অসম লাইভ ২৪ঃ এজনী ১০ বছৰীয়া ছোৱালী কথা কও শুনক। যিজনী ছোৱালীৰ কথাৰ শুনিলে আপুনি আচৰিত হ’ব। ছোৱালীজনী অষ্ট্ৰেলিয়ানৰ বাসিন্দা। কনমানি ছোৱালীৰ ২ টা কোম্পানী আছে। এতিয়া হয়তো আপোনাৰ মনটোত এটা ভাৱৰ উদয় হৈছে , ইমান কম বয়সতে ২ টা কোম্পানী মালিক তাই কিদৰে হ’ল। তাতকৈও আচৰিত হ’ব লগা কথাটো হ’ল কোম্পানী দুটাৰ পৰা তাইৰ উপাৰ্জন নিযুতৰো ওপৰত।
যোৱা বছৰ পিক্সিজ ফিজেট নামৰ এটা বিশাল পুতলা কোম্পানী স্থাপন কৰিছিল তাই। পিক্সি কাৰ্টিছ হৈছে চুলিৰ আনুষঙ্গিক ব্যৱসায়। কোম্পানীটোত পিক্সিৰ ধনুও তৈয়াৰ কৰা হয়।
যিটো তাইৰ মাতৃয়ে সৰুতে আৰম্ভ কৰিছিল। এতিয়া মাতৃয়ে কোম্পানীটোৰ সম্পুৰ্ণ দায়িত্ব দিছে তাইক। কোম্পানী দুটাৰ পৰা লাখ লাখ টকা উপাৰ্জন কৰি আছে কনমানীজনীয়ে। তাইৰ মাতৃয়ে কৈছে যে যদি তাই বিচাৰে তেন্তে অনাগত ১৫ বছৰত অৱসৰ লৈও নিচিন্ত মনে বহি বহি দিন কটাব পাৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ