• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নয়ডাৰ টুইন টাৱাৰৰ খালী ভূমিত নিৰ্মাণ কৰা হ’ব ৰাম মন্দিৰ! আৰ ডব্লিউ এৰ বৈঠকৰ সিদ্ধান্ত

নয়ডাৰ টুইন টাৱাৰৰ খালী ভূমিত নিৰ্মাণ কৰা হ’ব ৰাম মন্দিৰ! আৰ ডব্লিউ এৰ বৈঠকৰ সিদ্ধান্ত

4 years ago
জনতাৰ মূৰত মাধমাৰ, পুনৰ বৃদ্ধি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য

জনতাৰ মূৰত মাধমাৰ, পুনৰ বৃদ্ধি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য

16 minutes ago
মাত্ৰ ১০ মিনিটতে ঘৰতে পাব ৰন্ধন গেছ! নালাগে কোনোধৰণৰ LPG বুকিঙৰ কাৰ্ড

মাত্ৰ ১০ মিনিটতে ঘৰতে পাব ৰন্ধন গেছ! নালাগে কোনোধৰণৰ LPG বুকিঙৰ কাৰ্ড

41 minutes ago
Living Together প্ৰায় শুনি থকা শব্দ, এতিয়া যেন অতি সহজ, কিন্তু কি কয় সমীকৰণে…

বিবাহিত মহিলাসকলৰ কি বস্তু বুজি নাপায় পুৰুষে? ৯৯% লোকে নাজানে এই কথা

57 minutes ago
“মই বাহিৰৰ পৰা দুৰ্বল হ’লেও ভিতৰৰ পৰা শক্তিশালী!” সোনম ৱাংচুক সন্দৰ্ভত কি ক’লে উচ্চ ন্যায়ালয়ে?

“মই বাহিৰৰ পৰা দুৰ্বল হ’লেও ভিতৰৰ পৰা শক্তিশালী!” সোনম ৱাংচুক সন্দৰ্ভত কি ক’লে উচ্চ ন্যায়ালয়ে?

2 hours ago
কলেষ্টেৰল বৃদ্ধি হ’লে কি কি লক্ষণে দেখা দিয়ে? অভ্যাস কৰক পৰিৱৰ্তন

কলেষ্টেৰল বৃদ্ধি হ’লে কি কি লক্ষণে দেখা দিয়ে? অভ্যাস কৰক পৰিৱৰ্তন

3 hours ago
ব্যক্তিগত দেহৰক্ষী অবিহনে কষ্ট পায় বিৰাট কোহলীয়ে! বিচিচিআইৰ কি নিয়ম?

ব্যক্তিগত দেহৰক্ষী অবিহনে কষ্ট পায় বিৰাট কোহলীয়ে! বিচিচিআইৰ কি নিয়ম?

4 hours ago
ভাগ্যই কৰিব সহায়, বুধৰ গতিয়ে সলাব এইকেইটা ৰাশিৰ কেৰিয়াৰ!

ভাগ্যই কৰিব সহায়, বুধৰ গতিয়ে সলাব এইকেইটা ৰাশিৰ কেৰিয়াৰ!

4 hours ago
FIFA World Cup: আৰ্জেণ্টিনাই ভংগ কৰিলে ফিফাৰ নিয়ম! নিষেধাজ্ঞা আৰোপ কৰিব নেকি মেছিৰ দলটোক?

FIFA World Cup: আৰ্জেণ্টিনাই ভংগ কৰিলে ফিফাৰ নিয়ম! নিষেধাজ্ঞা আৰোপ কৰিব নেকি মেছিৰ দলটোক?

5 hours ago
আজিৰে পৰা আৰম্ভ ৰথ যাত্ৰা, জানক এই উৎসৱৰ মহত্ব আৰু তাৎপৰ্য

আজিৰে পৰা আৰম্ভ ৰথ যাত্ৰা, জানক এই উৎসৱৰ মহত্ব আৰু তাৎপৰ্য

6 hours ago
ফিফা বিশ্বকাপত লিয়নেল মেছিৰ যাদু, একেৰাহে দ্বিতীয়বাৰৰ বাবে প্ৰৱেশ ফাইনেলত

ফিফা বিশ্বকাপত লিয়নেল মেছিৰ যাদু, একেৰাহে দ্বিতীয়বাৰৰ বাবে প্ৰৱেশ ফাইনেলত

7 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? ৫ ৰাশিৰ হ’ব ভাগ্য উদয়!

আজি কেনে যাব আপোনাৰ দিনটো? ৫ ৰাশিৰ হ’ব ভাগ্য উদয়!

7 hours ago
এই পদ্ধতিৰে কমাব পাৰে ধূমপানৰ আসক্তি

এই পদ্ধতিৰে কমাব পাৰে ধূমপানৰ আসক্তি

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, July 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

নয়ডাৰ টুইন টাৱাৰৰ খালী ভূমিত নিৰ্মাণ কৰা হ’ব ৰাম মন্দিৰ! আৰ ডব্লিউ এৰ বৈঠকৰ সিদ্ধান্ত

editor by editor
September 3, 2022
in বিবিধ, ভাৰত
0
নয়ডাৰ টুইন টাৱাৰৰ খালী ভূমিত নিৰ্মাণ কৰা হ’ব ৰাম মন্দিৰ! আৰ ডব্লিউ এৰ বৈঠকৰ সিদ্ধান্ত
0
SHARES
256
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নয়ডাৰ টুইন টাৱাৰ ভাঙি পেলোৱাৰ পিছত মানুহৰ মনত এটা প্ৰশ্ন উত্থাপন হৈছে যে সেই খালী ঠাইৰ এতিয়া কি হ’ব? এই সন্দৰ্ভত জল্পনা-কল্পনাও তুংগত উঠিছে। বহু সংবাদ মাধ্যমত কোৱা হৈছে যে ইয়াত এটা ভৱিষ্যৎ প্ৰজন্মৰ ৰাম মন্দিৰ নিৰ্মাণ কৰা হ’ব।

অৱশ্যে ইয়াৰ সমান্তৰালভাৱে তাত ল’ৰা-ছোৱালীয়ে খেলিব পৰাকৈ এখন ডাঙৰ পাৰ্ক নিৰ্মাণ কৰা হ’ব বুলিও খবৰ ওলাইছে।

আনহাতে, টুইন টাৱাৰ নিৰ্মাণ কৰা প্ৰতিষ্ঠান ছুপাৰটেকে সেই ভূমিত মাটিখিনি ব্যৱহাৰ কৰি দ্বিতীয়টো আৱাসিক প্ৰকল্প নিৰ্মাণ কৰাৰ বাবে প্ৰস্তুতি চলাবও পাৰে৷ অৱশ্যে ই ছুপাৰটেকৰ বাবে ই বৰ সহজ হৈ থকা নাই, কাৰণ তাৰ বাবে কোম্পানীটোৱে নয়ডা অথৰিটি আৰু এমাৰ্ল্ড ক’ৰ্টৰ ঘৰ ক্ৰেতাসকলৰ পৰা অনুমোদন ল’ব লাগিব।

লগতে পঢ়ক মাত্ৰ ডেৰ মাহতে ভাঙিল ললিত-সুস্মিতাৰ সম্পৰ্ক! সামাজিক মাধ্যমত সৰৱ চৰ্চা কিয়?

সংবাদ মাধ্যমৰ খবৰ অনুসৰি বৃহস্পতিবাৰে আৰ ডব্লিউ এৰ এখন বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত ধ্বংসস্তুপত পৰিণত হোৱা টাৱাৰৰ স্থানত এটা ৰাম মন্দিৰ নিৰ্মাণ কৰা হ’ব বুলি সহমতত উপনীত হৈছে। ইয়াৰ লগতে শিশুসকলে খেলিব পৰাকৈ এখন ডাঙৰ পাৰ্ক নিৰ্মাণ কৰা হ’ব।

কিন্তু ইয়াত সমস্যাটো হ’ল এতিয়ালৈকে ছুপাৰটেকৰ এমাৰ্লড টাৱাৰ হস্তান্তৰ কৰাটো স্থানীয় লোকৰ সৈতে সহমতত উপণীত হ’ব পৰা নাই। অৰ্থাৎ মন্দিৰ নিৰ্মাণ কৰা হ’ব নে নহয় সেইটো সিদ্ধান্ত লোৱাৰ অধিকাৰ নিৰ্মাতাৰহে আছে।

আনকি নিৰ্মাতাইও তাত স্বতন্ত্ৰভাৱে অন্য কোনো নিৰ্মাণ কাৰ্য আৰম্ভ কৰিব নোৱাৰে। ইয়াৰ বাবে প্ৰতিষ্ঠানটোৱে সেই ঠাইত নতুন নিৰ্মাণৰ বাবে স্থানীয় লোকৰ দুই তৃতীয়াংশৰ সন্মতি আদায় কৰিব ল’ব লাগিব, যিটো ছুপাৰটেকৰ বাবে বৰ সহজসাধ্য হৈ থকা নাই।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of AssamNoida Twin Tower
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জনতাৰ মূৰত মাধমাৰ, পুনৰ বৃদ্ধি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য
অসম

জনতাৰ মূৰত মাধমাৰ, পুনৰ বৃদ্ধি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য

July 16, 2026
মাত্ৰ ১০ মিনিটতে ঘৰতে পাব ৰন্ধন গেছ! নালাগে কোনোধৰণৰ LPG বুকিঙৰ কাৰ্ড
ভাৰত

মাত্ৰ ১০ মিনিটতে ঘৰতে পাব ৰন্ধন গেছ! নালাগে কোনোধৰণৰ LPG বুকিঙৰ কাৰ্ড

July 16, 2026
Living Together প্ৰায় শুনি থকা শব্দ, এতিয়া যেন অতি সহজ, কিন্তু কি কয় সমীকৰণে…
জীৱনশৈলী

বিবাহিত মহিলাসকলৰ কি বস্তু বুজি নাপায় পুৰুষে? ৯৯% লোকে নাজানে এই কথা

July 16, 2026
“মই বাহিৰৰ পৰা দুৰ্বল হ’লেও ভিতৰৰ পৰা শক্তিশালী!” সোনম ৱাংচুক সন্দৰ্ভত কি ক’লে উচ্চ ন্যায়ালয়ে?
ভাৰত

“মই বাহিৰৰ পৰা দুৰ্বল হ’লেও ভিতৰৰ পৰা শক্তিশালী!” সোনম ৱাংচুক সন্দৰ্ভত কি ক’লে উচ্চ ন্যায়ালয়ে?

July 16, 2026
Next Post
কামৰ পিছত টকা দিয়া নাছিল৷ কলগাৰ্লে উঠাই লৈ গ’ল বিহাৰৰ SPৰ অফিচিয়েল মোবাইল, তাৰ পাছত…

কামৰ পিছত টকা দিয়া নাছিল৷ কলগাৰ্লে উঠাই লৈ গ’ল বিহাৰৰ SPৰ অফিচিয়েল মোবাইল, তাৰ পাছত…

ব্ৰাহ্মণ ৰীতি-নীতিৰে সম্পন্ন হ’ল ভাৰত আৰু বাংলাদেশৰ দুই সমকামী নাৰীৰ বিবাহ

ব্ৰাহ্মণ ৰীতি-নীতিৰে সম্পন্ন হ’ল ভাৰত আৰু বাংলাদেশৰ দুই সমকামী নাৰীৰ বিবাহ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.