• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হেমন্ত চোৰেণৰ জামিন! ৫মাহ কাৰাবন্দিত্বৰ পাছত জামিন মঞ্জুৰ ঝাৰখণ্ড হাইকৰ্টৰ

ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হেমন্ত চোৰেণৰ জামিন! ৫মাহ কাৰাবন্দিত্বৰ পাছত জামিন মঞ্জুৰ ঝাৰখণ্ড হাইকৰ্টৰ

2 years ago
জোৰকৈ চুম্বন আৰু অত্যাচাৰ! কৰণ কুন্দ্ৰাৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ সানভি তালৱাৰৰ

জোৰকৈ চুম্বন আৰু অত্যাচাৰ! কৰণ কুন্দ্ৰাৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ সানভি তালৱাৰৰ

35 minutes ago
বানৰ সময়ত মাহেকীয়া? এই পদ্ধতিৰে সংক্ৰমণৰ পৰা নিজকে কৰক সুৰক্ষিত

বানৰ সময়ত মাহেকীয়া? এই পদ্ধতিৰে সংক্ৰমণৰ পৰা নিজকে কৰক সুৰক্ষিত

56 minutes ago
বাবা ভাঙ্গাৰ ভৱিষ্যদ্বাণীত বছৰৰ শেষত সলনি হ’ব ৫ ৰাশিৰ ভাগ্য! দূৰ হ’ব আৰ্থিক সংকট, অপ্ৰত্যাশিতভাৱেই কোটিপতি হ’ব এইকেইটা জাতক

কাইলৈ দুৰ্ঘটনাৰ আশংকা আছে ৩ ৰাশিৰ! জানক কেনেকুৱা যাব আপোনাৰ দিনটো?

2 hours ago
কেন্দ্ৰীয় মন্ত্ৰীৰ পদত্যাগ! ৰাষ্ট্ৰপতিয়ে গ্ৰহণ কৰিলে পদত্যাগ পত্ৰ

কেন্দ্ৰীয় মন্ত্ৰীৰ পদত্যাগ! ৰাষ্ট্ৰপতিয়ে গ্ৰহণ কৰিলে পদত্যাগ পত্ৰ

2 hours ago
কোনো কাৰণত শিক্ষামন্ত্ৰীৰ পদ ত্যাগ নকৰে ধৰ্মেন্দ্ৰ প্ৰধানে! স্পষ্ট কৰিলে চৰকাৰে

কোনো কাৰণত শিক্ষামন্ত্ৰীৰ পদ ত্যাগ নকৰে ধৰ্মেন্দ্ৰ প্ৰধানে! স্পষ্ট কৰিলে চৰকাৰে

3 hours ago
প্ৰতিজন বৃদ্ধই পাব পেঞ্চন! এই সন্দৰ্ভত সংসদত স্পষ্ট কৰিলে চৰকাৰে

প্ৰতিজন বৃদ্ধই পাব পেঞ্চন! এই সন্দৰ্ভত সংসদত স্পষ্ট কৰিলে চৰকাৰে

4 hours ago
বুকুৰ বিষ অবিহনে হ’ব পাৰে হাৰ্ট এটেক! জানক এইবোৰ লক্ষণ

বুকুৰ বিষ অবিহনে হ’ব পাৰে হাৰ্ট এটেক! জানক এইবোৰ লক্ষণ

4 hours ago
কি কি খাদ্যই বৃক্কত পাথৰ সৃষ্টি কৰিব পাৰে? চিকিৎসকৰ পৰা জানক

বৃক্কৰ সমস্যা কিদৰে হৃদযন্ত্ৰৰ বাবে হৈ পৰে বিপদ? আজিয়েই হওক সাৱধান

5 hours ago
বিতৰ্কত নাজিৰাৰ অগ্নিনাভ শিৱ মন্দিৰ! বানৰ মাজতে কোনে কৰিলে ভুৱা প্ৰচাৰ?

বিতৰ্কত নাজিৰাৰ অগ্নিনাভ শিৱ মন্দিৰ! বানৰ মাজতে কোনে কৰিলে ভুৱা প্ৰচাৰ?

6 hours ago
বাৰে বাৰে ভৰি ফুলাৰ সমস্যা? এয়া কি ৰোগৰ সংকেত জানক

বাৰে বাৰে ভৰি ফুলাৰ সমস্যা? এয়া কি ৰোগৰ সংকেত জানক

7 hours ago
পুনৰ আৰম্ভ হ’ব নেকি OPS? সংসদত চৰকাৰৰ উত্তৰে সকলো বিতৰ্ক কৰিলে অন্ত!

পুনৰ আৰম্ভ হ’ব নেকি OPS? সংসদত চৰকাৰৰ উত্তৰে সকলো বিতৰ্ক কৰিলে অন্ত!

8 hours ago
প্ৰশ্নকাকত ফাদিলৰ বিৰুদ্ধে আহিব নেকি নতুন আইন?

প্ৰশ্নকাকত ফাদিলৰ বিৰুদ্ধে আহিব নেকি নতুন আইন?

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, July 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হেমন্ত চোৰেণৰ জামিন! ৫মাহ কাৰাবন্দিত্বৰ পাছত জামিন মঞ্জুৰ ঝাৰখণ্ড হাইকৰ্টৰ

ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হেমন্ত চোৰেণৰ জামিন! ৫মাহ কাৰাবন্দিত্বৰ পাছত জামিন মঞ্জুৰ ঝাৰখণ্ড হাইকৰ্টৰ

editor by editor
June 28, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, ৰাজনীতি
0
ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হেমন্ত চোৰেণৰ জামিন! ৫মাহ কাৰাবন্দিত্বৰ পাছত জামিন মঞ্জুৰ ঝাৰখণ্ড হাইকৰ্টৰ
0
SHARES
101
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হেমন্ত চোৰেণৰ জামিনৰ আবেদন মঞ্জুৰ কৰিলে ঝাৰখণ্ড হাইকৰ্টে৷

বিগত ৩১ জানুৱাৰীত ঝাৰখণ্ডৰ মাটি দুৰ্নীতি আৰু বেআইনী আৰ্থিক লেনদেনৰ গোচৰত গ্ৰেপ্তাৰ হৈছিল প্ৰাক্তন মুখ্যমন্ত্ৰী হেমন্ত চোৰেণ৷

ঝাৰখণ্ড মুক্তি মৰ্চাৰ নেতা হেমন্তক গ্ৰেপ্তাৰ কৰিছিল কেন্দ্ৰীয় সংস্থা এনফৰ্চমেণ্ট ডাইৰেক্টৰেট চমুকৈ ইডিয়ে৷

বিগত ১৩ মেত বেআইনী আৰ্থিক লেনদেন প্ৰতিৰোধ আইন সংক্ৰান্তত ৰাঁচীৰ বিশেষ আদালতে হেমন্তৰ জামিনৰ আৱেদন খাৰিজ কৰিছিল৷

তাৰপাছতেই ঝাৰখণ্ডৰ হাইকৰ্টত জামিনৰ আবেদন জনাইছিল প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ অধিবক্তাই৷

অৱশেষত প্ৰায় ৫ মাহৰ অন্তত জামিন লাভ কৰিলে কাৰাবন্দী হৈ থকা হেমন্ত চোৰেণে৷

গ্ৰেপ্তাৰৰ লগে লগেই ঝাৰখণ্ড মুখ্যমন্ত্ৰী পদৰ পৰা ইস্তাফা দিছিল হেমন্ত চোৰেণে৷

ইডিৰ গ্ৰেপ্তাৰক বেআইনী অভিযোগ কৰি উচ্চ ন্যায়ালয়ত আৱেদন জনাইছিল হেমন্তই৷

কিন্তু সেই গোচৰ বিগত ২২ মেত প্ৰত্যাহাৰ কৰে তেওঁৰ অধিবক্তাই৷

উচ্চতম ন্যয়ালয়ত গ্ৰেপ্তাৰৰ পাছতেই দুটাকৈ পৃথক গোচৰ ৰুজু কৰিছিল হেমন্তই৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জোৰকৈ চুম্বন আৰু অত্যাচাৰ! কৰণ কুন্দ্ৰাৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ সানভি তালৱাৰৰ
বিনোদন

জোৰকৈ চুম্বন আৰু অত্যাচাৰ! কৰণ কুন্দ্ৰাৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ সানভি তালৱাৰৰ

July 24, 2026
বানৰ সময়ত মাহেকীয়া? এই পদ্ধতিৰে সংক্ৰমণৰ পৰা নিজকে কৰক সুৰক্ষিত
জীৱনশৈলী

বানৰ সময়ত মাহেকীয়া? এই পদ্ধতিৰে সংক্ৰমণৰ পৰা নিজকে কৰক সুৰক্ষিত

July 24, 2026
বাবা ভাঙ্গাৰ ভৱিষ্যদ্বাণীত বছৰৰ শেষত সলনি হ’ব ৫ ৰাশিৰ ভাগ্য! দূৰ হ’ব আৰ্থিক সংকট, অপ্ৰত্যাশিতভাৱেই কোটিপতি হ’ব এইকেইটা জাতক
জীৱনশৈলী

কাইলৈ দুৰ্ঘটনাৰ আশংকা আছে ৩ ৰাশিৰ! জানক কেনেকুৱা যাব আপোনাৰ দিনটো?

July 24, 2026
কেন্দ্ৰীয় মন্ত্ৰীৰ পদত্যাগ! ৰাষ্ট্ৰপতিয়ে গ্ৰহণ কৰিলে পদত্যাগ পত্ৰ
ভাৰত

কেন্দ্ৰীয় মন্ত্ৰীৰ পদত্যাগ! ৰাষ্ট্ৰপতিয়ে গ্ৰহণ কৰিলে পদত্যাগ পত্ৰ

July 24, 2026
Next Post
বিজেপিৰ কাৰ্যালয়ত চলিল প্ৰশাসনৰ বুলড’জাৰ, ক’ত কোনে চলালে বুলড’জাৰ?

বিজেপিৰ কাৰ্যালয়ত চলিল প্ৰশাসনৰ বুলড’জাৰ, ক’ত কোনে চলালে বুলড’জাৰ?

‘ষ্টেজ-৩, আপোনালোকৰ আশীৰ্বাদৰ খুবেই প্ৰয়োজন’,  দুৰাৰোগ্য ৰোগত আক্ৰান্ত অভিনেত্ৰী হিনা খান

‘ষ্টেজ-৩, আপোনালোকৰ আশীৰ্বাদৰ খুবেই প্ৰয়োজন’, দুৰাৰোগ্য ৰোগত আক্ৰান্ত অভিনেত্ৰী হিনা খান

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.