গ্ৰহৰ সেনাপতি মঙ্গলে ধনু ৰাশিত আৰু দেৱতাসকলৰ গুৰু বৃহস্পতিয়ে মিথুন ৰাশিত অৱস্থান কৰিছে৷ ২০২৬ চনৰ ১০ জানুৱাৰীত মঙ্গল আৰু বৃহস্পতিৰ মাজত ঠিক ১৮০ ডিগ্ৰী দূৰত্ব থাকিব৷ যি জ্যোতিষশাস্ত্ৰত অত্যন্ত গুৰুত্বপূৰ্ণ অৱস্থান হিচাপে বিবেচিত হয়৷ মঙ্গল আৰু বৃহস্পতিৰ মাজত ১৮০ ডিগ্ৰী সংযোগক প্ৰতিযুতি যোগ বুলি কোৱা হয়৷ যি ধৰ্মযোদ্ধা যোগ নামেৰেও পৰিচিত৷ কাৰণ বৃহস্পতিয়ে জ্ঞান আৰু ধৰ্মক প্ৰতিনিধিত্ব কৰে৷ অন্যহাতে মঙ্গলে সাহস আৰু সাহসিকতাৰ দৰে যোদ্ধা গুণাৱলী প্ৰদান কৰে৷ এই সংযোগৰ পৰা ৬ৰাশিৰ জাতক জাতিকা উপকৃত হব৷
মেষ ৰাশি
মেষ ৰাশিৰ অধিপতি গ্ৰহ মঙ্গল আৰু এই সংযোগত এই জাতক জাতিকাৰ সাহস আৰু শক্তি বৃদ্ধি পাব৷ পৈতৃক সম্পত্তি আৰু কৰ্মজীৱনত অগ্ৰগতিৰ সম্ভাৱনাও তৈয়াৰ হব৷
বৃশ্চিক ৰাশি
মঙ্গল বৃশ্চিক ৰাশিৰ অধিপতি গ্ৰহ৷ মঙ্গল আৰু বৃহস্পতিৰ ১৮০ ডিগ্ৰি সাৰিবদ্ধতাই এই জাতক-জাতিকাক আৰ্থিক লাভালাভ প্ৰদান কৰিব৷ হঠাৎ কৰোবাৰ পৰা অৰ্থ হাতলৈ আহিব পাৰে৷ আত্মবিশ্বাসো বৃদ্ধি পাব৷
ধনু ৰাশি
ধনু ৰাশিৰ অধিপতি বৃহস্পতি৷ মঙ্গলৰ সৈতে বৃহস্পতিৰ সংযোগত এই জাতক জাতিকাৰ সাহস বৃদ্ধি পাব৷ গুৰুত্বপূৰ্ণ কামসমূহ সহজেই সম্পন্ন কৰিব পাৰিব আৰু ভাগ্যও বৃদ্ধি পাব৷ উচ্চশিক্ষাগ্ৰহণকাৰীসকলৰ বাবে এই সময় সফল সময়৷
মকৰ ৰাশি
মঙ্গলৰ সৈতে বৃহস্পতিৰ সংযোগত এই জাতক জাতিকাৰ সাহস বৃদ্ধি পাব৷ গুৰুত্বপূৰ্ণ কামসমূহ সহজেই সম্পন্ন কৰিবলৈ সক্ষম হব৷ ভাগ্য বৃদ্ধি পাব৷ উচ্চশিক্ষা গ্ৰহণকাৰীসকলৰ বাবে এই সময় এক সফল সময়৷
কুম্ভ ৰাশি
মঙ্গলৰ সৈতে বৃহস্পতিৰ সংযোগত এই জাতক জাতিকাৰ সাহস বৃদ্ধি পাব৷ গুৰুত্বপূৰ্ণ কামসমূহ সহজেই সম্পন্ন কৰিবলৈ সক্ষম হব আৰু সৌভাগ্য বৃদ্ধি পাব৷ উচ্চশিক্ষা গ্ৰহণকাৰীসকলৰ বাবে এয়া সফল সময়৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















