• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অপৰাধীক লৈ চিন্তিত নহয় আৰক্ষী! বান্দৰৰ পৰা জনতাক ৰক্ষাত ব্যস্ত আৰক্ষী!

1 year ago
ইলেক্ট্ৰন জগতৰ দুৱাৰ খুলি পদাৰ্থ বিজ্ঞানত নোবেল লাভ কৰিলে তিনি বিজ্ঞানীয়ে

5 hours ago
ইন্দিৰা গান্ধীয়ে ১৯ মাহ কাৰাগাৰত ৰখা জনতা পাৰ্টিৰ নেতাই ১৯ ঘণ্টাৰ বাবেও কিয় কাৰাগাৰত ৰাখিব পৰা নাছিল ইন্দিৰা গান্ধীক? ইন্দিৰা গান্ধীক হেণ্ডকাফ লগাবলৈ কিয় সাহস কৰা নাছিল তদানীন্তন প্ৰধানমন্ত্ৰী মোৰাৰজী দেশাইয়ে?

7 hours ago
হাতত থকা ফোনটোতেই লাভ কৰিব ভূমিকম্পৰ এলাৰ্ট, এলাৰ্ট পাবলৈ কি কৰিব লাগিব আপুনি?

10 hours ago
এই ৫বিধ সামগ্ৰী লক্ষ্মীৰ অত্যন্ত প্ৰিয়, লক্ষ্মীপূজাত এইকেইবিধ সামগ্ৰী নিবেদন কৰিলেহে সুফল পাব

11 hours ago
লক্ষ্মী পূৰ্ণিমা আৰু চন্দ্ৰগ্ৰহণ একেদিনাই, এইবাৰ লক্ষ্মী পূজা কেনেকৈ কৰিব?

1 day ago
কৰ’না ভেকছিন তৈয়াৰত বিশেষ অৱদানৰ বাবে এই বৰ্ষৰ চিকিৎসাৰ নোবেল কেটলিনা আৰু ওইছমেনলৈ

২০২৫ পৰ্যন্ত ৰাজসুখ ৩ ৰাশিৰ ভাগ্যত, শনিৰ কৃপা থাকিব এই তিনি ৰাশিৰ ওপৰত

তিথি নাজানিলে কেতিয়াকৈ পূৰ্বপুৰুষৰ শ্ৰাদ্ধ কৰিব? পিতৃতৰ্পণত মানি চলক এইকেইটা নিয়ম

১৫৪ সংখ্যক ওপজা দিনত চৰ্চাঃ মহাত্মা গান্ধীয়ে প্ৰধানমন্ত্ৰী হিচাপে জৱাহৰলাল নেহৰুক কিয় বিচাৰিছিল?

দেশ স্বাধীন কৰাত তেওঁৰ ভূমিকা অপৰিহীম! স্বাধীনতাৰ উৎসৱ দেশবাসীয়ে উদযাপন কৰাৰ সময়ত গান্ধীজীয়ে নিজকে কিয় গৃহবন্দী কৰিছিল? গান্ধী জয়ন্তীত মহাত্মা গান্ধীৰ অজানা কথা

এলিয়েন বিচাৰি এনেই অভিযান চলোৱা নাই বিজ্ঞানীয়ে! বিজ্ঞানীয়ে ব্ৰহ্মাণ্ডত পাইছে বিশেষ ক্লু, চিলিৰ পৰা কেনেকৈ বিজ্ঞানীয়ে চাব অন্যান্য নক্ষত্ৰক প্ৰদক্ষিণ কৰা গ্ৰহ?

2 days ago
সোমবাৰে ২ শুভ যোগত ভাগ্য খুলিব এই ৫ ৰাশিৰ, কোনকেইটা ৰাশিৰ জাতকৰ ভাগ্য উদয় হ’ব

  • About
  • Advertise
  • Careers
Wednesday, October 4, 2023
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • লাইভ টিভি
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • লাইভ টিভি
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

অপৰাধীক লৈ চিন্তিত নহয় আৰক্ষী! বান্দৰৰ পৰা জনতাক ৰক্ষাত ব্যস্ত আৰক্ষী!

editor by editor
July 28, 2022
in বিবিধ, বিশ্ব
0
অপৰাধীক লৈ চিন্তিত নহয় আৰক্ষী! বান্দৰৰ পৰা জনতাক ৰক্ষাত ব্যস্ত আৰক্ষী!
0
SHARES
2.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অপৰাধীৰ পৰা সাধাৰণ জনতাক ৰক্ষণাবেক্ষণ দিয়াৰ বাবে নহয়, বান্দৰৰ পৰা জনতাক ৰক্ষা কৰিবলৈ এখন দেশৰ আৰক্ষীয়ে নিজকে ব্যস্ত ৰাখিবলগীয়া হৈছে৷ জাপানৰ আৰক্ষীয়ে বান্দৰৰ আতংকৰ পৰা জনতাক ৰক্ষা কৰিবলৈ নিজকে নিয়োজিত কৰিবলৈ বাধ্য হৈছে৷

বান্দৰৰ আতংকক লৈ জাপানৰ মানুহ অতিশয় চিন্তিত হৈ পৰিছে। এনে অৱস্থাত এতিয়া জাপানৰ আৰক্ষীয়ে ইয়াক নিয়ন্ত্ৰণ কৰিবলৈ অভিযান আৰম্ভ কৰিছে। বনৰীয়া বান্দৰৰ আক্ৰমণৰ পৰা সাধাৰণ জনতাক ৰক্ষা কৰিবলৈ আৰক্ষীয়ে বান্দৰৰ বিৰুদ্ধে ট্ৰেংকুলাইজাৰ গান ব্যৱহাৰ কৰিছে।

উল্লেখ্য যে যোৱা কেইসপ্তাহমানৰ ভিতৰত জাপানৰ ইয়ামাগুচি চহৰত শিশু আৰু বৃদ্ধসহ বান্দৰৰ আক্ৰমণত ৪২ জন লোক আহত হোৱাৰ খবৰ পোৱা গৈছে। এই আক্ৰমণৰ বাবে জাপানীজ মেকাকক জগৰীয়া কৰা হৈছে।

লগতে পঢ়ক কলেষ্টেৰলৰ সমস্যাত ভুগিছে নেকি? কি ফল খালে ইয়াক নিয়ন্ত্ৰণ কৰিব পাৰি?

বিবিচিৰ প্ৰতিবেদন অনুসৰি দেশৰ বৃহৎ অঞ্চলত এই বান্দৰ সন্ত্ৰাস সাধাৰণ ঘটনাত পৰিণত হৈ পৰিছে৷ বান্দৰবোৰ এইদৰে আক্রমণাত্মক হোৱাটো এক বিৰল ঘটনা বুলি উল্লেখ কৰিছে মহানগৰীখনৰ নাম প্ৰকাশত অনিচ্ছুক এজন বিষয়াই৷

প্ৰকাশিত বাতৰিৰ মতে প্ৰথম অৱস্থাত কেৱল শিশু আৰু মহিলাকহে বান্দৰে আক্ৰমণ কৰিছিল। কিন্তু শেহতীয়াকৈ পুৰুষৰ লগতে বৃদ্ধ লোককো বান্দৰে আক্ৰমণৰ লক্ষ্য কৰি লৈছে।

বান্দৰে সাধাৰণ নাগৰিকক আক্ৰমণ কৰাৰ পিছতে মহানগৰীখনত জুলাইৰ আৰম্ভণিতে আৰক্ষীয়ে জালেৰে এই বনৰীয়া বান্দৰবোৰ ধৰিবলৈ গৈ ব্যৰ্থ হৈছিল। ইয়াৰ পিছতে আৰক্ষীয়ে বান্দৰৰ বিৰুদ্ধে ট্ৰেংকুলাইজাৰ গান ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছে।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamjapanJapan Policeviral news
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ইলেক্ট্ৰন জগতৰ দুৱাৰ খুলি পদাৰ্থ বিজ্ঞানত নোবেল লাভ কৰিলে তিনি বিজ্ঞানীয়ে
বিজ্ঞান

October 3, 2023
হাতত থকা ফোনটোতেই লাভ কৰিব ভূমিকম্পৰ এলাৰ্ট, এলাৰ্ট পাবলৈ কি কৰিব লাগিব আপুনি?
জীৱনশৈলী

হাতত থকা ফোনটোতেই লাভ কৰিব ভূমিকম্পৰ এলাৰ্ট, এলাৰ্ট পাবলৈ কি কৰিব লাগিব আপুনি?

October 3, 2023
এই ৫বিধ সামগ্ৰী লক্ষ্মীৰ অত্যন্ত প্ৰিয়, লক্ষ্মীপূজাত এইকেইবিধ সামগ্ৰী নিবেদন কৰিলেহে সুফল পাব
জীৱনশৈলী

এই ৫বিধ সামগ্ৰী লক্ষ্মীৰ অত্যন্ত প্ৰিয়, লক্ষ্মীপূজাত এইকেইবিধ সামগ্ৰী নিবেদন কৰিলেহে সুফল পাব

October 3, 2023
কৰ’না ভেকছিন তৈয়াৰত বিশেষ অৱদানৰ বাবে এই বৰ্ষৰ চিকিৎসাৰ নোবেল কেটলিনা আৰু ওইছমেনলৈ
বিজ্ঞান

কৰ’না ভেকছিন তৈয়াৰত বিশেষ অৱদানৰ বাবে এই বৰ্ষৰ চিকিৎসাৰ নোবেল কেটলিনা আৰু ওইছমেনলৈ

October 2, 2023
Next Post
১৪ বছৰ বয়সতে ধৰ্ষণৰ বলি হলিউদৰ অভিনেত্ৰী! বৰ্ণনা কৰিলে সেই ভয়ংকৰ স্মৃতি

‘১ টকা ঘোচ লোৱাৰ প্ৰমাণ দিলেই সাংবাদিকতা এৰি পথাৰত হাল বাম’ নিতুমণি শইকীয়া

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন