• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এইবাৰ ATMৰ পৰাই পাব ১০, ২০, ৫০ টকীয়া নোট, ডাঙৰ পদক্ষেপ ঘোষণা RBIৰ

2 weeks ago
কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

4 days ago
চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

মাজত মাত্ৰ দুদিন, কুম্ভ ৰাশিলৈ সূৰ্য আহিলেই বুধাদিত্য ৰাজযোগ, সাফল্য আহিব এই ৪ৰাশিৰ হাতলৈ

শনিৰ ৰাশিত সূৰ্যগ্ৰহণ, একেলগে পঞ্চগ্ৰহী যোগ, মালামাল হ’ব ৩ৰাশিৰ জাতক

5 days ago
ওলোটা পথেৰে যাত্ৰা কৰিব বুধে, লাভেই লাভ এই ৪ৰাশিৰ জাতকৰ

বজৰংবলীৰ প্ৰিয় এই ৫ৰাশিৰ জাতক-জাতিকা, সকলো সময়তে বজৰংবলী কাষত থাকে তেওঁলোকৰ

UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত শুক্ৰাদিত্য ৰাজযোগ, সাফল্য নিশ্চিত ৫ৰাশিৰ ভাগ্যত

কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

  • About
  • Advertise
  • Careers
  • English Edition
Saturday, February 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

এইবাৰ ATMৰ পৰাই পাব ১০, ২০, ৫০ টকীয়া নোট, ডাঙৰ পদক্ষেপ ঘোষণা RBIৰ

এইবাৰ ATMৰ পৰাই পাব ১০, ২০, ৫০ টকীয়া নোট, ডাঙৰ পদক্ষেপ ঘোষণা RBIৰ

editor by editor
January 28, 2026
in জীৱনশৈলী, বাণিজ্য, বিবিধ, ভাৰত, লেখা
0
এইবাৰ ATMৰ পৰাই পাব ১০, ২০, ৫০ টকীয়া নোট, ডাঙৰ পদক্ষেপ ঘোষণা RBIৰ
0
SHARES
825
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দৈনিক জীৱনৰ সকলোতকৈ ডাঙৰ সমস্যাসমূহৰ মাজত এটা হৈছে খুচুৰা পইছাৰ অভাৱ৷ বাছত উঠিলে, সৰু দোকানত ক্ৰয় বিক্ৰয় কিংবা অটোভাড়া আদি দিবলৈ গৈ প্ৰায়েই সমস্যাত পৰিব লগা হয়৷ এই অসুবিধা দূৰ কৰিবলৈ এইবাৰ ডাঙৰ সিদ্ধান্ত লোৱাৰ পথত আগুৱাইছে ভাৰতীয় ৰিজাৰ্ভ বেংক৷

১০, ২০, ৫০ টকীয়া নোট ওলোৱা বিশেষ এটিএম যাৰ নাম দিয়া হৈছে হাইব্ৰীড এটিএম আৰম্ভ কৰাৰ সিদ্ধান্ত RBIৰ৷ এটিএমৰ পৰা ১০, ২০ আৰু ৫০ টকাৰ নোট উঠাব পাৰিব৷ কেৱল সেয়াই নহয় এটিএমত ডাঙৰ নোট খুচুৰা কৰাৰ সুবিধাও দিয়াৰ কথা ভৱা হৈছে৷

অৰ্থাৎ আপুনি যদি ৫০০ বা ২০০ টকাৰ নোট এটিএমত জমা দিয়ে তেতিয়া সেই নোট ভাঙি সৰু নোট উভতাই দিব মেছিনে৷ এক কথাত একেই এটিএমৰ পৰাই সৰু সৰু নোট পোৱা যাব৷ ডাঙৰ নোট ভঙাৰ সমস্যাও দূৰ হব৷ এই দ্বিমুখী সুবিধাৰ কাৰণেই এই নতুন প্ৰজন্মৰ এটি এটিএমসমূহক কোৱা হৈছে হাইব্ৰিড এটিএম৷

ৰিজাৰ্ভ বেংক সুত্ৰৰ খবৰ অনুসৰি মুম্বাইত ইতিমধ্যেই এই হাইব্ৰিড এটিএমৰ পাইলট প্ৰকল্পৰ কাম আৰম্ভ হৈছে৷ পৰীক্ষামূলকভাৱে এই প্ৰকল্প সফল হ’লে ধাপে ধাপে দেশজুৰি আৰম্ভ কৰা হ’ব এই নতুন এটিএম পৰিসেৱা৷ প্ৰাথমিক পৰ্যায়ত ডাঙৰ চহৰৰ জনবহুল এলেকা, বাছটেণ্ড, ব্যস্ত ৰে’লষ্টেচনৰ আশেপাশে এই হাইব্ৰিড এটিএম বহুওৱা হব৷ পাছত সেয়া দেশৰ অন্যান্য এলেকাতো সম্প্ৰসাৰিত কৰাৰ পৰিকল্পনা আছে৷

আৰ বি আই সূত্ৰই জনাইছে বৰ্তমান দেশত চলি থকা নগদৰ বৃহৎ অংশই ৫০০টকীয়া নোট৷ তুলনামূলকভাৱে ১০০ আৰু ২০০ টকাৰ নোটৰ সংখ্যাও কম আৰু ১০,২০ আৰু ৫০ টকাৰ নোটৰ স্থানো অত্যন্ত সীমিত৷ সেই কাৰণেই আগন্তুক দিনত এই সৰু মূল্যমানৰ নোট ছপা কৰাৰ পৰিমাণ বঢ়োৱাৰ দিশত নজৰ দিব পাৰে দেশৰ শীৰ্ষ বেংকে৷ সকলো মিলি হাইব্ৰিড এটিঁএম আৰম্ভ হ’লে সাধাৰণ মানুহৰ দৈনন্দিন খুচুৰা টকাৰ অভাৱৰ সমস্যা কমিব বুলি ধাৰণা কৰিছে বিশেষজ্ঞই৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে
জীৱনশৈলী

February 10, 2026
চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?
চিনেমা

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

February 10, 2026
ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?
জীৱনশৈলী

ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

February 10, 2026
সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য
জীৱনশৈলী

সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

February 10, 2026
Next Post
উৰণৰ ২৪ মিনিটৰ পাছতেই সংকেত বন্ধ! দুৰ্ঘটনাৰ মুহূৰ্তত গতি কিমান আছিল অজিত পাৱাৰে যাত্ৰা কৰা বিমানৰ, কিমান উচ্চতাৰ পৰা পৰিছিল বিমানখন?

বুধ-শনিয়ে গঠন কৰিব শক্তিশালী দশাংক যোগ, আগন্তুক মাহত কেৰিয়াৰত উন্নতি এই ৪ৰাশিৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন