• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মাহিলী কিমান দৰমহা পায় সুনীতা উইলিয়ামছে? শুনিলে চকু কঁপালত উঠিব আপোনাৰ

মাহিলী কিমান দৰমহা পায় সুনীতা উইলিয়ামছে? শুনিলে চকু কঁপালত উঠিব আপোনাৰ

1 year ago
মাত্ৰ ৫০০০ কৈ বিনিয়োগ কৰিলেই পাব ৩,৫৬,৮৩০ টকা৷ পোষ্ট অফিচৰ এই আশ্চৰ্যজনক স্কিম সম্পৰ্কে জানি থওক

মাত্ৰ ৫০০০ কৈ বিনিয়োগ কৰিলেই পাব ৩,৫৬,৮৩০ টকা৷ পোষ্ট অফিচৰ এই আশ্চৰ্যজনক স্কিম সম্পৰ্কে জানি থওক

22 minutes ago
১ এপ্ৰিলত নক্ষত্ৰ সলনি কৰিব বুধে, ৪ ৰাশিৰ অৰ্থলাভৰ পূৰ্ণ সম্ভাৱনা

১ এপ্ৰিলত নক্ষত্ৰ সলনি কৰিব বুধে, ৪ ৰাশিৰ অৰ্থলাভৰ পূৰ্ণ সম্ভাৱনা

46 minutes ago
পেট্ৰল পাম্প, ৰেছনৰ দোকানতো কেৰোচিন পাব জনতাই, নিৰ্দেশনা কেন্দ্ৰৰ

পেট্ৰল পাম্প, ৰেছনৰ দোকানতো কেৰোচিন পাব জনতাই, নিৰ্দেশনা কেন্দ্ৰৰ

1 hour ago
সদ্যোজাত সন্তানক লৈ ঘৰত আছে পত্নী, প্ৰেমিকাক ঘৰলৈ মাতি জীৱন শেষ কৰিলে নেভি অফিচাৰ প্ৰেমিকে, ফ্ৰিজত উদ্ধাৰ দেহ

সদ্যোজাত সন্তানক লৈ ঘৰত আছে পত্নী, প্ৰেমিকাক ঘৰলৈ মাতি জীৱন শেষ কৰিলে নেভি অফিচাৰ প্ৰেমিকে, ফ্ৰিজত উদ্ধাৰ দেহ

1 hour ago
ঘনে ঘনে নখ কামুৰি থকাৰ অভ্যাস আছে? ভয়ংকৰ বিপদ হ’ব পাৰে, শৰীৰত হ’ব পাৰে এই ৰোগ

ঘনে ঘনে নখ কামুৰি থকাৰ অভ্যাস আছে? ভয়ংকৰ বিপদ হ’ব পাৰে, শৰীৰত হ’ব পাৰে এই ৰোগ

2 hours ago
২৮ দিন নহয়, ১২ মাহত ১৩ টা ৰিচাৰ্চ আৰু নালাগিব! কেতিয়া আৰম্ভ হ’ব ৩০ দিনৰ ৰিচাৰ্জ প্লেন?

২৮ দিন নহয়, ১২ মাহত ১৩ টা ৰিচাৰ্চ আৰু নালাগিব! কেতিয়া আৰম্ভ হ’ব ৩০ দিনৰ ৰিচাৰ্জ প্লেন?

3 hours ago
কঠোৰ হৈছে গৃহবিভাগ, প্ৰায় ৮৪ হাজাৰ হোৱাটছএপ একাউণ্ট বন্ধ কৰিলে কেন্দ্ৰই, তালিকাত আছে মোবাইল নম্বৰো, কিন্তু অপৰাধ কি?

কঠোৰ হৈছে গৃহবিভাগ, প্ৰায় ৮৪ হাজাৰ হোৱাটছএপ একাউণ্ট বন্ধ কৰিলে কেন্দ্ৰই, তালিকাত আছে মোবাইল নম্বৰো, কিন্তু অপৰাধ কি?

3 hours ago
মীন ৰাশিত ৪ গ্ৰহৰ মেলা, ইয়াৰ সৈতে বুধাদিত্য যোগো, চকুত লগা উন্নতি ৫ৰাশিৰ, বাঢ়িব অৰ্থ-সম্পদ

মীন ৰাশিত ৪ গ্ৰহৰ মেলা, ইয়াৰ সৈতে বুধাদিত্য যোগো, চকুত লগা উন্নতি ৫ৰাশিৰ, বাঢ়িব অৰ্থ-সম্পদ

4 hours ago
নেপালত ছাত্ৰ ৰাজনীতি নিষিদ্ধ, কলেজ, বিশ্ববিদ্যালয় কেম্পাছত নচলিব ছাত্ৰ ৰাজনীতি, ক্ষমতা পায়েই আৰু কি কি সিদ্ধান্ত বালেন্দ্ৰ শ্বাহৰ?

নেপালত ছাত্ৰ ৰাজনীতি নিষিদ্ধ, কলেজ, বিশ্ববিদ্যালয় কেম্পাছত নচলিব ছাত্ৰ ৰাজনীতি, ক্ষমতা পায়েই আৰু কি কি সিদ্ধান্ত বালেন্দ্ৰ শ্বাহৰ?

4 hours ago
বালি সোমাই হাওঁফাওঁ ফুলি দ্বিগুণ, বহুসময় পানীত ডুবি থকাৰ সন্দেহ, কেনেকৈ কি ঘটিছিল অভিনেতা ৰাহুলৰ সৈতে? প্ৰকাশ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপৰ্টৰ A-Z তথ্য

বালি সোমাই হাওঁফাওঁ ফুলি দ্বিগুণ, বহুসময় পানীত ডুবি থকাৰ সন্দেহ, কেনেকৈ কি ঘটিছিল অভিনেতা ৰাহুলৰ সৈতে? প্ৰকাশ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপৰ্টৰ A-Z তথ্য

5 hours ago
দীপিকাৰ গৰ্ভাৱস্থাত ‘ধুৰন্ধৰ’ৰ শ্বুটিঙস্থলীত কি কাণ্ড কৰিছিল ৰণবীৰে? তথ্য ফাদিল

দীপিকাৰ গৰ্ভাৱস্থাত ‘ধুৰন্ধৰ’ৰ শ্বুটিঙস্থলীত কি কাণ্ড কৰিছিল ৰণবীৰে? তথ্য ফাদিল

6 hours ago
গাড়ীত তেল ভৰোৱাৰ সময়ত মনত ৰাখিব ৫ টা কথা, কেতিয়াও নাখায় ঠগ!

গাড়ীত তেল ভৰোৱাৰ সময়ত মনত ৰাখিব ৫ টা কথা, কেতিয়াও নাখায় ঠগ!

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, March 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মাহিলী কিমান দৰমহা পায় সুনীতা উইলিয়ামছে? শুনিলে চকু কঁপালত উঠিব আপোনাৰ

মাহিলী কিমান দৰমহা পায় সুনীতা উইলিয়ামছে? শুনিলে চকু কঁপালত উঠিব আপোনাৰ

editor by editor
December 20, 2024
in জীৱনশৈলী, বিজ্ঞান, বিবিধ, বিশ্ব, ভাৰত
0
মাহিলী কিমান দৰমহা পায় সুনীতা উইলিয়ামছে? শুনিলে চকু কঁপালত উঠিব আপোনাৰ
0
SHARES
962
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

চন্দ্ৰ অভিযানেই হওক বা মহাকাশ ষ্টেচনত মাহৰ পাছত মাহ কটোৱাই হওক৷ পৃথিৱীৰ বাহিৰলৈ গৈ মহাশূন্যৰ অনন্ত ৰহস্যৰ সন্ধান কৰে নভোশ্চৰসকলে৷ এই পেছাত পদে পদেই আছে বিপদ৷ কিন্তু এডভেঞ্চাৰৰ নিচা আৰু মহাকাশ গৱেষণাৰ নতুন দীগন্ত খুলিবলৈকে বাৰে বাৰে পৃথিৱীৰ বাহিৰত ভৰি ৰাখে নভোশ্চৰসকলে৷

মহাকাশচাৰীৰ পেছা বাচি লোৱা কিন্তু মুঠেও সহজ নহয়৷ উচ্চশিক্ষিত নহ’লে বিশেষকৈ মহাকাশ বিজ্ঞান সম্পৰ্কে সম্যক জ্ঞান নাথাকিলে এই কাম কৰিব নোৱাৰি৷ ইয়াৰোপৰি মহাকাশচাৰী হ’বলৈ গ’লে ল’ব লাগে বিশেষ প্ৰশিক্ষণ৷ কিন্তু এই নভোশ্চৰসকলৰ বেতন কিমান? এই বিষয়টোক লৈ সাধাৰণ জনতাৰ মাজত কৌতূহলৰ শেষ নাই৷ বিশ্বৰ পৃথক পৃথক মহাকাশ গৱেষণাকেন্দ্ৰই এই পেছাত যুক্তসকলৰবাবে পৃথক পৃথক বেতনৰ কাঠামো ঠিক কৰিছে৷ এইয়া পৰিবৰ্তনশীলো৷

কি মিছনৰ নভোশ্চৰসকল গৈছে তাৰ ওপৰত নিৰ্ভৰ কৰে এজন মহাকাশচাৰীৰ দৰমহা৷ ইয়াৰোপৰি নভোশ্চৰসকলৰ অভিজ্ঞতাও এই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ৷ অভিজ্ঞতাসম্পন্নসকলৰ দৰমহা বহু বেছি৷ এই তুলনাত নতুন নভোশ্চৰসকলৰ দৰমহা তেওঁলোকতকৈ কম৷

মহাশূন্যত নভোশ্চৰ পঠিওৱাৰ ক্ষেত্ৰত প্ৰথম স্থানত আছে আমেৰিকাৰ মহাকাশ গৱেষণা কেন্দ্ৰ নাছা৷ ইয়াৰ মহাকাশচাৰীসকলৰ দৰমহাৰ সবিশেষ তথ্য তেওঁলোকৰ ৱেবচাইটতেই উল্লেখ আছে৷ আমেৰিকাৰ আইন অনুসৰি অসামৰিক চৰকাৰী কৰ্মীৰ জেনেৰেল ছিডিউলৰ ফেডাৰেল কাঠামো অনুসৰি তেওঁলোকে দৰমহা লাভ কৰে৷

সংবাদ সংস্থা স্পেছ ইমপালছে প্ৰকাশ কৰা খবৰ অনুসৰি জিএছৰ ১২ আৰু ১৩ ৰেংক অনুসৰি আমেৰিকাৰ মহাকাশচাৰীয়ে দৰমহা লাভ কৰে৷ অৰ্থাৎ এবছৰত এজন নভোশ্চৰে প্ৰায় ৮৪হাজাৰ ডলাৰৰ পৰা ১ লাখ ১৫ হাজাৰ ডলাৰ দৰমহা লাভ কৰে৷ ভাৰতীয় মুদ্ৰাত এই ধন প্ৰায় ৭১লাখৰ পৰা ৯৭লাখ টকা৷ নাছাৰ ৱেবচাইটত লগতে উল্লেখ আছে যে ২০২৪ চনত মহাকাশচাৰীয়ে ১লাখ ৫২ হাজাৰ ২৫৮ ডলাৰ দৰমহা পাইছে৷ ভাৰতীয় মুদ্ৰাত এই ধনৰ পৰিমান প্ৰায় ১ কোটি ২৮লাখ টকা৷

নাছাৰ সামৰিক বাহিনী আৰু নভোশ্চৰসকলৰ দৰমহাৰ কাঠামো প্ৰায় একেই৷ কাৰণ সামৰিক বাহিনীত চাকৰি বজায় ৰাখিয়েই মহাকাশচাৰী হিচাপে তেওঁলোকে কাম কৰিব পাৰে৷ আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থাই জনাইছে যে সামৰিক বাহিনীৰ পৰা নভোশ্চৰসকলৰ দৰমহা, ছুটিসহ অন্যান্য যাৱতীয় সুযোগ সুবিধাৰ বাবে তেওঁলোকে জনছন স্পেছ চেণ্টাৰলৈ যাব লাগে৷

সামৰিক বাহিনীৰ পৰা অহা নভোশ্চৰসকলে সাধাৰণতে নাছাত অফিচাৰ ৰেংকৰ চাকৰি পায়৷ নিয়োগৰ পূৰ্বে তেওঁলোকৰ কামৰ অভিজ্ঞতা বা কিমান ঘণ্টা বিমান বা হেলিকপ্টাৰ উৰুৱাইছে সেই পৰীক্ষা কৰি লয় আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থাই৷ স্পেছ ইমপালছৰ প্ৰতিবেদন অনুসৰি মহাকাশচাৰী মেথু ডেমিনিকে ফেডাৰেলৰ দৰমহাৰ নিৰিখ অনুসৰি প্ৰতিমাহে ৮,১৯৯ ডলাৰ লাভ কৰে৷ ২০২০ চনৰ আমেৰিকাৰ নৌসেনাৰ কমাণ্ডাৰ পদত আছিল মেথু৷

অন্যহাতে মহাকাশচাৰী ৰাজা চেৰিয়ে প্ৰতিমাহে দৰমহা পায় ১০, ৬৩৮.৯০ ডলাৰ৷ যাৰ মাজত আছে বীমা আৰু পেনচনৰো সুবিধা৷ ২০২৩ চনত আমেৰিকাৰ বিমানবাহিনীৰ উচ্চপদৰ বিষয়া আছিল ৰাজা চেৰি৷ নাছাৰ ভাৰতীয় বংশোদ্ভূত মহাকাশচাৰী সুনীতা উইলিয়ামচ৷ আমেৰিকাৰ নৌবাহিনীৰ তেওঁ অৱসৰপ্ৰাপ্ত কেপ্টেইন৷ নাছাৰ ২০২৪ চনৰ দৰমহা নিৰিখ অনুসৰি তেওঁ দৰমহা লাভ কৰে৷ দৰমহাৰ ওপৰিও তেওঁলোকৰ থাকে প্ৰতিকী ভ্ৰমণ ভাট্টা৷ সেই ধনৰ পৰিমান এতিয়াও অৱশ্যে জানিব পৰা হোৱা নাই৷ মহাকাশ মিছনৰ বাবে তেওঁলোকে পৃথককৈ কোনো বোনাছ নাপায়৷

ইউৰোপিয়ান স্পেছ এজেন্সি বা ইএছএ মহাকাশচাৰীসকলৰ দৰমহাৰ নিৰিখ কিন্তু নাছাৰ দৰে নহয়৷ ইয়াৰ নভোশ্চৰসকলে আমেৰিকাৰ নাছাতকৈ কম দৰমহা লাভ কৰে৷ স্পেছ ইমপালছৰ প্ৰতিবেদন মতে ইএছঅৰ নতুন মহাকাশচাৰীসকলে মাহে ৫,০১৯.৪৫ পাউণ্ড দৰমহা লাভ কৰে৷ ফ্ৰান্সৰ বিজ্ঞানীৰ বাবে এই দৰমহাৰ পৰিমান কিছু বেছি৷ ফ্ৰান্সৰ নভোশ্চৰসকলে পায় ৬,২৫১.৫১ ইউৰো৷

ইউৰোপতকৈ দৰমহাৰ নিৰিখ বেছি ৰাছিয়াৰ মহাকাশ গৱেষণা সংস্থা ৰছকছমছৰ৷ ৰুছ সংবাদসংস্থা তাছৰ প্ৰতিবেদন অনুসৰি ৰুছ প্ৰেছিডেণ্ট ভ্লাডিমিৰ পুটিনে নভোশ্চৰসকলৰ দৰমহা ৫০ৰ পৰা ৭০শতাংশ বৃদ্ধিৰ প্ৰস্তাৱ ৰাখিছে৷ পুটিনৰ প্ৰস্তাৱ অনুসৰি যিসকল ৰুছ নভোশ্চৰ মহাশূন্যত আছে তেওঁলোকৰ দৰমহা ৫৯শতাংশ বৃদ্ধি কৰা হৈছে৷ নভোশ্চৰক প্ৰশিক্ষণ দিয়া প্ৰশিক্ষকসকলক প্ৰায় ৭০শতাংশকৈ দৰমহা বঢ়াই দিয়া হৈছে৷ অৰ্থাৎ পুটিনৰ আদেশৰ পাছতেই মহাকাশচাৰী এজনৰ গড় দৰমহা ৩লাখ ৰুবেল হৈছেগৈ৷ অন্যহাতে এগৰাকী অভিজ্ঞ ৰুছ মহাকাশচাৰীৰ মাহিলী দৰমহা প্ৰায় ৫লাখ ৰুবেল৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাত্ৰ ৫০০০ কৈ বিনিয়োগ কৰিলেই পাব ৩,৫৬,৮৩০ টকা৷ পোষ্ট অফিচৰ এই আশ্চৰ্যজনক স্কিম সম্পৰ্কে জানি থওক
জীৱনশৈলী

মাত্ৰ ৫০০০ কৈ বিনিয়োগ কৰিলেই পাব ৩,৫৬,৮৩০ টকা৷ পোষ্ট অফিচৰ এই আশ্চৰ্যজনক স্কিম সম্পৰ্কে জানি থওক

March 30, 2026
১ এপ্ৰিলত নক্ষত্ৰ সলনি কৰিব বুধে, ৪ ৰাশিৰ অৰ্থলাভৰ পূৰ্ণ সম্ভাৱনা
জীৱনশৈলী

১ এপ্ৰিলত নক্ষত্ৰ সলনি কৰিব বুধে, ৪ ৰাশিৰ অৰ্থলাভৰ পূৰ্ণ সম্ভাৱনা

March 30, 2026
পেট্ৰল পাম্প, ৰেছনৰ দোকানতো কেৰোচিন পাব জনতাই, নিৰ্দেশনা কেন্দ্ৰৰ
জীৱনশৈলী

পেট্ৰল পাম্প, ৰেছনৰ দোকানতো কেৰোচিন পাব জনতাই, নিৰ্দেশনা কেন্দ্ৰৰ

March 30, 2026
সদ্যোজাত সন্তানক লৈ ঘৰত আছে পত্নী, প্ৰেমিকাক ঘৰলৈ মাতি জীৱন শেষ কৰিলে নেভি অফিচাৰ প্ৰেমিকে, ফ্ৰিজত উদ্ধাৰ দেহ
জীৱনশৈলী

সদ্যোজাত সন্তানক লৈ ঘৰত আছে পত্নী, প্ৰেমিকাক ঘৰলৈ মাতি জীৱন শেষ কৰিলে নেভি অফিচাৰ প্ৰেমিকে, ফ্ৰিজত উদ্ধাৰ দেহ

March 30, 2026
Next Post
নতুন বছৰত শনি-ৰাহুৰ কৃপা! ধন সম্পত্তিৰে ভৰিব ৫ৰাশিৰ জাতক-জাতিকাৰ ঘৰ

নতুন বছৰত শনি-ৰাহুৰ কৃপা! ধন সম্পত্তিৰে ভৰিব ৫ৰাশিৰ জাতক-জাতিকাৰ ঘৰ

আপোনাৰ ভাগ্যত আছে লাখপতি হোৱাৰ সুযোগ! পুৰণি ৫টকা আছে যদি এতিয়াই বিক্ৰি কৰিব পাৰে লাখ টকা দৰত

আপোনাৰ ভাগ্যত আছে লাখপতি হোৱাৰ সুযোগ! পুৰণি ৫টকা আছে যদি এতিয়াই বিক্ৰি কৰিব পাৰে লাখ টকা দৰত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.