• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
প্ৰস্ৰাৱ কৰিলেও ১২ শতাংশ জি এছ টি! প্ৰকৃত ঘটনাটো কি আছিল? জানিবলৈ চাওক…

প্ৰস্ৰাৱ কৰিলেও ১২ শতাংশ জি এছ টি! প্ৰকৃত ঘটনাটো কি আছিল? জানিবলৈ চাওক…

3 years ago
পুৰুষৰ এণ্ড্ৰোপজৰ সমস্যা প্ৰকৃততে কি? এই সমস্যাৰ পৰা হাত সাৰিব পাৰিনে?

পুৰুষৰ এণ্ড্ৰোপজৰ সমস্যা প্ৰকৃততে কি? এই সমস্যাৰ পৰা হাত সাৰিব পাৰিনে?

4 hours ago
ফেব্ৰুৱাৰীত ৩বাৰ গোচৰ কৰিব সূৰ্যই, ৰজা হ’ব ৩ৰাশি, দুৰ্দান্ত অগ্ৰগতি

ফেব্ৰুৱাৰীত ৩বাৰ গোচৰ কৰিব সূৰ্যই, ৰজা হ’ব ৩ৰাশি, দুৰ্দান্ত অগ্ৰগতি

5 hours ago
সকলো কথা প্ৰচাৰ হৈ থাকিলে কেতিয়াবা কিন্তু বিপক্ষক সহায় কৰাহে হয়ঃগৰিমা শইকীয়া গাৰ্গ

সকলো কথা প্ৰচাৰ হৈ থাকিলে কেতিয়াবা কিন্তু বিপক্ষক সহায় কৰাহে হয়ঃগৰিমা শইকীয়া গাৰ্গ

6 hours ago
কাইলৈৰ ৰাশিফলঃ বছৰৰ প্ৰথম চতুৰ্গ্ৰহী যোগ, শনিৰ দয়া থাকিব এই ৫ৰাশিত

কাইলৈৰ ৰাশিফলঃ বছৰৰ প্ৰথম চতুৰ্গ্ৰহী যোগ, শনিৰ দয়া থাকিব এই ৫ৰাশিত

6 hours ago
ৰাহুৰ খেলা আৰম্ভ হ’ব, ১৫ এপ্ৰিল পৰ্যন্ত ৩ ৰাশিৰ গোল্ডেন টাইম চলিব

ৰাহুৰ খেলা আৰম্ভ হ’ব, ১৫ এপ্ৰিল পৰ্যন্ত ৩ ৰাশিৰ গোল্ডেন টাইম চলিব

7 hours ago
চিকিৎসকৰ পৰামৰ্শমতেহে শীতত বাহনত ছে*** ৰ উপদেশ দিছিলো! বিতৰ্কৰ পাছতেই ক্ষমা খুজি আকৌ কি কৈছে হানি সিঙে?

চিকিৎসকৰ পৰামৰ্শমতেহে শীতত বাহনত ছে*** ৰ উপদেশ দিছিলো! বিতৰ্কৰ পাছতেই ক্ষমা খুজি আকৌ কি কৈছে হানি সিঙে?

9 hours ago
বৃহস্পতিৰ গোচৰত তৈয়াৰ হ’ব হংস মহাপুৰুষ যোগ, সোণৰ কলমেৰে লিখা হ’ব এই ৩ৰাশিৰ ভাগ্য

বৃহস্পতিৰ গোচৰত তৈয়াৰ হ’ব হংস মহাপুৰুষ যোগ, সোণৰ কলমেৰে লিখা হ’ব এই ৩ৰাশিৰ ভাগ্য

10 hours ago
১০ লাখ টকাৰ তহবিল গঢ়াৰ পৰিকল্পনা আছে? কেনেকৈ কম টকা জমা কৰিয়েই মুঠ ১০ লাখ ধন হাতত পাব?

১০ লাখ টকাৰ তহবিল গঢ়াৰ পৰিকল্পনা আছে? কেনেকৈ কম টকা জমা কৰিয়েই মুঠ ১০ লাখ ধন হাতত পাব?

10 hours ago
সূৰ্যৰ উত্তৰায়নত কেৰিয়াৰত প্ৰচুৰ উন্নতি ৪ৰাশিৰ, ৬মাহ ধৰি চলিব অৰ্থবৃষ্টি

সূৰ্যৰ উত্তৰায়নত কেৰিয়াৰত প্ৰচুৰ উন্নতি ৪ৰাশিৰ, ৬মাহ ধৰি চলিব অৰ্থবৃষ্টি

10 hours ago
প্ৰেমৰ বীমা কৰিছিল প্ৰেমিকে, প্ৰেম এতিয়া বিবাহলৈ ৰূপান্তৰিত হ’ল, এক দশকৰ পাছত বীমাৰ পৰা কিমান লাখ টকা উপাৰ্জন কৰিলে নববিবাহিতাই?

প্ৰেমৰ বীমা কৰিছিল প্ৰেমিকে, প্ৰেম এতিয়া বিবাহলৈ ৰূপান্তৰিত হ’ল, এক দশকৰ পাছত বীমাৰ পৰা কিমান লাখ টকা উপাৰ্জন কৰিলে নববিবাহিতাই?

11 hours ago
‘কোন দোষী, কি শাস্তি পাব দোষীয়ে? সেই বিষয়ত একো বিধান নিদিয়ে কৰনাৰছ আদালতে, কেৱল মৃ**ত্যু স্বাভাৱিক নে অস্বাভাৱিক সেইটোহে নিৰ্ধাৰণ কৰিবলৈ চেষ্টা কৰে!’ ছিংগাপুৰলৈ গৈ দি দেখিলে মনোজ বৰঠাকুৰে?

‘কোন দোষী, কি শাস্তি পাব দোষীয়ে? সেই বিষয়ত একো বিধান নিদিয়ে কৰনাৰছ আদালতে, কেৱল মৃ**ত্যু স্বাভাৱিক নে অস্বাভাৱিক সেইটোহে নিৰ্ধাৰণ কৰিবলৈ চেষ্টা কৰে!’ ছিংগাপুৰলৈ গৈ দি দেখিলে মনোজ বৰঠাকুৰে?

1 day ago
কাইলৈৰ ৰাশিফলঃ ৰুচক ৰাজযোগত ৰাজকীয় সুখ-সৌভাগ্য লাভ, কেনে হ’ব কৃষ্ণা ত্ৰয়োদশী?

কাইলৈৰ ৰাশিফলঃ ৰুচক ৰাজযোগত ৰাজকীয় সুখ-সৌভাগ্য লাভ, কেনে হ’ব কৃষ্ণা ত্ৰয়োদশী?

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, January 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

প্ৰস্ৰাৱ কৰিলেও ১২ শতাংশ জি এছ টি! প্ৰকৃত ঘটনাটো কি আছিল? জানিবলৈ চাওক…

editor by editor
September 3, 2022
in ভাৰত
0
প্ৰস্ৰাৱ কৰিলেও ১২ শতাংশ জি এছ টি! প্ৰকৃত ঘটনাটো কি আছিল? জানিবলৈ চাওক…
0
SHARES
6.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

প্ৰস্ৰাৱ কৰাৰ পিছত যদি চৰকাৰে আপোনাক GST বিচাৰে তেন্তে আপোনাৰ প্ৰতিক্ৰিয়া কি হ’ব? আপুনি নিশ্চয় বিচলিত হৈ পৰিব।

এইদৰে বিচলিত হোৱাৰ পূৰ্বে ৰে’লৱে ষ্টেচন টয়লেটলৈ যোৱাৰ সময়ত ৰেট কাৰ্ডখন পঢ়ক। কাৰণ এতিয়া প্ৰস্ৰাৱ কৰাৰ বাবেও GST লোৱা হৈছে। আগ্ৰা ৰে’লৱে ষ্টেচনত পোহৰলৈ আহিছে এনে এক ঘটনা। য’ত ১২ শতাংশ জি এছ টি যোগ কৰি ৱাশ্বৰুম ব্যৱহাৰৰ বাবে পৰ্যটকৰ পৰা মুঠ ১১২ টকা সংগ্ৰহ কৰা হৈছে।

পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ বাবে ব্যয় কৰাৰ পিছত এতিয়া চৰকাৰে অধিক উপাৰ্জনৰ কথা চিন্তা কৰিছে! সেয়ে আগ্ৰা ৰে’লৱে ষ্টেচনৰ লাউঞ্জত ৱাশ্বৰুম বা প্ৰস্ৰাৱগাৰ ব্যৱহাৰ কৰিলে জিএছটি লোৱা হৈছে। এনে অৱস্থাত ষ্টেচনত ৱাশ্বৰুম আদি ব্যৱহাৰ কৰাৰ আগতে মাচুলৰ বিষয়ে সোধা-পোছা কৰাটো প্ৰয়োজনীয় হৈ পৰিছে।

 

লগতে পঢ়ক Swiggy Instamartৰ জৰিয়তে কণ্ডম অৰ্ডাৰৰ ক্ষেত্ৰত দেশৰ কোন চহৰ শীর্ষত আছে?

হিন্দী কাকত হিন্দুস্তানত প্ৰকাশিত এক বাতৰি অনুসৰি, আগ্ৰা ভ্ৰমণ কৰিবলৈ দিল্লীৰ পৰা গটমেন এক্সপ্ৰেছ ৰে’লযোগে আগ্ৰা কেণ্ট ৰে’লৱে ষ্টেচনত উপস্থিত হয় দুজন ব্ৰিটিছ নাগৰিক। আগ্ৰা কেণ্ট ৰে’লৱে ষ্টেচনত তেওঁলোক গ্ৰহণ কৰে পৰ্যটক গাইড আই চি শ্ৰীবাস্তৱে। ৰে’লৰ পৰা নামি অহাৰ কিছু সময়ৰ পাছতে দুয়োজন পৰ্যটকে ৱাশ্বৰুমত প্ৰস্ৰাৱ কৰাৰ ইচ্ছা প্ৰকাশ কৰে।

ইয়াৰ পিছত গাইড আই চি শ্ৰীবাস্তৱে তেওঁলোকক ১ নম্বৰ প্লেটফৰ্মত থকা এক্সিকিউটিভ লাউঞ্জলৈ লৈ যায়। পাঁচ মিনিট পিছত যেতিয়া দুয়োজন পৰ্যটক ৱাশ্বৰুমৰ পৰা ওলাই আহিল, তেতিয়া তেওঁলোকক কোৱা হৈছিল যে তেওঁলোকে প্ৰতিজন ব্যক্তিৰ বাবে ১০০ টকা যোগ কৰি জি এছ টি ১২ টকা দিব লাগিব, যাৰ ফলত মুঠ ১১২ টকা ভৰিব লাগিব। লাউঞ্জত বহি থকা কৰ্মচাৰীয়ে দুজন লোকক ২২৪ টকা বিচৰাত গাইডজনে আপত্তি কৰে। বহু বিতৰ্কৰ অন্ততো তেওঁলোকে ২২৪ টকা দিবলৈ বাধ্য হোৱা বুলি কোৱা হৈছে।

উল্লেখ্য যে ইয়াৰ পূৰ্বে ২০১৮ চনত তামিলনাডুৰ ইৰোড জিলাতো একেধৰণৰ ঘটনা পোহৰলৈ আহিছিল।

 

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal of Assamgst on urination
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সকলো কথা প্ৰচাৰ হৈ থাকিলে কেতিয়াবা কিন্তু বিপক্ষক সহায় কৰাহে হয়ঃগৰিমা শইকীয়া গাৰ্গ
জীৱনশৈলী

সকলো কথা প্ৰচাৰ হৈ থাকিলে কেতিয়াবা কিন্তু বিপক্ষক সহায় কৰাহে হয়ঃগৰিমা শইকীয়া গাৰ্গ

January 16, 2026
ৰাহুৰ খেলা আৰম্ভ হ’ব, ১৫ এপ্ৰিল পৰ্যন্ত ৩ ৰাশিৰ গোল্ডেন টাইম চলিব
জীৱনশৈলী

ৰাহুৰ খেলা আৰম্ভ হ’ব, ১৫ এপ্ৰিল পৰ্যন্ত ৩ ৰাশিৰ গোল্ডেন টাইম চলিব

January 16, 2026
কাইলৈৰ ৰাশিফলঃ ৰুচক ৰাজযোগত ৰাজকীয় সুখ-সৌভাগ্য লাভ, কেনে হ’ব কৃষ্ণা ত্ৰয়োদশী?
জীৱনশৈলী

কাইলৈৰ ৰাশিফলঃ ৰুচক ৰাজযোগত ৰাজকীয় সুখ-সৌভাগ্য লাভ, কেনে হ’ব কৃষ্ণা ত্ৰয়োদশী?

January 15, 2026
উপাৰ্জনৰ বাবে প্ৰেমিকক অন্য পুৰুষৰ শয্যাসংগী হ’বলৈ বাধ্য কৰিছে প্ৰেমিকাই! আয় শুনিলে চকু কঁপালত উঠিব আপোনাৰ
বিবিধ

উপাৰ্জনৰ বাবে প্ৰেমিকক অন্য পুৰুষৰ শয্যাসংগী হ’বলৈ বাধ্য কৰিছে প্ৰেমিকাই! আয় শুনিলে চকু কঁপালত উঠিব আপোনাৰ

January 15, 2026
Next Post
স্নাতকোত্তৰত সোণৰ পদক, বলিউদৰ ছবিত অভিনয়, UPSCৰ প্ৰথম প্ৰচেষ্টাতে সফলতা সুন্দৰী ছিমলাৰ

স্নাতকোত্তৰত সোণৰ পদক, বলিউদৰ ছবিত অভিনয়, UPSCৰ প্ৰথম প্ৰচেষ্টাতে সফলতা সুন্দৰী ছিমলাৰ

৬৪ বছৰত অৱসৰপ্ৰাপ্ত যৌনকৰ্মী বিট্ৰিছ; ৫ লাখ ‘সন্তুষ্ট গ্ৰাহক’ৰ মাজত আছে ৪ আমেৰিকান ৰাষ্ট্ৰপতি!

৬৪ বছৰত অৱসৰপ্ৰাপ্ত যৌনকৰ্মী বিট্ৰিছ; ৫ লাখ ‘সন্তুষ্ট গ্ৰাহক’ৰ মাজত আছে ৪ আমেৰিকান ৰাষ্ট্ৰপতি!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.