• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হাৰিয়ানাত সংঘৰ্ষ! মছজিদত অগ্নিসংযোগ, নিহত এজন ইমাম, কৰ্তন ইণ্টাৰনেট সেৱা, কি হৈছে সমগ্ৰ ঘটনা?

হাৰিয়ানাত সংঘৰ্ষ! মছজিদত অগ্নিসংযোগ, নিহত এজন ইমাম, কৰ্তন ইণ্টাৰনেট সেৱা, কি হৈছে সমগ্ৰ ঘটনা?

3 years ago
শ্ৰীলংকাৰ বিৰুদ্ধে বিশাল ব্যৱধানৰ জয়তকৈও স্বস্তিৰ বিশেষ দুটা কাৰণ

শ্ৰীলংকাৰ বিৰুদ্ধে বিশাল ব্যৱধানৰ জয়তকৈও স্বস্তিৰ বিশেষ দুটা কাৰণ

41 minutes ago
হালধিয়ে সলাব আপোনাৰ ভাগ‍্য, এইদৰে কৰক ব‍্যৱহাৰ!

হালধিয়ে সলাব আপোনাৰ ভাগ‍্য, এইদৰে কৰক ব‍্যৱহাৰ!

1 hour ago
কাজিৰঙাৰ ESZ: ২০১০ৰ পৰা ২০২৬লৈ কাৰ কি স্থিতি?

কাজিৰঙাৰ ESZ: ২০১০ৰ পৰা ২০২৬লৈ কাৰ কি স্থিতি?

2 hours ago
পাকিস্তান আৰক্ষীৰ অদ্ভুড কাণ্ড! হাত নোহোৱা ব্যক্তিৰ ওপৰত শিলগুটি নিক্ষেপৰ অভিযোগ

পাকিস্তান আৰক্ষীৰ অদ্ভুড কাণ্ড! হাত নোহোৱা ব্যক্তিৰ ওপৰত শিলগুটি নিক্ষেপৰ অভিযোগ

3 hours ago
গৰমত উফিৰ সমস্যাৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব?

গৰমত উফিৰ সমস্যাৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব?

4 hours ago
পোষ্ট অফিচৰ ৰেকাৰিং ডিপোজিট স্কিমত মাহে ১২০০০ টকা জমা কৰিলে মেচিউৰিটিত কিমান টকা পাব?

Post Office Scheme: ডাকঘৰৰ বাম্পাৰ আঁচনি, কেৱল সুতৰ পৰাই পাব ২ লাখ টকা!

4 hours ago
জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু, ৫ দিন পিছত উদ্ধাৰ গলি যোৱা শৰীৰ!

জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু, ৫ দিন পিছত উদ্ধাৰ গলি যোৱা শৰীৰ!

5 hours ago
ফুচকা প্ৰিয় নেকি?  ৯৯% লোকে নাজানে ইংৰাজীত ফুচকাক কি বুলি কয়!

ফুচকা প্ৰিয় নেকি? ৯৯% লোকে নাজানে ইংৰাজীত ফুচকাক কি বুলি কয়!

6 hours ago
পুৰুষতকৈ কিয় নাৰীৰ UTI ৰ সমস্যা বেছি? প্ৰস্ৰাৱৰ সময়ত নকৰিব এই ভুল!

পুৰুষতকৈ কিয় নাৰীৰ UTI ৰ সমস্যা বেছি? প্ৰস্ৰাৱৰ সময়ত নকৰিব এই ভুল!

7 hours ago
সুকন্যা সমৃদ্ধি যোজনাৰ বাবে শিশুৰ বাবে পেন কাৰ্ড বাধ্যতামূলক নেকি? গুৰুত্বপূৰ্ণ তথ্য জানি লওক

সুকন্যা সমৃদ্ধি যোজনাৰ বাবে শিশুৰ বাবে পেন কাৰ্ড বাধ্যতামূলক নেকি? গুৰুত্বপূৰ্ণ তথ্য জানি লওক

7 hours ago
নায়িকাৰ মুখৰ দুৰ্গন্ধ, চুম্বন কৰি বিপদত নায়ক! তাৰ পিছত…

নায়িকাৰ মুখৰ দুৰ্গন্ধ, চুম্বন কৰি বিপদত নায়ক! তাৰ পিছত…

7 hours ago
আৰ্থিক অসুবিধাৰ সন্মুখীন হৈ আছে নেকি? এই মাহৰ ভিতৰতে কৰক এইটো কাম

চাকৰিত যোগদান কৰিলে পাব ১৫ হাজাৰ টকা! এই আঁচনিৰ বিষয়ে জানেনে?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, August 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

হাৰিয়ানাত সংঘৰ্ষ! মছজিদত অগ্নিসংযোগ, নিহত এজন ইমাম, কৰ্তন ইণ্টাৰনেট সেৱা, কি হৈছে সমগ্ৰ ঘটনা?

editor by editor
August 1, 2023
in বিবিধ, ভাৰত
0
হাৰিয়ানাত সংঘৰ্ষ! মছজিদত অগ্নিসংযোগ, নিহত এজন ইমাম, কৰ্তন ইণ্টাৰনেট সেৱা, কি হৈছে সমগ্ৰ ঘটনা?
0
SHARES
180
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ৰাজধানী দিল্লীৰ পৰা কিছু নিলগতেই সংঘটিত হৈছে সাম্প্ৰদায়িক ঘটনা। জ্বলি উঠিছে হাৰিয়ানা। হাৰিয়ানাৰ নূহত সাম্প্ৰদায়িক সংঘৰ্ষত নিহত হৈছে কেইবাজনো লোক। শেহতীয়াতৈ গুৰগাঁৱত এটা মছজিদ জ্বলাই দিয়া হৈছে। এই আক্ৰমণত নিহত হৈছে এজন ইমামো। অশান্ত হৈ পৰিছে হাৰিয়ানা। হাৰিয়ানাৰ চৰকাৰে সেই এলেকাত নিৰাপত্তাৰক্ষীৰ সংখ্যা বৃদ্ধি কৰিছে।

হাৰিয়ানাৰ নূহত এই পৰিস্থিতিৰ সূত্ৰপাত হৈছিল বিশ্ব হিন্দু পৰিষদে উলিওৱা এটা ধৰ্মীয় শোভাযাত্ৰাক কেন্দ্ৰ কৰি। সেই বিশেষ ৰেলীটোত অংশ লৈছিল এজন অভিযুক্তই। বিগত এমাহ পূৰ্বে নূহত জুনায়েদ আৰু নাছিৰ নামৰ দুগৰাকী মুছলমান যুৱকক গাড়ীত সোমোৱাই জীৱন্ত অৱস্থাতেই জ্বলাই দিয়া হৈছিল। এই ঘটনাত জড়িত থকা প্ৰধান অভিযুক্ত মোনু মানেছৰ নামৰ ব্যক্তিজনে বিশ্ব হিন্দু পৰিষদৰ বিশেষ শোভাযাত্ৰাটোত অংশ লৈছিল। এই খবৰ ভাইৰেল হোৱাৰ পাছতেই হাৰিয়ানাত তীব্ৰ উত্তেজনাই বিৰাজ কৰিছিল।

কিন্তু মিও মুছলমান অধ্যুষিত নূহ আৰু মেওৱাট এলেকাত এই মিছিলৰ কথা গম পোৱা মাত্ৰকেই ক্ষুদ্ধ হৈ পৰে স্থানীয় বাসিন্দাসকল। ইয়াৰপাছতেই ‘বৃজ মণ্ডল জলাভিষেক যাত্ৰা’ নামেৰে বিশ্ব হিন্দু পৰিষদে ধৰ্মীয় ৰেলী কৰিছিল। কিন্তু এই ৰেলীক বাধা দিবলৈ একাংশ মুছলমান জনতাই চেষ্টা কৰে। এই বাধা দিয়াক কেন্দ্ৰ কৰিয়েই হিন্দু-মুছলমান দুই ফৈদৰ মাজত সংঘৰ্ষ হয়। শিল দলিওৱাৰ ওপৰিও বাটে পথে থকা বাহনো জ্বলাই দিয়ে দুই ধৰ্মৰ প্ৰতিবাদী জনতাই।

গুৰগাওঁ- আলোয়াড় ৰাষ্ট্ৰীয় ঘাইপথৰ বিস্তৃৰ্ণ এলেকাত আৰম্ভ হয় মহাৰণ। এই সংঘৰ্ষত দুগৰাকী হোমগাৰ্ড নিহত হোৱা বুলি প্ৰকাশ কৰিছে হাৰিয়ানা আৰক্ষীয়ে। এই ঘটনাত আহত হৈছে কেইবাগৰাকীও লোক। আহতসকলক ভৰ্তী কৰোৱা হৈছে স্থানীয় হাস্পতালত। গুৰগাঁৱৰ চেক্টৰ ৫৭ এলেকাত এটা মছজিদ জ্বলাই দিয়াত পৰিস্থিতি আৰু ভয়ানক হৈ পৰিছে। সেই মছজিদটো মেনেজিং কমিটিৰ চেয়াৰমেনে ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ আগত কৰিছে বিশেষ মন্তব্য।

মছজিদটো মেনেজিং কমিটিৰ চেয়াৰমেনে কয়, ‘মছজিদটো জ্বলাই দিয়াৰ সময়ত আমাৰ ইমাম মছজিদৰ ভিতৰতেই আছিল। মছজিদটোৰ ভিতৰত সেই সময়ত একাংশ সাধাৰণ জনতাও আছিল। এই আক্ৰমণত কেইবাজনো লোক আহত হৈছে আৰু ইমামৰ মছজিদৰ ভিতৰতেই মৃত্যু হৈছে।’ আঞ্জুমান জামে মছজিদৰ সেই আক্ৰমণত মৃত্যু হোৱা ইমামৰ ভাতৃয়েও সংবাদমাধ্যমৰ সন্মুখত দিয়া সাক্ষাৎকাৰত কয়, ‘মই এক মুহূৰ্তৰ বাবে ভাতৃৰ মৃতদেহটো দেখিছো। মৰোণোত্তৰ পৰীক্ষাৰ বাবে দেহটো লৈ যোৱা হৈছে। আমি মৃতদেহটো পোৱাৰ পাছতেই এফআইআৰ দিম।’

মছজিদ আক্ৰমণ কৰাৰ অভিযোগত ইতিমধ্যে কেইবাজনো লোক আটক কৰিছে হাৰিয়ানা আৰক্ষীয়ে। ইতিমধ্যে হাৰিয়ানাত মোবাইল ইণ্টাৰনেট সেৱা বন্ধ কৰি দিয়া হৈছে। হাৰিয়ানাৰ প্ৰায় এলেকাতেই জাৰি কৰা হৈছে কাৰফিউ। অনিল ভিজই জনোৱা অনুসৰি, পৰ্যাপ্ত আৰক্ষী মোতায়েন কৰা হৈছে। আশেপাশে থকা এলেকাসমূহতো আৰক্ষী মোতায়েন কৰা হৈছে। এই ঘটনাক পৰিকল্পিত ষড়যন্ত্ৰ আখ্যা দিছে হাৰিয়ানা চৰকাৰে। অনিল ভিজে এই সন্দৰ্ভত কয়, ‘এই কাজিয়া দেখিয়েই বুজা যায় যে এয়া এদিনতে হোৱা ঘটনা নহয়। বহু পৰিকল্পনা কৰি এই দাঙ্গা বঢ়োৱা হৈছে। নূহত হিন্দু-মুছলমানে বছৰ বছৰ ধৰি শান্তিৰেই বাস কৰি আহিছিল। কিন্তু এই দাঙ্গা দেখি লাগিছে কোনোৱে ইচ্ছা কৰি এই সম্পৰ্কৰ মাজত বিষ ঢালিছে।’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শ্ৰীলংকাৰ বিৰুদ্ধে বিশাল ব্যৱধানৰ জয়তকৈও স্বস্তিৰ বিশেষ দুটা কাৰণ
বিনোদন

শ্ৰীলংকাৰ বিৰুদ্ধে বিশাল ব্যৱধানৰ জয়তকৈও স্বস্তিৰ বিশেষ দুটা কাৰণ

August 19, 2026
হালধিয়ে সলাব আপোনাৰ ভাগ‍্য, এইদৰে কৰক ব‍্যৱহাৰ!
জীৱনশৈলী

হালধিয়ে সলাব আপোনাৰ ভাগ‍্য, এইদৰে কৰক ব‍্যৱহাৰ!

August 19, 2026
কাজিৰঙাৰ ESZ: ২০১০ৰ পৰা ২০২৬লৈ কাৰ কি স্থিতি?
অসম

কাজিৰঙাৰ ESZ: ২০১০ৰ পৰা ২০২৬লৈ কাৰ কি স্থিতি?

August 19, 2026
পাকিস্তান আৰক্ষীৰ অদ্ভুড কাণ্ড! হাত নোহোৱা ব্যক্তিৰ ওপৰত শিলগুটি নিক্ষেপৰ অভিযোগ
বিশ্ব

পাকিস্তান আৰক্ষীৰ অদ্ভুড কাণ্ড! হাত নোহোৱা ব্যক্তিৰ ওপৰত শিলগুটি নিক্ষেপৰ অভিযোগ

August 19, 2026
Next Post
৩ মাহত ৫০০ ফ’লৱাৰ্ছ! টুইটাৰত আয় কৰাৰ উপায় দিলে এলন মাস্কে

৩ মাহত ৫০০ ফ’লৱাৰ্ছ! টুইটাৰত আয় কৰাৰ উপায় দিলে এলন মাস্কে

শাওণ মাহত শিৱলিংগত পানী ঢলাৰ পাছত সেই পানী শৰীৰৰ তিনিটা অংগত লগালেই দূৰ হ’ব ৰাহু-কেতুৰ দোষ

শাওণ মাহত শিৱলিংগত পানী ঢলাৰ পাছত সেই পানী শৰীৰৰ তিনিটা অংগত লগালেই দূৰ হ’ব ৰাহু-কেতুৰ দোষ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.