• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কোনো উপায়েৰেই কাহ কমা নাই? হাওঁফাওঁৰ কৰ্কটৰেই লক্ষণ নেকি? কেনেকৈ বুজিব, সবিশেষ…

কোনো উপায়েৰেই কাহ কমা নাই? হাওঁফাওঁৰ কৰ্কটৰেই লক্ষণ নেকি? কেনেকৈ বুজিব, সবিশেষ…

3 years ago
বাংলাদেশী ক্ৰিকেটাৰ মুস্তাফিজুৰ ৰহমানক KKRয়ে দলত ৰাখিব নোৱাৰিব! শ্বাহৰুখ খানৰ KKRক কাঢ়া নিৰ্দেশ BCCIৰ

বাংলাদেশী ক্ৰিকেটাৰ মুস্তাফিজুৰ ৰহমানক KKRয়ে দলত ৰাখিব নোৱাৰিব! শ্বাহৰুখ খানৰ KKRক কাঢ়া নিৰ্দেশ BCCIৰ

1 hour ago
বুধাদিত্য ৰাজযোগত বছৰৰ আৰম্ভণিতেই ঘূৰিব ভাগ্যৰ চকা, আগন্তুক সপ্তাহ কাৰ কাৰ বাবে শুভ হ’ব?

বুধাদিত্য ৰাজযোগত বছৰৰ আৰম্ভণিতেই ঘূৰিব ভাগ্যৰ চকা, আগন্তুক সপ্তাহ কাৰ কাৰ বাবে শুভ হ’ব?

2 hours ago
এবাৰ বিনিয়োগ কৰক, সুদ হিচাপেই লাভ কৰিব ৪.৫ লাখ টকা! ক’ত কেনেকৈ বিনিয়োগ কৰিব লাগিব?

এবাৰ বিনিয়োগ কৰক, সুদ হিচাপেই লাভ কৰিব ৪.৫ লাখ টকা! ক’ত কেনেকৈ বিনিয়োগ কৰিব লাগিব?

20 hours ago
জুবিন গাৰ্গে জীৱিত কালত তেওঁৰ সৃষ্টিক মনত ৰাখিলে ভালপাম কৈছিল, সেইবাবেই পৰিয়ালে ল’লে আন এক মহান সিদ্ধান্ত

জুবিন গাৰ্গে জীৱিত কালত তেওঁৰ সৃষ্টিক মনত ৰাখিলে ভালপাম কৈছিল, সেইবাবেই পৰিয়ালে ল’লে আন এক মহান সিদ্ধান্ত

21 hours ago
জুবিন গাৰ্গৰ খাৰঘূলিৰ ঘৰ ৰাইজৰ বাবে উৎসৰ্গা গৰিমা শইকীয়া গাৰ্গৰ, এতিয়া থকা ফ্লেটতেই জীৱনটো কটোৱাৰ সিদ্ধান্ত গৰিমা গাৰ্গৰ

জুবিন গাৰ্গৰ খাৰঘূলিৰ ঘৰ ৰাইজৰ বাবে উৎসৰ্গা গৰিমা শইকীয়া গাৰ্গৰ, এতিয়া থকা ফ্লেটতেই জীৱনটো কটোৱাৰ সিদ্ধান্ত গৰিমা গাৰ্গৰ

21 hours ago
শনি-বৃহস্পতিৰ বিৰল সন্ধি, বছৰজুৰি ধনসুখ, ভৰপুৰ ৰোমান্সেৰে পৰিপূৰ্ণ হৈ থাকিব এই ৪ৰাশিৰ জাতক

শনি-বৃহস্পতিৰ বিৰল সন্ধি, বছৰজুৰি ধনসুখ, ভৰপুৰ ৰোমান্সেৰে পৰিপূৰ্ণ হৈ থাকিব এই ৪ৰাশিৰ জাতক

22 hours ago
কলষ্টেৰল বাঢ়িছে? শিৰাসমূহত জমা হৈ থকা বেয়া কলষ্টেৰল দূৰ কৰিবলৈ প্ৰতিদিনে খাদ্যভাষত ৰাখক এইকেইবিধ পাচলি

কলষ্টেৰল বাঢ়িছে? শিৰাসমূহত জমা হৈ থকা বেয়া কলষ্টেৰল দূৰ কৰিবলৈ প্ৰতিদিনে খাদ্যভাষত ৰাখক এইকেইবিধ পাচলি

22 hours ago
গুৰু-মঙ্গলৰ ৰাজযোগ! ১০ জানুৱাৰীৰ পৰা এই ৫ৰাশিৰ চকুত লগা উন্নতি দেখা পাব

গুৰু-মঙ্গলৰ ৰাজযোগ! ১০ জানুৱাৰীৰ পৰা এই ৫ৰাশিৰ চকুত লগা উন্নতি দেখা পাব

23 hours ago
মোল্লাতন্ত্ৰ নিপাতৰ দাবীত ইৰান জ্ব***লিছে! খামেনেই চৰকাৰৰ প্ৰতিৰক্ষাবাহিনীৰ হাতত নিহ**ত ৭গৰাকীকৈ লোক

মোল্লাতন্ত্ৰ নিপাতৰ দাবীত ইৰান জ্ব***লিছে! খামেনেই চৰকাৰৰ প্ৰতিৰক্ষাবাহিনীৰ হাতত নিহ**ত ৭গৰাকীকৈ লোক

24 hours ago
পূৰ্বাষাঢ়া নক্ষত্ৰত গোচৰ কৰিছে শুক্ৰই, এই ৪ৰাশিৰ জীৱনত আৰম্ভ হ’ল ৰাজসুখ

পূৰ্বাষাঢ়া নক্ষত্ৰত গোচৰ কৰিছে শুক্ৰই, এই ৪ৰাশিৰ জীৱনত আৰম্ভ হ’ল ৰাজসুখ

1 day ago
ঔষধৰ দোকান খুলিবলৈ আগ্ৰহী নেকি? কি ডিগ্ৰী থাকিব লাগিব? খৰচ কিমান হ’ব?

ঔষধৰ দোকান খুলিবলৈ আগ্ৰহী নেকি? কি ডিগ্ৰী থাকিব লাগিব? খৰচ কিমান হ’ব?

1 day ago
মকৰ সংক্ৰান্তিতেই মঙ্গলে সলনি কৰিব স্থান, এই ৪ ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

মকৰ সংক্ৰান্তিতেই মঙ্গলে সলনি কৰিব স্থান, এই ৪ ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, January 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কোনো উপায়েৰেই কাহ কমা নাই? হাওঁফাওঁৰ কৰ্কটৰেই লক্ষণ নেকি? কেনেকৈ বুজিব, সবিশেষ…

editor by editor
December 3, 2022
in জীৱনশৈলী, বিশ্ব, ভাৰত, স্বাস্থ্য
0
কোনো উপায়েৰেই কাহ কমা নাই? হাওঁফাওঁৰ কৰ্কটৰেই লক্ষণ নেকি? কেনেকৈ বুজিব, সবিশেষ…
0
SHARES
945
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ দিনকদিনে বৃদ্ধি পাইছে কৰ্কট ৰোগীৰ সংখ্যা৷ কৰ্কট গুপ্তঘাতকৰ দৰে৷ আগতীয়াকৈ কৰ্কটৰ লক্ষণসমূহ প্ৰকাশ নহয়৷ পৰিসংখ্যা অনুযায়ী সৰহসংখ্যক কৰ্কট আক্ৰান্ত ৰোগীৰেই প্ৰাথমিক অৱস্থাত এই ৰোগ ধৰা নপৰে৷

হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ গৱেষণা অনুসৰি, বেছিভাগ ক্ষেত্ৰত কাহ হৈছে হাওঁফাওঁৰ কৰ্কট ৰোগৰ এক মুখ্য লক্ষণ। আন কেইবাটাও অধ্যয়নে একেটা তথ্যই প্ৰমাণ কৰি দেখুৱাইছে। প্ৰায়৬৫ শতাংশ কৰ্কটৰোগীৰ ক্ষেত্ৰত, পোনতেই এই কাহৰ সমস্যাই দেখা দিয়ে৷ যদি হাওফাওৰ কৰ্কট বাঢ়ি থাকে তেন্তে কাহৰ সমস্যাও দিনকদিনে বাঢ়ি থাকে৷ বিশেষকৈ এই ঠাণ্ডাৰ দিনকেইটাত কাহৰ সমস্যা প্ৰায়সংখ্যক লোকৰেই হয়৷

কোনটো কাহ কিহৰ লক্ষণ?
শ্বাস-প্ৰশ্বাসৰ সমস্যাৰ প্ৰথম লক্ষণ হৈছে কাহ। হাওঁফাওঁৰ কৰ্কট ৰোগত, বহুবাৰ বায়ুপথ অৱৰুদ্ধ হয়, সেয়েহে কাহ হয়। আকৌ, হাওঁফাওঁৰ কৰ্কটত বুকুত পানী জমা হোৱা লক্ষণেও দেখা দিয়ে৷ ইয়াক প্লুৰাল ইফিউচন বুলি কোৱা হয়। কিন্তু এই সকলোবোৰৰ প্ৰাথমিক লক্ষণ হৈছে কাহ। বহুসময়ত শ্লেষ্মাচৰ চলাচল অৱৰুদ্ধ কৰে৷ ইয়াৰ ফলত কাহৰ সমস্যাই দেখা দিয়ে৷ কিন্তু সাধাৰণ কাহৰ সৈতে ইয়াৰ পাৰ্থক্য হৈছে যে সাধাৰণ কাহ কেইসপ্তাহমানতকৈ বেছি নাথাকে। যদি কাহ কেইসপ্তাহমানতকৈ বেছি সময় থাকে, প্ৰায় ২-৩ মাহ ধৰি থাকে তেন্তে চিকিৎসকৰ পৰামৰ্শ লোৱাৰ প্ৰয়োজন থাকে৷

বুকুৰ বিষ

বুকুৰ বিষ যদি ঘনাই হৈ থাকে, তেন্তে এই লক্ষণো হাওফাওৰ কৰ্কটৰেই লক্ষণ৷ বহুসময়ত শ্বাস-প্ৰশ্বাস লওতে বুকুত বিষ অনুভূত হয়৷ অলপ কাহিলেই ক্লান্ত হৈ পৰাও হাওফাওৰ কৰ্কটৰেই এটা লক্ষণ৷

অন্যান্য লক্ষণ
কৰ্কট আক্ৰান্ত হ’লে অন্যান্য বহুকেইটা লক্ষণে দেখা দিয়ে৷ বহু ৰোগীৰ হঠাতেই শৰীৰৰ ওজন কমি যায়৷ ভোক নলগা, ঠাণ্ডা লাগি থকা আদিও কৰ্কটৰেই লক্ষণ৷

উল্লেখ্য যে সাধাৰণ মানুহৰ ক্ষেত্ৰত কৰ্কটৰ লক্ষণ চিনি পোৱা সহজ নহয়৷ প্ৰয়োজন অনুসৰি যথাযথ পৰীক্ষা কৰাটো জৰুৰী৷ এনেদৰে কাহ হৈ থাকিলে তাৎক্ষণিকভাৱে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰাটো জৰুৰী৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বাংলাদেশী ক্ৰিকেটাৰ মুস্তাফিজুৰ ৰহমানক KKRয়ে দলত ৰাখিব নোৱাৰিব! শ্বাহৰুখ খানৰ KKRক কাঢ়া নিৰ্দেশ BCCIৰ
ক্ৰীড়া

বাংলাদেশী ক্ৰিকেটাৰ মুস্তাফিজুৰ ৰহমানক KKRয়ে দলত ৰাখিব নোৱাৰিব! শ্বাহৰুখ খানৰ KKRক কাঢ়া নিৰ্দেশ BCCIৰ

January 3, 2026
বুধাদিত্য ৰাজযোগত বছৰৰ আৰম্ভণিতেই ঘূৰিব ভাগ্যৰ চকা, আগন্তুক সপ্তাহ কাৰ কাৰ বাবে শুভ হ’ব?
জীৱনশৈলী

বুধাদিত্য ৰাজযোগত বছৰৰ আৰম্ভণিতেই ঘূৰিব ভাগ্যৰ চকা, আগন্তুক সপ্তাহ কাৰ কাৰ বাবে শুভ হ’ব?

January 3, 2026
এবাৰ বিনিয়োগ কৰক, সুদ হিচাপেই লাভ কৰিব ৪.৫ লাখ টকা! ক’ত কেনেকৈ বিনিয়োগ কৰিব লাগিব?
জীৱনশৈলী

এবাৰ বিনিয়োগ কৰক, সুদ হিচাপেই লাভ কৰিব ৪.৫ লাখ টকা! ক’ত কেনেকৈ বিনিয়োগ কৰিব লাগিব?

January 2, 2026
জুবিন গাৰ্গে জীৱিত কালত তেওঁৰ সৃষ্টিক মনত ৰাখিলে ভালপাম কৈছিল, সেইবাবেই পৰিয়ালে ল’লে আন এক মহান সিদ্ধান্ত
জীৱনশৈলী

জুবিন গাৰ্গে জীৱিত কালত তেওঁৰ সৃষ্টিক মনত ৰাখিলে ভালপাম কৈছিল, সেইবাবেই পৰিয়ালে ল’লে আন এক মহান সিদ্ধান্ত

January 2, 2026
Next Post
মন্ত্ৰী জয়ন্তমল্লই কৈছে, ‘বদৰুদ্দিন আজমল প্ৰকৃততে এগৰাকী ৰাজনৈতিক সন্ত্ৰাসবাদী’

মন্ত্ৰী জয়ন্তমল্লই কৈছে, ‘বদৰুদ্দিন আজমল প্ৰকৃততে এগৰাকী ৰাজনৈতিক সন্ত্ৰাসবাদী’

এই গাৱঁৰ প্ৰত্যেকেই পাৰ কৰে শতক! নব্বৈ বছৰতো মাতৃ হয় একোগৰাকী নাৰী…

এই গাৱঁৰ প্ৰত্যেকেই পাৰ কৰে শতক! নব্বৈ বছৰতো মাতৃ হয় একোগৰাকী নাৰী...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.