• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অৱশেষত স্বীকাৰ ৰাছিয়াৰ : ইউক্ৰেইনত মৃত্যু হৈছে প্ৰায় ২০ হাজাৰ সেনাৰ!

অৱশেষত স্বীকাৰ ৰাছিয়াৰ : ইউক্ৰেইনত মৃত্যু হৈছে প্ৰায় ২০ হাজাৰ সেনাৰ!

4 years ago
IPL ত RCB ৰ বিৰুদ্ধে RR ৰ জয়লাভ, বৰ্ষাপাৰাত ইতিহাস গঢ়িলে ঘৰুৱা দলটোৱে

IPL ত RCB ৰ বিৰুদ্ধে RR ৰ জয়লাভ, বৰ্ষাপাৰাত ইতিহাস গঢ়িলে ঘৰুৱা দলটোৱে

6 hours ago
IPL ত ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশীৰ চমক, ২৬ টা বলত ৭৮ ৰাণ সংগ্ৰহ

IPL ত ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশীৰ চমক, ২৬ টা বলত ৭৮ ৰাণ সংগ্ৰহ

7 hours ago
প্ৰথম প্ৰেমত প্ৰতাৰণা? এই ৫ টা টিপছে সহায় কৰিব আঘাত পাহৰাত!

প্ৰথম প্ৰেমত প্ৰতাৰণা? এই ৫ টা টিপছে সহায় কৰিব আঘাত পাহৰাত!

7 hours ago
টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?

টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?

9 hours ago
ৰেড ফ্লেগ আৰু গ্ৰীণ ফ্লেগ কি? জানক কিয় Gen Z ৰ মাজত এই দুটা শব্দ জনপ্ৰিয়

ৰেড ফ্লেগ আৰু গ্ৰীণ ফ্লেগ কি? জানক কিয় Gen Z ৰ মাজত এই দুটা শব্দ জনপ্ৰিয়

9 hours ago
বুদ্ধিৰে ধন উপাৰ্জন কৰাৰ কৌশল, মাত্ৰ নকৰিব এইবোৰ ভুল!

বুদ্ধিৰে ধন উপাৰ্জন কৰাৰ কৌশল, মাত্ৰ নকৰিব এইবোৰ ভুল!

9 hours ago
বিবাহত বাধা আৰু পোৱা নাই সংগী, এয়া গ্ৰহ দোষ নেকি?

বিবাহত বাধা আৰু পোৱা নাই সংগী, এয়া গ্ৰহ দোষ নেকি?

10 hours ago
ধনৰ হ’ব বৰষুণ, বুধ গ্ৰহৰ গোচৰে প্ৰভাৱ পেলাব ১২ ৰাশিৰ ভাগ্যত!

ধনৰ হ’ব বৰষুণ, বুধ গ্ৰহৰ গোচৰে প্ৰভাৱ পেলাব ১২ ৰাশিৰ ভাগ্যত!

11 hours ago
আজি বৰ্ষাপাৰাত RR vs RCB ৰ মেচ, কোন হ’ব জয়ী?

আজি বৰ্ষাপাৰাত RR vs RCB ৰ মেচ, কোন হ’ব জয়ী?

12 hours ago
‘শেষত মানি ল’লে’, অৰ্জুন কাপুৰ মানসিকভাৱে অশান্তিত আছে নেকি?

‘শেষত মানি ল’লে’, অৰ্জুন কাপুৰ মানসিকভাৱে অশান্তিত আছে নেকি?

13 hours ago
হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়, পাব জীৱনত সফলতা!

হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়, পাব জীৱনত সফলতা!

13 hours ago
‘WhatsApp বিশ্বাসযোগ্য এপ নহয়’, ইলন মাস্কে কিয় ক’লে এইদৰে?

‘WhatsApp বিশ্বাসযোগ্য এপ নহয়’, ইলন মাস্কে কিয় ক’লে এইদৰে?

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, April 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

অৱশেষত স্বীকাৰ ৰাছিয়াৰ : ইউক্ৰেইনত মৃত্যু হৈছে প্ৰায় ২০ হাজাৰ সেনাৰ!

editor by editor
April 9, 2022
in বিশ্ব, ৰাজনীতি
0
অৱশেষত স্বীকাৰ ৰাছিয়াৰ : ইউক্ৰেইনত মৃত্যু হৈছে প্ৰায় ২০ হাজাৰ সেনাৰ!
0
SHARES
252
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ইউক্ৰেইন আক্ৰমণ কৰি যুদ্ধবাজ ৰাছিয়াই যেন নিজৰেই বিপদ মাতি আনিছে৷ আক্ৰমণ আৰম্ভ কৰি ৰাছিয়া বিশ্ব সম্প্ৰদায়ৰ পৰা বাণিজ্যিক আৰু অৰ্থনৈতিক নিষেধাজ্ঞাৰ সন্মুখীন হোৱাই নহয় ভবামতে নিৰ্দিষ্ট সময়ত ইউক্ৰেইনৰ ৰাজধানী কীয়েভো দখল কৰিবলৈ সক্ষম হোৱা নাই৷

ইউক্ৰেইনৰ প্ৰৱল প্ৰত্যাক্ৰমণ তথা প্ৰতিৰোধৰ সন্মুখীন হোৱা ৰাছিয়াই মাজে সময়ে যেন উৱাদিহ হেৰুওৱাই পেলাইছে৷ যাৰফলত ইউক্ৰেইনৰ বহু চহৰক ধ্বংসস্তূপত পৰিণত কৰিলেও ৪০ টাৰো অধিক দিন আতিক্ৰম কৰিও যুদ্ধ সমাপ্ত কৰিব পৰা নাই ৰাছিয়াই৷

ইফালে ইয়াৰ মাজতে ইউক্ৰেইনে দাবী কৰিছে যে তেওঁলোকৰ প্ৰত্যাক্ৰমণত আক্ৰমণকাৰী ৰাছিয়াৰ অতি কমেও ১৯ হাজাৰ সেনাৰ মৃত্যু হৈছে৷

লগতে পঢ়ক ভাৰতৰ প্ৰশংসাত গদগদ হৈ কি ক’লে পাক প্ৰধানমন্ত্ৰী ইমৰাণ খানে?

‘যুদ্ধত কাৰো বিজয় নহয়, কেৱল মানুহৰ মৃত্যু’ হয় বুলি যুদ্ধৰ আৰম্ভণিৰে পৰা কৈ অহা ইউক্ৰেইনে শনিবাৰে ঘোষণা কৰিছে যে এই পৰ্যন্ত ৰাছিয়াৰ ১৯ হাজাৰ সৈন্যৰ মৃত্যু হৈছে৷ ইউক্ৰেইনৰ মতে প্ৰায় ৭ হাজাৰো অধিক ৰুছ সেনাৰ মৃতদেহ ইউক্ৰেইনৰ মৰ্গতে আছে৷

ইফালে ক্ৰেমলিনেই এই যুদ্ধত ৰাছিয়াৰ বিস্তৰ ক্ষতি হোৱা বুলি স্বীকাৰো কৰিছে৷ শনিবাৰে ক্ৰেমলিনৰ মুখপাত্ৰ দিমিত্ৰি পেছক’ভে ইউক্ৰেইনৰ দাবী অস্বীকাৰ নকৰি কয় যে এই যুদ্ধত তেওঁৰ দেশৰ সেনাৰ বিপুল ক্ষতি হৈছে৷

ইফালে এই যুদ্ধত কিমান ইউক্ৰেইনৰ সাধাৰণ লোকে মৃত্যু মুখত পৰিছে সেয়া এতিয়াও স্পষ্ট হোৱা নাই৷ ৰাষ্ট্ৰসংঘই প্ৰকাশ কৰা মতে ৰাছিয়াৰ আক্ৰমণৰ ফলত ইউক্ৰেইনত অতি কমেও ২ হাজাৰ সাধাৰণ লোকৰ মৃত্যু হৈছে৷ ইয়াৰ মাজত বহু শিশুও আছে৷

লগতে পঢ়ক গুৱাহাটীৰ ‘ৰঙালী’ত প্ৰাক-বিহু উদযাপন কৰিব বলিউদৰ অভিনেত্ৰী শ্ৰুতি হাছানে

ইফালে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’দিমিৰ জেলেনস্কিয়ে ৰাষ্ট্ৰসংঘৰ এই তথ্যতকৈও অধিক ইউক্ৰেইনৰ সাধাৰণ লোক ৰাছিয়াৰ আক্ৰমণত নিহত হোৱা বুলি দাবী কৰিছে৷

ইফালে বুচাৰত ৰাছিয়াই গণহত্যা সংঘটিত কৰা বুলিও বিশ্ব সংবাদ মাধ্যমত প্ৰকাশ পাইছে৷ ইয়াৰ পিছতে যোৱা শুকুৰবাৰে ৰাষ্ট্ৰসংঘই ৰাছিয়াক ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ পৰিষদৰ পৰা নিলম্বন কৰিছে৷

ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি দপ্তৰৰ উপদেষ্টা অ’লেক্সি আৰিষ্টোভিচেও শনিবাৰে প্ৰকাশ কৰিছে যে ৰাছিয়াৰ ১৯ হাজাৰ সেনাৰ মৃত্যু হৈছে আৰু তিনি হাজাৰ সেনাৰ মৃতদেহ ৰাছিয়ালৈ প্ৰেৰণ কৰাৰ বাবে চেষ্টা কৰি থকা হৈছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamRussia Ukraine invasionRussia Ukraine War
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন মঞ্জুৰ, তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আবেদন
অপৰাধ

কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন মঞ্জুৰ, তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আবেদন

April 10, 2026
মোক নস্যাৎ কৰি পেলাব নোৱাৰে, মানুহৰ কাষত মই থাকিমেই, মানুহৰ কথা মই কমেই…’  বিজেপি দলত যোগ নিদিয়ে ৰাঘৱ চাড্ডাই!
জীৱনশৈলী

মোক নস্যাৎ কৰি পেলাব নোৱাৰে, মানুহৰ কাষত মই থাকিমেই, মানুহৰ কথা মই কমেই…’ বিজেপি দলত যোগ নিদিয়ে ৰাঘৱ চাড্ডাই!

April 10, 2026
জন্মনিয়ন্ত্ৰক ঔষধ বা অস্ত্ৰোপচাৰৰ প্ৰয়োজন নাই, পুৰুষৰ বাবে গৰ্ভনিৰোধক তৈয়াৰ কৰিলে বিজ্ঞানীয়ে
জীৱনশৈলী

জন্মনিয়ন্ত্ৰক ঔষধ বা অস্ত্ৰোপচাৰৰ প্ৰয়োজন নাই, পুৰুষৰ বাবে গৰ্ভনিৰোধক তৈয়াৰ কৰিলে বিজ্ঞানীয়ে

April 10, 2026
ভোটদানে ভংগ কৰিলে পূৰ্বৰ অভিলেখ, অসমৰ ৰাজসিংহাসনত কোন, হিমন্ত নে গৌৰৱ?
অসম

ভোটদানে ভংগ কৰিলে পূৰ্বৰ অভিলেখ, অসমৰ ৰাজসিংহাসনত কোন, হিমন্ত নে গৌৰৱ?

April 9, 2026
Next Post
খুঁটি লৰিছে ভাৰতৰ! ৰাছিয়াৰ সপক্ষে ভোটদান নকৰি ফল ভুগিব নেকি ভাৰতে?

খুঁটি লৰিছে ভাৰতৰ! ৰাছিয়াৰ সপক্ষে ভোটদান নকৰি ফল ভুগিব নেকি ভাৰতে?

হনিমুনত গৈ গম পালে স্বামী সমকামী! ইয়াৰ পিছত কি কৰিলে নৱবিবাহিতা পত্নীয়ে?

হনিমুনত গৈ গম পালে স্বামী সমকামী! ইয়াৰ পিছত কি কৰিলে নৱবিবাহিতা পত্নীয়ে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.