• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ডাবল মাৰ্ডাৰত ব্যৱহৃত দা উদ্ধাৰৰ লগতে গ্ৰেপ্তাৰ দা ব্যৱসায়ীও, সামাজিক মাধ্যমত ইউজাৰকাৰীৰ প্ৰশ্ন ফ্ৰীজ বেপাৰী আৰু সত্যনাৰায়ণ পূজা কৰা পুৰোহিতক গ্ৰেপ্তাৰ কৰা হ’বনে?

ডাবল মাৰ্ডাৰত ব্যৱহৃত দা উদ্ধাৰৰ লগতে গ্ৰেপ্তাৰ দা ব্যৱসায়ীও, সামাজিক মাধ্যমত ইউজাৰকাৰীৰ প্ৰশ্ন ফ্ৰীজ বেপাৰী আৰু সত্যনাৰায়ণ পূজা কৰা পুৰোহিতক গ্ৰেপ্তাৰ কৰা হ’বনে?

3 years ago
মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

10 hours ago
শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

11 hours ago
হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

12 hours ago
জীৱনলৈ বেয়া সময় আহিবই, গীতাত থকা শ্ৰীকৃষ্ণৰ কি কি বাণীয়ে দিয়ে দুঃসময়ৰ পৰা উঠি অহাৰ শক্তি?

জীৱনলৈ বেয়া সময় আহিবই, গীতাত থকা শ্ৰীকৃষ্ণৰ কি কি বাণীয়ে দিয়ে দুঃসময়ৰ পৰা উঠি অহাৰ শক্তি?

12 hours ago
ডায়বেটিছ আছে নেকি? এই ৫ফলে আপোনাৰ ভয়ংকৰ ক্ষতি কৰিব পাৰে, তৎক্ষণাৎ বাঢ়িব পাৰে ছুগাৰ

ডায়বেটিছ আছে নেকি? এই ৫ফলে আপোনাৰ ভয়ংকৰ ক্ষতি কৰিব পাৰে, তৎক্ষণাৎ বাঢ়িব পাৰে ছুগাৰ

13 hours ago
২ দিন পাছতেই কুম্ভলৈ আহিব সেনাপতি গ্ৰহ মঙ্গল, কেৰিয়াৰত উন্নতি, হাতলৈ ধন আহিব এই ৫ৰাশিৰ

২ দিন পাছতেই কুম্ভলৈ আহিব সেনাপতি গ্ৰহ মঙ্গল, কেৰিয়াৰত উন্নতি, হাতলৈ ধন আহিব এই ৫ৰাশিৰ

14 hours ago
ডিভোৰ্ছৰ বাবে নিজৰ কোন দুটা স্বভাৱ দায়ী বুলি স্বীকাৰ কৰিছে আমিৰ খানে? সম্পৰ্ক ধৰি ৰাখিবলৈ কি কি অভ্যাস ত্যাগ কৰা জৰুৰী?

ডিভোৰ্ছৰ বাবে নিজৰ কোন দুটা স্বভাৱ দায়ী বুলি স্বীকাৰ কৰিছে আমিৰ খানে? সম্পৰ্ক ধৰি ৰাখিবলৈ কি কি অভ্যাস ত্যাগ কৰা জৰুৰী?

14 hours ago
আপোনাৰ শৰীৰত কমিছে টেষ্টোষ্টেৰণৰ মাত্ৰা, কেনেকৈ বুজিব? কি কৰিলে মুক্তি পাব?

আপোনাৰ শৰীৰত কমিছে টেষ্টোষ্টেৰণৰ মাত্ৰা, কেনেকৈ বুজিব? কি কৰিলে মুক্তি পাব?

14 hours ago
ফাকুৱাৰ পূৰ্বেই ভৰিব ৪ৰাশিৰ পকেট, শুক্ৰৰ কৃপা কোন কোন ৰাশিৰ ওপৰত?

ফাকুৱাৰ পূৰ্বেই ভৰিব ৪ৰাশিৰ পকেট, শুক্ৰৰ কৃপা কোন কোন ৰাশিৰ ওপৰত?

15 hours ago
পোষ্ট অফিচত ১ লাখ টকা জমা কৰিলেই পাব ৪৪,৯৯৫ টকা সুদ, কিন্তু কেনেকৈ?

পোষ্ট অফিচত ১ লাখ টকা জমা কৰিলেই পাব ৪৪,৯৯৫ টকা সুদ, কিন্তু কেনেকৈ?

16 hours ago
শনিৰ সৈতে সূৰ্যৰ যুঁটি, য’তেই হাত দিয়ে তাতেই লাভ, শনি-সূৰ্যৰ মিলনত সুফল লাভ কৰিব এই ৫ৰাশিয়ে

শনিৰ সৈতে সূৰ্যৰ যুঁটি, য’তেই হাত দিয়ে তাতেই লাভ, শনি-সূৰ্যৰ মিলনত সুফল লাভ কৰিব এই ৫ৰাশিয়ে

16 hours ago
ফেব্ৰুৱাৰীৰ শেষ সপ্তাহত লক্ষ্মী নাৰায়ণ ৰাজযোগৰ চমক, সুদিন উভতিব ৫ৰাশিৰ জীৱনলৈ

ফেব্ৰুৱাৰীৰ শেষ সপ্তাহত লক্ষ্মী নাৰায়ণ ৰাজযোগৰ চমক, সুদিন উভতিব ৫ৰাশিৰ জীৱনলৈ

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, February 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

ডাবল মাৰ্ডাৰত ব্যৱহৃত দা উদ্ধাৰৰ লগতে গ্ৰেপ্তাৰ দা ব্যৱসায়ীও, সামাজিক মাধ্যমত ইউজাৰকাৰীৰ প্ৰশ্ন ফ্ৰীজ বেপাৰী আৰু সত্যনাৰায়ণ পূজা কৰা পুৰোহিতক গ্ৰেপ্তাৰ কৰা হ’বনে?

editor by editor
February 23, 2023
in অপৰাধ, অসম
0
ডাবল মাৰ্ডাৰত ব্যৱহৃত দা উদ্ধাৰৰ লগতে গ্ৰেপ্তাৰ দা ব্যৱসায়ীও, সামাজিক মাধ্যমত ইউজাৰকাৰীৰ প্ৰশ্ন ফ্ৰীজ বেপাৰী আৰু সত্যনাৰায়ণ পূজা কৰা পুৰোহিতক গ্ৰেপ্তাৰ কৰা হ’বনে?
0
SHARES
16.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ
মহানগৰীৰ দুটাকৈ লোমহৰ্ষক হত্যাকাণ্ডত ব্যৱহাৰ কৰা দাখন অৱশেষত লাভ কৰিলে আৰক্ষীয়ে৷
বোন্দাজানত আৰক্ষীয়ে তিনি অভিযুক্তক লগত লৈ চলোৱা অভিযানত উদ্ধাৰ হয় হত্যাকাণ্ডত ব্যৱহৃত দা৷
হত্যাকাৰী বন্দনা কলিতাক এই দা’খন বিক্ৰী কৰা ইমৰান আলী ওৰফে ছট্টু নামৰ এজন লোককো গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।
প্ৰকাশিত তথ্য অনুসৰি বন্দনাক দা’খন ৩২০ টকাত বিক্ৰী কৰিছিল ইমৰান আলীয়ে।
দা খনেৰেই বন্দনা কলিতা আৰু আন দুজন অভিযুক্তই অৰূপজ্যোতি দে’ আৰু শংকৰী দে’ৰ মৃতদেহ টুকুৰা টুকুৰকৈ কাটিছিল৷
কটা অংশসমূহ পেলাই থৈ আহিছিল মেঘালয়ৰ দ’ খাৱৈত।
বিগত বৰ্ষৰ জুলাই আৰু আগষ্ট মাহত বন্দনা কলিতাই দুই বন্ধু ধনটি ডেকা আৰু অৰূপ দাসৰ সহযোগত সংঘটিত কৰিছিল দুটাকৈ নৃশংস হত্যাকাণ্ড।
২৬ জুলাইত প্ৰথমে শাহুৱেক শংকৰী দে’ক হত্যা কৰাৰ পিছত ১৭ আগষ্টত বন্দনাই হত্যা কৰিছিল স্বামী অৰূপজ্যোতি দে’ক।
ইতিমধ্যে আৰক্ষীয়ে অভিযান চলাই মেঘালয়ৰ ডাউকীৰ সমীপৰ খাৱৈৰ পৰা উদ্ধাৰ কৰিছে দুয়োজনৰ মৃতদেহৰ অংশ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰুছ মহিলাৰ শয্যসংগী হোৱাৰ পাছতেই যৌ* ৰোগত আক্ৰান্ত বিল গেটছ! এপষ্টিন ফাইলত ইলন মাস্ক, বিল গেটছৰ কু-অধ্যায়ৰ বৰ্ণনা
অপৰাধ

ৰুছ মহিলাৰ শয্যসংগী হোৱাৰ পাছতেই যৌ* ৰোগত আক্ৰান্ত বিল গেটছ! এপষ্টিন ফাইলত ইলন মাস্ক, বিল গেটছৰ কু-অধ্যায়ৰ বৰ্ণনা

January 31, 2026
মাঘী পূৰ্ণিমাত ৪শুভ যোগৰ সংযোগ, ১ ফেব্ৰুৱাৰীৰ পৰা ৪ৰাশিৰ ভাগ্য চমকিব
অসম

মাঘী পূৰ্ণিমাত ৪শুভ যোগৰ সংযোগ, ১ ফেব্ৰুৱাৰীৰ পৰা ৪ৰাশিৰ ভাগ্য চমকিব

January 29, 2026
প্ৰেম কৰি বিবাহ, বিবাহৰ চাৰিমাহৰ পাছতেই দুই পৰপুৰুষৰ সৈতে হাতে-লুটে ধৰে স্বামীয়ে, চৰম মুহূৰ্তত কি সিদ্ধান্ত ল’লে স্বামীয়ে?
অপৰাধ

প্ৰেম কৰি বিবাহ, বিবাহৰ চাৰিমাহৰ পাছতেই দুই পৰপুৰুষৰ সৈতে হাতে-লুটে ধৰে স্বামীয়ে, চৰম মুহূৰ্তত কি সিদ্ধান্ত ল’লে স্বামীয়ে?

January 21, 2026
৬০-৭০ দশকৰ মোহময়ী অভিনেত্রী ৰঞ্জনা শৰ্মা বৰদলৈৰ দেহাৱসান
অসম

৬০-৭০ দশকৰ মোহময়ী অভিনেত্রী ৰঞ্জনা শৰ্মা বৰদলৈৰ দেহাৱসান

December 22, 2025
Next Post
শোকাৱহ দুৰ্ঘটনা! থিতাতে নিহত ৫ গৰাকীকৈ সুঠাম যুৱক…

শোকাৱহ দুৰ্ঘটনা! থিতাতে নিহত ৫ গৰাকীকৈ সুঠাম যুৱক...

শংকৰী দে’ৰ ঘৰত বনকৰা ছোৱালীহে আছিল বন্দনা! কেনেকৈ বিবাহ কৰাইছিল অমৰজ্যোতি দে’ক

শংকৰী দে’ৰ ঘৰত বনকৰা ছোৱালীহে আছিল বন্দনা! কেনেকৈ বিবাহ কৰাইছিল অমৰজ্যোতি দে’ক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.