• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পশ্চিম বংগত দুৰ্ঘটনাগ্ৰস্ত গুৱাহাটী-বিকানেৰ এক্সপ্ৰেছ, সুৰক্ষিত অসমৰ ২৯০ গৰাকী যাত্ৰী

4 years ago
নক্ষত্ৰ সলনি কৰিছে চন্দ্ৰই, ২৬ ঘণ্টা গল্ডেন টাইম, অৰ্থলাভ কৰিব ৪ৰাশিৰ জাতকে

13 minutes ago
শীৰ্ষস্থান দখল কৰা জ্যোতিৰ্ময় দাসৰ পিতৃ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী, উৰুখা পজাৰ পৰা ওলোৱা জ্যোতিৰ্ময়ৰ ভৱিষ্যতৰ সপোন কি?

49 minutes ago
কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন মঞ্জুৰ, তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আবেদন

1 hour ago
১৪ এপ্ৰিলত সূৰ্যৰ মহাগোচৰ, নতুন সৌৰবৰ্ষত ৪ৰাশিৰ মুখত উজলিব হাঁহি, অৰ্থলাভ কৰিব কোন কোন ৰাশিৰ জাতকে?

2 hours ago
মীন ৰাশিত বুধ, কাইলৈৰ পৰা দ্বিদাদশ যোগ, ঘূৰিব ভাগ্যৰ চকা, দ্বিগুণ অৰ্থলাভ ৩ৰাশিৰ

মোক নস্যাৎ কৰি পেলাব নোৱাৰে, মানুহৰ কাষত মই থাকিমেই, মানুহৰ কথা মই কমেই…’  বিজেপি দলত যোগ নিদিয়ে ৰাঘৱ চাড্ডাই!

প্ৰকাশ পালে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল, প্ৰথম ৪ স্থানত কোন কোন পৰীক্ষাৰ্থী

3 hours ago
অমৰনাথ যাত্ৰাৰ ৰেজিষ্ট্ৰেচন আৰম্ভ হ’ব এপ্ৰিলতেই, যোৱাৰ প্লেন থাকিলে জানি থওক ৰেজিষ্ট্ৰেচন প্ৰক্ৰিয়াৰ সবিশেষ

জন্মনিয়ন্ত্ৰক ঔষধ বা অস্ত্ৰোপচাৰৰ প্ৰয়োজন নাই, পুৰুষৰ বাবে গৰ্ভনিৰোধক তৈয়াৰ কৰিলে বিজ্ঞানীয়ে

4 hours ago
গোচৰ কৰিব মঙ্গলে, কেতুৰ সৈতে জোট বান্ধি মঙ্গলে ভাল খবৰ আনিব ৪ৰাশিলৈ, ভাগ্য পৰিবৰ্তন হ’ব কোন ৪ৰাশিৰ জাতকৰ?

সাজু হওক৷ ১০ বাজি ৩০ মিনিটৰ লগে লগেই ঘোষণা হ’ব মেট্ৰিকৰ ফলাফল, জানি থওক কোন ১৬টা ৱেবচাইটত পাব ৰিজাল্ট?

5 hours ago
অনন্ত আম্বানীৰ ওপজা দিনৰ ছলমান খানৰ বিশেষ পোষ্ট, শ্বাহৰুখেও জনালে শুভেচ্ছা, ওপজা দিন উপলক্ষে কি কি আয়োজন এছিয়াৰ ধনী ব্যক্তিৰ পুত্ৰৰ

  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

পশ্চিম বংগত দুৰ্ঘটনাগ্ৰস্ত গুৱাহাটী-বিকানেৰ এক্সপ্ৰেছ, সুৰক্ষিত অসমৰ ২৯০ গৰাকী যাত্ৰী

editor by editor
January 14, 2022
in অসম, গুৱাহাটী, ভাৰত
0
পশ্চিম বংগত দুৰ্ঘটনাগ্ৰস্ত গুৱাহাটী-বিকানেৰ এক্সপ্ৰেছ, সুৰক্ষিত অসমৰ ২৯০ গৰাকী যাত্ৰী
0
SHARES
986
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ উৰুকাৰ নিশাই পশ্চিম বংগত দুৰ্ঘটনাত পতিত অসমৰ শতাধিক ব্যক্তি৷ বৃহস্পতিবাৰে নিশা পশ্চিম বংগত দুৰ্ঘটনাগ্ৰস্ত গুৱাহাটী-বিকানেৰ এক্সপ্ৰেছ৷ পশ্চিমবংগৰ জলপাইগুৰিৰ মইনগুড়িত সংঘটিত হয় এই দুৰ্ঘটনা৷ দুৰ্ঘটনাত লাইনচ্যুত ৪-৫টা দবা৷ মৃত্যু হৈছে ৯ গৰাকী ব্যক্তিৰ আৰু চিকিৎসালয়ত ভৰ্তি আহত ৪২গৰাকী ব্যক্তি৷ লাইনচ্যুত ডবাকেইটাত আছিল মুঠ ৫৭৭ গৰাকী যাত্ৰী৷ ৰে’লখনত আছিল সৰ্বমুঠ ১০৫৩গৰাকী ব্যক্তি৷ দুৰ্ঘটনাত আহত আৰু নিহতৰ পৰিয়াললৈ অৰ্থিক সাহায্য ঘোষণা ৰে’ল বিভাগৰ৷ নিহত পৰিয়াললৈ ৫ লাখ টকাৰ সাহায্য ঘোষণা৷ গুৰুত্বৰভাৱে আহত সকললৈ ১ লাখ টকাৰ সাহায্য আৰু সামান্য আহত সকললৈ  ২৫,০০০ টকাৰ সাহায্য ঘোষণা কৰে ৰে’ল কৰ্তৃপক্ষই৷ উল্লেখ্য, ৰে’লখনত আছিল অসমৰ প্ৰায় ২৯০ গৰাকী ব্যক্তি৷ যাত্ৰীসকলৰ বিশেষ ৰে’লযোগে গুৱাহাটী ৰে’লৱে ষ্টেচনলৈ অনাৰ ব্যৱস্থা কৰা হৈছে৷ তদুপৰি পৰিবহন বিভাগৰ তদাৰকত ষ্টেচনৰ পৰা বিশেষ বাছেৰে যাত্ৰীসকলক ঘৰলৈ নিয়াৰো ব্যৱস্থা কৰিছে ৰাজ্যচৰকাৰে৷ ঘটনা সন্দৰ্ভত টুইটযোগে শোকপ্ৰকাশ ৰে’লমন্ত্ৰী, প্ৰধানমন্ত্ৰী মোদীৰ৷ উহৈওপোঊগঘটনা সন্দৰ্ভত টুইটযোগে শোকপ্ৰকাশ ৰে’লমন্ত্ৰী, প্ৰধানমন্ত্ৰী মোদীৰ৷ ঘটনা সন্দৰ্ভত উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: ashwini vaishnawasom live 24assam ka newsassam live 24axom live 24guwahati bikaner expressnarendra-modi
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শীৰ্ষস্থান দখল কৰা জ্যোতিৰ্ময় দাসৰ পিতৃ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী, উৰুখা পজাৰ পৰা ওলোৱা জ্যোতিৰ্ময়ৰ ভৱিষ্যতৰ সপোন কি?
জীৱনশৈলী

April 10, 2026
কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন মঞ্জুৰ, তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আবেদন
অপৰাধ

কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন মঞ্জুৰ, তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আবেদন

April 10, 2026
মীন ৰাশিত বুধ, কাইলৈৰ পৰা দ্বিদাদশ যোগ, ঘূৰিব ভাগ্যৰ চকা, দ্বিগুণ অৰ্থলাভ ৩ৰাশিৰ
জীৱনশৈলী

মীন ৰাশিত বুধ, কাইলৈৰ পৰা দ্বিদাদশ যোগ, ঘূৰিব ভাগ্যৰ চকা, দ্বিগুণ অৰ্থলাভ ৩ৰাশিৰ

April 10, 2026
মোক নস্যাৎ কৰি পেলাব নোৱাৰে, মানুহৰ কাষত মই থাকিমেই, মানুহৰ কথা মই কমেই…’  বিজেপি দলত যোগ নিদিয়ে ৰাঘৱ চাড্ডাই!
জীৱনশৈলী

মোক নস্যাৎ কৰি পেলাব নোৱাৰে, মানুহৰ কাষত মই থাকিমেই, মানুহৰ কথা মই কমেই…’ বিজেপি দলত যোগ নিদিয়ে ৰাঘৱ চাড্ডাই!

April 10, 2026
Next Post
বিশ্বজুৰি ১০ মিলিয়ন লোকৰ সূৰ্য নমস্কাৰ, আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ডিব্ৰুগড়ত কৰিলে সূৰ্য নমস্কাৰ

২ টা কোম্পানী মালিক এজনী ১০ বছৰীয়া কনমানি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন