• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হাৰিয়ানাৰ পূৰ্ব মুখ্যমন্ত্ৰী ওম প্ৰকাশ চৌতালাৰ বিয়োগ, কেতিয়াবা ৫ দিন-কেতিয়াবা ১৫ দিনৰ বাবে, সৰ্বমুঠ ৪ বাৰকৈ হৈছিল মুখ্যমন্ত্ৰী

হাৰিয়ানাৰ পূৰ্ব মুখ্যমন্ত্ৰী ওম প্ৰকাশ চৌতালাৰ বিয়োগ, কেতিয়াবা ৫ দিন-কেতিয়াবা ১৫ দিনৰ বাবে, সৰ্বমুঠ ৪ বাৰকৈ হৈছিল মুখ্যমন্ত্ৰী

1 year ago
গাখীৰৰ পৰা এলাৰ্জী? তেন্তে দৈ খোৱাটো উচিত নে অনুচিত!

গাখীৰৰ পৰা এলাৰ্জী? তেন্তে দৈ খোৱাটো উচিত নে অনুচিত!

35 minutes ago
সন্তান জন্ম দিয়ক আৰু পাওক ৪০ হাজাৰ টকা! জানক সবিশেষ

সন্তান জন্ম দিয়ক আৰু পাওক ৪০ হাজাৰ টকা! জানক সবিশেষ

45 minutes ago
ভুলতো আওকাণ নকৰিব ডেংগুৰ এই তিনিটা লক্ষণ, হেৰাব লাগিব জীৱন!

ভুলতো আওকাণ নকৰিব ডেংগুৰ এই তিনিটা লক্ষণ, হেৰাব লাগিব জীৱন!

1 hour ago
টোপনিত ভোৰভোৰাই থকা, এয়া কোনো ৰোগৰ লক্ষণ নেকি?

টোপনিত ভোৰভোৰাই থকা, এয়া কোনো ৰোগৰ লক্ষণ নেকি?

2 hours ago
Image credit- AI

মহে কামুৰি ভাল পায় বিয়েৰ সেৱন কৰা লোকক! গৱেষণাত পোহৰলৈ আহিছে ডাঙৰ সত্য

2 hours ago
মাতৃত্বৰ অনন্য ৰূপ! ৬০ লিটাৰ মাতৃদুগ্ধ দান কৰি চৰ্চাত বেডমিণ্টন খেলুৱৈ জ্বালা গুট্টা

মাতৃত্বৰ অনন্য ৰূপ! ৬০ লিটাৰ মাতৃদুগ্ধ দান কৰি চৰ্চাত বেডমিণ্টন খেলুৱৈ জ্বালা গুট্টা

3 hours ago
চেলিব্ৰেটিৰ দৰে কেনেকৈ আকৰ্ষণীয় দেখাব? আজিয়েই শিকক এই ষ্টাইলিং টিপছ

চেলিব্ৰেটিৰ দৰে কেনেকৈ আকৰ্ষণীয় দেখাব? আজিয়েই শিকক এই ষ্টাইলিং টিপছ

4 hours ago
ফ্ৰীজৰ ভিতৰত পলিথিন বেগেৰে বান্ধি পাচলি ৰাখে নেকি? মাতিছে ভয়ংকৰ বিপদ!

ফ্ৰীজৰ ভিতৰত পলিথিন বেগেৰে বান্ধি পাচলি ৰাখে নেকি? মাতিছে ভয়ংকৰ বিপদ!

5 hours ago
টোপনিৰ পৰিৱৰ্তে নিশা মোবাইল পিটিকি থাকে নেকি? ভয়ংকৰ বিপদত পৰিব আপুনি!

টোপনিৰ পৰিৱৰ্তে নিশা মোবাইল পিটিকি থাকে নেকি? ভয়ংকৰ বিপদত পৰিব আপুনি!

5 hours ago
খুশী Out জাহ্নৱী কাপুৰ In ! হঠাৎ অভিনয়ৰ মাজতে কি হ’ল দুই ভনীয়েকৰ?

খুশী Out জাহ্নৱী কাপুৰ In ! হঠাৎ অভিনয়ৰ মাজতে কি হ’ল দুই ভনীয়েকৰ?

6 hours ago
মহিলাই EV কিনিলে চৰকাৰে দিব ১ লাখ টকা! বাকীসকলৰ বাবেও আছে ভাল অফাৰ

মহিলাই EV কিনিলে চৰকাৰে দিব ১ লাখ টকা! বাকীসকলৰ বাবেও আছে ভাল অফাৰ

8 hours ago
গজলক্ষ্মী যোগত প্ৰভাৱ প্ৰতিপত্তি বাঢ়িব ৫ৰাশিৰ, আগন্তুক সপ্তাহত সন্মান আৰু অৰ্থ বাঢ়িব কাৰ কাৰ?

গজলক্ষ্মী যোগত প্ৰভাৱ প্ৰতিপত্তি বাঢ়িব ৫ৰাশিৰ, আগন্তুক সপ্তাহত সন্মান আৰু অৰ্থ বাঢ়িব কাৰ কাৰ?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, May 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

হাৰিয়ানাৰ পূৰ্ব মুখ্যমন্ত্ৰী ওম প্ৰকাশ চৌতালাৰ বিয়োগ, কেতিয়াবা ৫ দিন-কেতিয়াবা ১৫ দিনৰ বাবে, সৰ্বমুঠ ৪ বাৰকৈ হৈছিল মুখ্যমন্ত্ৰী

editor by editor
December 20, 2024
in বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি
0
হাৰিয়ানাৰ পূৰ্ব মুখ্যমন্ত্ৰী ওম প্ৰকাশ চৌতালাৰ বিয়োগ, কেতিয়াবা ৫ দিন-কেতিয়াবা ১৫ দিনৰ বাবে, সৰ্বমুঠ ৪ বাৰকৈ হৈছিল মুখ্যমন্ত্ৰী
0
SHARES
63
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

হাৰিয়ানাৰ পূৰ্ব মুখ্যমন্ত্ৰী ওম প্ৰকাশ চৌতালাৰ বিয়োগ, কেতিয়াবা ৫ দিন-কেতিয়াবা ১৫ দিনৰ বাবে, সৰ্বমুঠ ৪ বাৰকৈ হৈছিল মুখ্যমন্ত্ৰী

হাৰিয়ানাৰ সবাতোকৈ চৰ্চিত মুখ্যমন্ত্ৰী ওম প্ৰকাশ চৌতালাৰ মৃত্যু। ৮৯ বছৰ বয়সত মৃত্যু হয় নেতাগৰাকীৰ। গুৰুগ্ৰামৰ হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে ইণ্ডিয়ান নেশ্যনেল লোকদলৰ প্ৰতিষ্ঠাতা গৰাকীয়ে। নেতাগৰাকীৰ মৃত্যুত দেশজুৰি ৰাজনৈতিক মহলত শোকৰ ছাঁ।

জীৱনকালত সৰ্বমুঠ ৪ বাৰকৈ হৈছিল মুখ্যমন্ত্ৰী। অৱশ্যে ইয়াৰে দুবাৰৰ শাসনকালত এবাৰ মাথো ৫ দিনৰ বাবে আৰু এবাৰ মাথো ১৫ দিনৰ বাবে মুখ্যমন্ত্ৰীৰ আসনত অধিস্থিত হৈছিল। মাথো এবাৰহে ৫ বছৰৰ বাবে সম্পূৰ্ণ কাৰ্যকাল লাভ কৰে মুখ্যমন্ত্ৰী হিচাপে।

তেখেতৰ কাৰ্যকাল-
১৯৮৯ চনৰ ২ ডিচেম্বৰৰ পৰা ১৯৯০ চনৰ ২২ মে’লৈ- প্ৰথমবাৰৰ বাবে মুখ্যমন্ত্ৰীৰ আসনত বহে তাকো মাথো ৬ মাহৰ বাবে
১৯৯০ চনৰ ১২ জুলাইৰ পৰা ১৯৯০ চনৰ ১৭ জুলাইলৈকে- দ্বিতীয়বাৰৰ মুখ্যমন্ত্ৰীৰ আসনত বহে ৫ দিনৰ বাবে
১৯৯১ চনৰ ২২ মাৰ্চৰ পৰা ১৯৯১ চনৰ ৬ এপ্ৰিললৈ – তৃতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰীৰ আসনত বহে ১৫ দিনৰ বাবে
১৯৯৯ চনৰ ২৪ জুলাইৰ পৰা ২০০৫ চনৰ ৫ মাৰ্চলৈকে- শেষৰ বাৰতহে লাভ কৰে সম্পূৰ্ণ কাৰ্যকাল

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Former CMHariyana Former CMom prakash chautalaPolitical Leaderpolitics
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সন্তান জন্ম দিয়ক আৰু পাওক ৪০ হাজাৰ টকা! জানক সবিশেষ
ভাৰত

সন্তান জন্ম দিয়ক আৰু পাওক ৪০ হাজাৰ টকা! জানক সবিশেষ

May 16, 2026
ভুলতো আওকাণ নকৰিব ডেংগুৰ এই তিনিটা লক্ষণ, হেৰাব লাগিব জীৱন!
জীৱনশৈলী

ভুলতো আওকাণ নকৰিব ডেংগুৰ এই তিনিটা লক্ষণ, হেৰাব লাগিব জীৱন!

May 16, 2026
টোপনিত ভোৰভোৰাই থকা, এয়া কোনো ৰোগৰ লক্ষণ নেকি?
জীৱনশৈলী

টোপনিত ভোৰভোৰাই থকা, এয়া কোনো ৰোগৰ লক্ষণ নেকি?

May 16, 2026
Image credit- AI
জীৱনশৈলী

মহে কামুৰি ভাল পায় বিয়েৰ সেৱন কৰা লোকক! গৱেষণাত পোহৰলৈ আহিছে ডাঙৰ সত্য

May 16, 2026
Next Post
কেৰিয়াৰত বাধা-আৰ্থিক ক্ষতি, কৰ্কট ৰোগৰ স্থানীয় লোকে ২০২৫ চনত বহু প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব

কেৰিয়াৰত বাধা-আৰ্থিক ক্ষতি, কৰ্কট ৰোগৰ স্থানীয় লোকে ২০২৫ চনত বহু প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব

২০২৫ত মহালক্ষ্মী যোগ, ফেব্ৰুৱাৰীৰ পৰা মে’ৰ মাজত লক্ষ্মী আহিব ৫ৰাশিৰ ঘৰত

২০২৫ত মহালক্ষ্মী যোগ, ফেব্ৰুৱাৰীৰ পৰা মে’ৰ মাজত লক্ষ্মী আহিব ৫ৰাশিৰ ঘৰত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.