• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ছালত ফুটি উঠে হাৰ্ট এটেকৰ লক্ষণ! কি কি উপসৰ্গই দেখা দিলে বুজিব হৃদৰোগৰ আক্ৰান্ত হোৱাৰ সম্ভাৱনা আছে?

ছালত ফুটি উঠে হাৰ্ট এটেকৰ লক্ষণ! কি কি উপসৰ্গই দেখা দিলে বুজিব হৃদৰোগৰ আক্ৰান্ত হোৱাৰ সম্ভাৱনা আছে?

6 months ago
কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

5 days ago
চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

5 days ago
ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

5 days ago
ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

5 days ago
সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

5 days ago
মাজত মাত্ৰ দুদিন, কুম্ভ ৰাশিলৈ সূৰ্য আহিলেই বুধাদিত্য ৰাজযোগ, সাফল্য আহিব এই ৪ৰাশিৰ হাতলৈ

মাজত মাত্ৰ দুদিন, কুম্ভ ৰাশিলৈ সূৰ্য আহিলেই বুধাদিত্য ৰাজযোগ, সাফল্য আহিব এই ৪ৰাশিৰ হাতলৈ

5 days ago
শনিৰ ৰাশিত সূৰ্যগ্ৰহণ, একেলগে পঞ্চগ্ৰহী যোগ, মালামাল হ’ব ৩ৰাশিৰ জাতক

শনিৰ ৰাশিত সূৰ্যগ্ৰহণ, একেলগে পঞ্চগ্ৰহী যোগ, মালামাল হ’ব ৩ৰাশিৰ জাতক

6 days ago
ওলোটা পথেৰে যাত্ৰা কৰিব বুধে, লাভেই লাভ এই ৪ৰাশিৰ জাতকৰ

ওলোটা পথেৰে যাত্ৰা কৰিব বুধে, লাভেই লাভ এই ৪ৰাশিৰ জাতকৰ

6 days ago
বজৰংবলীৰ প্ৰিয় এই ৫ৰাশিৰ জাতক-জাতিকা, সকলো সময়তে বজৰংবলী কাষত থাকে তেওঁলোকৰ

বজৰংবলীৰ প্ৰিয় এই ৫ৰাশিৰ জাতক-জাতিকা, সকলো সময়তে বজৰংবলী কাষত থাকে তেওঁলোকৰ

6 days ago
UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

6 days ago
ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত শুক্ৰাদিত্য ৰাজযোগ, সাফল্য নিশ্চিত ৫ৰাশিৰ ভাগ্যত

ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত শুক্ৰাদিত্য ৰাজযোগ, সাফল্য নিশ্চিত ৫ৰাশিৰ ভাগ্যত

6 days ago
কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

6 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, February 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ছালত ফুটি উঠে হাৰ্ট এটেকৰ লক্ষণ! কি কি উপসৰ্গই দেখা দিলে বুজিব হৃদৰোগৰ আক্ৰান্ত হোৱাৰ সম্ভাৱনা আছে?

ছালত ফুটি উঠে হাৰ্ট এটেকৰ লক্ষণ! কি কি উপসৰ্গই দেখা দিলে বুজিব হৃদৰোগৰ আক্ৰান্ত হোৱাৰ সম্ভাৱনা আছে?

editor by editor
August 7, 2025
in জীৱনশৈলী, বিবিধ, লেখা, স্বাস্থ্য
0
ছালত ফুটি উঠে হাৰ্ট এটেকৰ লক্ষণ! কি কি উপসৰ্গই দেখা দিলে বুজিব হৃদৰোগৰ আক্ৰান্ত হোৱাৰ সম্ভাৱনা আছে?
0
SHARES
1.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সময়ৰ লগে লগে বাঢ়িছে হৃদৰোগত আক্ৰান্তৰ সংখ্যা৷ বিশ্বজুৰি হাৰ্ট এটেকত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ক্ৰমশ উৰ্ধ্বমুখী৷ এটা সময় আছিল হাৰ্ট এটেকক মূলত পুৰুষসকলৰ আৰু বয়স্কসকলৰ অসুখ বুলি কোৱা হয়৷ কিন্তু বিগত কেইবাবছৰত এই ধাৰণা সলনি হৈছে৷ অনিয়ন্ত্ৰিত খাদ্যভাষ, অনিয়মিত জীৱনধাৰা, শৰীৰচৰ্চাৰ অভাৱসহ বিভিন্ন কাৰণত কম বয়সীয়াসকলৰ মাজতো বাঁহ বান্ধিছে বিভিন্ন ধৰণৰ হৃদৰোগে৷ বিশেষজ্ঞসকলৰ মতে হৃদৰোগত আক্ৰান্ত হোৱাৰ পূৰ্বে শৰীৰত কিছু উপসৰ্গই দেখা দিয়ে৷ যদিও হৃদৰোগৰ সাধাৰণ লক্ষণ হিচাপে বুকুৰ বিষ, শ্বাসকষ্ট বা অতিৰিক্ত ক্লান্তিৰ কথা সকলোৱে জানে৷ চিকিৎসকৰ মতে হৃদৰোগৰ কিছু গুৰুত্বপূৰ্ণ সংকেত ছালত প্ৰকাশ পাব পাৰে যি আমি বেছিভাগ সময়তেই উপেক্ষা কৰো৷

ভৰি ফোলা

হৃদযন্ত্ৰই যেতিয়া সঠিকভাৱে তেজ পাম্প কৰিব নোৱাৰে তেতিয়া শৰীৰৰ তলৰ অংশত তৰল জমা হবলৈ আৰম্ভ কৰে৷ ইয়াৰ ফলত ভৰি ফোলা লক্ষণে দেখা দিব পাৰে৷

শৰীৰৰ বিভিন্ন অংশত ছাল ৰঙা হোৱা

সাধাৰণতে শৰীৰত অক্সিজেনৰ ঘাটিৰ চিহ্ন হিচাপে ছালৰ ৰং নীলা হৈ পৰে৷ হাত আৰু ভৰিৰ আঙুলি বা ওঁঠ নীলা হোৱা দেখা যায়৷ ই শৰীৰত পৰ্যাপ্ত অক্সিজেন সৰবৰাহ নোহোৱাৰ ইংগিত বহন কৰিব পাৰে৷ এই অৱস্থাক ছায়নোচিছ নামেৰে জনা যায়৷ ই হৃদযন্ত্ৰ বা ৰক্তনলীৰ গুৰুতৰ সমস্যাৰ সংকেত হব পাৰে৷

হালধীয়া মাহ

চকুৰ কোণ, কানৰ কাষত বা আঁঠু আৰু কাষলতিৰ আশেপাশে যদি ছালত কমলা ৰঙৰ বা হালধীয়া ৰঙৰ মাহ দেখা পায় তেন্তে এয়া উচ্চ কলষ্টেৰল বা ট্ৰাইগ্লিছাৰাইডৰ মাত্ৰা বৃদ্ধিৰ ইংগিত হব পাৰে৷ ছালত এই ধৰণৰ পৰিবৰ্তন হলে দ্ৰুত তেজ পৰীক্ষা আৰু চিকিৎসা কৰোৱা উচিত৷

নখৰ তলত সূক্ষ্ম ৰঙা বেঙুনীয়া ৰেখা

নখৰ তলত সূক্ষ্ম ৰঙা বা বেঙুনীয়া ৰেখাই দেখা দিলে সেয়া যদি আঘাতজনিত নহয় তেতিয়া হৃদযন্ত্ৰৰ আভ্যন্তৰীণ সংক্ৰমণ বা ইনফেকটিভ এণ্ডোকাৰ্ডাইটিছৰ এক প্ৰাথমিক সংকেত হব পাৰে৷

আঙুলিত ৰঙা ৰঙা ফোঁহা ওলোৱা

হাতৰ আঙুলিত বা ভৰিৰ আঙুলিত হঠাৎ সৰু সৰু ৰঙা ফোঁহা ওলালে সতৰ্ক হওক৷ চিকিৎসকৰ মতে এইসমূহ প্ৰকৃততে এছলাৰ নোড নামেৰে পৰিচিত আৰু হৃদযন্ত্ৰৰ গুৰুতৰ সংক্ৰমণৰ নিৰ্দেশ বহন কৰে এইসমূহ লক্ষণে৷

কিয় এই লক্ষণসমূহক অৱহেলা কৰা উচিত নহয়?

প্ৰকৃততে ছালত এই ধৰণৰ লক্ষণ চৰ্মৰোগ বুলি ধাৰণা কৰা হয় যদিও ই হৃদযন্ত্ৰৰ সমস্যাৰ সংকেত দিয়ে৷ বিশেষকৈ যিসকলৰ উচ্চ ৰক্তচাপ, ডায়বেটিছ বা কোলোষ্টেৰলৰ সমস্যা আছে তেওঁলোকে এই লক্ষণক গুৰুত্ব দিয়া উচিত৷ ওপৰত উল্লেখিত লক্ষণে দেখা দিলে অবিলম্বে চিকিৎসকৰ পৰামৰ্শ লওক৷ তেজৰ পৰীক্ষা, ইছিজি বা অন্যান্য প্ৰয়োজনীয় পৰীক্ষা কৰক৷ নিয়মিত স্বাস্থ্য পৰীক্ষা, সঠিক খাদ্যভাস আৰু নিয়মিত ব্য়ায়ামৰ মাধ্যমেৰে হৃদযন্ত্ৰ সুস্থ ৰখা সম্ভৱ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে
জীৱনশৈলী

কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

February 10, 2026
চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?
চিনেমা

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

February 10, 2026
ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?
জীৱনশৈলী

ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

February 10, 2026
সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য
জীৱনশৈলী

সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

February 10, 2026
Next Post
শনি-মঙল যোগত ৫ৰাশিৰ জীৱনত ধনৰ বৰষুণ! দুৰন্ত গতিত কেৰিয়াৰত উন্নতি, উপচি পৰিব নাম-যশ-খ্যাতি

শনি-মঙল যোগত ৫ৰাশিৰ জীৱনত ধনৰ বৰষুণ! দুৰন্ত গতিত কেৰিয়াৰত উন্নতি, উপচি পৰিব নাম-যশ-খ্যাতি

শক্তি বাঢ়ি ভয়ংকৰ বিপদ আনিছে সূৰ্যই! পদে পদে নৰক জীৱন, দুৰ্ঘটনাৰ আশংকা, কোন কোন ৰাশি সতৰ্ক হৈ থাকিব?

শক্তি বাঢ়ি ভয়ংকৰ বিপদ আনিছে সূৰ্যই! পদে পদে নৰক জীৱন, দুৰ্ঘটনাৰ আশংকা, কোন কোন ৰাশি সতৰ্ক হৈ থাকিব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.