মেঘ— কৰ্মত উন্নতি, ব্যৱসায়ত মধ্যম, ব্যয় বৃদ্ধি, পূব দিশত ভ্ৰমণ নকৰিব, শুভ ৰং- বেঙুনীয়া, শুভ সংখ্যা- ২
বৃষ— কৰ্ম সংস্থাপনৰ যুগ, পাৰিলে শনি মন্দিৰ দৰ্শন কৰিব, আঁকোৰগোজ মনোভাৱৰ পৰা ক্ষতি, বিদ্যাত উন্নতি, শুভ ৰং- মেৰুণ, শুভ সংখ্যা- ৫
মিথুন— জ্ঞানী বা সৎ লোকৰ সান্নিধ্য লাভ কৰিব, বিদ্যাত মধ্যম, ভ্ৰমণত সাৱধান, শুভ ৰং- মুগা, শুভ সংখ্যা- ২
SEE MORE: এই লক্ষণ দেখিলেই বুজিব স্ত্ৰী তৃতীয় ব্যক্তিৰ প্ৰতি আসক্ত! সেই লক্ষণসমূহ কি কি?
কৰ্কট— কাৰ্যসিদ্ধিত আনৰ প্ৰভাৱ পৰিব, মূল্যবান সম্পদ লাভ, ব্যয় বৃদ্ধি, পূব দিশত ভ্ৰমণ কৰিব, শুভ ৰং- মেৰুণ, শুভ সংখ্যা- ৮
সিংহ— সন্মান বৃদ্ধি, বন্ধু বৰ্গৰ পৰা উৎসাহিত হ’ব, শুভ কাম সম্পন্ন কৰিব পাৰিব, প্ৰেমত শুভ, শুভ ৰং- ৰঙা, শুভ সংখ্যা- ৬
কন্যা— ব্যৱসায়ত উন্নতি, জমা ধন খৰচ হ’ব পাৰে, ভ্ৰমণত শুভ, শৰীৰৰ যনত্ লওক, শুভ ৰং- হালধীয়া, শুভ সংখ্যা- ১
SEE MORE: সাৱধান! দিলিট কৰক এই এণ্ড্ৰয়েড এপ, নহ’লে উদং হ’ব একাউণ্টৰ সমুদায় ধন!
তুলা— ,মূল্যবান সম্পদ লাভ, ব্যয় বৃদ্ধি, আনৰ প্ৰতি উদাৰতা নহ’ব, কাৰ্যক্ষেত্ৰত মধ্যম, শুভ ৰং- নীলা, শুভ সংখ্যা- ৪
বৃশ্চিক— মানসিক শান্তি, সন্মান বৃদ্ধি, গোপন শত্ৰু বৃদ্ধি, কৰ্মক্ষেত্ৰত উন্নতি, খৰচ বৃদ্ধি, শুভ ৰং- গুলপীয়া, শুভ সংখ্যা- ৮
ধনু— ভ্ৰমণত কষ্ট, কৰ্ম সংস্থাপন যুগ, অৰ্থ নাশ, প্ৰেমত কষ্ট, শাৰীৰিক সংঘাতৰ সন্মুখীন হ’ব পাৰে, শুভ ৰং- চকলেট, শুভ সংখ্যা- ৪
SEE MORE: গৱেষকৰ দাবী : মাত্ৰ ৩ ছেকেণ্ডতে শক্তিশালী আৰু বৃদ্ধি হ’ব পেশী!
মকৰ— সামাজিক নিষ্ঠা আৰু দৃঢ়তা বৃদ্ধি, ধৈৰ্যৰ প্ৰয়োজন, কৰ্মস্থানত উন্নতি, সন্তানক লৈ চিন্তা, শুভ ৰং- নীলা, শুভ সংখ্যা- ৫
কুম্ভ— কৰ্মযোগ্যতা বৃদ্ধি, ভ্ৰমণৰ যুগ, আয়তকৈ ব্যয় বৃদ্ধি, অৰ্থ নাশ, শুভ ৰং- মাখন, শুভ সংখ্যা- ৩
মীন— পৰিশ্ৰমৰ মৰ্যাদা পাব, ভ্ৰমণত চিন্তা বৃদ্ধি, দুষ্টলোকৰ পৰা সাৱধান হওক, শুভ ৰং- মাখন, শুভ সংখ্যা- ৬
ৰত্ন কুবেৰ, মণিপুৰীবস্তি, গুৱাহাটী-৭, ফোনঃ 99571 11171
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ