• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰাতিটোৰ ভিতৰতে উপাৰ্জন ৭৭ কোটি টকা

ৰাতিটোৰ ভিতৰতে উপাৰ্জন ৭৭ কোটি টকা

32 minutes ago
শনিবাৰে নকৰিব এইবোৰ কাম

শনিবাৰে নকৰিব এইবোৰ কাম

3 minutes ago
এতিয়াই অৱসৰ নলয় ৰোহিত শৰ্মাই, BCCIৰ স্পষ্টীকৰণ!

এতিয়াই অৱসৰ নলয় ৰোহিত শৰ্মাই, BCCIৰ স্পষ্টীকৰণ!

1 hour ago
কেনে যাব আজি আপোনাৰ দিনটো?

কেনে যাব আজি আপোনাৰ দিনটো?

2 hours ago
কালসৰ্প দোষে ধ্বংস কৰিব আপোনাক, আজিয়েই হওক সাৱধান!

কালসৰ্প দোষে ধ্বংস কৰিব আপোনাক, আজিয়েই হওক সাৱধান!

11 hours ago
বাৰিষা কেনেকৈ বৃক্কৰ বাবে বিপদ সৃষ্টি হ’ব পাৰে? সজাগ হওক এইসকল লোক

বাৰিষা কেনেকৈ বৃক্কৰ বাবে বিপদ সৃষ্টি হ’ব পাৰে? সজাগ হওক এইসকল লোক

11 hours ago
কথা পাহৰাৰ অভ্যাস? তেন্তে ভয়ংকৰ বিপদৰ পূৰ্বে হওক সাৱধান!

কথা পাহৰাৰ অভ্যাস? তেন্তে ভয়ংকৰ বিপদৰ পূৰ্বে হওক সাৱধান!

11 hours ago
পুনৰ ভূমিকম্পৰ জোকাৰণি! ৰিখটাৰ স্কেলত প্ৰাৱল্য ৭.৩

পুনৰ ভূমিকম্পৰ জোকাৰণি! ৰিখটাৰ স্কেলত প্ৰাৱল্য ৭.৩

12 hours ago
কেনেকুৱা পুৰুষে আকৰ্ষণ কৰে মডাৰ্ণ নাৰীক? জানি হ’ব আচৰিত!

সাৱধান! পত্নীক সকলো কথা কোৱাটো উচিত নে অনুচিত?

12 hours ago
বিষাদৰ চকুলো নিগৰাই দৰ্শকক মনোৰঞ্জন দিবলৈ সাজু তপন দাস! আৰম্ভ কৰিলে থিয়েটাৰৰ আখৰা

বিষাদৰ চকুলো নিগৰাই দৰ্শকক মনোৰঞ্জন দিবলৈ সাজু তপন দাস! আৰম্ভ কৰিলে থিয়েটাৰৰ আখৰা

13 hours ago
UPI পেমেণ্টত লাগিব অতিৰিক্ত চাৰ্জ! ২,০০০ টকাতকৈ অধিক ধনত লাগিব নেকি merchant fee?

UPI পেমেণ্টত লাগিব অতিৰিক্ত চাৰ্জ! ২,০০০ টকাতকৈ অধিক ধনত লাগিব নেকি merchant fee?

14 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, তুলা ৰাশিকে ধৰি এই ৫ টা ৰাশিৰ ফুলিব কপাল!

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, বৃশ্চিক ৰাশিকে ধৰি ৫ ৰাশিৰ হ’ব লাভ!

14 hours ago
চীনত বাঢ়িছে বান্দৰৰ চাহিদা, মূল্য জানি চকু কপালত উঠিব আপোনাৰ!

চীনত বাঢ়িছে বান্দৰৰ চাহিদা, মূল্য জানি চকু কপালত উঠিব আপোনাৰ!

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, July 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home প্ৰযুক্তি

ৰাতিটোৰ ভিতৰতে উপাৰ্জন ৭৭ কোটি টকা

২৬ বছৰীয়া ৩ বন্ধুৱে গঢ়িলে ৪১৫ কোটি টকাৰ সাম্ৰাজ্য

editor by editor
July 18, 2026
in নিয়োগ, প্ৰযুক্তি, বিবিধ
0
ৰাতিটোৰ ভিতৰতে উপাৰ্জন ৭৭ কোটি টকা
0
SHARES
481
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মাত্ৰ ২৬ বছৰ বয়সতে কোটি কোটি টকাৰ ব্যৱসায় গঢ়ি তোলা ভাৰতীয় যুৱ উদ্যোগপতিসকলৰ তালিকাত এতিয়া জিলিকিছে সিদ্ধাৰ্থ সাক্সেনা নামৰ এজন যুৱক। IIT কানপুৰৰ এইগৰাকী প্ৰাক্তন শিক্ষাৰ্থীয়ে মাত্ৰ এদিনতেই প্ৰায় ৮ মিলিয়ন আমেৰিকান ডলাৰ (প্ৰায় ৭৭ কোটি টকা) উপাৰ্জন কৰি দেশজুৰি চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে।
মাত্ৰ ২৬ বছৰ বয়সতে কৃত্ৰিম বুদ্ধিমত্তা (AI)ৰ ক্ষেত্ৰত এক সুকীয়া পৰিচয় গঢ়ি তোলা সিদ্ধাৰ্থৰ এই সাফল্যই বহু যুৱক-যুৱতীক নতুন অনুপ্ৰেৰণা যোগাইছে।

ৰাজস্থানৰ আলৱৰৰ পৰা IIT কানপুৰলৈ

সিদ্ধাৰ্থ ছাক্সেনাৰ ঘৰ ৰাজস্থানৰ আলৱৰত। তেওঁ IIT কানপুৰৰ পৰা কম্পিউটাৰ ছায়েন্স এণ্ড ইঞ্জিনিয়াৰিঙত বি.টেক ডিগ্ৰী লাভ কৰে। অধ্যয়ন সমাপ্ত কৰাৰ পাছত তেওঁ বিভিন্ন আন্তঃৰাষ্ট্ৰীয় প্ৰযুক্তি প্ৰতিষ্ঠানত গৱেষণা আৰু উন্নয়ন (R&D) বিভাগত কাম কৰি মূল্যৱান অভিজ্ঞতা অৰ্জন কৰে। IITত অধ্যয়ন কালতেই তেওঁৰ কৃত্ৰিম বুদ্ধিমত্তা (AI) আৰু মেচিন লাৰ্নিঙৰ প্ৰতি গভীৰ আগ্ৰহ জন্মে, যিয়ে পিছলৈ তেওঁৰ কেৰিয়াৰৰ দিশ সলনি কৰি দিয়ে।

দুজন বন্ধুৰ সৈতে আৰম্ভ কৰিলে ‘Merlin’

২০২২ চনত সিদ্ধাৰ্থে IIT কানপুৰৰ সহপাঠী প্ৰত্যুষ ৰায় আৰু চিৰসেন্দু সৰকাৰৰ সৈতে মিলি ‘Merlin’ নামৰ এটা AIভিত্তিক ষ্টাৰ্টআপ আৰম্ভ কৰে। Merlin হৈছে এটা AI-পাৱাৰ্ড Chrome Extension, যিয়ে ব্যৱহাৰকাৰীৰ উৎপাদনশীলতা (Productivity) বহুগুণ বৃদ্ধি কৰাত সহায় কৰে। বৰ্তমান এই AI টুলটো ৱেব, ডেস্কটপ আৰু মোবাইল—তিনিওটা প্লেটফৰ্মতেই ব্যৱহাৰ কৰিব পাৰি। বিশেষকৈ শিক্ষাৰ্থী, কণ্টেণ্ট ক্ৰিয়েটৰ, মাৰ্কেটাৰ আৰু বিভিন্ন পেছাদাৰী লোকৰ মাজত Merlin যথেষ্ট জনপ্ৰিয়। বৰ্তমান এই ষ্টাৰ্টআপটোৰ মূল্য প্ৰায় ৪১৫ কোটি টকা বুলি অনুমান কৰা হৈছে। Merlinৰ সফলতাৰ পাছত সিদ্ধাৰ্থে ‘Thine’ নামৰ আন এটা AI ষ্টাৰ্টআপো আৰম্ভ কৰে। এই প্ৰতিষ্ঠানটোৰ মুখ্য কাৰ্যালয় পেলো অল্টো, কেলিফৰ্ণিয়াত অৱস্থিত।

Forbes 30 Under 30 Asiaত স্থান

সিদ্ধাৰ্থ ছাক্সেনা, প্ৰত্যুষ ৰায় আৰু চিৰসেন্দু সৰকাৰ—Merlinৰ এই তিনিওজন সহ-প্ৰতিষ্ঠাপকক Forbes Asia-ৰ ’30 Under 30 Asia 2024′ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছিল। এই সন্মানে তেওঁলোকৰ উদ্ভাৱনীমূলক কামক আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি প্ৰদান কৰে। সিদ্ধাৰ্থৰ মতে, IIT কানপুৰৰ কম্পিউটাৰ ছায়েন্স বিভাগত ভৰ্তি লাভ কৰাটো অত্যন্ত কঠিন। তেওঁ দাবী কৰে যে এই পাঠ্যক্ৰমত ভৰ্তি হোৱাটো Harvard বিশ্ববিদ্যালয়ত ভৰ্তি পোৱাতকৈও প্ৰায় ২০ গুণ কঠিন। সেইবাবে ইয়াত সফল হ’বলৈ কঠোৰ পৰিশ্ৰম আৰু একাগ্ৰতা অতি প্ৰয়োজন।

এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: AIasom live24
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শনিবাৰে নকৰিব এইবোৰ কাম
জীৱনশৈলী

শনিবাৰে নকৰিব এইবোৰ কাম

July 18, 2026
কেনে যাব আজি আপোনাৰ দিনটো?
জীৱনশৈলী

কেনে যাব আজি আপোনাৰ দিনটো?

July 18, 2026
কালসৰ্প দোষে ধ্বংস কৰিব আপোনাক, আজিয়েই হওক সাৱধান!
জীৱনশৈলী

কালসৰ্প দোষে ধ্বংস কৰিব আপোনাক, আজিয়েই হওক সাৱধান!

July 17, 2026
বাৰিষা কেনেকৈ বৃক্কৰ বাবে বিপদ সৃষ্টি হ’ব পাৰে? সজাগ হওক এইসকল লোক
জীৱনশৈলী

বাৰিষা কেনেকৈ বৃক্কৰ বাবে বিপদ সৃষ্টি হ’ব পাৰে? সজাগ হওক এইসকল লোক

July 17, 2026
Next Post
শনিবাৰে নকৰিব এইবোৰ কাম

শনিবাৰে নকৰিব এইবোৰ কাম

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.