• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
PPFত প্ৰতিমাহে ২০০০ টকাকৈ জমা কৰিলে ১৫ বছৰৰ পাছত ৰিটাৰ্ণ কিমান পাব? জানি থওক হিচাপ

PPFত প্ৰতিমাহে ২০০০ টকাকৈ জমা কৰিলে ১৫ বছৰৰ পাছত ৰিটাৰ্ণ কিমান পাব? জানি থওক হিচাপ

9 months ago
“তোমাৰো এদিন ব্ৰেক-আপ হ’ব!” সোণাক্ষী-জাহিৰকলৈ কিয় এনকৈ ক’লে চলমানে?

“তোমাৰো এদিন ব্ৰেক-আপ হ’ব!” সোণাক্ষী-জাহিৰকলৈ কিয় এনকৈ ক’লে চলমানে?

32 minutes ago
জনতাৰ মূৰত মাধমাৰ, পুনৰ বৃদ্ধি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য

জনতাৰ মূৰত মাধমাৰ, পুনৰ বৃদ্ধি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য

48 minutes ago
মাত্ৰ ১০ মিনিটতে ঘৰতে পাব ৰন্ধন গেছ! নালাগে কোনোধৰণৰ LPG বুকিঙৰ কাৰ্ড

মাত্ৰ ১০ মিনিটতে ঘৰতে পাব ৰন্ধন গেছ! নালাগে কোনোধৰণৰ LPG বুকিঙৰ কাৰ্ড

1 hour ago
Living Together প্ৰায় শুনি থকা শব্দ, এতিয়া যেন অতি সহজ, কিন্তু কি কয় সমীকৰণে…

বিবাহিত মহিলাসকলৰ কি বস্তু বুজি নাপায় পুৰুষে? ৯৯% লোকে নাজানে এই কথা

1 hour ago
“মই বাহিৰৰ পৰা দুৰ্বল হ’লেও ভিতৰৰ পৰা শক্তিশালী!” সোনম ৱাংচুক সন্দৰ্ভত কি ক’লে উচ্চ ন্যায়ালয়ে?

“মই বাহিৰৰ পৰা দুৰ্বল হ’লেও ভিতৰৰ পৰা শক্তিশালী!” সোনম ৱাংচুক সন্দৰ্ভত কি ক’লে উচ্চ ন্যায়ালয়ে?

2 hours ago
কলেষ্টেৰল বৃদ্ধি হ’লে কি কি লক্ষণে দেখা দিয়ে? অভ্যাস কৰক পৰিৱৰ্তন

কলেষ্টেৰল বৃদ্ধি হ’লে কি কি লক্ষণে দেখা দিয়ে? অভ্যাস কৰক পৰিৱৰ্তন

3 hours ago
ব্যক্তিগত দেহৰক্ষী অবিহনে কষ্ট পায় বিৰাট কোহলীয়ে! বিচিচিআইৰ কি নিয়ম?

ব্যক্তিগত দেহৰক্ষী অবিহনে কষ্ট পায় বিৰাট কোহলীয়ে! বিচিচিআইৰ কি নিয়ম?

4 hours ago
ভাগ্যই কৰিব সহায়, বুধৰ গতিয়ে সলাব এইকেইটা ৰাশিৰ কেৰিয়াৰ!

ভাগ্যই কৰিব সহায়, বুধৰ গতিয়ে সলাব এইকেইটা ৰাশিৰ কেৰিয়াৰ!

5 hours ago
FIFA World Cup: আৰ্জেণ্টিনাই ভংগ কৰিলে ফিফাৰ নিয়ম! নিষেধাজ্ঞা আৰোপ কৰিব নেকি মেছিৰ দলটোক?

FIFA World Cup: আৰ্জেণ্টিনাই ভংগ কৰিলে ফিফাৰ নিয়ম! নিষেধাজ্ঞা আৰোপ কৰিব নেকি মেছিৰ দলটোক?

6 hours ago
আজিৰে পৰা আৰম্ভ ৰথ যাত্ৰা, জানক এই উৎসৱৰ মহত্ব আৰু তাৎপৰ্য

আজিৰে পৰা আৰম্ভ ৰথ যাত্ৰা, জানক এই উৎসৱৰ মহত্ব আৰু তাৎপৰ্য

6 hours ago
ফিফা বিশ্বকাপত লিয়নেল মেছিৰ যাদু, একেৰাহে দ্বিতীয়বাৰৰ বাবে প্ৰৱেশ ফাইনেলত

ফিফা বিশ্বকাপত লিয়নেল মেছিৰ যাদু, একেৰাহে দ্বিতীয়বাৰৰ বাবে প্ৰৱেশ ফাইনেলত

7 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? ৫ ৰাশিৰ হ’ব ভাগ্য উদয়!

আজি কেনে যাব আপোনাৰ দিনটো? ৫ ৰাশিৰ হ’ব ভাগ্য উদয়!

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, July 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

PPFত প্ৰতিমাহে ২০০০ টকাকৈ জমা কৰিলে ১৫ বছৰৰ পাছত ৰিটাৰ্ণ কিমান পাব? জানি থওক হিচাপ

PPFত প্ৰতিমাহে ২০০০ টকাকৈ জমা কৰিলে ১৫ বছৰৰ পাছত ৰিটাৰ্ণ কিমান পাব? জানি থওক হিচাপ

editor by editor
October 10, 2025
in জীৱনশৈলী
0
PPFত প্ৰতিমাহে ২০০০ টকাকৈ জমা কৰিলে ১৫ বছৰৰ পাছত ৰিটাৰ্ণ কিমান পাব? জানি থওক হিচাপ
0
SHARES
2.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

প’ষ্ট অফিচে তেওঁলোকৰ গ্ৰাহকক ডাক পৰিসেৱাৰ ওপৰিও বিভিন্ন ধৰণৰ আৰ্থিক পৰিসেৱা প্ৰদান কৰে৷ নিয়মিত সঞ্চয় একাউণ্টৰ ওপৰিও আৰ ডি একাউণ্ট, টি ডি একাউণ্ট, এম আই এছ একাউণ্ট আৰু পিপিএফ একাউণ্টো পোষ্ট অফিচত খুলিব পাৰি৷ পিপিএফ,  বা পাব্লিক প্ৰভিডেণ্ট ফাণ্ড, কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা পৰিচালিত এক চৰকাৰী প্ৰকল্প৷ পিপিএফত প্ৰতিমাহে ২০০০ টকা জমা কৰিলে ১৫ বছৰৰ পাছত আপুনি কিমান টকা পাব?

PPF স্কিমত ৭.১ শতাংশ সুদ দিয়া হৈছে

বৰ্তমান পোষ্ট অফিচৰ পিপিএফ স্কিমত ৭.১ শতাংশ বাৰ্ষিক সুদ দিয়া হৈছে৷ বাৰ্ষিক সৰ্বনিম্ন ১০০০ টকা জমা কৰি এই স্কিম একাউণ্ট আপুনি খুলিব পাৰে৷ মনত ৰাখিব যে পিপিএফ একাউণ্ট সক্ৰিয় ৰাখিবলৈ এটা আৰ্থিক বছৰত সৰ্বনিম্ন ১০০০ টকা জমা ৰাখিব লাগিব৷ পিপিএফ স্কিমত এবছৰৰ ভিতৰত সৰ্বোচ্চ ১.৫ লাখ টকা জমা কৰিব পাৰে৷

আপুনি বাৰ্ষিক পিপিএফত এককালীন পৰিমাণো জমা কৰিব পাৰে৷ ইয়াৰোপৰি আপুনি পিপিএফ একাউণ্টত কিস্তিতো টকা জমা কৰিব পাৰে৷ আপুনি এটা পিপিএফ একাউণ্টত এবছৰৰ ভিতৰত সৰ্বাধিক ১২ টা কিস্তি জমা কৰিব পাৰে৷ অৰ্থাৎ আপুনি এমাহত সৰ্বোচ্চ এটা কিস্তি জমা কৰিব পাৰে৷

আপুনি যদি আপোনাৰ পিপিএফ একাউণ্টত প্ৰতিমাহে ২০০০ টকাকৈ জমা কৰে তেন্তে আপোনাৰ বাৰ্ষিক বিনিয়োগ হ’ব ২৪০০০ টকা৷ পিপিএফ একাউণ্ট ১৫ বছৰত পৰিপক্ক হয়৷ কিন্তু আপুনি পাঁচ বছৰলৈ ইয়াৰ ম্যাদ বঢ়াব পাৰে৷ আপুনি প্ৰতিমাহে ২০০০ টকাকৈ জমা কৰিলে ১৫ বছৰৰ পাছত আপুনি মুঠ ৬, ৫০, ৯১৩ টকা পাব৷ ইয়াৰ মাজত সুদ হিচাপে অৰ্থাৎ ৰিটাৰ্ণ হিচাপেই ২,৯০,৯১৩ টকা পাব৷ পোষ্ট অফিচেই নহয়, বেংকতো আপুনি পিপিএফ একাউণ্ট খুলিব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Living Together প্ৰায় শুনি থকা শব্দ, এতিয়া যেন অতি সহজ, কিন্তু কি কয় সমীকৰণে…
জীৱনশৈলী

বিবাহিত মহিলাসকলৰ কি বস্তু বুজি নাপায় পুৰুষে? ৯৯% লোকে নাজানে এই কথা

July 16, 2026
কলেষ্টেৰল বৃদ্ধি হ’লে কি কি লক্ষণে দেখা দিয়ে? অভ্যাস কৰক পৰিৱৰ্তন
জীৱনশৈলী

কলেষ্টেৰল বৃদ্ধি হ’লে কি কি লক্ষণে দেখা দিয়ে? অভ্যাস কৰক পৰিৱৰ্তন

July 16, 2026
ভাগ্যই কৰিব সহায়, বুধৰ গতিয়ে সলাব এইকেইটা ৰাশিৰ কেৰিয়াৰ!
জীৱনশৈলী

ভাগ্যই কৰিব সহায়, বুধৰ গতিয়ে সলাব এইকেইটা ৰাশিৰ কেৰিয়াৰ!

July 16, 2026
আজিৰে পৰা আৰম্ভ ৰথ যাত্ৰা, জানক এই উৎসৱৰ মহত্ব আৰু তাৎপৰ্য
জীৱনশৈলী

আজিৰে পৰা আৰম্ভ ৰথ যাত্ৰা, জানক এই উৎসৱৰ মহত্ব আৰু তাৎপৰ্য

July 16, 2026
Next Post
তুলালৈ আহিছে সূৰ্য, ৩ ৰাশিৰ উজলি উঠিব ভাগ্য, কাৰ কাৰ হাতলৈ আহিব ধন?

তুলালৈ আহিছে সূৰ্য, ৩ ৰাশিৰ উজলি উঠিব ভাগ্য, কাৰ কাৰ হাতলৈ আহিব ধন?

মঙ্গলৰ বছৰত কাটিব সকলো দুৰ্ভোগ, ২০২৬ চন এই ৫ ৰাশিৰ বাবে অত্যন্ত শুভ হ’ব

মঙ্গলৰ বছৰত কাটিব সকলো দুৰ্ভোগ, ২০২৬ চন এই ৫ ৰাশিৰ বাবে অত্যন্ত শুভ হ’ব

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.