• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কিশোৰক যৌন নিৰ্যাতন কৰি কাৰাৰুদ্ধ ৪৫ বছৰীয়া কোটিপতি মহিলা

কিশোৰক যৌন নিৰ্যাতন কৰি কাৰাৰুদ্ধ ৪৫ বছৰীয়া কোটিপতি মহিলা

4 years ago
চৰকাৰী বেংকত চাকৰিৰ সুযোগ, ১ ছেপ্টেম্বৰৰ পৰা আবেদন

চৰকাৰী বেংকত চাকৰিৰ সুযোগ, ১ ছেপ্টেম্বৰৰ পৰা আবেদন

3 hours ago
কম সময়ত ধন বৃদ্ধিৰ সুযোগ, যেতিয়াই বিচাৰে উলিয়াব পাৰিব টকা

কম সময়ত ধন বৃদ্ধিৰ সুযোগ, যেতিয়াই বিচাৰে উলিয়াব পাৰিব টকা

3 hours ago
নেপকিনত চুক্তি স্বাক্ষৰকে ধৰি মেছিৰ জীৱনৰ ৭টা অল্পখ্যাত কাহিনী

নেপকিনত চুক্তি স্বাক্ষৰকে ধৰি মেছিৰ জীৱনৰ ৭টা অল্পখ্যাত কাহিনী

4 hours ago
ইৰানৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰি প্ৰধানমন্ত্ৰী মোদীৰ বৃহৎ ঘোষণা

ইৰানৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰি প্ৰধানমন্ত্ৰী মোদীৰ বৃহৎ ঘোষণা

5 hours ago
কিমান দিনৰ মূৰত সলনি কৰিব টুথব্ৰাছ? দাঁত ব্ৰাছ কৰাৰ সঠিক নিয়ম জানেনে?

কিমান দিনৰ মূৰত সলনি কৰিব টুথব্ৰাছ? দাঁত ব্ৰাছ কৰাৰ সঠিক নিয়ম জানেনে?

6 hours ago
কিয় প্ৰতিবাদৰ পৰা ওলাই যোৱাৰ উপায় বিচাৰিছিল CJPৰ একাংশ নেতৃত্বই?

কিয় প্ৰতিবাদৰ পৰা ওলাই যোৱাৰ উপায় বিচাৰিছিল CJPৰ একাংশ নেতৃত্বই?

7 hours ago
শুক্ৰ গোচাৰ, এই ৬ ৰাশিৰ লোকৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধিৰ সুযোগ

শুক্ৰ গোচাৰ, এই ৬ ৰাশিৰ লোকৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধিৰ সুযোগ

7 hours ago
প্ৰলয়ংকাৰী বানৰ মাজতে নেপালৰ এগৰাকী শিক্ষকৰ সাহসী পদক্ষেপ, বিশ্বজুৰি চৰ্চা

প্ৰলয়ংকাৰী বানৰ মাজতে নেপালৰ এগৰাকী শিক্ষকৰ সাহসী পদক্ষেপ, বিশ্বজুৰি চৰ্চা

8 hours ago
৫৭ বছৰে কোনোৱে কৰিব নোৱাৰা কাম কৰিলে বৈভৱে

৫৭ বছৰে কোনোৱে কৰিব নোৱাৰা কাম কৰিলে বৈভৱে

9 hours ago
‘মহিলাক ঘৰৰ বাহিৰলৈ পঠিওৱা উচিত নহয়’

‘মহিলাক ঘৰৰ বাহিৰলৈ পঠিওৱা উচিত নহয়’

9 hours ago
কন্যাৰ মহাবিদ্যালয়ৰ মাচুলৰ বাবে খালী ভৰিৰে ৪৭ বছৰীয়া মাতৃয়ে অংশ ল’লে মাৰাথনত

কন্যাৰ মহাবিদ্যালয়ৰ মাচুলৰ বাবে খালী ভৰিৰে ৪৭ বছৰীয়া মাতৃয়ে অংশ ল’লে মাৰাথনত

10 hours ago
House Lizard:  ঘৰত জেঠীৰ উপদ্ৰৱ? এই সহজ উপায়েৰে কৰক দূৰ কৰক

House Lizard: ঘৰত জেঠীৰ উপদ্ৰৱ? এই সহজ উপায়েৰে কৰক দূৰ কৰক

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

কিশোৰক যৌন নিৰ্যাতন কৰি কাৰাৰুদ্ধ ৪৫ বছৰীয়া কোটিপতি মহিলা

editor by editor
July 28, 2022
in অপৰাধ, বিশ্ব
0
কিশোৰক যৌন নিৰ্যাতন কৰি কাৰাৰুদ্ধ ৪৫ বছৰীয়া কোটিপতি মহিলা
0
SHARES
36.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কেৱল ভাৰতত বুলিয়েই নহয়, সমগ্ৰ বিশ্বতে শিশু আৰু কিশোৰ-কিশোৰীৰ ওপৰত যৌন নিৰ্যাতনৰ ঘটনা ক্ৰমাগতভাৱে বৃদ্ধি পাবলৈ ধৰিছে। প্ৰাপ্তবয়স্কসকলে শিশু কিশোৰীসকলৰ ওপৰত সুযোগ বুজি প্ৰলোভন দি এই যৌন নিৰ্যাতনবোৰ কৰি আহিছে৷

এইদৰে কিশোৰৰ ওপৰত চলোৱা এক যৌন নিৰ্যাতন ঘটনা পোহৰলৈ আহিছে যিয়ে আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ সংবাদ শিৰোনাম দখল কৰিছে৷

সংবাদ মাধ্যমত চৰ্চা লাভ কৰা বাতৰিটো হৈছে অষ্ট্ৰেলিয়াৰ৷ প্ৰকাশিত খবৰৰ মতে এগৰাকী কোটিপতি মহিলাই এটি ১৪ বছৰীয়া কিশোৰৰ ওপৰত যৌন নিৰ্যাতন চলাই আহিছিল৷

লগতে পঢ়ক এবাৰ নহয়, দুবাৰকৈ ছাত্ৰীক ধৰ্ষণ মাতৃৰ পৰিচিত লোকৰ, মৃত্যুৰ ভাবুকি প্ৰদান

প্ৰতিবেদন অনুসৰি, অষ্ট্ৰেলিয়াৰ সুপৰিচিত ঘোঁৰা প্ৰজননকাৰী ৰছ ডেইজলীৰ কন্যা ব্যৱসায়ী ছাভানা ডেইজলী (৪৫)ক জুন মাহত এগৰাকী কিশোৰৰ সৈতে অবৈধ সম্পৰ্ক থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল। অৱশ্যে মহিলাগৰাকীয়ে ঘটনাটো গোপনে ৰাখিবলৈ কিশোৰগৰাকীক ভাবুকি প্ৰদান কৰি আহিছিল৷

বিষয়টো পোহৰলৈ অহাৰ পিছতে আৰক্ষীয়ে অভিযুক্ত মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰে যদিও শেহতীয়াকৈ মহিলাগৰাকীয়ে জামিন লাভ কৰে৷ জামিন লাভ কৰাৰ কাৰণ আৰু ইয়াৰ বণ্ডৰ বাবে এই ঘটনাই পুনৰবাৰ সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰিছে।

২৭ জুনত চাইল্ড এবিউজ ইউনিটে ছাভানাক গ্ৰেপ্তাৰ কৰি কাৰাগাৰত বন্দী কৰে। ২৫ জুলাইত তেওঁক ডাউনিং চেণ্টাৰ লোকেল ক’ৰ্টত (চাইডেন অষ্ট্ৰেলিয়া) হাজিৰ কৰোৱা হয়। ছাভানাৰ অধিবক্তা গেব্ৰিয়েল বছিৰে জামিনৰ বাবে আদালতত আবেদন জনায়।

লগতে পঢ়ক যুদ্ধ বিধ্বস্ত ইউক্ৰেইনৰ জনতাৰ হাহাকাৰ! পত্নীৰে উষ্ণ অলিংগনৰ ফ’টোশ্বুট ৰাষ্ট্ৰপতি জেলেনস্কিৰ

তেওঁ কয় যে ছাভানাই ব্যৱসায় কৰে আৰু জে’লত থকাৰ বাবে তেওঁৰ কোটি কোটি টকা লোকচান হৈছে। ইয়াৰ বাহিৰেও ছাভানাৰ মানসিক অৱস্থা বেয়া হৈ গৈ আছে।

অধিবক্তাগৰাকীয়ে ছাভানাৰ মাতৃ কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰ কথাও উত্থাপন কৰি কয় যে তেওঁক যত্নৰ প্ৰয়োজন যিটো কেৱল ছাভানাইহে কৰিব পাৰে। ছাভানাৰ অধিবক্তাই আদালতক জনায় যে ব্যৱসায়ৰ ক্ষেত্ৰত ছাভানাই কেৱল নতুন সামগ্ৰী আৰু তেওঁৰ কোম্পানীটোৰ ৰিব্ৰেণ্ডিঙৰ কামহে কৰে। জেলত থকাৰ বাবে তেওঁৰ সমগ্ৰ ব্যৱসায়ৰ ঘাটি হৈছে।

আৰক্ষীয়ে আদালতত সকলো প্ৰমাণ দিলে যিয়ে প্ৰমাণ কৰিলে যে ছাভানাই ইচ্ছাকৃতভাৱে কিশোৰটিৰ ওপৰত অন্যায় কৰিছিল। আৰক্ষীয়ে আদালতত নাবালকজনক ভাবুকি দিয়াৰ প্ৰমাণো দাখিল কৰে।

আৰক্ষীয়ে আদালতক জনোৱা মতে, এই গোচৰত ছাভানাই বহুখিনি বিপথে পৰিচালিত কৰিছে। ছাভানাই কৈছিল যে কিশোৰে পাৰস্পৰিক সন্মতি সাপেক্ষে সম্পৰ্কত সোমাইছিল, যিটো পিছলৈ ভুল বুলি প্ৰমাণিত হৈছিল। কিন্তু অধিবক্তাৰ যুক্তিৰ শুনানিৰ পাছত আদালতে ৭৯ লাখ টকাৰ বিনিময়ত ছাভানাৰ জামিন মঞ্জুৰ কৰে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assamsexual abusesexual assault
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নেপকিনত চুক্তি স্বাক্ষৰকে ধৰি মেছিৰ জীৱনৰ ৭টা অল্পখ্যাত কাহিনী
বিনোদন

নেপকিনত চুক্তি স্বাক্ষৰকে ধৰি মেছিৰ জীৱনৰ ৭টা অল্পখ্যাত কাহিনী

August 31, 2026
ইৰানৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰি প্ৰধানমন্ত্ৰী মোদীৰ বৃহৎ ঘোষণা
ভাৰত

ইৰানৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰি প্ৰধানমন্ত্ৰী মোদীৰ বৃহৎ ঘোষণা

August 31, 2026
প্ৰলয়ংকাৰী বানৰ মাজতে নেপালৰ এগৰাকী শিক্ষকৰ সাহসী পদক্ষেপ, বিশ্বজুৰি চৰ্চা
বিশ্ব

প্ৰলয়ংকাৰী বানৰ মাজতে নেপালৰ এগৰাকী শিক্ষকৰ সাহসী পদক্ষেপ, বিশ্বজুৰি চৰ্চা

August 31, 2026
সকলো উটি গ’ল, কিন্তু কেনেকৈ সুৰক্ষিত থাকিল নেপালৰ সেউজীয়া অট্টালিকাবোৰ?
বিশ্ব

সকলো উটি গ’ল, কিন্তু কেনেকৈ সুৰক্ষিত থাকিল নেপালৰ সেউজীয়া অট্টালিকাবোৰ?

August 31, 2026
Next Post
ভাইৰেল শিশুৰ ৰ’কডান্স ভিডিঅ’, চাইকেলৰ পৰা পৰি কেনেকৈ ৰ’কডান্স কৰিলে চাওক…

ভাইৰেল শিশুৰ ৰ’কডান্স ভিডিঅ’, চাইকেলৰ পৰা পৰি কেনেকৈ ৰ’কডান্স কৰিলে চাওক…

মাতৃ গৃহৰ পৰা উভতি নাহে পত্নী! বেজাৰতে ১০০ ফুট ওখ মোবাইল টাৱাৰত উঠিল স্বামী

মাতৃ গৃহৰ পৰা উভতি নাহে পত্নী! বেজাৰতে ১০০ ফুট ওখ মোবাইল টাৱাৰত উঠিল স্বামী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.