• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মাতৃ গৃহৰ পৰা উভতি নাহে পত্নী! বেজাৰতে ১০০ ফুট ওখ মোবাইল টাৱাৰত উঠিল স্বামী

মাতৃ গৃহৰ পৰা উভতি নাহে পত্নী! বেজাৰতে ১০০ ফুট ওখ মোবাইল টাৱাৰত উঠিল স্বামী

4 years ago
২০ মিনিট ধৰি একেৰাহে চুম্বন, কোনেও ভংগ কৰিব পৰা নাই অভিলেখ, কোন এইজন অভিনেতা?

২০ মিনিট ধৰি একেৰাহে চুম্বন, কোনেও ভংগ কৰিব পৰা নাই অভিলেখ, কোন এইজন অভিনেতা?

37 minutes ago
কালসৰ্প দোষৰ পৰা সাৱধান! ধ্বংস কৰি দিব আপোনাৰ জীৱন

কালসৰ্প দোষৰ পৰা সাৱধান! ধ্বংস কৰি দিব আপোনাৰ জীৱন

1 hour ago
অসীম মুনিৰৰ শোৱনি কোঠাও হ’ব প্ৰত্যক্ষ! এই উপগ্ৰহৰে ভাৰতে পাকিস্তানৰ প্ৰতিটো কোণত ৰাখিব নজৰ

অসীম মুনিৰৰ শোৱনি কোঠাও হ’ব প্ৰত্যক্ষ! এই উপগ্ৰহৰে ভাৰতে পাকিস্তানৰ প্ৰতিটো কোণত ৰাখিব নজৰ

2 hours ago
‘ভাৰতত থাকিব খুজিলে কথা মানি চলিব’! Meta ৰ বিৰুদ্ধে কঠোৰ মোদী চৰকাৰে

‘ভাৰতত থাকিব খুজিলে কথা মানি চলিব’! Meta ৰ বিৰুদ্ধে কঠোৰ মোদী চৰকাৰে

3 hours ago
ঝাৰখণ্ড বন্ধৰ মাজতে উত্তাল প্ৰতিবাদ, ৰাজপথলৈ ওলাই আহিল বিজেপি!

ঝাৰখণ্ড বন্ধৰ মাজতে উত্তাল প্ৰতিবাদ, ৰাজপথলৈ ওলাই আহিল বিজেপি!

4 hours ago
২১ বছৰত ২৫ বাৰ বদলি! টুকাৰাম মুণ্ডে লগাইছে তোলপাৰ, কঠোৰ উচ্চ ন্যায়ালয়

২১ বছৰত ২৫ বাৰ বদলি! টুকাৰাম মুণ্ডে লগাইছে তোলপাৰ, কঠোৰ উচ্চ ন্যায়ালয়

4 hours ago
নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?

১৫ দিনত যমজ সূৰ্যগ্ৰহণে দেখুৱাব প্ৰকোপ! ৩টা ৰাশিৰ আহিব ডাঙৰ বিপদ

5 hours ago
৮ম দৰমহা আয়োগৰ নতুন আপডেট, ফেমিলি ইউনিট ৩.০ৰ পৰা ৫.০লৈ হ’লে কিমান বাঢ়িব দৰমহা?

কৰ্মচাৰীসকলে পাব সকাহ! পেঞ্চনাৰ ছ’চাইটিয়ে উত্থাপন কৰিছে এই দাবী

6 hours ago
লেপটপৰ চাৰ্জাৰেৰে আপোনাৰ ফোনটো চাৰ্জ দিয়ে নেকি? তেন্তে সাৱধান!

লেপটপৰ চাৰ্জাৰেৰে আপোনাৰ ফোনটো চাৰ্জ দিয়ে নেকি? তেন্তে সাৱধান!

7 hours ago
বৃহস্পতিৰ গোচৰত সলনি হ’ব পৰিকল্পনা, ৬ ৰাশিৰ লোক হওক সাৱধান!

বৃহস্পতিৰ গোচৰত সলনি হ’ব পৰিকল্পনা, ৬ ৰাশিৰ লোক হওক সাৱধান!

7 hours ago
হনুমানৰ থাকিব কৃপা, আজি ৫ ৰাশিৰ সলনি হ’ব ভাগ্য!

সফলতাত বাধা আৰু অৰ্থ ক্ষয়? তেন্তে আজিয়েই এইদৰে কৰক হনুমানৰ পূজা!

7 hours ago
দৈনিক ৰাশিফল- আজি বজৰংবলীৰ কৃপা বৃষ আৰু তুলা ৰাশিৰ ওপৰত, কি আছে অন্য ৰাশিৰ ভাগ্যত

আজি ৩ ৰাশিয়ে পাব নতুন সুযোগ, কিন্তু কাৰ কাৰ জীৱনত আহিব দুৰ্যোগ!

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, August 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

মাতৃ গৃহৰ পৰা উভতি নাহে পত্নী! বেজাৰতে ১০০ ফুট ওখ মোবাইল টাৱাৰত উঠিল স্বামী

editor by editor
July 28, 2022
in বিবিধ, ভাৰত
0
মাতৃ গৃহৰ পৰা উভতি নাহে পত্নী! বেজাৰতে ১০০ ফুট ওখ মোবাইল টাৱাৰত উঠিল স্বামী
0
SHARES
4.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বৈবাহিক জীৱনত খকা খুন্দা সৰু বৰ কাজিয়া পেচাল এক এৰাব নোৱাৰা অংগ৷ কিন্তু কেতিয়াবা এই কাজিয়াত জীৱন-মৃত্যুৰ কথাও আহি যায়৷

স্বামী-স্ত্ৰীৰ মাজৰ সমস্যাসমূহ পাৰস্পৰিক বুজাবুজিৰে সমাধান কৰিবলৈ চেষ্টা নকৰাৰ ফলতে সামান্য ভুল বুজাবুজিয়ে কাজিয়াৰ ৰূপ ধাৰণ কৰে৷ তেনে কাজিয়াসমূহত পত্নীয়ে মান অভিমান কৰিলে স্বামীয়ে সৈমান কৰাবলৈ কিছুমান অদ্ভুত উপায় অৱলম্বন কৰাও দেখা যায়৷

স্বামী-স্ত্ৰী মাজৰ তেনে এক কাজিয়াৰ পিছত পত্নীৰ অভিমান ভাঙিবলৈ এগৰাকী স্বামীয়ে গ্ৰহণ কৰা এক অদ্ভুত উপায়ে এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে৷

লগতে পঢ়ক কিশোৰক যৌন নিৰ্যাতন কৰি কাৰাৰুদ্ধ ৪৫ বছৰীয়া কোটিপতি মহিলা

ভাইৰেল হোৱা ভিডিঅ’টোত দেখা গৈছে যে এজন লোকে এটা মোবাইল টাৱাৰৰ ওপৰলৈ উঠি গৈছে৷ প্ৰায় ১০০ ফুটৰ মোবাইল টাৱাৰটোলৈ উঠি যোৱা লোকজনে তাৰপৰাই নিজ পত্নীক মাতৃ গৃহৰ পৰা নিজ ঘৰলৈ উভতি আহিবলৈ আহ্বান জনায়৷

जालना: माहेरी गेलेल्या बायकोला परत आणण्याच्या मागणीसाठी दारूच्या नशेत तरूणाचा ४ तास मोबाईल टॉवरवर ठिय्या.https://t.co/CbvSFUjpi9 pic.twitter.com/tNvzgVZUC7

— Lokmat (@lokmat) July 21, 2022

ঘটনাটো মহাৰাষ্ট্ৰৰ জালনা জিলাৰ৷ সুৰাসক্ত লোকজনে ১০০ ফুট উচ্চতাৰ মোবাইল টাৱাৰত উঠি যায়৷ জানিব পৰা মতে লোকজনৰ পত্নীয়ে কিবা কথাত স্বামীৰ ওপৰত খং কৰি নিজৰ মাকৰ ঘৰলৈ যায়৷ ইয়াৰ পিছত তেওঁ স্বামী ঘৰলৈ ঘূৰি আহিবলৈ অস্বীকাৰ কৰে।

স্বামীয়ে পত্নীক উভতি আহিবলৈ কে’বাবাৰো অনুৰোধ কৰাৰ পিছতো যেতিয়া লোকজনৰ পত্নীয়ে মাকৰ ঘৰৰ পৰা উভতি অহা নাহিল তেতিয়াই সুৰাপান কৰি লোকজনে এই কাণ্ড সংঘটিত কৰে৷

লগতে পঢ়ক শিক্ষয়িত্ৰীয়ে ছাত্ৰক কৰিবলৈ দিলে দেহ মালিচ৷ তাৰ পাছত…, চাওক VIDEO

লোকজনে ১০০ ফুট উচ্চতাৰ মোবাইল টাৱাৰত উঠি কয় যে পত্নীয়ে যেতিয়ালৈকে তেওঁৰ ঘৰলৈ উভতি নাহে তেতিয়ালৈকে তেৱোঁ তেওঁ টাৱাৰৰ পৰা নামি নাহে।

সংবাদ মাধ্যমত প্ৰকাশ পোৱা অনুসৰি এই ঘটনা সংঘটিত কৰা লোকজনৰ নাম গণপত বকল, তেওঁ জিলাখনৰ দাভাৰী গাঁৱৰ বাসিন্দা৷ অগ্নিনিৰ্বাপক বাহিনী আৰু আৰক্ষীয়ে গণপতক পত্নীৰ হোৱা সংঘাত মীমাংসা কৰি ঘৰলৈ উভতাই অনাৰ প্ৰতিশ্ৰুতি দিয়াৰ পিছতে তেওঁ টাৱাৰৰ ওপৰৰ পৰা তললৈ নামি আহে৷

লগতে পঢ়ক এবাৰ নহয়, দুবাৰকৈ ছাত্ৰীক ধৰ্ষণ মাতৃৰ পৰিচিত লোকৰ, মৃত্যুৰ ভাবুকি প্ৰদান

ঘটনাটোৰ সন্দৰ্ভত স্থানীয় আৰক্ষী বিষয়াই কয় যে, “লোকজন সুৰাৰ নিচাত আছিল। তেওঁ চাৰি ঘণ্টা পিছতহে টাৱাৰৰ পৰা নামি আহিছিল। তেওঁক আটক কৰা হৈছিল যদিও পিছত মুকলি কৰি দিয়া হয়।”

ইফালে সামাজিক মাধ্যমত এই ভিডিঅ’টো ভাইৰেল হোৱাৰ পিছতে নেট-নাগৰিকসকলে বিগত শতিকাৰ সত্তৰ দশকৰ ব্লকবাষ্টাৰ ছবি ‘শ্বোলে’ৰ ধৰ্মেন্দ্ৰই কৰা এটা ছবি দৃশ্যক মনত পেলাই দিয়া বুলিও মন্ত্যব কৰিছে৷

see more

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamViaral news
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

২০ মিনিট ধৰি একেৰাহে চুম্বন, কোনেও ভংগ কৰিব পৰা নাই অভিলেখ, কোন এইজন অভিনেতা?
বিনোদন

২০ মিনিট ধৰি একেৰাহে চুম্বন, কোনেও ভংগ কৰিব পৰা নাই অভিলেখ, কোন এইজন অভিনেতা?

August 11, 2026
কালসৰ্প দোষৰ পৰা সাৱধান! ধ্বংস কৰি দিব আপোনাৰ জীৱন
জীৱনশৈলী

কালসৰ্প দোষৰ পৰা সাৱধান! ধ্বংস কৰি দিব আপোনাৰ জীৱন

August 11, 2026
অসীম মুনিৰৰ শোৱনি কোঠাও হ’ব প্ৰত্যক্ষ! এই উপগ্ৰহৰে ভাৰতে পাকিস্তানৰ প্ৰতিটো কোণত ৰাখিব নজৰ
বিশ্ব

অসীম মুনিৰৰ শোৱনি কোঠাও হ’ব প্ৰত্যক্ষ! এই উপগ্ৰহৰে ভাৰতে পাকিস্তানৰ প্ৰতিটো কোণত ৰাখিব নজৰ

August 11, 2026
‘ভাৰতত থাকিব খুজিলে কথা মানি চলিব’! Meta ৰ বিৰুদ্ধে কঠোৰ মোদী চৰকাৰে
প্ৰযুক্তি

‘ভাৰতত থাকিব খুজিলে কথা মানি চলিব’! Meta ৰ বিৰুদ্ধে কঠোৰ মোদী চৰকাৰে

August 11, 2026
Next Post
কি অদ্ভুত পেচা! চ্যুইংগাম চুবাই মাহে ৬৭ হাজাৰ উপাৰ্জন যুৱতীৰ! কেনেকৈ সম্ভৱ?

কি অদ্ভুত পেচা! চ্যুইংগাম চুবাই মাহে ৬৭ হাজাৰ উপাৰ্জন যুৱতীৰ! কেনেকৈ সম্ভৱ?

কলেষ্টেৰলৰ সমস্যাত ভুগিছে নেকি? কি ফল খালে ইয়াক নিয়ন্ত্ৰণ কৰিব পাৰি?

কলেষ্টেৰলৰ সমস্যাত ভুগিছে নেকি? কি ফল খালে ইয়াক নিয়ন্ত্ৰণ কৰিব পাৰি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.