• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এক্স গাৰ্লফ্ৰেণ্ডৰ এটা ফোনকলৰ পাছতেই  ৰভাতলীত লাগিল হুৱা-দুৱা, দৰা এতিয়া ৰঙাঘৰৰ আলহী…

এক্স গাৰ্লফ্ৰেণ্ডৰ এটা ফোনকলৰ পাছতেই ৰভাতলীত লাগিল হুৱা-দুৱা, দৰা এতিয়া ৰঙাঘৰৰ আলহী…

5 years ago
জন্নত নচিব কৰক… জনসমুদ্ৰত পৰিণত ছিদ্দিক আহমেদৰ শেষ যাত্ৰা

জন্নত নচিব কৰক… জনসমুদ্ৰত পৰিণত ছিদ্দিক আহমেদৰ শেষ যাত্ৰা

53 minutes ago
UPI Payment: ইণ্টাৰনেট অবিহনে কৰক UPI পেমেণ্ট! RBI আগবঢ়াইছে নতুন সেৱা

UPI Payment: ইণ্টাৰনেট অবিহনে কৰক UPI পেমেণ্ট! RBI আগবঢ়াইছে নতুন সেৱা

2 hours ago
Ghugni English Name: আপুনি জানেনে ইংৰাজীত ঘুগুনিক কি বুলি কয়? ৯৯% লোকে নোৱাৰে শুদ্ধ উত্তৰ

Ghugni English Name: আপুনি জানেনে ইংৰাজীত ঘুগুনিক কি বুলি কয়? ৯৯% লোকে নোৱাৰে শুদ্ধ উত্তৰ

2 hours ago
social media

Workplace Jealousy: অফিচৰ ঈৰ্ষা কৰা সহকৰ্মীৰ পৰা সাৱধান! লক্ষণসমূহ দেখিলেই আঁতৰি থাকক

3 hours ago
ৰাণু মণ্ডলক মনত আছেনে? এতিয়া হ’ল  নতুন ঘৰৰ মালিকনী!

ৰাণু মণ্ডলক মনত আছেনে? এতিয়া হ’ল নতুন ঘৰৰ মালিকনী!

4 hours ago
কম বয়সত হাৰ্ট এটেক, এই ৫ টা অভ্যাসে বিপদ মাতিব আপোনাৰ!

গৰমত বৃদ্ধি পায় নেকি হাৰ্ট এটেকৰ সমস্যা, অৱহেলা নকৰিব এইবোৰ লক্ষণ!

5 hours ago
Foul Breath: দাঁত ব্ৰাছ কৰাৰ পিছতো মুখৰ দুৰ্গন্ধ? আঁৰত আছে ডাঙৰ কাৰণ

Foul Breath: দাঁত ব্ৰাছ কৰাৰ পিছতো মুখৰ দুৰ্গন্ধ? আঁৰত আছে ডাঙৰ কাৰণ

18 hours ago
১৩ ছেপ্তেম্বৰ ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! লাভৰ লগতে পাব সুখবৰ

১৩ ছেপ্তেম্বৰ ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! লাভৰ লগতে পাব সুখবৰ

18 hours ago
Neena Gupta: ‘হয়, মই গৰ্ভৱতী!’ নীনা গুপ্তাই এয়া কি দিলে?

Neena Gupta: ‘হয়, মই গৰ্ভৱতী!’ নীনা গুপ্তাই এয়া কি দিলে?

19 hours ago
এল পি জি সংযোগ কেনেকৈ স্থানান্তৰ কৰিব? ঘৰ সলনি কৰিলে নকৰিব ভুল!

এল পি জি সংযোগ কেনেকৈ স্থানান্তৰ কৰিব? ঘৰ সলনি কৰিলে নকৰিব ভুল!

19 hours ago
উত্তৰ-পূব ভাৰতৰ প্ৰথম ৰাজ্য কোনখন? ৯৯% লোকে নাজানে সঠিক উত্তৰ

উত্তৰ-পূব ভাৰতৰ প্ৰথম ৰাজ্য কোনখন? ৯৯% লোকে নাজানে সঠিক উত্তৰ

20 hours ago
মেষ ৰাশিকে ধৰি এই ৪ ৰাশি সাৱধান, আহি আছে ডাঙৰ বিপদ!

১৩ ছেপ্তেম্বৰত সলনি হ’ব বুধৰ গতি, ৩ ৰাশিত হ’ব ধনৰ বৰষুণ!

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, September 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

এক্স গাৰ্লফ্ৰেণ্ডৰ এটা ফোনকলৰ পাছতেই ৰভাতলীত লাগিল হুৱা-দুৱা, দৰা এতিয়া ৰঙাঘৰৰ আলহী…

editor by editor
November 23, 2021
in অপৰাধ, গুৱাহাটী, বিবিধ, ভাৰত
0
এক্স গাৰ্লফ্ৰেণ্ডৰ এটা ফোনকলৰ পাছতেই  ৰভাতলীত লাগিল হুৱা-দুৱা, দৰা এতিয়া ৰঙাঘৰৰ আলহী…
0
SHARES
4.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ হাজাৰ সপোন বুকুত বান্ধি নতুন জীৱনৰ পাতনি মেলিবলৈ আগবাঢ়িছিল এজন যুৱক৷ ৰভাতলীত উদুলি-মুদুলি পৰিবেশ৷ দৰা-কইনা, দৰাঘৰীয়া-কইনাঘৰীয়া সকলো আনন্দত মতলীয়া৷ আৰম্ভণিৰে পৰা সকলো ঠিকেই আছিল৷ সাত জনমলৈ এটা সম্বন্ধৰে বান্ধ খোৱাৰ পণ ল’বলৈ সাজু হৈছিল মাত্ৰ দৰা-কইনা৷ কিন্তু তেনেতে ঘটিল এটি অথন্তৰ৷ মণ্ডপৰ পৰাই হাতত হেণ্ডকাফ লগাই আৰক্ষীয়ে লৈ গ’ল দৰাক৷ কাৰণ প্ৰেমিকাক ঠগি অন্য এগৰাকীৰে বিয়াত বহাৰ পৰিকল্পনা কৰিছিল দৰাৰূপী ধুৰন্দৰ ৰাহুল কুমাৰ মিশ্ৰাই৷ বিয়া কৰোৱাৰ প্ৰলোভনেৰে প্ৰাক্তন প্ৰেমিকাক শাৰিৰীক অত্যাচাৰ কৰাৰো অভিযোগ আছে ৰাহুল কুমাৰ মিশ্ৰাৰ বিৰুদ্ধে৷ পূৰ্বৰ অভিযোগ তথা প্ৰৱঞ্চনাৰ অভিযোগৰ বাবে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে লোকজনক৷ সম্প্ৰতি ৰঙা ঘৰৰ আলহী প্ৰৱঞ্চক প্ৰেমিক ৰাহুল কুমাৰ মিশ্ৰা৷ এই ঘটনা সংঘটিত হৈছে ঝাৰখণ্ডৰ খড়ৰিয়া জিলাত৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24Best Assamese News Channel
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জন্নত নচিব কৰক… জনসমুদ্ৰত পৰিণত ছিদ্দিক আহমেদৰ শেষ যাত্ৰা
অসম

জন্নত নচিব কৰক… জনসমুদ্ৰত পৰিণত ছিদ্দিক আহমেদৰ শেষ যাত্ৰা

September 13, 2026
UPI Payment: ইণ্টাৰনেট অবিহনে কৰক UPI পেমেণ্ট! RBI আগবঢ়াইছে নতুন সেৱা
বাণিজ্য

UPI Payment: ইণ্টাৰনেট অবিহনে কৰক UPI পেমেণ্ট! RBI আগবঢ়াইছে নতুন সেৱা

September 13, 2026
Ghugni English Name: আপুনি জানেনে ইংৰাজীত ঘুগুনিক কি বুলি কয়? ৯৯% লোকে নোৱাৰে শুদ্ধ উত্তৰ
শিক্ষা

Ghugni English Name: আপুনি জানেনে ইংৰাজীত ঘুগুনিক কি বুলি কয়? ৯৯% লোকে নোৱাৰে শুদ্ধ উত্তৰ

September 13, 2026
social media
জীৱনশৈলী

Workplace Jealousy: অফিচৰ ঈৰ্ষা কৰা সহকৰ্মীৰ পৰা সাৱধান! লক্ষণসমূহ দেখিলেই আঁতৰি থাকক

September 13, 2026
Next Post
protest

"আদাক দেখি উঠিল গা কেতুৰিয়ে বোলে মোকো খা", প্ৰসংগ: দিল্লীত কৃষক আন্দোলন আৰু অসমত কা আন্দোলন

চান্দা পাৰ্টী সাৱধান! চান্দাৰ যদি ধান্দা কৰে তেন্তে এইবাৰ নিশ্চত জে’লত !

চান্দা পাৰ্টী সাৱধান! চান্দাৰ যদি ধান্দা কৰে তেন্তে এইবাৰ নিশ্চত জে'লত !

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.