• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মাত্ৰ ডেৰ মাহতে ভাঙিল ললিত-সুস্মিতাৰ সম্পৰ্ক! সামাজিক মাধ্যমত সৰৱ চৰ্চা কিয়?

মাত্ৰ ডেৰ মাহতে ভাঙিল ললিত-সুস্মিতাৰ সম্পৰ্ক! সামাজিক মাধ্যমত সৰৱ চৰ্চা কিয়?

4 years ago
১৭ বছৰে ভুৱা MBBS ডিগ্ৰীৰে চৰকাৰী চাকৰি!

১৭ বছৰে ভুৱা MBBS ডিগ্ৰীৰে চৰকাৰী চাকৰি!

15 minutes ago
যিখন কলেজত মাতৃ চাফাই কৰ্মী, সেই কলেজৰ পৰাই কন্যাই লাভ কৰিলে ডক্টৰেট ডিগ্ৰী

যিখন কলেজত মাতৃ চাফাই কৰ্মী, সেই কলেজৰ পৰাই কন্যাই লাভ কৰিলে ডক্টৰেট ডিগ্ৰী

18 hours ago
এবছৰলৈ প্ৰতিবাদ কৰিব নোৱাৰিব অভিজিত দীপকেই!

এবছৰলৈ প্ৰতিবাদ কৰিব নোৱাৰিব অভিজিত দীপকেই!

19 hours ago
হাই কামাণ্ডৰ ৰোষত গৌৰৱ গগৈ! নগাঁৱৰ নিৰ্বাচনী বিপৰ্যয়ৰ কাৰণ কি?

হাই কামাণ্ডৰ ৰোষত গৌৰৱ গগৈ! নগাঁৱৰ নিৰ্বাচনী বিপৰ্যয়ৰ কাৰণ কি?

19 hours ago
হিমাশ্ৰী বড়োৰ হ*ত্যাকাৰী কোন? পোহৰলৈ কেতবোৰ চাঞ্চল্যকৰ তথ্য

হিমাশ্ৰী বড়োৰ হ*ত্যাকাৰী কোন? পোহৰলৈ কেতবোৰ চাঞ্চল্যকৰ তথ্য

20 hours ago
ভাল সময়ে আৱৰি ৰাখিব এই ৩ ৰাশিৰ লোকক!

ভাল সময়ে আৱৰি ৰাখিব এই ৩ ৰাশিৰ লোকক!

21 hours ago
প্ৰকৃততে কি কাৰণত মৃত্যু হৈছিল নানা পাটেকাৰৰ?

প্ৰকৃততে কি কাৰণত মৃত্যু হৈছিল নানা পাটেকাৰৰ?

21 hours ago
বঙাইগাঁও চিকিৎসা মহাবিদ্যালয়ত ভয়ংকৰ ঘটনা!

বঙাইগাঁও চিকিৎসা মহাবিদ্যালয়ত ভয়ংকৰ ঘটনা!

22 hours ago
ভাৰতৰ বাবে কিয় বিপজ্জ্বনক হ’ব পাৰে STARLINK?

ভাৰতৰ বাবে কিয় বিপজ্জ্বনক হ’ব পাৰে STARLINK?

22 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী

23 hours ago
পুনৰ প্ৰকৃতিৰ ৰুদ্ৰ ৰূপ, থানবান নেপাল

পুনৰ প্ৰকৃতিৰ ৰুদ্ৰ ৰূপ, থানবান নেপাল

24 hours ago
চৰকাৰী চিকিৎসালয়ৰ কৰ্মচাৰীৰ ঘৰতেই নিষিদ্ধ ঔষধৰ ভঁৰাল!

চৰকাৰী চিকিৎসালয়ৰ কৰ্মচাৰীৰ ঘৰতেই নিষিদ্ধ ঔষধৰ ভঁৰাল!

24 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, October 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

মাত্ৰ ডেৰ মাহতে ভাঙিল ললিত-সুস্মিতাৰ সম্পৰ্ক! সামাজিক মাধ্যমত সৰৱ চৰ্চা কিয়?

editor by editor
September 3, 2022
in চিনেমা, জীৱনশৈলী, বাণিজ্য, বিনোদন
0
মাত্ৰ ডেৰ মাহতে ভাঙিল ললিত-সুস্মিতাৰ সম্পৰ্ক! সামাজিক মাধ্যমত সৰৱ চৰ্চা কিয়?
0
SHARES
326
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ললিত মোদী আৰু সুস্মিতা সেনৰ মাজত ব্ৰেকআপ হৈছে! এই কথা আমি কোৱা নাই, ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলেহে এই কথা কৈছে।

কিয় এনেকৈ কৈছে সেই বিষয়ে অলপ তভক লওঁ আহক। দৰাচলতে সুস্মিতা সেনৰ সৈতে সম্পৰ্ক ঘোষণা কৰাৰ পিছতে ললিত মোদীয়ে নিজৰ ইনষ্টাগ্ৰামৰ বায়’ত অভিনেত্ৰীগৰাকীক তেওঁৰ বেটাৰ হাফ বুলি অভিহিত কৰি এটা দীঘলীয়া পোষ্ট লিখিছিল। ইয়াৰ লগতে ডি পিত সুস্মিতাৰ সৈতে থকা যুগ্ম ফ’টোও লগাইছিল। কিন্তু এতিয়া ললিত মোদীয়ে তেওঁৰ ছ’চিয়েল মিডিয়াৰ ডি পি আৰু বায়’ৰ পৰা আঁতৰাই পেলাইছে অভিনেত্ৰীগৰাকীৰ নাম আৰু ফ’টো।

ললিত মোদীয়ে ১৫ জুলাইৰ আশে-পাশে ইনষ্টাগ্ৰামত নিজৰ প্ৰফাইল পিকচাৰ সলনি কৰিছিল। এই ফ’টোখনত তেওঁক সুস্মিতা সেনৰ সৈতে দেখা গৈছিল। ইয়াৰ লগতে ললিত মোদীয়ে ইনষ্টাগ্ৰামৰ বায়’ত লিখিছিল যে তেওঁ সুস্মিতা সেনৰ সৈতে এক নতুন জীৱন আৰম্ভ কৰিছে। সুস্মিতা সেনক ললিত মোদীয়ে ‘পাৰ্টনাৰ ইন ক্ৰাইম’ আৰু ‘মাই লাভ’ বুলিও সম্বোধন কৰিছিল।

লগতে পঢ়ক স্নাতকোত্তৰত সোণৰ পদক, বলিউদৰ ছবিত অভিনয়, UPSCৰ প্ৰথম প্ৰচেষ্টাতে সফলতা সুন্দৰী ছিমলাৰ

একে সময়তে ঘোষণাৰ মাত্ৰ ডেৰ মাহ পিছতেই ললিত মোদীয়ে তেওঁৰ প্ৰফাইল আৰু ইনষ্টা বায়’ৰ পৰা সুস্মিতাৰ ফ’টো আৰু নাম আঁতৰাই পেলাইছে। ললিত মোদীৰ নতুন প্ৰফাইলত হাঁহি থকা দেখা গৈছে। ফটোখনৰ বেকগ্ৰাউণ্ডত আই পি এল লিখা দেখা গৈছে। একে সময়তে ইনষ্টা বায়’ত ললিত মোদীয়ে নিজকে আই পি এলৰ প্ৰতিষ্ঠাপক বুলি অভিহিত কৰিছে।

ললিত মোদীয়ে নিজৰ প্ৰফাইলত সালসলনি কৰাৰ পিছৰে পৰা দুয়োৰে বিচ্ছেদক লৈ নেটনাগৰিকৰ মাজত জল্পনা-কল্পনা আৰম্ভ হৈছে। নেটনাগৰিকে ছ’চিয়েল মিডিয়াত বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া দি আছে। ইউজাৰসকলে চ’ছিয়েল মিডিয়াত লিখিছে যে ললিত মোদীয়ে তেওঁৰ বায়’ সলনি কৰিছে। সি আৰু সুস্মিতাৰ মাজত বিচ্ছেদ ঘটিছে নেকি?

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of AssamLalit Modisushmita sen
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

১৭ বছৰে ভুৱা MBBS ডিগ্ৰীৰে চৰকাৰী চাকৰি!
অপৰাধ

১৭ বছৰে ভুৱা MBBS ডিগ্ৰীৰে চৰকাৰী চাকৰি!

October 12, 2026
ভাল সময়ে আৱৰি ৰাখিব এই ৩ ৰাশিৰ লোকক!
জীৱনশৈলী

ভাল সময়ে আৱৰি ৰাখিব এই ৩ ৰাশিৰ লোকক!

October 11, 2026
প্ৰকৃততে কি কাৰণত মৃত্যু হৈছিল নানা পাটেকাৰৰ?
বিনোদন

প্ৰকৃততে কি কাৰণত মৃত্যু হৈছিল নানা পাটেকাৰৰ?

October 11, 2026
বঙাইগাঁও চিকিৎসা মহাবিদ্যালয়ত ভয়ংকৰ ঘটনা!
অসম

বঙাইগাঁও চিকিৎসা মহাবিদ্যালয়ত ভয়ংকৰ ঘটনা!

October 11, 2026
Next Post
নিৱনুৱাৰ বাবে সুখবৰ, SAILত কেইবা শতাধিক পদ খালী, শীঘ্ৰেই কৰক আবেদন…

নিৱনুৱাৰ বাবে সুখবৰ, SAILত কেইবা শতাধিক পদ খালী, শীঘ্ৰেই কৰক আবেদন…

নয়ডাৰ টুইন টাৱাৰৰ খালী ভূমিত নিৰ্মাণ কৰা হ’ব ৰাম মন্দিৰ! আৰ ডব্লিউ এৰ বৈঠকৰ সিদ্ধান্ত

নয়ডাৰ টুইন টাৱাৰৰ খালী ভূমিত নিৰ্মাণ কৰা হ’ব ৰাম মন্দিৰ! আৰ ডব্লিউ এৰ বৈঠকৰ সিদ্ধান্ত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.