• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১৪ বছৰ বয়সতে ধৰ্ষণৰ বলি হলিউদৰ অভিনেত্ৰী! বৰ্ণনা কৰিলে সেই ভয়ংকৰ স্মৃতি

১৪ বছৰ বয়সতে ধৰ্ষণৰ বলি হলিউদৰ অভিনেত্ৰী! বৰ্ণনা কৰিলে সেই ভয়ংকৰ স্মৃতি

4 years ago
গুপ্তাংগত চুবলৈ চেষ্টা! ভয়ংকৰ ঘটনাৰ বলি ৰণবীৰ সিং

গুপ্তাংগত চুবলৈ চেষ্টা! ভয়ংকৰ ঘটনাৰ বলি ৰণবীৰ সিং

3 hours ago
হাইঠা মাটিত পৰিল! মোদীৰ প্ৰশংসাত পঞ্চমুখ ট্ৰাম্প

হাইঠা মাটিত পৰিল! মোদীৰ প্ৰশংসাত পঞ্চমুখ ট্ৰাম্প

4 hours ago
IPLৰ সম্পূৰ্ণ সময়সূচী, গুৱাহাটীত কোনদিনা কোনদিনা অনুষ্ঠিত হ’ব খেল?

IPLৰ সম্পূৰ্ণ সময়সূচী, গুৱাহাটীত কোনদিনা কোনদিনা অনুষ্ঠিত হ’ব খেল?

4 hours ago
বেগে সলাব ভাগ্য! মানুহৰ জীৱনত বেগৰ ৰঙৰ আছে যথেষ্ট গভীৰ প্ৰভাৱ, জানক

বেগে সলাব ভাগ্য! মানুহৰ জীৱনত বেগৰ ৰঙৰ আছে যথেষ্ট গভীৰ প্ৰভাৱ, জানক

5 hours ago
IPL 2026 ৰ সৈতে শেষ কলকাতা নাইট ৰাইডাৰ্ছৰ এই ৩ গৰাকী তাৰকাৰ কেৰিয়াৰ!

IPL 2026 ৰ সৈতে শেষ কলকাতা নাইট ৰাইডাৰ্ছৰ এই ৩ গৰাকী তাৰকাৰ কেৰিয়াৰ!

6 hours ago
১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব নতুন আয়কৰ আইন, কৰদাতাসকলৰ ওপৰত পৰিব প্ৰভাৱ!

১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব নতুন আয়কৰ আইন, কৰদাতাসকলৰ ওপৰত পৰিব প্ৰভাৱ!

7 hours ago
বন্ধ নাক খুলিব আৰু চৰ্দিৰ পৰা পাব উপশম, আয়ুৰ্বেদে কেনেকৈ কৰিব সহায়?

বন্ধ নাক খুলিব আৰু চৰ্দিৰ পৰা পাব উপশম, আয়ুৰ্বেদে কেনেকৈ কৰিব সহায়?

7 hours ago
দৰিদ্ৰতা অহাৰ পূৰ্বে পাব সংকেত, ভুলতো নকৰিব আওকাণ!

দৰিদ্ৰতা অহাৰ পূৰ্বে পাব সংকেত, ভুলতো নকৰিব আওকাণ!

8 hours ago
অত্যাধিক চুলি সৰা আৰু ছালৰ সমস্যা, ই কি ৰোগৰ ইংগিত?

অত্যাধিক চুলি সৰা আৰু ছালৰ সমস্যা, ই কি ৰোগৰ ইংগিত?

8 hours ago
ভাগ্যৰ উদয় হ’ব বহু ৰাশিৰ, মংগলে কৰিব বুধত প্ৰৱেশ!

ভাগ্যৰ উদয় হ’ব বহু ৰাশিৰ, মংগলে কৰিব বুধত প্ৰৱেশ!

8 hours ago
পৰিৱৰ্তিত বতৰত AC ব্যৱহাৰ কৰাটো কিমান বিপদজনক?

পৰিৱৰ্তিত বতৰত AC ব্যৱহাৰ কৰাটো কিমান বিপদজনক?

9 hours ago
নিৰ্বাচনৰ বতৰতে চোৰৰ তাণ্ডৱ, বিজেপি নেত্ৰী অংকিতা দত্তৰ বাসগৃহত চলালে চাফাই অভিযান

নিৰ্বাচনৰ বতৰতে চোৰৰ তাণ্ডৱ, বিজেপি নেত্ৰী অংকিতা দত্তৰ বাসগৃহত চলালে চাফাই অভিযান

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

১৪ বছৰ বয়সতে ধৰ্ষণৰ বলি হলিউদৰ অভিনেত্ৰী! বৰ্ণনা কৰিলে সেই ভয়ংকৰ স্মৃতি

editor by editor
July 28, 2022
in চিনেমা, বিবিধ
0
১৪ বছৰ বয়সতে ধৰ্ষণৰ বলি হলিউদৰ অভিনেত্ৰী! বৰ্ণনা কৰিলে সেই ভয়ংকৰ স্মৃতি
0
SHARES
30.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

২০১৪ চনত ‘মিছিং’, ‘চিষ্টাৰ’ আৰু ‘দ্য ডাইভাৰ্জেণ্ট’ৰ দৰে আমেৰিকান টিভি শ্ব’ৰে বিখ্যাত হোৱা ৪৮ বছৰীয়া হলিউডৰ অভিনেত্ৰী এছলী জুডে কেইবছৰমান পূৰ্বে নিজৰ জীৱনৰ সৈতে জড়িত এক চাঞ্চল্যকৰ কথা প্ৰকাশ কৰিছিল।

এছলীয়ে জনোৱা মতে, ৭ বছৰ বয়সত তেওঁক যৌন নিৰ্যাতন চলোৱা হৈছিল আৰু তাৰ পিছত ১৯৯৮ চনত ১৪ বছৰ বয়সত ধৰ্ষণ কৰা হৈছিল। নিজৰ সেই ভয়ংকৰ অতীত প্ৰকাশ কৰি এছলীয়ে কৈছিল যে ‘মোক চোৰাংভাৱে সৰবৰাহ নকৰাটোহে এটা আচৰিত কথা আছিল৷’

শেহতীয়াকৈ এছলীয়ে তেওঁৰ ধৰ্ষণকাৰীৰ সৈতে ‘পুনৰুদ্ধাৰমূলক-ন্যায়ৰ কথোপকথন’ৰ অধীনত কথা পাতিছিল। এছলীয়ে তেওঁৰ ধৰ্ষণকাৰীৰ লগত কথা পাতিব বিচাৰিছিল আৰু অতি সহজেই অভিনেত্ৰীগৰাকীয়ে সেই অভিযুক্তৰে সাক্ষাৎ ঘটিছিল।

লগতে পঢ়ক ‘আপোনাৰ যৌন সংগীৰ সংখ্যা হ্ৰাস কৰক’ WHOৰ প্ৰধানে কিয় দিলে এই পৰামৰ্শ?

প’ডকাষ্টত প্ৰকাশ পোৱা তেওঁলোকৰ বাৰ্তালাপটোত অভিনেত্ৰী এছলীয়ে কয় যে আমি সৰু নৈ এখনৰ পাৰত এখন ৰকিং চকীত বহি কথা পাতিছিলো।

এছলীয়ে ধৰ্ষণকাৰীগৰাকীক সুধিলে- ‘আপুনি বহু বছৰ পূৰ্বে মোৰ সৈতে কৰা সেই জঘন্য কাণ্ডৰ বিষয়ে আপোনাৰ মুখৰ পৰা শুনিব বিচাৰো আৰু সেই বিষয়েও আমি ন্যায়িক কথা-বতৰাও পাতিব খুজো৷’ এছলীয়ে লগতে কয় যে ‘মই মোৰ কাহিনীটো শ্বেয়াৰ কৰিব বিচাৰিছো কাৰণ ই হৈছে মোৰ সেই যন্ত্ৰণা দূৰ কৰাৰ এটা উপায়৷’’ অভিনেত্ৰীগৰাকীয়ে অনুৰাগীসকলক লগতে কয় যে সেই জঘন্য কাণ্ড সংঘটিত কৰিলেও মই তেওঁৰ পৰা একো বিচৰা নাছিলো।

ধৰ্ষণকাৰীজনে প্ৰকাশ কৰিছিল যে সেই কাম কৰি তেওঁ অনুশোচনাত ভুগি আহিছে৷ তেওঁৰ মতে অনুশোচনা কৰাৰ বাহিৰে এই দুৰ্ভাগ্যজনক ঘটনাটোৱে জন্ম দিয়া যন্ত্ৰণাৰ পৰা মুক্তি পোৱাৰ আৰু কোনো পথ নাই৷

লগতে পঢ়ক কলেষ্টেৰলৰ সমস্যাত ভুগিছে নেকি? কি ফল খালে ইয়াক নিয়ন্ত্ৰণ কৰিব পাৰি?

এছলীয়ে আৰু কয় যে, ‘‘মই জানিছিলো যে তেওঁৰ লগত কথা পাতি মই একো অৰ্জন নকৰো, আৰু সেয়া কৰাটো অতি কঠিন হ’ব, কিন্তু তথাপিও মই তেওঁক লগ কৰিব বিচাৰিছিলো। এই যন্ত্ৰণা অতিক্ৰম কৰিবলৈ মোৰ সময় আছিল আৰু সুযোগ পাইছিলো কিন্তু বহুতে সেয়া নাপায়।’’

এছলীয়ে কোৱাৰ মতে সেই আঘাতৰ পৰা ওলাই আহিবলৈ তেওঁক ৯ বছৰো অধিক সময় লাগিল৷ এছলীয়ে কয় যে তেওঁ তিনিবাৰকৈ ধৰ্ষণৰ পৰা ৰক্ষা পোৱা এগৰাকী মহিলা। আৰু কেন্টাকিৰ আইন অনুসৰি ধৰ্ষণৰ পিছত যদি আপুনি গৰ্ভৱতী হয়, তেন্তে আপোনাৰ ধৰ্ষণকাৰীয়ে সহপিতৃ-মাতৃৰ অধিকাৰ পায়। এছলীয়ে কয় যে মোৰ ভাগ্য ভাল আছিল যে মই গৰ্ভপাত কৰাৰ সুযোগ পাইছিলো।

see More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Actress Ashley JuddAshley Juddasom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamHollywood actress
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গুপ্তাংগত চুবলৈ চেষ্টা! ভয়ংকৰ ঘটনাৰ বলি ৰণবীৰ সিং
বিনোদন

গুপ্তাংগত চুবলৈ চেষ্টা! ভয়ংকৰ ঘটনাৰ বলি ৰণবীৰ সিং

March 27, 2026
হাইঠা মাটিত পৰিল! মোদীৰ প্ৰশংসাত পঞ্চমুখ ট্ৰাম্প
বাণিজ্য

হাইঠা মাটিত পৰিল! মোদীৰ প্ৰশংসাত পঞ্চমুখ ট্ৰাম্প

March 27, 2026
IPLৰ সম্পূৰ্ণ সময়সূচী, গুৱাহাটীত কোনদিনা কোনদিনা অনুষ্ঠিত হ’ব খেল?
বিনোদন

IPLৰ সম্পূৰ্ণ সময়সূচী, গুৱাহাটীত কোনদিনা কোনদিনা অনুষ্ঠিত হ’ব খেল?

March 27, 2026
বেগে সলাব ভাগ্য! মানুহৰ জীৱনত বেগৰ ৰঙৰ আছে যথেষ্ট গভীৰ প্ৰভাৱ, জানক
জীৱনশৈলী

বেগে সলাব ভাগ্য! মানুহৰ জীৱনত বেগৰ ৰঙৰ আছে যথেষ্ট গভীৰ প্ৰভাৱ, জানক

March 27, 2026
Next Post
‘১ টকা ঘোচ লোৱাৰ প্ৰমাণ দিলেই সাংবাদিকতা এৰি পথাৰত হাল বাম’ নিতুমণি শইকীয়া

‘১ টকা ঘোচ লোৱাৰ প্ৰমাণ দিলেই সাংবাদিকতা এৰি পথাৰত হাল বাম’ নিতুমণি শইকীয়া

কেমেৰাৰ সন্মুখতে বিজেপি নেতাক ছুৰিকাঘাত কৰি হত্যা ৪ মুখাধাৰীৰ

কেমেৰাৰ সন্মুখতে বিজেপি নেতাক ছুৰিকাঘাত কৰি হত্যা ৪ মুখাধাৰীৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.