• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৭.৮ লাখ চিম, ৩ হাজাৰ স্কাইপ আইডি আৰু ৮৩ হাজাৰ হোৱাটছএপ একাউণ্ট ব্লক চৰকাৰৰ

৭.৮ লাখ চিম, ৩ হাজাৰ স্কাইপ আইডি আৰু ৮৩ হাজাৰ হোৱাটছএপ একাউণ্ট ব্লক চৰকাৰৰ

2 years ago
কেনে যাব আপোনাৰ আজিৰ দিনটো?

কেনে যাব আপোনাৰ আজিৰ দিনটো?

40 minutes ago
নিশাৰ যোৰহাটত উত্তপ্ত পৰিস্থিতি

নিশাৰ যোৰহাটত উত্তপ্ত পৰিস্থিতি

54 minutes ago
‘মহিলাসকলেও স্বৰ্গত ৭২ জন পুৰুষ পাব…’

‘মহিলাসকলেও স্বৰ্গত ৭২ জন পুৰুষ পাব…’

1 hour ago
ছ’চিয়েল মিডিয়াত কৰা এটা পোষ্টৰ বাবে মৃত্যুদণ্ডৰ শাস্তি!

ছ’চিয়েল মিডিয়াত কৰা এটা পোষ্টৰ বাবে মৃত্যুদণ্ডৰ শাস্তি!

2 hours ago
‘পৰিচালকে দুপৰ নিশা নিজৰ ৰূমলৈ মাতি নিলে আৰু…’

‘পৰিচালকে দুপৰ নিশা নিজৰ ৰূমলৈ মাতি নিলে আৰু…’

2 hours ago
গুৱাহাটীৰ গ্ৰীন বাছত যুৱতীৰ শ্লীলতা হানি!

গুৱাহাটীৰ গ্ৰীন বাছত যুৱতীৰ শ্লীলতা হানি!

3 hours ago
শীঘ্ৰেই ৰাহুল গান্ধীৰ আহি আছে ভাল দিন!

শীঘ্ৰেই ৰাহুল গান্ধীৰ আহি আছে ভাল দিন!

4 hours ago
চীনত নতুনকৈ আৱিষ্কাৰ ১১,৭০০ প্ৰকাৰৰ ভাইৰাছ

চীনত নতুনকৈ আৱিষ্কাৰ ১১,৭০০ প্ৰকাৰৰ ভাইৰাছ

5 hours ago
সুখবৰ! দুৰ্গা পূজাৰ পূৰ্বে এইসকল কৰ্মচাৰীয়ে পাব মোটা অংকৰ বোনাছ

সুখবৰ! দুৰ্গা পূজাৰ পূৰ্বে এইসকল কৰ্মচাৰীয়ে পাব মোটা অংকৰ বোনাছ

5 hours ago
হৃদয়বিদাৰক! ৰাজ্যত কেতিয়াও নঘটা ঘটনা

হৃদয়বিদাৰক! ৰাজ্যত কেতিয়াও নঘটা ঘটনা

6 hours ago
চৰম শাস্তিৰ ৰায়ৰ পিছতে আদালতত কাতৰ আহ্বান মুস্কানৰ

চৰম শাস্তিৰ ৰায়ৰ পিছতে আদালতত কাতৰ আহ্বান মুস্কানৰ

7 hours ago
‘আমেৰিকাৰ পৰা ধন লাভ কৰে CJP-এ’ মাৰ্কিন কণ্ঠশিল্পীৰ বিস্ফোৰক মন্তব্য

‘আমেৰিকাৰ পৰা ধন লাভ কৰে CJP-এ’ মাৰ্কিন কণ্ঠশিল্পীৰ বিস্ফোৰক মন্তব্য

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

৭.৮ লাখ চিম, ৩ হাজাৰ স্কাইপ আইডি আৰু ৮৩ হাজাৰ হোৱাটছএপ একাউণ্ট ব্লক চৰকাৰৰ

editor by editor
March 26, 2025
in বিবিধ, ভাৰত, ৰাজনীতি
0
৭.৮ লাখ চিম, ৩ হাজাৰ স্কাইপ আইডি আৰু ৮৩ হাজাৰ হোৱাটছএপ একাউণ্ট ব্লক চৰকাৰৰ
0
SHARES
889
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

৭.৮ লাখ চিম, ৩ হাজাৰ স্কাইপ আইডি আৰু ৮৩ হাজাৰ হোৱাটছএপ একাউণ্ট ব্লক চৰকাৰৰ

চাইবাৰ জালিয়াতিৰ বিৰুদ্ধে চৰকাৰৰ কঠোৰতা অব্যাহত আছে। প্ৰকাশিত তথ্য অনুসৰি, চলিত বৰ্ষৰ ফেব্ৰুৱাৰীলৈকে ৭.৮ লাখতকৈ অধিক চিম কাৰ্ড, ৩ হাজাৰতকৈ অধিক স্কাইপ আইডি লগতে ৮৩ হাজাৰতকৈ অধিক হোৱাটছএপ একাউণ্ট ব্লক কৰিছে চৰকাৰে।

লোকসভাত ডিজিটেল জালিয়াতিৰ বিৰুদ্ধে গ্ৰহণ কৰা কঠোৰ ব্যৱস্থাৰ তথ্য সদৰি চৰকাৰৰ। কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী বন্দী সঞ্জয় কুমাৰে লোকসভাত সোধা এটা লিখিত প্ৰশ্নৰ উত্তৰ দিওঁতে এই তথ্য প্ৰদান কৰে।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে ২৮ ফেব্ৰুৱাৰীলৈকে সংস্থাটোৱে ডিজিটেল জালিয়াতিৰ সৈতে জড়িত ৭.৮১ লাখৰো অধিক চিম কাৰ্ড ব্লক কৰিছে। কেৱল সেয়াই নহয়, চৰকাৰে ২,০৮,৪৬৯টা আইএমইআই নম্বৰো ব্লক কৰিছে। চাইবাৰ অপৰাধৰ বাবে ব্যৱহাৰ কৰা হৈছিল এই সমূহ।

ইয়াৰ উপৰিও গৃহ মন্ত্ৰালয়ৰ সহযোগী সংস্থা I4C য়ে ৩,৯৬২ টা স্কাইপ আইডি চিনাক্ত কৰি ব্লক কৰিছে। ইয়াৰ উপৰিও সংস্থাটোৱে ৮৩,৬৬৮টা হোৱাটছএপ একাউণ্টো ব্লক কৰিছে।

লোকসভাত ভাষণ দি কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰীয়ে কয় যে ২০২১ চনত মোডী চৰকাৰে I4C আৰম্ভ কৰিছিল। এইটো এটা দ্ৰুত সঁহাৰি সংস্থা যিয়ে বিত্তীয় জালিয়াতিৰ ক্ষেত্ৰত তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰে। এই পৰ্যন্ত ১৩.৩৬ লাখ অভিযোগত ৰাহি হৈছে ৪৩৮৯ কোটি টকা। ইয়াৰ উপৰিও চাইবাৰ জালিয়াতিৰ বাবেও চৰকাৰে আৰম্ভ কৰিছে ৰাষ্ট্ৰীয় হেল্পলাইন নম্বৰ ১৯৩০।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: cyber crimeIndian GovernmentScam Cyber Scam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কেনে যাব আপোনাৰ আজিৰ দিনটো?
জীৱনশৈলী

কেনে যাব আপোনাৰ আজিৰ দিনটো?

October 15, 2026
‘মহিলাসকলেও স্বৰ্গত ৭২ জন পুৰুষ পাব…’
জীৱনশৈলী

‘মহিলাসকলেও স্বৰ্গত ৭২ জন পুৰুষ পাব…’

October 14, 2026
ছ’চিয়েল মিডিয়াত কৰা এটা পোষ্টৰ বাবে মৃত্যুদণ্ডৰ শাস্তি!
বিশ্ব

ছ’চিয়েল মিডিয়াত কৰা এটা পোষ্টৰ বাবে মৃত্যুদণ্ডৰ শাস্তি!

October 14, 2026
‘পৰিচালকে দুপৰ নিশা নিজৰ ৰূমলৈ মাতি নিলে আৰু…’
বিনোদন

‘পৰিচালকে দুপৰ নিশা নিজৰ ৰূমলৈ মাতি নিলে আৰু…’

October 14, 2026
Next Post
বুধৰ ট্ৰেনজিতে আনিব পৰিবৰ্তন, কঠিন সময় আহিব ৪ ৰাশিৰ জীৱনলৈ

বুধৰ ট্ৰেনজিতে আনিব পৰিবৰ্তন, কঠিন সময় আহিব ৪ ৰাশিৰ জীৱনলৈ

ভাৰতত কেতিয়া উদযাপন কৰা হ’ব ঈদ-উল-ফিতৰ? চৌদি আৰৱত ঘোষণা দিন

ভাৰতত কেতিয়া উদযাপন কৰা হ'ব ঈদ-উল-ফিতৰ? চৌদি আৰৱত ঘোষণা দিন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.