• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
গোবিন্দাৰ পৰকীয়া প্ৰেমৰ বিষয়ে মুখ খুলিছে পত্নীয়ে, কি ক’লে পত্নী সুনীতাই

গোবিন্দাৰ পৰকীয়া প্ৰেমৰ বিষয়ে মুখ খুলিছে পত্নীয়ে, কি ক’লে পত্নী সুনীতাই

2 months ago
৭০-৭২ বছৰীয়া দম্পতীৰ বিৱাহ বিচ্ছেদৰ কাহিনী দেশজুৰি চৰ্চাত

৭০-৭২ বছৰীয়া দম্পতীৰ বিৱাহ বিচ্ছেদৰ কাহিনী দেশজুৰি চৰ্চাত

4 minutes ago
দেশৰ কোন মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আছে কেইটাকৈ অপৰাধমূলক গোচৰ?

দেশৰ কোন মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আছে কেইটাকৈ অপৰাধমূলক গোচৰ?

26 minutes ago
দেৰিকৈ খায় নেকি ৰাতিৰ আহাৰ? অজানিতে শৰীৰলৈ নিমন্ত্ৰণ দিছে এই মাৰাত্মক ৰোগ

দেৰিকৈ খায় নেকি ৰাতিৰ আহাৰ? অজানিতে শৰীৰলৈ নিমন্ত্ৰণ দিছে এই মাৰাত্মক ৰোগ

1 hour ago
ৰাম মন্দিৰৰ দানপাত্ৰ চুৰি গোচৰ, চম্পট ৰায় আৰু অনিল মিশ্ৰক ক্লীন-শ্বীট SITৰ

ৰাম মন্দিৰৰ দানপাত্ৰ চুৰি গোচৰ, চম্পট ৰায় আৰু অনিল মিশ্ৰক ক্লীন-শ্বীট SITৰ

2 hours ago
ৰাণী স্বৰ্ণকাৰেৰে বিতৰ্কৰ মাজতে এইবাৰ আকৌ কি নতুন বিতৰ্কত গোবিন্দ?

ৰাণী স্বৰ্ণকাৰেৰে বিতৰ্কৰ মাজতে এইবাৰ আকৌ কি নতুন বিতৰ্কত গোবিন্দ?

2 hours ago
গোপন অংগৰ বাবেই ১৬ বছৰীয়া কিশোৰক হ*ত্যা

গোপন অংগৰ বাবেই ১৬ বছৰীয়া কিশোৰক হ*ত্যা

2 hours ago
এই ৫ ৰাশিয়ে গ্ৰহৰ শুভ স্থিতিৰ পাব ভৰপূৰ লাভ, মাথোঁ কৰক এই কাম

এই ৫ ৰাশিয়ে গ্ৰহৰ শুভ স্থিতিৰ পাব ভৰপূৰ লাভ, মাথোঁ কৰক এই কাম

4 hours ago
ইৰানত ট্ৰাম্পৰ SECRET CONNECTION!

ইৰানত ট্ৰাম্পৰ SECRET CONNECTION!

4 hours ago
বিশ্বৰ কোনেও কৰিব নোৱাৰা কাম কৰিলে ৰবীন্দ্ৰ জাদেজাই

বিশ্বৰ কোনেও কৰিব নোৱাৰা কাম কৰিলে ৰবীন্দ্ৰ জাদেজাই

6 hours ago
মুখ্যমন্ত্ৰীকো গ্ৰেপ্তাৰ কৰিবলৈ ভয় নকৰা ‘লেডী সিংহাম’ৰ ডি ৰূপাৰ কাহিনী!

মুখ্যমন্ত্ৰীকো গ্ৰেপ্তাৰ কৰিবলৈ ভয় নকৰা ‘লেডী সিংহাম’ৰ ডি ৰূপাৰ কাহিনী!

7 hours ago
ব্যৱসায়, চাকৰিত নতুন সুযোগ; আৰ্থিক সঁহাৰিকে ধৰি আছে নতুন খবৰ

ব্যৱসায়, চাকৰিত নতুন সুযোগ; আৰ্থিক সঁহাৰিকে ধৰি আছে নতুন খবৰ

7 hours ago
ভয়ংকৰ কূটাঘাতৰ পৰা ৰক্ষা পৰিল ভাৰত!

ভয়ংকৰ কূটাঘাতৰ পৰা ৰক্ষা পৰিল ভাৰত!

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, August 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

গোবিন্দাৰ পৰকীয়া প্ৰেমৰ বিষয়ে মুখ খুলিছে পত্নীয়ে, কি ক’লে পত্নী সুনীতাই

এতিয়া আৰু একেলগে নাথাকে গোবিন্দ আৰু সুনীতা!

editor by editor
July 3, 2026
in চিনেমা, বিনোদন, ভাৰত
0
গোবিন্দাৰ পৰকীয়া প্ৰেমৰ বিষয়ে মুখ খুলিছে পত্নীয়ে, কি ক’লে পত্নী সুনীতাই
0
SHARES
967
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বলীউডৰ জনপ্ৰিয় অভিনেতা গোবিন্দা আৰু তেওঁৰ পত্নী সুনীতা আহুজাৰ দাম্পত্য জীৱনক লৈ বহু বছৰ ধৰি বিভিন্ন গুজৱ আৰু চৰ্চা চলি আহিছে। কিন্তু এইবাৰ সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই নিজেই মুখ খুলিলে সুনীতা আহুজাই । এটা ৰিয়েলিটি শ্ব’ত অংশগ্ৰহণ কৰি তেওঁ দিয়া কিছুমান মন্তব্যই এতিয়া ছ’চিয়েল মিডিয়াৰ পৰা আৰম্ভ কৰি মনোৰঞ্জন জগতলৈকে তুমূল চাঞ্চল্যৰ সৃষ্টি কৰিছে। শ্ব’টোৰ শেহতীয়া এটা খণ্ডত সহ-প্ৰতিযোগী শ্ৰেয়া কালৰাই সুনীতাক গোবিন্দাৰ কথিত পৰকীয়া প্ৰেম সম্পৰ্ক আৰু বিবাহিত জীৱনত পোৱা আঘাতৰ বিষয়ে সোধাত তেওঁ অকপটে কয়, ‘যদি হৈছিল, এতিয়া আৰু কি কৰিব পাৰি? আৰম্ভণিৰে পৰাই এনেকুৱা হৈছিল। তেওঁ এজন হিৰো আছিল, সেয়ে বেছি একো ক’ব নোৱাৰিলোঁ। এতিয়া এইবোৰ কথা ভাবি থাকিলে মোৰ ডায়েবেটিছহে বাঢ়িব। গতিকে যিদৰে চলি আছে, তেনেকৈয়ে চলিবলৈ দিছোঁ।’
এই মন্তব্যৰ পিছতে যেতিয়া তেওঁক সোধা হয় যে এইবোৰে তেওঁক কষ্ট নিদিয়ে নেকি, তেতিয়া সুনীতাৰ উত্তৰে বহু দৰ্শকৰ মন স্পৰ্শ কৰে। তেওঁ কয়, ‘এতিয়া মই কেৱল মোৰ সন্তানৰ বাবেই জীয়াই আছোঁ। জীৱনত বহু কথা সহ্য কৰিবলগীয়া হৈছে।’

এতিয়া আৰু একেলগে নাথাকে গোবিন্দ আৰু সুনীতা!

গোবিন্দাই এতিয়াও যদি একেধৰণৰ কাম কৰে, তেন্তে তেওঁ কি কৰিব বুলি সোধা প্ৰশ্নত সুনীতাই অত্যন্ত বাস্তৱসন্মত উত্তৰ দিয়ে। তেওঁ কয়, ‘কাকো জোৰ কৰি ধৰি ৰাখিব নোৱাৰি। মই নে ২৪ ঘণ্টাই তেওঁৰ কাষতে বহি থাকিম নেকি? তেনে কৰিলে তেৱোঁ বিৰক্ত হ’ব। সেয়ে এতিয়া এইবোৰ বিষয়ত মই একেবাৰেই গুৰুত্ব নিদিওঁ।’ ইয়াৰ লগে লগে এক আচৰিত তথ্য প্ৰকাশ কৰি সুনীতাই জনায় যে তেওঁলোক একেলগে থকাৰ সলনি পৃথক পৃথক ঘৰতে বাস কৰে। তেওঁৰ ভাষাত, ‘আমাৰ দুটা ঘৰ আছে। তেওঁৰ ঘৰলৈ সদায় মানুহৰ অহা-যোৱা চলি থাকে। কিন্তু মোৰ ব্যক্তিগত জীৱন আৰু শান্তি ভাল লাগে, সেয়ে মই পৃথক কৈ থাকোঁ।’ উল্লেখযোগ্য যে, প্ৰথমবাৰৰ বাবে সুনীতাই গোবিন্দাৰ কথিত পৰকীয়া সম্পৰ্কৰ বিষয়ে মন্তব্য কৰিছে যে এইটো নহয়। শ্ব’টোৰ আৰম্ভণিৰ পৰ্বতো তেওঁ স্বীকাৰ কৰিছিল যে বিবাহিত জীৱনত গোবিন্দাৰ একাধিক সম্পৰ্কৰ কথা তেওঁ জানিছিল। তথাপিও, নিজৰ ভালপোৱা আৰু সংসাৰ বচাই ৰাখিবলৈ তেওঁ বহু আপোচ আৰু ত্যাগ স্বীকাৰ কৰিছিল বুলি কয়। আনহাতে, জীৱনত পুনৰ প্ৰেমৰ কথা ভাবিব নেকি বুলি সোধাত সুনীতাই স্পষ্ট ভাষাৰে কয়, ‘নাই। এতিয়া সেই বয়সো নাই, ইচ্ছাও নাই। জীৱনত যি চাবলগীয়া আৰু অনুভৱ কৰিবলগীয়া আছিল, সেয়া বহুত আগতেই কৰি শেষ কৰিছোঁ।’ সুনীতা আহুজাৰ এই অকপট স্বীকাৰোক্তিৰ পিছত মনোৰঞ্জন জগতত নতুনকৈ আৰম্ভ হৈছে গোবিন্দা-সুনীতাৰ সম্পৰ্কক লৈ জোৰদাৰ আলোচনা। অৱশ্যে, গোবিন্দাই এতিয়ালৈকে পত্নীৰ এই মন্তব্যৰ ওপৰত কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24Govinda
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৭০-৭২ বছৰীয়া দম্পতীৰ বিৱাহ বিচ্ছেদৰ কাহিনী দেশজুৰি চৰ্চাত
জীৱনশৈলী

৭০-৭২ বছৰীয়া দম্পতীৰ বিৱাহ বিচ্ছেদৰ কাহিনী দেশজুৰি চৰ্চাত

August 18, 2026
দেশৰ কোন মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আছে কেইটাকৈ অপৰাধমূলক গোচৰ?
অপৰাধ

দেশৰ কোন মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আছে কেইটাকৈ অপৰাধমূলক গোচৰ?

August 18, 2026
ৰাম মন্দিৰৰ দানপাত্ৰ চুৰি গোচৰ, চম্পট ৰায় আৰু অনিল মিশ্ৰক ক্লীন-শ্বীট SITৰ
অপৰাধ

ৰাম মন্দিৰৰ দানপাত্ৰ চুৰি গোচৰ, চম্পট ৰায় আৰু অনিল মিশ্ৰক ক্লীন-শ্বীট SITৰ

August 18, 2026
ৰাণী স্বৰ্ণকাৰেৰে বিতৰ্কৰ মাজতে এইবাৰ আকৌ কি নতুন বিতৰ্কত গোবিন্দ?
বিনোদন

ৰাণী স্বৰ্ণকাৰেৰে বিতৰ্কৰ মাজতে এইবাৰ আকৌ কি নতুন বিতৰ্কত গোবিন্দ?

August 18, 2026
Next Post
ফোন চাৰ্জ কৰাৰ এই সাধাৰণ ভুলে কমাব পাৰে বেটেৰীৰ আয়ুস! বিশেষজ্ঞৰ সতৰ্কবাণী

ফোন চাৰ্জ কৰাৰ এই সাধাৰণ ভুলে কমাব পাৰে বেটেৰীৰ আয়ুস! বিশেষজ্ঞৰ সতৰ্কবাণী

অফিচত সকলোৱে কৰিব ভয়, মাত্ৰ মানি চলক চাণক্যৰ এই নীতি!

অফিচত সকলোৱে কৰিব ভয়, মাত্ৰ মানি চলক চাণক্যৰ এই নীতি!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.