• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কলেষ্টেৰলৰ সমস্যাত ভুগিছে নেকি? কি ফল খালে ইয়াক নিয়ন্ত্ৰণ কৰিব পাৰি?

কলেষ্টেৰলৰ সমস্যাত ভুগিছে নেকি? কি ফল খালে ইয়াক নিয়ন্ত্ৰণ কৰিব পাৰি?

4 years ago
Kidney damage: পানী সেৱনৰ পিছতো ভাগৰুৱা? এই ৮টা লক্ষণে দিয়ে বৃক্কৰ সমস্যাৰ ইংগিত

Kidney damage: পানী সেৱনৰ পিছতো ভাগৰুৱা? এই ৮টা লক্ষণে দিয়ে বৃক্কৰ সমস্যাৰ ইংগিত

2 minutes ago
দুৰ্গা পূজাৰ পূৰ্বে ভাল খবৰ পাব ৩ ৰাশিৰ লোকে, মুকলি হ’ব নতুন পথ!

দুৰ্গা পূজাৰ পূৰ্বে ভাল খবৰ পাব ৩ ৰাশিৰ লোকে, মুকলি হ’ব নতুন পথ!

52 minutes ago
নৱৰাত্ৰিত বিবাহৰ বান্ধোনত সোমাই নকৰিব ভুল! সংসাৰত পৰিব প্ৰভাৱ

নৱৰাত্ৰিত বিবাহৰ বান্ধোনত সোমাই নকৰিব ভুল! সংসাৰত পৰিব প্ৰভাৱ

1 hour ago
চৰ্চাত বিপাশা বাসু, পুনৰ আৰম্ভ কৰিব অভিনয় যাত্ৰা!

চৰ্চাত বিপাশা বাসু, পুনৰ আৰম্ভ কৰিব অভিনয় যাত্ৰা!

2 hours ago
ভাগ্যত আহিব পাৰে নতুন সুযোগ, ৪ ৰাশিৰ হ’ব আৰ্থিক উন্নতি!

ভাগ্যত আহিব পাৰে নতুন সুযোগ, ৪ ৰাশিৰ হ’ব আৰ্থিক উন্নতি!

3 hours ago
অমৃতপ্ৰভা মুক্ত! মুকলি আকাশৰ তলত জুবিন গাৰ্গৰ ঘটনাৰে জড়িত প্ৰথমগৰাকী অভিযুক্ত

অমৃতপ্ৰভা মুক্ত! মুকলি আকাশৰ তলত জুবিন গাৰ্গৰ ঘটনাৰে জড়িত প্ৰথমগৰাকী অভিযুক্ত

4 hours ago
কাইলৈৰ পৰা এইকেইটাৰ ৰাশিৰ লোকৰ খুলিব সৌভাগ্যৰ দুৱাৰ

আজি ভাগ্যই ল’ব নতুন ৰূপ, সলনি হ’ব ৫ ৰাশিৰ লোকৰ জীৱন!

5 hours ago
ফিটমেণ্ট ফেক্টৰ কমিলেও কেনেকৈ বাঢ়িব আপোনাৰ দৰমহা?

ফিটমেণ্ট ফেক্টৰ কমিলেও কেনেকৈ বাঢ়িব আপোনাৰ দৰমহা?

18 hours ago
নাইটি পিন্ধা চোৰে লুটিলে SBIৰ ATM

নাইটি পিন্ধা চোৰে লুটিলে SBIৰ ATM

18 hours ago
দলবদ্ধ অপকৰ্মৰ ভুৱা কাহিনীৰে কন্যাক হ*ত্যাৰ অভিযোগ! গ্ৰেপ্তাৰ কন্যাৰ পিতৃ

দলবদ্ধ অপকৰ্মৰ ভুৱা কাহিনীৰে কন্যাক হ*ত্যাৰ অভিযোগ! গ্ৰেপ্তাৰ কন্যাৰ পিতৃ

19 hours ago
৫ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি!

৫ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি!

19 hours ago
ভাতৃ-ভগ্নীৰ মাজত প্ৰেমৰ সম্পৰ্কৰ কৰুণ পৰিণতি

ভাতৃ-ভগ্নীৰ মাজত প্ৰেমৰ সম্পৰ্কৰ কৰুণ পৰিণতি

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী স্বাস্থ্য

কলেষ্টেৰলৰ সমস্যাত ভুগিছে নেকি? কি ফল খালে ইয়াক নিয়ন্ত্ৰণ কৰিব পাৰি?

editor by editor
July 28, 2022
in জীৱনশৈলী, স্বাস্থ্য
0
কলেষ্টেৰলৰ সমস্যাত ভুগিছে নেকি? কি ফল খালে ইয়াক নিয়ন্ত্ৰণ কৰিব পাৰি?
0
SHARES
17.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অনিয়ন্ত্ৰিত জীৱনশৈলী, অনিয়মীয়া খাদ্যাভ্যাস আদি বিভিন্ন কাৰণত তেজত কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি পায়। কলেষ্টেৰল বৃদ্ধি কৰিলে হৃদৰোগ হোৱাৰ সম্ভাৱনাও বৃদ্ধি পায়।

ট্ৰু কলেষ্টেৰল, ট্ৰাইগ্লিচাৰাইড, এইচ ডি এল আৰু এল ডি এল— এই চাৰিটাই কলেষ্টেৰল পৰিয়াল গঠন কৰে। বহুতে বিশ্বাস কৰে যে অধিক চৰ্বিযুক্ত খাদ্য খালে কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি পায়। এই ধাৰণা সকলো ক্ষেত্ৰতে শুদ্ধ নহয়।

কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি হ’ব নে নহয় সেয়া নিৰ্ভৰ কৰে শৰীৰৰ বিপাকীয় হাৰত। কাৰোবাৰ ডায়েবেটিছ হ’লে কলেষ্টেৰলৰ মাত্ৰা অধিক হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। হাৰ্ট এটেকৰ অন্যতম প্ৰধান কাৰণ হ’ল কলেষ্টেৰল। হৃদৰোগৰ সম্ভাৱনা কম কৰিবলৈ কলেষ্টেৰলৰ মাত্ৰা নিয়ন্ত্ৰণ কৰিব লাগিব।

লগতে পঢ়ক মাতৃ গৃহৰ পৰা উভতি নাহে পত্নী! বেজাৰতে ১০০ ফুট ওখ মোবাইল টাৱাৰত উঠিল স্বামী

শেহতীয়াকৈ কৰা এক অধ্যয়নত কোৱা হৈছে যে যদি আপুনি দৈনন্দিন খাদ্যত এভোকেডো ৰাখে তেন্তে কলেষ্টেৰল নিয়ন্ত্ৰণত থাকিব। ইয়াৰ ফলত বহুত কেলৰি পোৱা যায়। উচ্চ আঁহযুক্ত এভোকেডোৱে কলেষ্টেৰলৰ মাত্ৰা কম কৰাত সহায় কৰে।

এভোকেডোত কেৰটিনয়ডৰ দৰে কেইবাটাও খনিজ পদাৰ্থ থাকে। ইয়াত ভিটামিন চি আৰু ইও থাকে। অধ্যয়নত দেখা গৈছে যে দিনটোত এভোকেডো খালে কলেষ্টেৰলৰ মাত্ৰা বহু পৰিমাণে হ্ৰাস পাব পাৰে। শৰীৰত থকা বেয়া কলেষ্টেৰল নামৰ এইচ ডি এলৰ মাত্ৰা হ্ৰাস কৰাত এভোকেডোও ভাল।

লগতে পঢ়ক ভাইৰেল শিশুৰ ৰ’কডান্স ভিডিঅ’, চাইকেলৰ পৰা পৰি কেনেকৈ ৰ’কডান্স কৰিলে চাওক…

কলেষ্টেৰল কমোৱাৰ উপৰিও ওজন নিয়ন্ত্ৰণ কৰাৰ লগতে হৃদযন্ত্ৰৰ যত্ন ল’বলৈও এভোকেডো ব্যৱহাৰ কৰিব পাৰি। এই ফল প্ৰধানকৈ বিদেশী মাটিত খেতি কৰা হয়। কিন্তু এতিয়া আমাৰ দেশতো উপলব্ধ হৈছে।

ডিপাৰ্টমেণ্টেল ষ্ট’ৰত অলপ সন্ধান কৰিলেই এই ফল বিচাৰি পাব। ইয়াৰ উপৰিও অনলাইনত এভোকেডোও কিনিব পাৰিব। এক কেজিৰ দাম প্ৰায় ১৮০-২০০ টকা।

see more

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assamhealth tips
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Kidney damage: পানী সেৱনৰ পিছতো ভাগৰুৱা? এই ৮টা লক্ষণে দিয়ে বৃক্কৰ সমস্যাৰ ইংগিত
জীৱনশৈলী

Kidney damage: পানী সেৱনৰ পিছতো ভাগৰুৱা? এই ৮টা লক্ষণে দিয়ে বৃক্কৰ সমস্যাৰ ইংগিত

October 13, 2026
দুৰ্গা পূজাৰ পূৰ্বে ভাল খবৰ পাব ৩ ৰাশিৰ লোকে, মুকলি হ’ব নতুন পথ!
জীৱনশৈলী

দুৰ্গা পূজাৰ পূৰ্বে ভাল খবৰ পাব ৩ ৰাশিৰ লোকে, মুকলি হ’ব নতুন পথ!

October 13, 2026
নৱৰাত্ৰিত বিবাহৰ বান্ধোনত সোমাই নকৰিব ভুল! সংসাৰত পৰিব প্ৰভাৱ
জীৱনশৈলী

নৱৰাত্ৰিত বিবাহৰ বান্ধোনত সোমাই নকৰিব ভুল! সংসাৰত পৰিব প্ৰভাৱ

October 13, 2026
ভাগ্যত আহিব পাৰে নতুন সুযোগ, ৪ ৰাশিৰ হ’ব আৰ্থিক উন্নতি!
জীৱনশৈলী

ভাগ্যত আহিব পাৰে নতুন সুযোগ, ৪ ৰাশিৰ হ’ব আৰ্থিক উন্নতি!

October 13, 2026
Next Post
‘আপোনাৰ যৌন সংগীৰ সংখ্যা হ্ৰাস কৰক’ WHOৰ প্ৰধানে কিয় দিলে এই পৰামৰ্শ?

‘আপোনাৰ যৌন সংগীৰ সংখ্যা হ্ৰাস কৰক’ WHOৰ প্ৰধানে কিয় দিলে এই পৰামৰ্শ?

অপৰাধীক লৈ চিন্তিত নহয় আৰক্ষী! বান্দৰৰ পৰা জনতাক ৰক্ষাত ব্যস্ত আৰক্ষী!

অপৰাধীক লৈ চিন্তিত নহয় আৰক্ষী! বান্দৰৰ পৰা জনতাক ৰক্ষাত ব্যস্ত আৰক্ষী!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.