GS ৰোডৰ হিট এণ্ড ৰাণ কাণ্ড। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছিল যোচেফ মাৰাক। বৰ্তমানেও GMCHত চিকিৎসাধীন মাৰাক। দুয়োখন ভৰি হেৰুৱাইছিল যোচেফ মাৰাকে। ৰাজকন্যাৰ গাড়ীৰ খুন্দাত আহত যোচেফকে ধৰি ৮ জন। যোচেফক কৃত্ৰিম ভৰি সংযোজন কৰিব GMCH-এ। আৰ্থিক সাহায্য সংগ্ৰহ নকৰিবলৈ আহ্বান।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















