• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১৮ বছৰৰ পাছত চিনি পাবনে হেই বেবীৰ এঞ্জেলক, প্ৰীতি জিণ্টাৰ কাৰ্বন কপি

11 months ago
জীৱনলৈ কেতিয়া আহে শনিৰ চাৰে সাতি দশা? ব্যক্তিৰ সৈতে কি ঘটে এই সময়ত? জানক ইয়াৰ পৰা মুক্তিৰ উপায়

6 minutes ago
মাহত ২০ হাজাৰ টকা EMI দিব পাৰিব? তেন্তে HDFC বেংকে আপোনাক কিমান টকা ঋণ দিব?

29 minutes ago
বেংক অফ বৰোদাৰ পৰা ৬০ লাখৰ গৃহঋণ ল’ব খোজে? ৬০লাখ গৃহঋণত ৩০ বছৰৰ EMI কিমান হ’ব?

50 minutes ago
শনিদেৱৰ প্ৰিয় এই ২ ৰাশি, জীৱনত বিপদমুক্ত থাকে তেওঁলোক, শনিৰ কৃপা আপুনি লাভ কৰিবই

2 hours ago
পৰকীয়া প্ৰেম বাঢ়িছে, পৰকীয়া প্ৰেমত মহিলাই কোন বয়সৰ পুৰুষ বিচাৰে?

PNBত ৪৬ দিনৰ FD ত ২লাখ টকা ৰাখিছে? ম্যাদৰ শেষত কিমান টকা পাব বিনিয়োগকাৰীয়ে?

3 hours ago
২০২৬ চনতেই ৪টাকৈ বিৰল ৰাজযোগ, ৩ৰাশিৰ কঁপালত টকাই টকা

লস্কৰৰ প্ৰতিষ্ঠাতা সদস্য আমিৰ হামজাক লক্ষ্য কৰি গুলি, লাহৌৰত সংকটজনক অৱস্থাত হামজা, ভাৰতত কৰা বহু সন্ত্ৰাসবাদী আক্ৰমণত জড়িত হামজা

4 hours ago
মে মাহত ধনৰ বৃষ্টি ৪ ৰাশিৰ জীৱনত, শুক্ৰ গুৰুৰ দ্বিদ্বাদশ যোগত জীৱনলৈ সুখৰ বতৰা আহিব কাৰ কাৰ?

কৰ্পৰেট জেহাদঃ কৰ্পৰেট খণ্ডৰ মহিলাক লক্ষ্য কৰি ইছলামিক প্ৰচাৰকৰ শো**ষণ, নি**ৰ্যাতন, নাছিকৰ TCS গোচৰক লৈ দেশজুৰি কিয় চৰ্চা?

5 hours ago
আজি অৰ্থাৎ ১৬ এপ্ৰিলৰ পৰা ৪৮ ঘণ্টাৰ বাবে তৈয়াৰ হৈছে চতুৰ্গ্ৰহী ৰাজযোগ, এই ৪ৰাশি মালামাল হ’ব

কেইবা দশকৰ পাছত গঠিত হৈছে কালসৰ্প যোগ, ১১ দিন ধৰি লাভেই লাভ এই ৩ৰাশিৰ

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, April 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

১৮ বছৰৰ পাছত চিনি পাবনে হেই বেবীৰ এঞ্জেলক, প্ৰীতি জিণ্টাৰ কাৰ্বন কপি

editor by editor
May 15, 2025
in চিনেমা, জীৱনশৈলী, বিনোদন, বিবিধ, বিশ্ব, ভাৰত
0
১৮ বছৰৰ পাছত চিনি পাবনে হেই বেবীৰ এঞ্জেলক, প্ৰীতি জিণ্টাৰ কাৰ্বন কপি
0
SHARES
56
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

১৮ বছৰৰ পাছত চিনি পাবনে হেই বেবীৰ এঞ্জেলক, প্ৰীতি জিণ্টাৰ কাৰ্বন কপি

২০০৭ চনত মুক্তি পোৱা অক্ষয় কুমাৰ, ৰীতেশ দেশমুখ আৰু ফাৰদিন খান অভিনীত ‘হেই বেবী’ ছবিখনে দৰ্শকক যথেষ্ট মনোৰঞ্জন দিছিল। বিশেষকৈ দৃষ্টি আক্ৰষণ কৰিছিল এটি কোলাৰ কেঁচুৱাই। যাৰ কেন্দ্ৰ কৰিয়ে নিৰ্মাণ হৈছিল চবি খন।

সাজিদ খানৰ পৰিচালনাত নিৰ্মিত এই ছবিখন আমেৰিকান ছবি থ্ৰী মেন এণ্ড এ বেবীৰ আধাৰত নিৰ্মিত আৰু বক্স অফিচত ছুপাৰহিট হৈছিল। তিনিজন মুখ্য অভিনেতাৰ উপৰিও ছবিখনত থকা কণমানি শিশুৱে সকলো লাইমলাইট চুৰি কৰিছিল।

ছবিখনত এঞ্জেলৰ চৰিত্ৰত অভিনয় কৰিছিল মৰমলগা জুয়ানা সংঘৱীয়ে। ছবিখনৰ ১৮ বছৰৰ পাছত ইণ্টাৰনেটত জুয়ানাৰ ফটো পুনৰ ভাইৰেল হবলৈ ধৰিছে।

কিউট জুয়ানাই হেই বেবী চিনেমাখনৰ জৰিয়তে দৰ্শকৰ হৃদয় জয় কৰাই নহয়, চিনেমাখনৰ তাৰকাসকলো অতিশয় আপ্লুত হৈছিল। ২০২২ চনৰ জানুৱাৰী মাহত ফাৰদিন খানে হেয় বেবীৰ বিটিএছ ফটো শ্বেয়াৰ কৰিছিল। টুইটটোত ফাৰদিন খানে লিখিছিল যে তেওঁ কণমানি জুয়ানাৰ সৈতে কাম কৰিবলৈ ধূমপান এৰিছিল।

শেহতীয়াকৈ জুয়ানাৰ জন্মদিনৰ পাৰ্টিৰ ছবি ভাইৰেল হৈ পৰিছে। বৰ্তমানৰ জুয়ানাক চিনি পোৱাটো কঠিন। জুয়ানাৰ গালত পৰা ডিম্পল দুটা দেখি বহু লোকেই কৈছে প্ৰীতি জিণ্টাৰ কাৰ্বন কপি৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Baby AngelHey BabyIndian Movie
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জীৱনলৈ কেতিয়া আহে শনিৰ চাৰে সাতি দশা? ব্যক্তিৰ সৈতে কি ঘটে এই সময়ত? জানক ইয়াৰ পৰা মুক্তিৰ উপায়
জীৱনশৈলী

April 16, 2026
মাহত ২০ হাজাৰ টকা EMI দিব পাৰিব? তেন্তে HDFC বেংকে আপোনাক কিমান টকা ঋণ দিব?
জীৱনশৈলী

মাহত ২০ হাজাৰ টকা EMI দিব পাৰিব? তেন্তে HDFC বেংকে আপোনাক কিমান টকা ঋণ দিব?

April 16, 2026
বেংক অফ বৰোদাৰ পৰা ৬০ লাখৰ গৃহঋণ ল’ব খোজে? ৬০লাখ গৃহঋণত ৩০ বছৰৰ EMI কিমান হ’ব?
জীৱনশৈলী

বেংক অফ বৰোদাৰ পৰা ৬০ লাখৰ গৃহঋণ ল’ব খোজে? ৬০লাখ গৃহঋণত ৩০ বছৰৰ EMI কিমান হ’ব?

April 16, 2026
শনিদেৱৰ প্ৰিয় এই ২ ৰাশি, জীৱনত বিপদমুক্ত থাকে তেওঁলোক, শনিৰ কৃপা আপুনি লাভ কৰিবই
জীৱনশৈলী

শনিদেৱৰ প্ৰিয় এই ২ ৰাশি, জীৱনত বিপদমুক্ত থাকে তেওঁলোক, শনিৰ কৃপা আপুনি লাভ কৰিবই

April 16, 2026
Next Post
কৰ্ণেল ছফিয়া কুৰেশ্বীৰ পাছত এইবাৰ উইং কমাণ্ডাৰ ব্যোমিকা সিঙৰ জাতিক লৈ মন্তব্য সাংসদৰ

পাকিস্তানৰ সমৰ্থক তুৰ্কী বিপদত, ভাৰতে ল’লে বিশেষ পদক্ষেপ

পাকিস্তানৰ সমৰ্থক তুৰ্কী বিপদত, ভাৰতে ল'লে বিশেষ পদক্ষেপ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন