• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
CDS বিপিন ৰাৱাটৰ হেলিকপ্টাৰ দুৰ্ঘটনাৰ ৰহস্য ফাদিল, স্পষ্ট হ’ল Court of Inquiryৰ প্ৰতিবেদনত  

4 years ago
প্ৰেম, কেৰিয়াৰত ডাবল সাফল্য, জুনত শুক্ৰই আনি দিব সৌভাগ্য, অৰ্থলাভৰ যোগ আছে কাৰ কাৰ?

29 minutes ago
জুনত তৈয়াৰ হৈছে সূৰ্য চন্দ্ৰৰ বৈধৃতি যোগ, ৪ৰাশিৰ ভাগ্য চমকিব, সন্মান বাঢ়িব কাৰ কাৰ?

1 hour ago
হোটেলৰুমত কেমেৰা লুকুৱাই লগাই থোৱা আছে নেকি? জনাই দিয়ে আপোনাৰ ফোনৰ এই ৩টা এপেই

৭লাখ টকা তৃষাক দিয়া হৈছিল, গৰ্ভ**পাতৰ পাছতেই সম্পৰ্কত ভাঙোন আহিছিল, তৃষা শৰ্মাৰ মৃত্যু গোচৰক লৈ কি ডাঙৰ মন্তব্য তৃষাৰ স্বামীৰ?

2 hours ago
Live-in relationship ত থাকিলে সাৱধান, ভুল কৰিলে হ’ব লাগিব ৰঙাঘৰৰ আলহী!

3 hours ago
‘মায়াবিনী পিছুৱাই গ’লো, দয়াবিনী আগুৱাই গ’ল’, নিৰ্বাচনৰ পূৰ্বে জুবিনকলৈ ৰাজনীতি কৰা সন্দৰ্ভত মুখ্যমন্ত্ৰী

মুখ্যমন্ত্ৰীৰ পদ এৰিবলৈ সাজু হিমন্ত বিশ্ব শৰ্মা, ভংগ হ’ব শৰ্মা মন্ত্ৰীসভা!

‘ৰাজনীতিলৈ অহা মানুহৰ অহংকাৰ হ’ব নালাগে’, ক’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

4 hours ago
থালাপতিৰ যাদু! ২১ দিনতে ৩ জন বিধায়কে এৰিলে AIADMK, কৰিলে TVK ত যোগদান

5 hours ago
কঁঠাল ফল নে পাচলি? বুদ্ধিমানসকলে জানিব সঠিক উত্তৰ!

6 hours ago
খালী পেটত তৰমুজ খোৱাটো উচিত নে অনুচিত? গৰমত ফল খোৱাৰ সঠিক সময় জানক

তৰমুজ খোৱাৰ সঠিক পদ্ধতি ৯৯% লোকে নাজানে, এটা ভুলে মাতিব বিপদ!

7 hours ago
শ্ৰেণীকোঠাৰ ভিতৰত ব্যৱহাৰ কৰিব নোৱাৰে মোবাইল, শিক্ষক-শিক্ষয়িত্ৰীলৈ নিৰ্দেশনা!

World Thyroid Day: মহিলাসকলৰ কিয় বেছি থাইৰয়ডৰ মাত্ৰা? কেনেদৰে আৰোগ্য হ’ব বিশেষজ্ঞৰ পৰা জানক

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, May 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

CDS বিপিন ৰাৱাটৰ হেলিকপ্টাৰ দুৰ্ঘটনাৰ ৰহস্য ফাদিল, স্পষ্ট হ’ল Court of Inquiryৰ প্ৰতিবেদনত  

editor by editor
January 15, 2022
in অসম, গুৱাহাটী, ভাৰত
0
CDS বিপিন ৰাৱাটৰ হেলিকপ্টাৰ দুৰ্ঘটনাৰ ৰহস্য ফাদিল, স্পষ্ট হ’ল Court of Inquiryৰ প্ৰতিবেদনত  
0
SHARES
2.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ প্ৰতিকূল বতৰৰ বাবেই দুৰ্ঘটনাত পতিত হৈছিল CDS বিপিন ৰাৱাটৰ হেলিকপ্টাৰ৷ Court of inquiry প্ৰতিবেদনত সদৰী কৰা হৈছে এই তথ্য৷ দুৰ্ঘটনাৰ তদন্ত আৰম্ভ কৰাৰ পাছতেই প্ৰত্যক্ষদৰ্শীৰ ভাষ্য, ফ্লাইড ডাটা ৰেক’ৰ্ড আৰু ককপিট বায়াছ ৰেক’ৰ্ডৰ বিশ্লেষণৰ ভিত্তিত সদৰী কৰিছে এই তথ্য৷ দুৰ্ঘটনা সন্দৰ্ভত Court of inquiry য়ে বিভিন্ন কাৰণ যেনেঃ যান্ত্ৰিক বিফলতা, গাফিলতি অথবা অসাৱধানতাৰ বিষয়ে উল্লেখ কৰিছিল যদিও তদন্তৰ প্ৰাৰম্ভিক পৰ্যায়ত প্ৰতিকূল বতৰ অৰ্থাৎ বতৰৰ অপ্ৰত্যাশিত পৰিবৰ্তনৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি উল্লেখ Court of inquiry ৰ প্ৰতিবেদনত৷ উল্লেখ্য, বিগত ৮ ডিচেম্বৰত সংঘটিত হৈছিল এই শোকাৱহ দুৰ্ঘটনাটো৷ CDS বিপিন ৰাৱাটৰ লগতে অন্য ১৩ গৰাকী লোকৰ মৃত্যু হৈছিল তামিলনাডুত সংঘটিত বায়ুসেনাৰ এই বিমান দুৰ্ঘটনাত৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24bipin rawatchopper crashindia air force
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৭লাখ টকা তৃষাক দিয়া হৈছিল, গৰ্ভ**পাতৰ পাছতেই সম্পৰ্কত ভাঙোন আহিছিল, তৃষা শৰ্মাৰ মৃত্যু গোচৰক লৈ কি ডাঙৰ মন্তব্য তৃষাৰ স্বামীৰ?
অপৰাধ

May 26, 2026
Live-in relationship ত থাকিলে সাৱধান, ভুল কৰিলে হ’ব লাগিব ৰঙাঘৰৰ আলহী!
অসম

Live-in relationship ত থাকিলে সাৱধান, ভুল কৰিলে হ’ব লাগিব ৰঙাঘৰৰ আলহী!

May 26, 2026
‘মায়াবিনী পিছুৱাই গ’লো, দয়াবিনী আগুৱাই গ’ল’, নিৰ্বাচনৰ পূৰ্বে জুবিনকলৈ ৰাজনীতি কৰা সন্দৰ্ভত মুখ্যমন্ত্ৰী
অসম

‘মায়াবিনী পিছুৱাই গ’লো, দয়াবিনী আগুৱাই গ’ল’, নিৰ্বাচনৰ পূৰ্বে জুবিনকলৈ ৰাজনীতি কৰা সন্দৰ্ভত মুখ্যমন্ত্ৰী

May 26, 2026
মুখ্যমন্ত্ৰীৰ পদ এৰিবলৈ সাজু হিমন্ত বিশ্ব শৰ্মা, ভংগ হ’ব শৰ্মা মন্ত্ৰীসভা!
অসম

‘ৰাজনীতিলৈ অহা মানুহৰ অহংকাৰ হ’ব নালাগে’, ক’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

May 26, 2026
Next Post
সূৰ্যৰ পোহৰে হ্ৰাস কৰে স্তনৰ কৰ্কট ৰোগৰ আশংকা…

কোন এই আধুনিক শ্ৰৱণ কুমাৰ? পিঠিত দেউতাকক উঠাই ৬ ঘণ্টা খোজ কাঢ়ি গৈ ল’লে ক’ভিড ভেকছিন…

কোন এই আধুনিক শ্ৰৱণ কুমাৰ? পিঠিত দেউতাকক উঠাই ৬ ঘণ্টা খোজ কাঢ়ি গৈ ল’লে ক’ভিড ভেকছিন...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন