• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চীনেই ডুবালে পাকিস্তানক! পাকিস্তানে চীনৰ পৰা ক্ৰয় কৰা HQ-9 কেনেকৈ বিফল হ’ল?

চীনেই ডুবালে পাকিস্তানক! পাকিস্তানে চীনৰ পৰা ক্ৰয় কৰা HQ-9 কেনেকৈ বিফল হ’ল?

1 year ago
ভাৰতৰ AGNI-4ৰ সফল পৰীক্ষামূলক উৎক্ষেপণ

ভাৰতৰ AGNI-4ৰ সফল পৰীক্ষামূলক উৎক্ষেপণ

5 hours ago
এক বিৰল সংযোগ! এই ৫ ৰাশিৰ লোকৰ বাবে আহি আছে মালব্য ৰাজযোগ

এক বিৰল সংযোগ! এই ৫ ৰাশিৰ লোকৰ বাবে আহি আছে মালব্য ৰাজযোগ

5 hours ago
ক্ৰিকেটাৰৰ বাসগৃহত পেট্ৰ’ল বো*মাৰে আক্ৰমণ দুৰ্বৃত্তৰ

ক্ৰিকেটাৰৰ বাসগৃহত পেট্ৰ’ল বো*মাৰে আক্ৰমণ দুৰ্বৃত্তৰ

6 hours ago
বিপদত অভিজিৎ দীপকে! CJPৰ প্ৰতিষ্ঠাপকজনৰ বিৰুদ্ধে POCSOৰ অধীনত গোচৰ

বিপদত অভিজিৎ দীপকে! CJPৰ প্ৰতিষ্ঠাপকজনৰ বিৰুদ্ধে POCSOৰ অধীনত গোচৰ

6 hours ago
মগজুৰ স্মৃতিশক্তি বৃদ্ধিৰ বাবে নিয়মীয়াকৈ খাওক এইবিধ বনৌষধি

মগজুৰ স্মৃতিশক্তি বৃদ্ধিৰ বাবে নিয়মীয়াকৈ খাওক এইবিধ বনৌষধি

7 hours ago
৫৫৭ কোটি টকা খৰচ কৰি ৩.৬৩ লাখ কোটি টকাৰ বিনিয়োগ

৫৫৭ কোটি টকা খৰচ কৰি ৩.৬৩ লাখ কোটি টকাৰ বিনিয়োগ

8 hours ago
‘ভাইজান’ ছলমান খানৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ অভিযোগ ব্যৱসায়ীৰ

‘ভাইজান’ ছলমান খানৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ অভিযোগ ব্যৱসায়ীৰ

9 hours ago
নিজাকৈ আৰম্ভ কৰক ব্যৱসায়, কেন্দ্ৰীয় চৰকাৰে দিছে সুৱৰ্ণ সুযোগ

নিজাকৈ আৰম্ভ কৰক ব্যৱসায়, কেন্দ্ৰীয় চৰকাৰে দিছে সুৱৰ্ণ সুযোগ

10 hours ago
১ কোটি টকাৰ ঋণ পৰিশোধ কৰিবলৈ C গ্ৰেড ছবিত অভিনয় কৰিছিল এইগৰাকী অভিনেত্ৰীয়ে

১ কোটি টকাৰ ঋণ পৰিশোধ কৰিবলৈ C গ্ৰেড ছবিত অভিনয় কৰিছিল এইগৰাকী অভিনেত্ৰীয়ে

10 hours ago
বান সাহায্যৰ নামত ছচিয়েল মিডিয়াত QR Codeৰে প্ৰৱঞ্চনাৰ জাল

বান সাহায্যৰ নামত ছচিয়েল মিডিয়াত QR Codeৰে প্ৰৱঞ্চনাৰ জাল

10 hours ago
‘এদিন সকলোৰে ৰেকৰ্ড ভংগ কৰিব বৈভৱে’

‘এদিন সকলোৰে ৰেকৰ্ড ভংগ কৰিব বৈভৱে’

12 hours ago
নীপকোৱে এৰিছে পানী, ৪ খন গেটেৰে পানী এৰি দিয়াৰ পাছতে হাহাকাৰ পৰিস্থিতি

নীপকোৱে এৰিছে পানী, ৪ খন গেটেৰে পানী এৰি দিয়াৰ পাছতে হাহাকাৰ পৰিস্থিতি

13 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, August 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

চীনেই ডুবালে পাকিস্তানক! পাকিস্তানে চীনৰ পৰা ক্ৰয় কৰা HQ-9 কেনেকৈ বিফল হ’ল?

চীনেই ডুবালে পাকিস্তানক! পাকিস্তানে চীনৰ পৰা ক্ৰয় কৰা HQ-9 কেনেকৈ বিফল হ’ল?

editor by editor
May 8, 2025
in জীৱনশৈলী, বিশ্ব, ভাৰত
0
চীনেই ডুবালে পাকিস্তানক! পাকিস্তানে চীনৰ পৰা ক্ৰয় কৰা HQ-9 কেনেকৈ বিফল হ’ল?
0
SHARES
1.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

চীনেই ডুবালে পাকিস্তানক৷ পাকিস্তানে চীনৰ ৰংচঙীয়া সামগ্ৰীৰে ভাৰতক শক্তি দেখুওৱাৰ সময়তে ভাৰতে প্ৰমাণ কৰি দিলে কিয় ভাৰতে ভৰষা নকৰে চাইনীজ মালত৷  চীনৰ পৰা লোৱা HQ-9ৰ বাবেই বিফল আজি পাকিস্তানৰ এয়াৰ ডিফেন্স চিষ্টেম৷ ভাৰতীয় সামৰিক শক্তিৰ ওচৰত সেও মানিলে পাকিস্তানে৷ চীনৰ পৰা ক্ৰয় কৰা HQ-9 S-400, Rafale, Sukhoi, Brahmosৰ ওচৰত একেবাৰেই অসাৰ প্ৰমাণিত হ’ল HQ-9 ৷

পাকিস্তানৰ HQ-9  বিমান প্ৰতিৰক্ষা ব্যৱস্থা থকা সত্ত্বেও এটাও ভাৰতীয় মিছাইলক বাধা দিব নোৱাৰিলে এই চিষ্টেমে৷ পাকিস্তানৰ এয়াৰ ডিফেন্স চিষ্টেমৰ বাবে থকা HQ-9 হৈছে এক মিছাইল প্ৰতিৰক্ষা ব্যৱস্থা যি ৰাছিয়াৰ S-300ৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে৷

৭মে’ত ভাৰতে পাকিস্তান আৰু পাকিস্তান অধিকৃত কাশ্মীৰৰ ভিতৰত বিমান আক্ৰমণ চলাই ৯ টা সন্ত্ৰাসবাদীয়ে আত্মগোপন কৰা স্থান সম্পূৰ্ণৰূপে ধ্বংস কৰিছে৷ ভাৰতে স্পষ্টকৈ জনাই দিছে যে এই যুঁজ ভাৰতে নিৰীহ লোকক হত্যা কৰাৰ বাবে কৰা নাই এই যুঁজ কেৱল সন্ত্ৰাসবাদৰ বিৰুদ্ধেহে৷ পাকিস্তানেও বীৰদৰ্পে ভাৰতৰ বিৰুদ্ধে যুঁজ দিবলৈ সাজু হোৱাৰ সময়তেই ভাৰতে সম্পূৰ্ণৰূপে ধ্বংস কৰি পেলাইছে পাকিস্তানৰ এয়াৰ ডিফেন্স চিষ্টেম৷

ভাৰতে যিকোনো আক্ৰমণৰ প্ৰতিহত কৰিব পৰাকৈ পূৰ্বেই নিজকে সাজু ৰাখিছে৷ ভাৰতৰ সীমান্তত সুদৰ্শন চক্ৰকে ধৰি বায়ু প্ৰতিৰক্ষা মিছাইল ব্যৱস্থা S-400 সাজু আছে৷ পাকিস্তানৰ পৰা অহা যিকোনো ক্ষেপণাস্ত্ৰ ধ্বংস কৰিব পৰাকৈ সীমান্তত সক্ষম হৈ আছে ভাৰতৰ সুদৰ্শন চক্ৰ৷ ইফালে পাকিস্তানে চীনৰ পৰা ক্ৰয় কৰা এয়াৰ ডিফেন্স মিছাইল চিষ্টেমেৰেই ভাৰতৰ বিৰুদ্ধে যুঁজ দিবলৈ সাজু হৈ আৰম্ভণিতেই মুথ থেকেচা খাব লগাত পৰিছে৷ পাকিস্তানৰ হাতত থকা HQ-9 ভাৰতৰ হাতত থকা S-400 তকৈ এখাপ তলত বুলি বিশেষজ্ঞসকলে জনাইছে৷

প্ৰথমে জানি থওক ভাৰতৰ হাতত থকা S-400ৰ ক্ষমতা?

S-400 হৈছে এক প্ৰকাৰৰ এয়াৰ ডিফেন্স মিছাইল চিষ্টেম৷ ৰাছিয়াৰ আলমাজ চেণ্ট্ৰেল ডিজাইন ব্যুৰৱে ১৯৮০ চনৰ শেষৰফালে S-400 নিৰ্মান কৰিছিল৷ পশ্চিমীয়া দেশসমূহত এম আই এম-১০৪ পেট্ৰিয়াটৰ দৰে এয়াৰ ডিফেন্স চিষ্টেম আছিল আৰু ৰাছিয়াই ইয়াক প্ৰতিহত কৰিব পৰাকৈ এক শক্তিশালী এয়াৰ ডিফেন্স চিষ্টেমৰ সন্ধান কৰিছিল৷ তাৰপিছতেই ১৯৬০ চনত নিৰ্মিত S-200 আৰু S-300তকৈ শক্তিশালী S-400 নিৰ্মাণ কৰিবলৈ সক্ষম হয়৷ ভাৰতে সেই শক্তিশালী S-400য়েই ক্ৰয় কৰিছে৷ ২০১৮ চনত ভাৰতে ৩৫ হাজাৰ কোটিৰ বিশেষ চুক্তিৰে ৰাছিয়াৰ পৰা ক্ৰয় কৰিছে তিনিখন S-400৷

S-400 SAM কিয় বিশেষ?

প্ৰতিখন S-400 স্কোয়াড্ৰনত লঞ্চাৰ, ৰাডাৰ, নিয়ন্ত্ৰণ কেন্দ্ৰ আৰু সহায়ক বাহনকে ধৰি ১৬খন বাহন আছে৷ ই ৬০০ কিঃমিঃ দূৰলৈকে আকাশী আক্ৰমণৰ তথ্য ট্ৰেক কৰিব পাৰে৷ S-400ত চাৰি ধৰণৰ ক্ষেপণাস্ত্ৰ ব্যৱহাৰ কৰা হয়৷ যিয়ে ৪০০ কিঃমিঃ পৰ্যন্ত দূৰৈত থকা লক্ষ্যক আঘাত কৰিব পাৰে৷ ই যুদ্ধ বিমান, বেলিষ্টিক মিছাইল আৰু ড্ৰোনকো বাধা দিব পাৰে, যাৰ ফলত ই ভাৰতৰ প্ৰতিৰক্ষাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিবলৈ সক্ষম হৈছে৷

পাকিস্তানৰ হাতত হটা চীন নিৰ্মীত HQ-9 কেনেকুৱা?

পাকিস্তানৰ নিজা এয়াৰ ডিফেন্স চিষ্টেম চীনৰ পৰা ক্ৰয় কৰা৷ চীনে ৰাছিয়াৰ S-300ৰ আৰ্হিৰে HQ-9নিৰ্মাণ কৰিছে৷ HQ-9ৰ শক্তি যদি চাওঁ তেন্তে ইয়াৰ ৰাডাৰ ধৰা পেলোৱা ৰেঞ্জ ২০০ কিঃমিঃ যি ভাৰতৰ ক্ষেপণাত্ৰ ধৰা পেলাবলৈ একেবাৰেই অক্ষম৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভাৰতৰ AGNI-4ৰ সফল পৰীক্ষামূলক উৎক্ষেপণ
প্ৰযুক্তি

ভাৰতৰ AGNI-4ৰ সফল পৰীক্ষামূলক উৎক্ষেপণ

August 6, 2026
এক বিৰল সংযোগ! এই ৫ ৰাশিৰ লোকৰ বাবে আহি আছে মালব্য ৰাজযোগ
জীৱনশৈলী

এক বিৰল সংযোগ! এই ৫ ৰাশিৰ লোকৰ বাবে আহি আছে মালব্য ৰাজযোগ

August 6, 2026
ক্ৰিকেটাৰৰ বাসগৃহত পেট্ৰ’ল বো*মাৰে আক্ৰমণ দুৰ্বৃত্তৰ
বিনোদন

ক্ৰিকেটাৰৰ বাসগৃহত পেট্ৰ’ল বো*মাৰে আক্ৰমণ দুৰ্বৃত্তৰ

August 6, 2026
বিপদত অভিজিৎ দীপকে! CJPৰ প্ৰতিষ্ঠাপকজনৰ বিৰুদ্ধে POCSOৰ অধীনত গোচৰ
ভাৰত

বিপদত অভিজিৎ দীপকে! CJPৰ প্ৰতিষ্ঠাপকজনৰ বিৰুদ্ধে POCSOৰ অধীনত গোচৰ

August 6, 2026
Next Post
আহিছে শনি জয়ন্তী, শুভ যোগত ধনৰ আগমন হ’ব এই ৩ৰাশিৰ জাতকৰ জীৱনলৈ

আহিছে শনি জয়ন্তী, শুভ যোগত ধনৰ আগমন হ’ব এই ৩ৰাশিৰ জাতকৰ জীৱনলৈ

‘মই মিছনত উলাইছো…!’ বন্ধুৰ সৈতে শেষ কৰা দীনেশৰ, তাৰপিছতেই মৃত্যুসংবাদ, এৰি গ’ল অন্তঃসত্ত্বা পত্নীক

‘মই মিছনত উলাইছো...!’ বন্ধুৰ সৈতে শেষ কৰা দীনেশৰ, তাৰপিছতেই মৃত্যুসংবাদ, এৰি গ’ল অন্তঃসত্ত্বা পত্নীক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.