰ সাহস কেনেকৈ হ’ল এই দুখীয়া মানুহৰ পৰা ১টকা বেছিকৈ ল’বলৈ? মই গাওঁত ডাঙৰ হৈছো৷ দাৰিদ্ৰতা আৰু অসহায়তা কি বুজি পাওঁ৷ ইয়াত কি হৈছে মোক পৃথককৈ বুজোৱাৰ প্ৰয়োজন নাই৷ মই সকলো জানো৷’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বকেয়া কাম দ্ৰুত শেষ কৰক, মন্ত্ৰিপৰিষদৰ বৈঠকত দেশৰ ভৱিষ্যতক লৈ কি কি সিদ্ধান্ত? মধ্যপ্ৰাচ্যৰ যুদ্ধ পৰিস্থিতি, কি হ’ব পাৰে দেশৰ ভৱিষ্যত?
জীৱনশৈলী

May 22, 2026
বিবাহ বিচ্ছেদৰ পাছত স্বামীৰ কি কি সম্পত্তিৰ দাবী কৰিব নোৱাৰে মহিলাই? কি আছে আইনত?
জীৱনশৈলী

বিবাহ বিচ্ছেদৰ পাছত স্বামীৰ কি কি সম্পত্তিৰ দাবী কৰিব নোৱাৰে মহিলাই? কি আছে আইনত?

May 22, 2026
মাত্ৰ ৫০ বছৰ বয়সৰ ভিতৰতেই ২ কোটি টকাৰ মালিক হোৱাৰ সপোন দেখিছে? যদি ৩০ বছৰ বয়স হয় তেন্তে কিমান টকাৰ SIP কৰিব?
জীৱনশৈলী

মাত্ৰ ৫০ বছৰ বয়সৰ ভিতৰতেই ২ কোটি টকাৰ মালিক হোৱাৰ সপোন দেখিছে? যদি ৩০ বছৰ বয়স হয় তেন্তে কিমান টকাৰ SIP কৰিব?

May 22, 2026
গজকেশৰী আৰু বুধাদিত্য যোগৰ ডাবল ধামাকা, আজিৰ পৰাই ৫ৰাশিৰ কেৰিয়াৰত উন্নতি, অৰ্থকষ্ট শেষ হ’ব কাৰ কাৰ?
জীৱনশৈলী

গজকেশৰী আৰু বুধাদিত্য যোগৰ ডাবল ধামাকা, আজিৰ পৰাই ৫ৰাশিৰ কেৰিয়াৰত উন্নতি, অৰ্থকষ্ট শেষ হ’ব কাৰ কাৰ?

May 22, 2026
Next Post
এইবাৰ পেজাৰ নহয়, টাৰ্গেট মোবাইল! লেবানন, ছিৰিয়াত কোনে কেনেকৈ চলাইছে আ/ক্ৰ/ম/ণ?

আজি সুনীতা উইলিয়ামছৰ ওপজা দিন, ওপজা দিনো মহাকাশতেই পাতিলে সুনীতাই!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন