• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
প্ৰথমে খোৱাপানীৰ হাহাকাৰ, এতিয়া বানপানীৰ কবলত পাকিস্তান! ভাৰতে খুলি দিছে এটাৰ পাছত এটা নদী বান্ধ

প্ৰথমে খোৱাপানীৰ হাহাকাৰ, এতিয়া বানপানীৰ কবলত পাকিস্তান! ভাৰতে খুলি দিছে এটাৰ পাছত এটা নদী বান্ধ

10 months ago

স্বামী-স্ত্ৰীয়ে পুৱা কৰক এই কাম, সুখী হ’ব দাম্পত্য জীৱন!

3 minutes ago
মূল্যবৃদ্ধি হ’ব নেকি পেট্ৰ’ল-ডিজেলৰ? কেন্দ্ৰই দিলে ইংগিত

মূল্যবৃদ্ধি হ’ব নেকি পেট্ৰ’ল-ডিজেলৰ? কেন্দ্ৰই দিলে ইংগিত

32 minutes ago
মোদীৰ পৰিয়ালত বিয়া হ’ব শ্ৰদ্ধা কাপুৰ! ঘনিষ্ঠ লোকে প্ৰকাশ কৰিছে তথ্য

মোদীৰ পৰিয়ালত বিয়া হ’ব শ্ৰদ্ধা কাপুৰ! ঘনিষ্ঠ লোকে প্ৰকাশ কৰিছে তথ্য

1 hour ago
PCOD ৰ সমস্যাই মাতৃ হোৱাৰ সপোন নিঃশেষ কৰে নেকি? জানক বিশেষজ্ঞৰ পৰা

PCOD ৰ সমস্যাই মাতৃ হোৱাৰ সপোন নিঃশেষ কৰে নেকি? জানক বিশেষজ্ঞৰ পৰা

2 hours ago
চেফটি পিনত কিয় সৰু বৃত্তটো থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

চেফটি পিনত কিয় সৰু বৃত্তটো থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

2 hours ago
পুৱাই এইসমূহ কাম কৰাৰ অভ্যাস আছে? এইকেইটা অভ্যাসৰ কাৰণেই বাঢ়ে বেয়া কলষ্টেৰল, হৃদৰোগৰ আশংকা কমাবলৈ এৰক এইসমূহ অভ্যাস

পুৱাই এইসমূহ কাম কৰাৰ অভ্যাস আছে? এইকেইটা অভ্যাসৰ কাৰণেই বাঢ়ে বেয়া কলষ্টেৰল, হৃদৰোগৰ আশংকা কমাবলৈ এৰক এইসমূহ অভ্যাস

4 hours ago
মীন ৰাশিলৈ আহি খেল দেখুৱাব মঙ্গলে, ভাগ্য চমকি উঠিব এই ৪ৰাশিৰ

মীন ৰাশিলৈ আহি খেল দেখুৱাব মঙ্গলে, ভাগ্য চমকি উঠিব এই ৪ৰাশিৰ

5 hours ago
ল’ৰাৰজাৰ দৰে ব্যৱহাৰ গৌৰৱৰ, বাৰে বাৰে অপমান সহ্য কৰিব নোৱাৰি দুখেৰে কংগ্ৰেছ এৰিছোঃ প্ৰদ্যুৎ বৰদলৈ

ল’ৰাৰজাৰ দৰে ব্যৱহাৰ গৌৰৱৰ, বাৰে বাৰে অপমান সহ্য কৰিব নোৱাৰি দুখেৰে কংগ্ৰেছ এৰিছোঃ প্ৰদ্যুৎ বৰদলৈ

6 hours ago
এই ৫ সহজ টেকনিকেই বঢ়ায় বেংক বেলেন্স, আপুনিও ধনী হ’ব পাৰিব

এই ৫ সহজ টেকনিকেই বঢ়ায় বেংক বেলেন্স, আপুনিও ধনী হ’ব পাৰিব

7 hours ago
প্লেনত পছন্দৰ ছিট পাবলৈ দিব নালাগে এক্সট্ৰা চাৰ্জ, ডাঙৰ সিদ্ধান্ত কেন্দ্ৰৰ

প্লেনত পছন্দৰ ছিট পাবলৈ দিব নালাগে এক্সট্ৰা চাৰ্জ, ডাঙৰ সিদ্ধান্ত কেন্দ্ৰৰ

7 hours ago
লিখিত লাগিব আপুনি যে সনাতনী, হিন্দুত্বত বিশ্বাসী’, কেদাৰনাথত অগ্নিপৰীক্ষা ছাৰা আলি খানৰ

লিখিত লাগিব আপুনি যে সনাতনী, হিন্দুত্বত বিশ্বাসী’, কেদাৰনাথত অগ্নিপৰীক্ষা ছাৰা আলি খানৰ

8 hours ago
তেজ পৰীক্ষাতেই ধৰা পৰিব ব্ৰেইন কেন্সাৰ, টিউমাৰ! কেনেকৈ কৰা হ’ব পৰীক্ষা? জানক বিশেষজ্ঞই কি কৈছে?

তেজ পৰীক্ষাতেই ধৰা পৰিব ব্ৰেইন কেন্সাৰ, টিউমাৰ! কেনেকৈ কৰা হ’ব পৰীক্ষা? জানক বিশেষজ্ঞই কি কৈছে?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, March 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

প্ৰথমে খোৱাপানীৰ হাহাকাৰ, এতিয়া বানপানীৰ কবলত পাকিস্তান! ভাৰতে খুলি দিছে এটাৰ পাছত এটা নদী বান্ধ

editor by editor
May 9, 2025
in বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি
0
প্ৰথমে খোৱাপানীৰ হাহাকাৰ, এতিয়া বানপানীৰ কবলত পাকিস্তান! ভাৰতে খুলি দিছে এটাৰ পাছত এটা নদী বান্ধ
0
SHARES
470
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

প্ৰথমে খোৱাপানীৰ হাহাকাৰ, এতিয়া বানপানীৰ কবলত পাকিস্তান! ভাৰতে খুলি দিছে এটাৰ পাছত এটা নদী বান্ধ

ধৰ্ম নিৰপেক্ষ দেশত ধৰ্ম সুধি ২৬ গৰাকীকৈ নিৰীহ জনতাক হত্যা কৰাৰ পাছত এতিয়া খঙত অগ্নিশৰ্মা ভাৰতে এফালৰ পৰা আক্ৰমণ কৰি হৈছে পাকিস্তানত। বিশ্বৰ মানচিত্ৰৰ পৰাই যেন নাইকিয়া কৰি দিব সন্ত্ৰাসবাদক জন্ম দিয়া তথা পোহা পাকিস্তানক।

পাকিস্তানৰ বিৰুদ্ধে প্ৰথমটো আঘাট হিচাপে ভাৰতে অন্ত পেলাইছিল সিন্ধু জল চুক্তি। যাৰ অধীনত সিন্ধু নদীৰ বান্ধ বন্ধ কৰি পানীৰ বাবে হাহাকাৰ কৰি দিছিল পাকিস্তানত। সেই পাকিস্তানক এইবাৰ আন এটা দিশেৰে আধাত। বন্ধ কৰি দিয়া বান্ধ এটাৰ পাছত এটাকৈ খুলি দি বিপদত পেলাইছে পাকিস্তানক।

ছালাল বান্ধৰ তিনিখনকৈ গেট সম্পূৰ্ণ মুকলি কৰি দিছে ভাৰতে। চেনাব নদীৰ ওপৰত অৱস্থিত বান্ধটো পূৰ্বতে কঠোৰ নিয়ন্ত্ৰণৰ অধীনত আছিল কাৰণ ভাৰতে পাকিস্তানলৈ পানীৰ সোঁত নিয়ন্ত্ৰণ কৰিছিল।

কেন্দ্ৰই সিন্ধু জল সন্ধি স্থগিত ৰখাৰ পিছতে সেই বান্ধ এতিয়া পুনৰ হঠাতে মুকলি কৰি দিছে। ৰামবন জিলাৰ বাগলীহাৰ জলবিদ্যুৎ শক্তি প্ৰকল্পৰ দুখন গেটো মুকলি কৰিছে। যাৰ ফলত এতিয়া পানীক ককবকাই উঠিব পাকিস্তান।

ভাৰতৰ ত্ৰি-শক্তি- স্থল-জল আৰু বায়ু সেনাৰ আক্ৰমণৰ মাজতে এইবাৰ বানৰ কবলত পৰিব পাকিস্তান।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Idnian Air Forceindian armyIndian Pakistan WarIndian SoldiersOperation Sindoor
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জীৱনশৈলী

স্বামী-স্ত্ৰীয়ে পুৱা কৰক এই কাম, সুখী হ’ব দাম্পত্য জীৱন!

March 18, 2026
মূল্যবৃদ্ধি হ’ব নেকি পেট্ৰ’ল-ডিজেলৰ? কেন্দ্ৰই দিলে ইংগিত
বাণিজ্য

মূল্যবৃদ্ধি হ’ব নেকি পেট্ৰ’ল-ডিজেলৰ? কেন্দ্ৰই দিলে ইংগিত

March 18, 2026
PCOD ৰ সমস্যাই মাতৃ হোৱাৰ সপোন নিঃশেষ কৰে নেকি? জানক বিশেষজ্ঞৰ পৰা
স্বাস্থ্য

PCOD ৰ সমস্যাই মাতৃ হোৱাৰ সপোন নিঃশেষ কৰে নেকি? জানক বিশেষজ্ঞৰ পৰা

March 18, 2026
চেফটি পিনত কিয় সৰু বৃত্তটো থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ
বিজ্ঞান

চেফটি পিনত কিয় সৰু বৃত্তটো থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

March 18, 2026
Next Post
উত্তৰ, পশ্চিম আৰু মধ্য ভাৰতৰ ৪৩০ খন বিমান বাতিল, ২৭ টা বিমানবন্দৰ বন্ধ

উত্তৰ, পশ্চিম আৰু মধ্য ভাৰতৰ ৪৩০ খন বিমান বাতিল, ২৭ টা বিমানবন্দৰ বন্ধ

মুখ্যমন্ত্ৰীৰ ঘোষণা- কাইলৈৰ পৰা অসমত বন্ধ সকলো বিহু অনুষ্ঠান

মুখ্যমন্ত্ৰীৰ ঘোষণা- কাইলৈৰ পৰা অসমত বন্ধ সকলো বিহু অনুষ্ঠান

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.