লাখ লাখ মেট্ৰিক পৰীক্ষাৰ্থীলৈ গুৰুত্বপূৰ্ণ খবৰ৷ আজি ঘোষণা কৰা হ’ব মেট্ৰিক পৰীক্ষাৰ ফলাফল৷ ১০.৩০ বজাত ঘোষণা কৰা হ’ব মেট্ৰিকৰ ফলাফল৷ ১৪টা কৈ ৱেবছাইটৰ জৰিয়তে চাব পাৰিব ফলাফল৷Sebaonline.org
www.results.shiksha
www.assam.shiksha
www.indiaresults.com
www.jagaranjosh.com
www.schools9.com
www.indianexpress.com
www.assamresult.in
www.assamjobalerts.com
www.vidyavision.com
www.iresults.net
www.iresults.in
www.ndtv.com
www.ndtv.in
ASSEBৰ মোবাইল এপৰ জৰিয়তেও চাব পাৰিব ফলাফল৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ