• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
স্নাতকোত্তৰত সোণৰ পদক, বলিউদৰ ছবিত অভিনয়, UPSCৰ প্ৰথম প্ৰচেষ্টাতে সফলতা সুন্দৰী ছিমলাৰ

স্নাতকোত্তৰত সোণৰ পদক, বলিউদৰ ছবিত অভিনয়, UPSCৰ প্ৰথম প্ৰচেষ্টাতে সফলতা সুন্দৰী ছিমলাৰ

4 years ago
এটাও গ’ল বা এছিষ্ট নকৰাকৈয়ে কিয় গোল্ডেন বলৰ সন্মান লাভ কৰিলে ৰড্ৰিয়ে?

এটাও গ’ল বা এছিষ্ট নকৰাকৈয়ে কিয় গোল্ডেন বলৰ সন্মান লাভ কৰিলে ৰড্ৰিয়ে?

5 hours ago
২২ জুলাইত কি ৰঙৰ পোচাক পৰিধান কৰিলে আপুনি শুভ ফল পাব?

২২ জুলাইত কি ৰঙৰ পোচাক পৰিধান কৰিলে আপুনি শুভ ফল পাব?

6 hours ago
দুৰ্ঘটনাগ্ৰস্ত হৈ হাত ভাঙিলে বলীউডৰ এইগৰাকী প্ৰতিষ্ঠিত অভিনেতাৰ

দুৰ্ঘটনাগ্ৰস্ত হৈ হাত ভাঙিলে বলীউডৰ এইগৰাকী প্ৰতিষ্ঠিত অভিনেতাৰ

6 hours ago
সঁচাই ডায়বেটিছৰ বাবে উপকাৰী নেকি জাম, নে ই কেৱল এক প্ৰচলিত ধাৰণাহে?

সঁচাই ডায়বেটিছৰ বাবে উপকাৰী নেকি জাম, নে ই কেৱল এক প্ৰচলিত ধাৰণাহে?

7 hours ago
পুনৰ ছবিৰ নেপথ্য কণ্ঠশিল্পী হিচাপে গান গাব নেকি অৰিজিৎ সিঙে?

পুনৰ ছবিৰ নেপথ্য কণ্ঠশিল্পী হিচাপে গান গাব নেকি অৰিজিৎ সিঙে?

7 hours ago
৫০ বাৰকৈ প্ৰতিযোগিতামূলক পৰীক্ষাত ব্যৰ্থ ইঞ্জিনিয়াৰিঙৰ গোল্ড মেডেলিষ্ট ছাত্ৰৰ চ*ৰম সিদ্ধান্ত

৫০ বাৰকৈ প্ৰতিযোগিতামূলক পৰীক্ষাত ব্যৰ্থ ইঞ্জিনিয়াৰিঙৰ গোল্ড মেডেলিষ্ট ছাত্ৰৰ চ*ৰম সিদ্ধান্ত

9 hours ago
দিন হাজিৰা, কোম্পানীৰ চাকৰিয়ালৰ বাবে সুখবৰ!

দিন হাজিৰা, কোম্পানীৰ চাকৰিয়ালৰ বাবে সুখবৰ!

10 hours ago
গা নুধুৱাকৈ কেতিয়াও নাৰান্ধিব খাদ্য

গা নুধুৱাকৈ কেতিয়াও নাৰান্ধিব খাদ্য

11 hours ago
৪ বছৰত ভাৰতীয় ৰে’লৱেৰ বিভিন্ন AC ডবাৰ পৰা ১০৪ কোটি টকাৰ টাৱেল, গাৰুৰ কভাৰ চুৰি

৪ বছৰত ভাৰতীয় ৰে’লৱেৰ বিভিন্ন AC ডবাৰ পৰা ১০৪ কোটি টকাৰ টাৱেল, গাৰুৰ কভাৰ চুৰি

11 hours ago
ধ*ৰ্ষণৰ অভিযোগত দিল্লী কেপিটেলছৰ ক্ৰিকেটাৰ অভিষেক পোৰেলক গ্ৰেপ্তাৰৰ নিৰ্দেশ

ধ*ৰ্ষণৰ অভিযোগত দিল্লী কেপিটেলছৰ ক্ৰিকেটাৰ অভিষেক পোৰেলক গ্ৰেপ্তাৰৰ নিৰ্দেশ

12 hours ago
আপোনাৰো ওকনি হৈছে নেকি? এই টিপছেৰে আজিয়েই কৰক দূৰ

আপোনাৰো ওকনি হৈছে নেকি? এই টিপছেৰে আজিয়েই কৰক দূৰ

13 hours ago
সোণে দেখুৱাইছে যাদু! আজি হ্ৰাস নে বৃদ্ধি পাইছে সোণৰ মূল্য?

সোণে দেখুৱাইছে যাদু! আজি হ্ৰাস নে বৃদ্ধি পাইছে সোণৰ মূল্য?

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, July 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

স্নাতকোত্তৰত সোণৰ পদক, বলিউদৰ ছবিত অভিনয়, UPSCৰ প্ৰথম প্ৰচেষ্টাতে সফলতা সুন্দৰী ছিমলাৰ

editor by editor
September 3, 2022
in চিনেমা, ভাৰত
0
স্নাতকোত্তৰত সোণৰ পদক, বলিউদৰ ছবিত অভিনয়, UPSCৰ প্ৰথম প্ৰচেষ্টাতে সফলতা সুন্দৰী ছিমলাৰ
0
SHARES
1.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কোনো কোচিং গ্ৰহণ নকৰাকৈ কেন্দ্ৰীয় লোকসেৱা আয়োগৰ ইউ পি এছ চি পৰীক্ষাত যোগ্যতা অৰ্জন কৰি এজন আই পি এছ বিষয়াৰ প্ৰশিক্ষণ সম্পূৰ্ণ কৰাটো সাধাৰণ কাম নহয়। কিন্তু মধ্যপ্ৰদেশৰ ভোপালৰ আই পি এছ বিষয়া ছিমলা প্ৰসাদে নিজৰ মেধাৰ বলত কৃতিত্ব অৰ্জন কৰিলে। ইয়াৰ বাহিৰেও তেওঁ বলীউডৰ ছবিত অভিয়ন কৰি নিজৰ প্ৰতিভাৰ পৰিচয় দিছে।

অতি ব্যস্ত এগৰাকী আই পি এছ বিষয়াই তীব্ৰ প্ৰতিদ্বন্দ্বিতাপূৰ্ণ বলীউডৰ ছবিত অভিনয় কৰাটো অতি প্ৰত্যাহ্বানজনক কাম৷ কিন্তু এই প্ৰত্যাহ্বানকো হেলাৰঙে অতিক্ৰম কৰি প্ৰতিভাৰ পৰিচয় দিছে ২০১০ চনৰ বেচৰ আই পি এছ বিষয়া সুন্দৰী ছিমলা প্ৰসাদে।

লগতে পঢ়ক ৭ পুত্ৰই গোচৰ তৰিলে আৰক্ষীক, পঞ্চম বিবাহ মণ্ডপৰ পৰাই গ্ৰেপ্তাৰ ৫৫ বছৰীয়া দৰাক!

আই পি এছ বিষয়া ছিমলা প্ৰসাদৰ বিষয়ে জানো আহক

শৈশৱৰ পৰাই নৃত্য-অভিনয়ৰ প্ৰতি আকৰ্ষিত ছিমলা প্ৰসাদৰ ১৯৮০ চনৰ ০৮ অক্টোবৰত মধ্যপ্ৰদেশৰ ৰাজধানী ভূপালত জন্ম হৈছিল। সৰুৰে পৰা নৃত্য-অভিনয়ৰ প্ৰতি আকৰ্ষিত আছিল ছিমলা প্ৰসাদৰ। স্কুলীয়া দিনত তেওঁ সদায় নৃত্য-অভিনয় অনুষ্ঠানত অংশ লৈছিল। ছিমলাই স্কুল-কলেজৰ দিনত বহু নাটকতো অভিনয় কৰিছিল। তেওঁৰ পিতৃ আই এ এছ বিষয়া তথা সাংসদ ড০ ভাগীৰথ প্ৰসাদ আৰু মাতৃ মেহৰুণনিছা পাৰভেজ সুপৰিচিত সাহিত্যিক।

ছিমলাৰ প্ৰাথমিক শিক্ষা ছেইণ্ট জোচেফ ক’ড স্কুলতে আৰম্ভ হৈছিল। ইয়াৰ পিছতে ষ্টুডেণ্ট ফৰ এক্সেলেন্স (IEHE)ৰ পৰা বি.কম আৰু ভোপালৰ বৰকতুল্লা বিশ্ববিদ্যালয়ৰ পৰা সমাজবিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। পৰীক্ষাত শীৰ্ষস্থান দখল কৰাৰ বাবে তেওঁক সোণৰ পদক প্ৰদান কৰা হয়। ইয়াৰ পিছতে মধ্যপ্ৰদেশ লোকসেৱা আয়োগৰ সাংসদ পি এছ চি পৰীক্ষাত যোগ্যতা অৰ্জন কৰে।

লগতে পঢ়ক Swiggy Instamartৰ জৰিয়তে কণ্ডম অৰ্ডাৰৰ ক্ষেত্ৰত দেশৰ কোন চহৰ শীর্ষত আছে?

পি এছ চি পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত ছিমলা প্ৰসাদৰ প্ৰথম পোষ্টিং ডি এছ পি হিচাপে হৈছিল। চাকৰিৰ সময়ছোৱাতে তেওঁ UPSC পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই প্ৰথম প্ৰচেষ্টাতে কোচিং অবিহনে সফলতা লাভ কৰে। ছিমলাই আই পি এছ হ’বলৈ কোনো কোচিং ইনষ্টিটিউটৰ সহায় লোৱা নাছিল৷ নিজৰ অধ্যয়নৰ জৰিয়তে ইউ পি এছ চিৰ পৰীক্ষাত সফল হৈছিল। ছিমলাই কয় যে তেওঁ কেতিয়াও ভবা নাছিল যে তেওঁ অসামৰিক সেৱাত যোগদান কৰিব, কিন্তু তেওঁৰ ঘৰৰ পৰিৱেশে তেওঁক আই পি এছ হোৱাৰ ইচ্ছা জগাই তুলিছিল।

ছিমলাপ্ৰসাদৰ সৰলতা আৰু সৌন্দৰ্য দেখি দিল্লীত এক অনুষ্ঠানৰ সময়ত পৰিচালক জঘম ইমামে তেওঁৰ সৈতে এপইণ্টমেণ্ট বিচাৰিছিল। সেই বৈঠকত ইমামে নিজৰ ছবি ‘আলিফ’ৰ চিত্ৰনাট্য ছিমলাক বর্ণনা কৰি ছিমলাক ছবিখনত অভিনয়ৰ প্রস্তাৱ দিছিল৷

‘আলিফ’ আছিল ছিমলাৰ প্ৰথম ছবি আৰু ২০১৭ চনৰ ফেব্ৰুৱাৰী মাহত মুক্তি লাভ কৰিছিল। ইয়াৰ পিছত ২০১৯ চনত মুক্তি পোৱা ‘নক্কাছ’ ছবিতো কাম কৰিছিল ছিমলাই।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of AssamBollywoodbollywood actressIPS Officer Simala Prasad
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দুৰ্ঘটনাগ্ৰস্ত হৈ হাত ভাঙিলে বলীউডৰ এইগৰাকী প্ৰতিষ্ঠিত অভিনেতাৰ
বিনোদন

দুৰ্ঘটনাগ্ৰস্ত হৈ হাত ভাঙিলে বলীউডৰ এইগৰাকী প্ৰতিষ্ঠিত অভিনেতাৰ

July 21, 2026
পুনৰ ছবিৰ নেপথ্য কণ্ঠশিল্পী হিচাপে গান গাব নেকি অৰিজিৎ সিঙে?
বিনোদন

পুনৰ ছবিৰ নেপথ্য কণ্ঠশিল্পী হিচাপে গান গাব নেকি অৰিজিৎ সিঙে?

July 21, 2026
৫০ বাৰকৈ প্ৰতিযোগিতামূলক পৰীক্ষাত ব্যৰ্থ ইঞ্জিনিয়াৰিঙৰ গোল্ড মেডেলিষ্ট ছাত্ৰৰ চ*ৰম সিদ্ধান্ত
নিয়োগ

৫০ বাৰকৈ প্ৰতিযোগিতামূলক পৰীক্ষাত ব্যৰ্থ ইঞ্জিনিয়াৰিঙৰ গোল্ড মেডেলিষ্ট ছাত্ৰৰ চ*ৰম সিদ্ধান্ত

July 21, 2026
দিন হাজিৰা, কোম্পানীৰ চাকৰিয়ালৰ বাবে সুখবৰ!
ভাৰত

দিন হাজিৰা, কোম্পানীৰ চাকৰিয়ালৰ বাবে সুখবৰ!

July 21, 2026
Next Post
৬৪ বছৰত অৱসৰপ্ৰাপ্ত যৌনকৰ্মী বিট্ৰিছ; ৫ লাখ ‘সন্তুষ্ট গ্ৰাহক’ৰ মাজত আছে ৪ আমেৰিকান ৰাষ্ট্ৰপতি!

৬৪ বছৰত অৱসৰপ্ৰাপ্ত যৌনকৰ্মী বিট্ৰিছ; ৫ লাখ ‘সন্তুষ্ট গ্ৰাহক’ৰ মাজত আছে ৪ আমেৰিকান ৰাষ্ট্ৰপতি!

মাত্ৰ ডেৰ মাহতে ভাঙিল ললিত-সুস্মিতাৰ সম্পৰ্ক! সামাজিক মাধ্যমত সৰৱ চৰ্চা কিয়?

মাত্ৰ ডেৰ মাহতে ভাঙিল ললিত-সুস্মিতাৰ সম্পৰ্ক! সামাজিক মাধ্যমত সৰৱ চৰ্চা কিয়?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.