প্ৰশাসনে কয় ক’ৰোনা আছে, মন্ত্ৰীয়ে কয় নাই। এফালে প্ৰশাসনে জাৰি কৰিছে সতৰ্কতা। আনফালে লকডাউন নহয় বুলি ঘোষণা বিজেপি প্ৰার্থী হিমন্ত বিশ্ব শৰ্মাৰ।