• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আপুনি ডেৰশ বছৰো জীয়াই থাকিব পাৰিব! কিমক কাষত লৈ অমৰত্বৰ আলোচনা পুটিন-ছি জিনপিঙৰ, ভাইৰেল কথোপকথন, কেনেকৈ ডেৰশ বছৰ জীয়াই থাকিব মানুহ?

আপুনি ডেৰশ বছৰো জীয়াই থাকিব পাৰিব! কিমক কাষত লৈ অমৰত্বৰ আলোচনা পুটিন-ছি জিনপিঙৰ, ভাইৰেল কথোপকথন, কেনেকৈ ডেৰশ বছৰ জীয়াই থাকিব মানুহ?

10 months ago
এই ৩টা ৰাশিৰ ওপৰত সূৰ্যদেৱৰ থাকে বিশেষ কৃপা

এই ৩টা ৰাশিৰ ওপৰত সূৰ্যদেৱৰ থাকে বিশেষ কৃপা

9 minutes ago
নৰৱেই বিদায় ললেও পেৰুত ৫৫৯টি হালাণ্ডৰ আগমন

নৰৱেই বিদায় ললেও পেৰুত ৫৫৯টি হালাণ্ডৰ আগমন

24 minutes ago
নখত থকা বগা অৰ্ধচন্দ্ৰাকৃতি চিহ্নই কি সূচায়?

নখত থকা বগা অৰ্ধচন্দ্ৰাকৃতি চিহ্নই কি সূচায়?

1 hour ago
‘কংগ্ৰেছ আৰু ISISৰ ফিক্সড মেচ আছিল 26/11ৰ মুম্বাইৰ নৰসং*হাৰ’

‘কংগ্ৰেছ আৰু ISISৰ ফিক্সড মেচ আছিল 26/11ৰ মুম্বাইৰ নৰসং*হাৰ’

2 hours ago
১১ ডিচেম্বৰ পৰ্যন্ত সিংহসহ এই ৪ ৰাশিৰ উজলি উঠিব ভাগ্য

১১ ডিচেম্বৰ পৰ্যন্ত সিংহসহ এই ৪ ৰাশিৰ উজলি উঠিব ভাগ্য

6 hours ago
৫ হাজাৰ কোটি টকাৰ ৮ হাজাৰ ৬০০ কিলো সোণ জব্দ!

৫ হাজাৰ কোটি টকাৰ ৮ হাজাৰ ৬০০ কিলো সোণ জব্দ!

6 hours ago
No Cost EMI নে পকেট খালী কৰাৰ নতুন কৌশল?

No Cost EMI নে পকেট খালী কৰাৰ নতুন কৌশল?

7 hours ago
সূৰ্যাস্তৰ পিছত এই ৬ বিধ বস্তু কেতিয়াও নিকিনিব

সূৰ্যাস্তৰ পিছত এই ৬ বিধ বস্তু কেতিয়াও নিকিনিব

7 hours ago
ইংলেণ্ডত ৰোহিত শৰ্মাৰ চকুত চকুপানী কিয়?

ইংলেণ্ডত ৰোহিত শৰ্মাৰ চকুত চকুপানী কিয়?

8 hours ago
কেনে যাব আপোনাৰ আগন্তুক ২৪ ঘণ্টা?

কেনে যাব আপোনাৰ আগন্তুক ২৪ ঘণ্টা?

9 hours ago
ঐশ্বৰ্য ৰায় নে মাধুৰী? ‘দেৱদাস’ত কোনে লাভ কৰিছিল বেছি পাৰিশ্ৰমিক?

ঐশ্বৰ্য ৰায় নে মাধুৰী? ‘দেৱদাস’ত কোনে লাভ কৰিছিল বেছি পাৰিশ্ৰমিক?

20 hours ago
আগন্তুক এসপ্তাহ এই ৫ ৰাশিৰ বাঢ়িব পাৰে সমস্যা

আগন্তুক এসপ্তাহ এই ৫ ৰাশিৰ বাঢ়িব পাৰে সমস্যা

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, July 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আপুনি ডেৰশ বছৰো জীয়াই থাকিব পাৰিব! কিমক কাষত লৈ অমৰত্বৰ আলোচনা পুটিন-ছি জিনপিঙৰ, ভাইৰেল কথোপকথন, কেনেকৈ ডেৰশ বছৰ জীয়াই থাকিব মানুহ?

আপুনি ডেৰশ বছৰো জীয়াই থাকিব পাৰিব! কিমক কাষত লৈ অমৰত্বৰ আলোচনা পুটিন-ছি জিনপিঙৰ, ভাইৰেল কথোপকথন, কেনেকৈ ডেৰশ বছৰ জীয়াই থাকিব মানুহ?

editor by editor
September 4, 2025
in জীৱনশৈলী, বিবিধ, বিশ্ব, লেখা
0
আপুনি ডেৰশ বছৰো জীয়াই থাকিব পাৰিব! কিমক কাষত লৈ অমৰত্বৰ আলোচনা পুটিন-ছি জিনপিঙৰ, ভাইৰেল কথোপকথন, কেনেকৈ ডেৰশ বছৰ জীয়াই থাকিব মানুহ?
0
SHARES
471
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দুজনেই সত্তৰৰ ঘৰ অতিক্ৰম কৰিছে৷ সেয়ে আয়ুস আৰু বয়সক লৈ দুই ৰাষ্ট্ৰনেতাৰ চিন্তাভাৱনা কৰাৰ কথা তেওঁলোকৰ কথোপকথনতেই প্ৰকাশ পাইছে৷ বেইজিঙত এক সামৰিক কুচকাৱাছত অংশগ্ৰহণ কৰাৰ সময়তে চীনৰ প্ৰেচিডেণ্ট চি জিনপিং আৰু ৰাছিয়াৰ প্ৰেছিডেণ্ট ভ্লাডিমিৰ পুটিনৰ আলোচনাত স্থান পাইছে আয়ুসবৃদ্ধি আৰু অমৰত্বৰ প্ৰসংগ৷ ভুলতে এটা মাইক অন হৈ থকাৰ বাবে সেই কথোপকথন ভাইৰেল হৈ পৰিছে৷ দুই দেশৰ ৰাষ্ট্ৰনেতাৰ কথোপকথন ভাইৰেল হৈ পৰিছে ছচিয়েল মিডিয়াত৷ অৱশ্যে ভাইৰেল ভিডিঅ’টো কিমান সত্য এই সম্পৰ্কে জ্ঞাত নহয় অসম লাইভ২৪৷

ঐতিহাসিক তিয়েনআনমেন স্কোৱাৰলৈ গৈ ছি জিনপিং, পুটিন আৰু কিম জং উনে একেলগে সামৰিক কুচকাৱাছৰ বিশেষ অনুষ্ঠান উপভোগ কৰিছে৷ তেওঁলোক একেলগে খোজকাঢ়ি সেই স্থানলৈ যোৱাৰ দৃশ্য চীনৰ চৰকাৰী টিভিত সম্প্ৰচাৰিত হৈছে৷ তাতেই দেখা গৈছে অৰ্থনৈতিক আৰু ৰাজনৈতিক আলোচনাৰ বাহিৰেও ব্যক্তিগত কিছু কথাও পাতিছে তিনি ৰাষ্ট্ৰনেতাই৷ ছি জিনপিং আৰু পুটিনৰ মাজৰ কথাবাৰ্তা অনুবাদকৰ সহায়ত চলিছে৷ ৰয়টাৰ্ছৰ প্ৰতিবেদনত সমগ্ৰ বিষয়টো প্ৰকাশিত হৈছে৷

ৰয়টাৰ্ছৰ প্ৰতিবেদন অনুসৰি পুটিনক উদ্দেশ্যি ছি জিনপিঙে কথা কৈ থকাৰ সময়ত তেওঁৰ দোভাষীয়ে ৰাছিয়ান ভাষাত সেয়া অনুবাদ কৰি পুটিনক বুজায় দিয়ে৷ তেওঁ ৰুছ ভাষাত কৈছে, ‘অতীতত ৭০ বছৰতকৈ বেছি বয়সলৈ জীয়াই থকাটো এক প্ৰত্যাহ্বান আছিল৷ আজিকালি ৭০ বছৰ বয়সতো নিজকে শিশুৱেই ভাৱিব পাৰি৷’ অনুবাদকে এই অনুবাদ কৰাৰ পাছতেই হাঁহি হাঁহি উত্তৰ দিয়ে পুটিনে৷ পুটিনৰ উত্তৰো ছি জিনপিঙক চীনৰ মান্দাৰিন ভাষাত বুজাই দিছে অনুবাদকে৷ অনুবাদকে কৈছে, ‘মানৱ অংগ প্ৰতিস্থাপনযোগ্য৷ আপুনি যিমান দিন মন যায় সিমানদিন বাচি থাকিব পাৰে৷ কম বয়সীয়া হব খুজিলেও হব পাৰে অমৰত্বও লাভ কৰিব পাৰে৷’ তাৰপিছতেই চীনৰ ৰাষ্ট্ৰপ্ৰধান ছি জিনপিঙেও নিজা মন্তব্য ৰাখি কয়, এই শতাব্দীত ১৫০ বছৰ জীয়াই থকাটো কোনো বিচিত্ৰ বিষয় নহয়৷

উল্লেখ্য যে চীনৰ বিজয় দিৱসৰ অনুষ্ঠানত ৰুছ প্ৰেছিডেণ্ট ভ্লাডিমিৰ পুটিনক এফালে আৰু আনফালে উত্তৰ কোৰিয়াৰ অবিসংবাদী নেতা কিম জং উনক লৈ চীনৰ ৰাষ্ট্ৰপ্ৰধানে বিভিন্ন আলোচনা কৰিছে৷ এই আলোচনাৰ মাজৰে এটা ক্লিপ ভাইৰেল হৈ পৰাৰ লগে লগেই অমৰত্ব বিষয়ক লৈ আন্তৰ্জাতিক মহলত চৰ্চাও হৈছে৷ দুই ক্ষমতাধন ৰাষ্ট্ৰৰ নেতাৰ ব্যক্তিগত আলাপৰ মুহূৰ্ততো লাখ লাখ মানুহে দেখিছে৷ জনা গৈছে পুটিনেও পাছত ৰুছ গণমাধ্যমৰ সন্মুখত কথা পতাৰ সময়ত বিষয়টোক লৈ বিবৃত্তি দিয়ে৷ তেওঁ জনায়, আধুনিক চিকিৎসা পদ্ধতিত আনকি অংগ প্ৰতিস্থাপনৰ মাধ্যমেৰে মানৱজীৱনে এতিয়া দীৰ্ঘায়ু লাভ কৰিছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এই ৩টা ৰাশিৰ ওপৰত সূৰ্যদেৱৰ থাকে বিশেষ কৃপা
জীৱনশৈলী

এই ৩টা ৰাশিৰ ওপৰত সূৰ্যদেৱৰ থাকে বিশেষ কৃপা

July 14, 2026
নৰৱেই বিদায় ললেও পেৰুত ৫৫৯টি হালাণ্ডৰ আগমন
বিনোদন

নৰৱেই বিদায় ললেও পেৰুত ৫৫৯টি হালাণ্ডৰ আগমন

July 14, 2026
নখত থকা বগা অৰ্ধচন্দ্ৰাকৃতি চিহ্নই কি সূচায়?
জীৱনশৈলী

নখত থকা বগা অৰ্ধচন্দ্ৰাকৃতি চিহ্নই কি সূচায়?

July 14, 2026
‘কংগ্ৰেছ আৰু ISISৰ ফিক্সড মেচ আছিল 26/11ৰ মুম্বাইৰ নৰসং*হাৰ’
ভাৰত

‘কংগ্ৰেছ আৰু ISISৰ ফিক্সড মেচ আছিল 26/11ৰ মুম্বাইৰ নৰসং*হাৰ’

July 14, 2026
Next Post
১৫ ছেপ্টেম্বৰৰ পৰা লক্ষ্মী নাৰায়ণ ৰাজযোগ, দুহাতেৰে ধন গোটাব এই ৪ৰাশিৰ জাতকে

১৫ ছেপ্টেম্বৰৰ পৰা লক্ষ্মী নাৰায়ণ ৰাজযোগ, দুহাতেৰে ধন গোটাব এই ৪ৰাশিৰ জাতকে

চন্দ্ৰগ্ৰহণেৰে আৰম্ভ হ’ব পিতৃপক্ষ, এইবাৰৰ পিতৃপক্ষত কোন ৰাশিত কি প্ৰভাৱ পৰিব?

চন্দ্ৰগ্ৰহণেৰে আৰম্ভ হ’ব পিতৃপক্ষ, এইবাৰৰ পিতৃপক্ষত কোন ৰাশিত কি প্ৰভাৱ পৰিব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.