• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৭ পুত্ৰই গোচৰ তৰিলে আৰক্ষীক, পঞ্চম বিবাহ মণ্ডপৰ পৰাই গ্ৰেপ্তাৰ ৫৫ বছৰীয়া দৰাক!

৭ পুত্ৰই গোচৰ তৰিলে আৰক্ষীক, পঞ্চম বিবাহ মণ্ডপৰ পৰাই গ্ৰেপ্তাৰ ৫৫ বছৰীয়া দৰাক!

4 years ago
পুনৰ লাডাখৰ ২৮টাকৈ স্থান চীনৰ বুলি দাবী

পুনৰ লাডাখৰ ২৮টাকৈ স্থান চীনৰ বুলি দাবী

24 minutes ago
ব্যৱসায়ী শিৱ শৰ্মাৰ মৃ*ত্যুৰ ৰহস্য!

ব্যৱসায়ী শিৱ শৰ্মাৰ মৃ*ত্যুৰ ৰহস্য!

55 minutes ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

বুধবাৰে কোন কোন ৰাশিৰ ভাগ্য উজলিব? জানক ১২টা ৰাশিৰ ভাগ্য

3 hours ago
প্ৰতিদিনে এটা মধুৰিআম খালে শৰীৰত দেখিব আচৰিত প্ৰভাৱ!

প্ৰতিদিনে এটা মধুৰিআম খালে শৰীৰত দেখিব আচৰিত প্ৰভাৱ!

3 hours ago
প্ৰেমত হাবুডুবু খাব সংগী, মাত্ৰ সলনি কৰক এইকেইটা অভ্যাস!

সম্পৰ্কত নাথাকে তিক্ততা, মৰম দিব বিচাৰিব স্বামীয়ে, মাত্ৰ অনুসৰণ কৰক এই টিপছ!

3 hours ago
চাকৰি বিচাৰি হাবাথুৰি খাইছে যুৱপ্ৰজন্মই! ভাৰতৰ নিবনুৱা হাৰ কিমান?

চাকৰি বিচাৰি হাবাথুৰি খাইছে যুৱপ্ৰজন্মই! ভাৰতৰ নিবনুৱা হাৰ কিমান?

4 hours ago
বিপদে লগ এৰা নাই অমৃতপ্ৰভাক, আদালতৰ চৰ্ত উলংঘা কৰিলে বাতিল হ’ব জামিন

বিপদে লগ এৰা নাই অমৃতপ্ৰভাক, আদালতৰ চৰ্ত উলংঘা কৰিলে বাতিল হ’ব জামিন

4 hours ago
Kidney damage: পানী সেৱনৰ পিছতো ভাগৰুৱা? এই ৮টা লক্ষণে দিয়ে বৃক্কৰ সমস্যাৰ ইংগিত

Kidney damage: পানী সেৱনৰ পিছতো ভাগৰুৱা? এই ৮টা লক্ষণে দিয়ে বৃক্কৰ সমস্যাৰ ইংগিত

5 hours ago
দুৰ্গা পূজাৰ পূৰ্বে ভাল খবৰ পাব ৩ ৰাশিৰ লোকে, মুকলি হ’ব নতুন পথ!

দুৰ্গা পূজাৰ পূৰ্বে ভাল খবৰ পাব ৩ ৰাশিৰ লোকে, মুকলি হ’ব নতুন পথ!

6 hours ago
নৱৰাত্ৰিত বিবাহৰ বান্ধোনত সোমাই নকৰিব ভুল! সংসাৰত পৰিব প্ৰভাৱ

নৱৰাত্ৰিত বিবাহৰ বান্ধোনত সোমাই নকৰিব ভুল! সংসাৰত পৰিব প্ৰভাৱ

6 hours ago
চৰ্চাত বিপাশা বাসু, পুনৰ আৰম্ভ কৰিব অভিনয় যাত্ৰা!

চৰ্চাত বিপাশা বাসু, পুনৰ আৰম্ভ কৰিব অভিনয় যাত্ৰা!

7 hours ago
ভাগ্যত আহিব পাৰে নতুন সুযোগ, ৪ ৰাশিৰ হ’ব আৰ্থিক উন্নতি!

ভাগ্যত আহিব পাৰে নতুন সুযোগ, ৪ ৰাশিৰ হ’ব আৰ্থিক উন্নতি!

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

৭ পুত্ৰই গোচৰ তৰিলে আৰক্ষীক, পঞ্চম বিবাহ মণ্ডপৰ পৰাই গ্ৰেপ্তাৰ ৫৫ বছৰীয়া দৰাক!

editor by editor
September 3, 2022
in বিবিধ, ভাৰত
0
৭ পুত্ৰই গোচৰ তৰিলে আৰক্ষীক, পঞ্চম বিবাহ মণ্ডপৰ পৰাই গ্ৰেপ্তাৰ ৫৫ বছৰীয়া দৰাক!
0
SHARES
1.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এগৰাকী ৫৫ বছৰীয়া পৌঢ় ব্যক্তিক জীৱনৰ পঞ্চম বিবাহৰ ৰভাস্থলীৰ পৰাই গ্ৰেপ্তাৰ কৰা হৈছে৷ নিজৰ ৭ সন্তানৰ অভিযোগৰ পাছতে আৰক্ষীয়ে ব্যক্তিগৰাকী গ্ৰেপ্তাৰ কৰে৷

এই ঘটনাটো উত্তৰ প্ৰদেশৰ৷ ব্যক্তিজনৰ এই গোপন পঞ্চম বিবাহৰ খবৰে এতিয়া স্থানীয় লোকৰ চকু কপালত তুলিছে৷

ঘটনাৰ বিৱৰণীৰ মতে যোৱা বুধবাৰে শ্বাফী আহমেদ নামৰ ৫৫ বছৰীয়া ৭ সন্তানৰ পিতৃ লোকজনে পঞ্চম বিবাহৰ বাবে ৰভাস্থলীতে উপস্থিত আছিল৷ বিবাহ কাৰ্য সম্পন্ন হৈ থকাৰ মাজতে উক্ত স্থানত হঠাতে লোকজনৰ চাৰি পত্নীৰ ৭ সন্তান গৈ উপস্থিত হয়৷

লগতে পঢ়ক সাধু কথাতে ৰ’বগৈ নেকি নগদ ধন? দেশত ডিজিটেল পেমেণ্ট প্ৰসাৰৰ কৃতিত্ব কাৰ?

তেওঁলোকে বিবাহস্থলীত উপস্থিত হৈয়ে বিবাহকাৰ্য বন্ধ কৰিবলৈ দাবী কৰে৷ লগে লগে বিবাহস্থলীত হুলস্থলীয়া পৰিৱেশৰ সৃষ্টি হয়৷ কইনা ঘৰৰ লোকৰ সৈতে বাক বিতণ্ডাৰো আৰম্ভ হয়৷ ইয়াৰ পাছতে লোকজনৰ ৭ সন্তানে পিতৃৰ প্ৰকৃত পৰিচয় দি তেওঁ যে ইয়াৰ পূৰ্বে চাৰিবাৰ বিবাহপাশত হৈছে আৰু তেওঁলোক ৭ জন যে তেওঁৰে সন্তান সেই কথা প্ৰকাশ কৰে৷

লোকজনৰ প্ৰকৃত পৰিচয় ফাদিল হোৱাৰ পাছতে কইনা ঘৰেও বিবাহখন বাতিল কৰে৷ ইফালে ৭ সন্তানে আৰক্ষীক পিতৃৰ বিৰুদ্ধে অভিযোগ দাখিল কৰে৷ ৭ পুত্ৰৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে বিবাহ মণ্ডপৰ পৰাই শ্বাহী আহমেদ নামৰ ৫৫ বছৰীয়া লোকজনক গ্ৰেপ্তাৰ কৰে৷

আনহাতে, ৭ সন্তানে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে যে পিতৃয়ে তেওঁলোকৰ ভৰণ পোষণ দিয়া বন্ধ কৰি দিয়ে৷ কিয় বন্ধ কৰিলে সেই বিষয়ে পিতৃয়ে একো জনোৱা নাছিল৷ পাছত বিবাহৰ দিনাই তেওঁলোকৰ পিতৃয়ে পঞ্চম বিবাহ আৱদ্ধ হোৱাৰ খবৰ লাভ কৰি তেওঁলোকে আৰক্ষীৰ দ্বাৰস্থ হৈ পিতৃৰ বিবাহ বিৰোধিতা কৰিছ৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পুনৰ লাডাখৰ ২৮টাকৈ স্থান চীনৰ বুলি দাবী
ভাৰত

পুনৰ লাডাখৰ ২৮টাকৈ স্থান চীনৰ বুলি দাবী

October 13, 2026
ব্যৱসায়ী শিৱ শৰ্মাৰ মৃ*ত্যুৰ ৰহস্য!
অপৰাধ

ব্যৱসায়ী শিৱ শৰ্মাৰ মৃ*ত্যুৰ ৰহস্য!

October 13, 2026
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি
জীৱনশৈলী

বুধবাৰে কোন কোন ৰাশিৰ ভাগ্য উজলিব? জানক ১২টা ৰাশিৰ ভাগ্য

October 13, 2026
প্ৰতিদিনে এটা মধুৰিআম খালে শৰীৰত দেখিব আচৰিত প্ৰভাৱ!
জীৱনশৈলী

প্ৰতিদিনে এটা মধুৰিআম খালে শৰীৰত দেখিব আচৰিত প্ৰভাৱ!

October 13, 2026
Next Post
প্ৰস্ৰাৱ কৰিলেও ১২ শতাংশ জি এছ টি! প্ৰকৃত ঘটনাটো কি আছিল? জানিবলৈ চাওক…

প্ৰস্ৰাৱ কৰিলেও ১২ শতাংশ জি এছ টি! প্ৰকৃত ঘটনাটো কি আছিল? জানিবলৈ চাওক...

স্নাতকোত্তৰত সোণৰ পদক, বলিউদৰ ছবিত অভিনয়, UPSCৰ প্ৰথম প্ৰচেষ্টাতে সফলতা সুন্দৰী ছিমলাৰ

স্নাতকোত্তৰত সোণৰ পদক, বলিউদৰ ছবিত অভিনয়, UPSCৰ প্ৰথম প্ৰচেষ্টাতে সফলতা সুন্দৰী ছিমলাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.