অসম লাইভ২৪ঃ লোকসভা নিৰ্বাচনৰ পিছতেই অসম মন্ত্ৰীসভাত হ’ব ব্য়াপক ৰদবদল।
নলবাৰীৰ পৰা বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।
নলবাৰীত ১৭ এপ্ৰিলত অনুষ্ঠিতব্য মোদীৰ নিৰ্বাচনী সভাৰ প্ৰস্তুতিৰ বুজ লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্ত্ৰীসভাৰ ৰদবদলৰ লগে গৌৰৱ গগৈ প্ৰসংগতো কেতবোৰ মন্তব্য কৰিছে।
গৌৰৱক নামাজী গগৈ হোৱাৰ ওপৰিও ভকতীয়া গগৈ হৈ দেখুৱাওক বুলি মন্তব্য শৰ্মাৰ।
ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ দিনা কিয় ৰাহুল গান্ধী বৰদোৱালৈ গৈছিল বুলি প্ৰশ্ন মুখ্যমন্ত্ৰীৰ।
গৌৰৱক কন্দল গগৈ বুলিও অভিহিত কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
ভুপেন বৰাই শ্ৰী কৃষ্ণক লাভ জেহাদী বুলি কওঁতে গৌৰৱ গগৈয়ে কিয় প্ৰতিবাদ কৰা নাছিল বুলিও প্ৰশ্ন
গৌৰৱ গগৈয়ে সমগ্ৰ হিন্দু সমাজক উত্তৰ দিয়ক
ৰাম ভক্তই কৃষ্ণ ভক্তই এইবোৰ কিয় সহ্য কৰিব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ