• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
প্ৰস্ৰাৱ কৰিলেও ১২ শতাংশ জি এছ টি! প্ৰকৃত ঘটনাটো কি আছিল? জানিবলৈ চাওক…

প্ৰস্ৰাৱ কৰিলেও ১২ শতাংশ জি এছ টি! প্ৰকৃত ঘটনাটো কি আছিল? জানিবলৈ চাওক…

4 years ago
চৰকাৰী কৰ্মচাৰীসকলৰ বাবে সুখবৰ! ১৭,৫০০টকা পৰ্যন্ত বাঢ়িব পাৰে দৰমহা

চৰকাৰী কৰ্মচাৰীসকলৰ বাবে সুখবৰ! ১৭,৫০০টকা পৰ্যন্ত বাঢ়িব পাৰে দৰমহা

29 minutes ago
‘এতিয়া আৰু মই বিচনাত কাকোৱেই নিবিচাৰো, পুৰুষয়েই হওক বা মহিলা!’

‘এতিয়া আৰু মই বিচনাত কাকোৱেই নিবিচাৰো, পুৰুষয়েই হওক বা মহিলা!’

1 hour ago
“তোমাৰো এদিন ব্ৰেক-আপ হ’ব!” সোণাক্ষী-জাহিৰকলৈ কিয় এনকৈ ক’লে চলমানে?

“তোমাৰো এদিন ব্ৰেক-আপ হ’ব!” সোণাক্ষী-জাহিৰকলৈ কিয় এনকৈ ক’লে চলমানে?

2 hours ago
জনতাৰ মূৰত মাধমাৰ, পুনৰ বৃদ্ধি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য

জনতাৰ মূৰত মাধমাৰ, পুনৰ বৃদ্ধি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য

3 hours ago
মাত্ৰ ১০ মিনিটতে ঘৰতে পাব ৰন্ধন গেছ! নালাগে কোনোধৰণৰ LPG বুকিঙৰ কাৰ্ড

মাত্ৰ ১০ মিনিটতে ঘৰতে পাব ৰন্ধন গেছ! নালাগে কোনোধৰণৰ LPG বুকিঙৰ কাৰ্ড

3 hours ago
Living Together প্ৰায় শুনি থকা শব্দ, এতিয়া যেন অতি সহজ, কিন্তু কি কয় সমীকৰণে…

বিবাহিত মহিলাসকলৰ কি বস্তু বুজি নাপায় পুৰুষে? ৯৯% লোকে নাজানে এই কথা

3 hours ago
“মই বাহিৰৰ পৰা দুৰ্বল হ’লেও ভিতৰৰ পৰা শক্তিশালী!” সোনম ৱাংচুক সন্দৰ্ভত কি ক’লে উচ্চ ন্যায়ালয়ে?

“মই বাহিৰৰ পৰা দুৰ্বল হ’লেও ভিতৰৰ পৰা শক্তিশালী!” সোনম ৱাংচুক সন্দৰ্ভত কি ক’লে উচ্চ ন্যায়ালয়ে?

4 hours ago
কলেষ্টেৰল বৃদ্ধি হ’লে কি কি লক্ষণে দেখা দিয়ে? অভ্যাস কৰক পৰিৱৰ্তন

কলেষ্টেৰল বৃদ্ধি হ’লে কি কি লক্ষণে দেখা দিয়ে? অভ্যাস কৰক পৰিৱৰ্তন

5 hours ago
ব্যক্তিগত দেহৰক্ষী অবিহনে কষ্ট পায় বিৰাট কোহলীয়ে! বিচিচিআইৰ কি নিয়ম?

ব্যক্তিগত দেহৰক্ষী অবিহনে কষ্ট পায় বিৰাট কোহলীয়ে! বিচিচিআইৰ কি নিয়ম?

6 hours ago
ভাগ্যই কৰিব সহায়, বুধৰ গতিয়ে সলাব এইকেইটা ৰাশিৰ কেৰিয়াৰ!

ভাগ্যই কৰিব সহায়, বুধৰ গতিয়ে সলাব এইকেইটা ৰাশিৰ কেৰিয়াৰ!

7 hours ago
FIFA World Cup: আৰ্জেণ্টিনাই ভংগ কৰিলে ফিফাৰ নিয়ম! নিষেধাজ্ঞা আৰোপ কৰিব নেকি মেছিৰ দলটোক?

FIFA World Cup: আৰ্জেণ্টিনাই ভংগ কৰিলে ফিফাৰ নিয়ম! নিষেধাজ্ঞা আৰোপ কৰিব নেকি মেছিৰ দলটোক?

8 hours ago
আজিৰে পৰা আৰম্ভ ৰথ যাত্ৰা, জানক এই উৎসৱৰ মহত্ব আৰু তাৎপৰ্য

আজিৰে পৰা আৰম্ভ ৰথ যাত্ৰা, জানক এই উৎসৱৰ মহত্ব আৰু তাৎপৰ্য

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, July 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

প্ৰস্ৰাৱ কৰিলেও ১২ শতাংশ জি এছ টি! প্ৰকৃত ঘটনাটো কি আছিল? জানিবলৈ চাওক…

editor by editor
September 3, 2022
in ভাৰত
0
প্ৰস্ৰাৱ কৰিলেও ১২ শতাংশ জি এছ টি! প্ৰকৃত ঘটনাটো কি আছিল? জানিবলৈ চাওক…
0
SHARES
6.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

প্ৰস্ৰাৱ কৰাৰ পিছত যদি চৰকাৰে আপোনাক GST বিচাৰে তেন্তে আপোনাৰ প্ৰতিক্ৰিয়া কি হ’ব? আপুনি নিশ্চয় বিচলিত হৈ পৰিব।

এইদৰে বিচলিত হোৱাৰ পূৰ্বে ৰে’লৱে ষ্টেচন টয়লেটলৈ যোৱাৰ সময়ত ৰেট কাৰ্ডখন পঢ়ক। কাৰণ এতিয়া প্ৰস্ৰাৱ কৰাৰ বাবেও GST লোৱা হৈছে। আগ্ৰা ৰে’লৱে ষ্টেচনত পোহৰলৈ আহিছে এনে এক ঘটনা। য’ত ১২ শতাংশ জি এছ টি যোগ কৰি ৱাশ্বৰুম ব্যৱহাৰৰ বাবে পৰ্যটকৰ পৰা মুঠ ১১২ টকা সংগ্ৰহ কৰা হৈছে।

পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ বাবে ব্যয় কৰাৰ পিছত এতিয়া চৰকাৰে অধিক উপাৰ্জনৰ কথা চিন্তা কৰিছে! সেয়ে আগ্ৰা ৰে’লৱে ষ্টেচনৰ লাউঞ্জত ৱাশ্বৰুম বা প্ৰস্ৰাৱগাৰ ব্যৱহাৰ কৰিলে জিএছটি লোৱা হৈছে। এনে অৱস্থাত ষ্টেচনত ৱাশ্বৰুম আদি ব্যৱহাৰ কৰাৰ আগতে মাচুলৰ বিষয়ে সোধা-পোছা কৰাটো প্ৰয়োজনীয় হৈ পৰিছে।

লগতে পঢ়ক Swiggy Instamartৰ জৰিয়তে কণ্ডম অৰ্ডাৰৰ ক্ষেত্ৰত দেশৰ কোন চহৰ শীর্ষত আছে?

হিন্দী কাকত হিন্দুস্তানত প্ৰকাশিত এক বাতৰি অনুসৰি, আগ্ৰা ভ্ৰমণ কৰিবলৈ দিল্লীৰ পৰা গটমেন এক্সপ্ৰেছ ৰে’লযোগে আগ্ৰা কেণ্ট ৰে’লৱে ষ্টেচনত উপস্থিত হয় দুজন ব্ৰিটিছ নাগৰিক। আগ্ৰা কেণ্ট ৰে’লৱে ষ্টেচনত তেওঁলোক গ্ৰহণ কৰে পৰ্যটক গাইড আই চি শ্ৰীবাস্তৱে। ৰে’লৰ পৰা নামি অহাৰ কিছু সময়ৰ পাছতে দুয়োজন পৰ্যটকে ৱাশ্বৰুমত প্ৰস্ৰাৱ কৰাৰ ইচ্ছা প্ৰকাশ কৰে।

ইয়াৰ পিছত গাইড আই চি শ্ৰীবাস্তৱে তেওঁলোকক ১ নম্বৰ প্লেটফৰ্মত থকা এক্সিকিউটিভ লাউঞ্জলৈ লৈ যায়। পাঁচ মিনিট পিছত যেতিয়া দুয়োজন পৰ্যটক ৱাশ্বৰুমৰ পৰা ওলাই আহিল, তেতিয়া তেওঁলোকক কোৱা হৈছিল যে তেওঁলোকে প্ৰতিজন ব্যক্তিৰ বাবে ১০০ টকা যোগ কৰি জি এছ টি ১২ টকা দিব লাগিব, যাৰ ফলত মুঠ ১১২ টকা ভৰিব লাগিব। লাউঞ্জত বহি থকা কৰ্মচাৰীয়ে দুজন লোকক ২২৪ টকা বিচৰাত গাইডজনে আপত্তি কৰে। বহু বিতৰ্কৰ অন্ততো তেওঁলোকে ২২৪ টকা দিবলৈ বাধ্য হোৱা বুলি কোৱা হৈছে।

উল্লেখ্য যে ইয়াৰ পূৰ্বে ২০১৮ চনত তামিলনাডুৰ ইৰোড জিলাতো একেধৰণৰ ঘটনা পোহৰলৈ আহিছিল।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal of Assamgst on urination
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চৰকাৰী কৰ্মচাৰীসকলৰ বাবে সুখবৰ! ১৭,৫০০টকা পৰ্যন্ত বাঢ়িব পাৰে দৰমহা
নিয়োগ

চৰকাৰী কৰ্মচাৰীসকলৰ বাবে সুখবৰ! ১৭,৫০০টকা পৰ্যন্ত বাঢ়িব পাৰে দৰমহা

July 16, 2026
‘এতিয়া আৰু মই বিচনাত কাকোৱেই নিবিচাৰো, পুৰুষয়েই হওক বা মহিলা!’
বিনোদন

‘এতিয়া আৰু মই বিচনাত কাকোৱেই নিবিচাৰো, পুৰুষয়েই হওক বা মহিলা!’

July 16, 2026
মাত্ৰ ১০ মিনিটতে ঘৰতে পাব ৰন্ধন গেছ! নালাগে কোনোধৰণৰ LPG বুকিঙৰ কাৰ্ড
ভাৰত

মাত্ৰ ১০ মিনিটতে ঘৰতে পাব ৰন্ধন গেছ! নালাগে কোনোধৰণৰ LPG বুকিঙৰ কাৰ্ড

July 16, 2026
“মই বাহিৰৰ পৰা দুৰ্বল হ’লেও ভিতৰৰ পৰা শক্তিশালী!” সোনম ৱাংচুক সন্দৰ্ভত কি ক’লে উচ্চ ন্যায়ালয়ে?
ভাৰত

“মই বাহিৰৰ পৰা দুৰ্বল হ’লেও ভিতৰৰ পৰা শক্তিশালী!” সোনম ৱাংচুক সন্দৰ্ভত কি ক’লে উচ্চ ন্যায়ালয়ে?

July 16, 2026
Next Post
স্নাতকোত্তৰত সোণৰ পদক, বলিউদৰ ছবিত অভিনয়, UPSCৰ প্ৰথম প্ৰচেষ্টাতে সফলতা সুন্দৰী ছিমলাৰ

স্নাতকোত্তৰত সোণৰ পদক, বলিউদৰ ছবিত অভিনয়, UPSCৰ প্ৰথম প্ৰচেষ্টাতে সফলতা সুন্দৰী ছিমলাৰ

৬৪ বছৰত অৱসৰপ্ৰাপ্ত যৌনকৰ্মী বিট্ৰিছ; ৫ লাখ ‘সন্তুষ্ট গ্ৰাহক’ৰ মাজত আছে ৪ আমেৰিকান ৰাষ্ট্ৰপতি!

৬৪ বছৰত অৱসৰপ্ৰাপ্ত যৌনকৰ্মী বিট্ৰিছ; ৫ লাখ ‘সন্তুষ্ট গ্ৰাহক’ৰ মাজত আছে ৪ আমেৰিকান ৰাষ্ট্ৰপতি!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.