• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
তীজ উপলক্ষে বৃহৎ ঘোষণা মুখ্যমন্ত্ৰীৰ, মহিলালৈ ৫০০ টকাত চিলিণ্ডাৰ

তীজ উপলক্ষে বৃহৎ ঘোষণা মুখ্যমন্ত্ৰীৰ, মহিলালৈ ৫০০ টকাত চিলিণ্ডাৰ

2 years ago
মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

5 days ago
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

6 days ago
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

6 days ago
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

6 days ago
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

6 days ago
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

6 days ago
আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

6 days ago
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

6 days ago
শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

6 days ago
মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

6 days ago
শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

7 days ago
হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

7 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, February 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

তীজ উপলক্ষে বৃহৎ ঘোষণা মুখ্যমন্ত্ৰীৰ, মহিলালৈ ৫০০ টকাত চিলিণ্ডাৰ

editor by editor
August 8, 2024
in বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি
0
তীজ উপলক্ষে বৃহৎ ঘোষণা মুখ্যমন্ত্ৰীৰ, মহিলালৈ ৫০০ টকাত চিলিণ্ডাৰ
0
SHARES
285
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

তীজ উপলক্ষে বৃহৎ ঘোষণা মুখ্যমন্ত্ৰীৰ, মহিলালৈ ৫০০ টকাত চিলিণ্ডাৰ

হৰিয়ালী তীজ উপলক্ষে বৃহৎ ঘোষণা হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নায়ব সিং ছাইনীৰ। ৪৬ লাখ পৰিয়ালৰ সহায় হোৱাকৈ হাৰিয়ানা চৰকাৰৰ বৃহৎ ঘোষণা। মাত্ৰ ৫০০ টকাতে মহিলা সকললৈ ৰন্ধন গেছ। উজ্জলা যোজনাৰ অধীনত এই লাভ পাব মহিলাসকলে।

জিন্দ জিলাত আয়োজিত ৰাজ্যিক পৰ্যায়ৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নায়ব সিং ছাইনীয়ে। হৰিয়ালী তীজ উপলক্ষে ৰাজ্যৰ মহিলা সকলক এক ডাঙৰ উপহাৰ দিয়ে।

মহিলা আৰু কন্যাৰ বাবে মুখ্যমন্ত্ৰী নয়ব সিং ছাইনীয়ে কয় যে হাৰিয়ানাৰ প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ অধীনত এতিয়া হিতাধিকাৰী পৰিয়ালে মাত্ৰ ৫০০ টকাতে গেছ চিলিণ্ডাৰ লাভ কৰিব। ইয়াৰ দ্বাৰা ১.৮০ লাখ টকাতকৈ কম আয়ৰ ৰাজ্যৰ প্ৰায় ৪৬ লাখ পৰিয়াল উপকৃত হ’ব।

ইয়াৰ উপৰিও প্ৰায় ৩০ হাজাৰ মহিলাক কোঠলী উপহাৰ দিয়াৰ সময়তে মুখ্যমন্ত্ৰী নায়ব সিং ছাইনীয়ে আত্মসহায়ক গোটক ১০০ কোটি টকাৰ সুতমুক্ত ঋণ দিয়াৰ কথা ঘোষণা কৰিছে। ইয়াৰ মাজতে মুখ্যমন্ত্ৰী নয়ব সিং ছাইনীয়ে ঘোষণা কৰে যে মুখ্যমন্ত্ৰী গাখীৰ উপহাৰ আঁচনিৰ অধীনত এতিয়া বিদ্যালয়ত অধ্যয়ন কৰা ১৪ৰ পৰা ১৮ বছৰ বয়সৰ কন্যাসকলৰ মাজত পুষ্টিহীনতা ৰোধ কৰিবলৈ তেওঁলোকক ১৫০ দিনৰ বাবেও ফাৰ্টিফাইড গাখীৰ দিয়া হ’ব। ইয়াৰ দ্বাৰা ২.৬৫ লাখ কিশোৰী ছোৱালী উপকৃত হ’ব।

হাৰিয়ানা মাতৃশক্তি উদ্যোগীকৰণ আঁচনিৰ অধীনত স্বনিয়োজন স্থাপনৰ বাবে দিয়া ঋণৰ পৰিমাণ ৩ লাখৰ পৰা ৫ লাখলৈ বৃদ্ধি কৰাৰ কথা ঘোষণা কৰে। দৈনন্দিন প্ৰয়োজনৰ বাবে আত্মসহায়ক গোটসমূহক দিয়া ঘূৰ্ণনীয় পুঁজিৰ পৰিমাণ ২০ হাজাৰৰ পৰা ৩০ হাজাৰলৈ বৃদ্ধি কৰাৰ কথাও ঘোষণা কৰে। ইয়াৰ উপৰিও গ্ৰুপ সাখীৰ মাহিলী সন্মানীয় ধন ১৫০ টকাৰ পৰা ৫০০ টকালৈ বৃদ্ধি কৰাৰ কথাও ঘোষণা কৰা হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: gas cylinderhariyanaHariyana CMHariyana CM AnnounceHariyani Teejteej
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ
জীৱনশৈলী

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

February 22, 2026
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?
বাণিজ্য

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

February 22, 2026
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি
জীৱনশৈলী

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

February 22, 2026
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট
জীৱনশৈলী

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

February 22, 2026
Next Post
চন্দ্ৰ লাহে লাহে দূৰ হৈ গৈ আছে পৃথিৱীৰ পৰা, এদিনত ২৫ ঘণ্টা, বছৰত থাকিব ৩৫০ দিন

চন্দ্ৰ লাহে লাহে দূৰ হৈ গৈ আছে পৃথিৱীৰ পৰা, এদিনত ২৫ ঘণ্টা, বছৰত থাকিব ৩৫০ দিন

বহুতো স্বপ্ন ভংগৰ মাজতে আজি সোণ-ব্ৰঞ্জ পদকৰ বাবে নামিব নীৰজ আৰু হকী দল

বহুতো স্বপ্ন ভংগৰ মাজতে আজি সোণ-ব্ৰঞ্জ পদকৰ বাবে নামিব নীৰজ আৰু হকী দল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.