• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নতজানু পাকিস্তান! ক’লে এশ বছৰলৈ আমি ভাৰতৰে শত্ৰুতা নকৰো

নতজানু পাকিস্তান! ক’লে এশ বছৰলৈ আমি ভাৰতৰে শত্ৰুতা নকৰো

4 years ago
এই বিষয়ক লৈ মানুহৰ কৌতুহল বেছি! লজ্জাবোধৰ বাবেই গুগলক সোধে এই ১০ টা প্ৰশ্ন

এই বিষয়ক লৈ মানুহৰ কৌতুহল বেছি! লজ্জাবোধৰ বাবেই গুগলক সোধে এই ১০ টা প্ৰশ্ন

18 minutes ago
পুৱাই উঠি চাহ-কফি, ফলৰ ৰস খায়? পুৱাতেই এইকেইবিধ পানীয় সেৱন নকৰিবই অন্যথা…

পুৱাই উঠি চাহ-কফি, ফলৰ ৰস খায়? পুৱাতেই এইকেইবিধ পানীয় সেৱন নকৰিবই অন্যথা…

38 minutes ago
বিহাৰৰ এক প্ৰাইভেট মেডিকেলৰ নাৰ্চৰ ইউনিফৰ্ম দেখি হতবাক দেশবাসী, সঁচাকৈয়ে এয়া নাৰ্চৰ ইউনিফৰ্ম নে?

বিহাৰৰ এক প্ৰাইভেট মেডিকেলৰ নাৰ্চৰ ইউনিফৰ্ম দেখি হতবাক দেশবাসী, সঁচাকৈয়ে এয়া নাৰ্চৰ ইউনিফৰ্ম নে?

1 hour ago
‘হট বেডিং’, বিছনাৰ এটা কাষ ভাড়া দিয়েই লাখপতি এগৰাকী যুৱতী, ক’ত কেনেকৈ কোনে আৰম্ভ কৰিছে ‘হট বেডিং’?

‘হট বেডিং’, বিছনাৰ এটা কাষ ভাড়া দিয়েই লাখপতি এগৰাকী যুৱতী, ক’ত কেনেকৈ কোনে আৰম্ভ কৰিছে ‘হট বেডিং’?

1 hour ago
পেট্ৰলত ১৩ টকাৰ পৰা কমি ৩ টকা, ডিজেলত এক্সাইজ ডিউটি শূন্য, কেন্দ্ৰই কৰিলে ডাঙৰ ঘোষণা

পেট্ৰলত ১৩ টকাৰ পৰা কমি ৩ টকা, ডিজেলত এক্সাইজ ডিউটি শূন্য, কেন্দ্ৰই কৰিলে ডাঙৰ ঘোষণা

2 hours ago
বেংকৰ লকাৰত আপুনি কিমান সোণ ৰাখিব পাৰে? ১০ গ্ৰাম, ১০০ গ্ৰাম, ৫০০ গ্ৰাম?

বেংকৰ লকাৰত আপুনি কিমান সোণ ৰাখিব পাৰে? ১০ গ্ৰাম, ১০০ গ্ৰাম, ৫০০ গ্ৰাম?

3 hours ago
শিশু জন্ম হ’লেই লগে লগে DNA টেষ্ট বাধ্যতামূলক, ক’ত আৰম্ভ হৈছে এই নিয়ম? কিয় ইমান জৰুৰী জিনৰ পৰীক্ষা?

শিশু জন্ম হ’লেই লগে লগে DNA টেষ্ট বাধ্যতামূলক, ক’ত আৰম্ভ হৈছে এই নিয়ম? কিয় ইমান জৰুৰী জিনৰ পৰীক্ষা?

3 hours ago
বিমান দুৰ্ঘটনাতো মৃত্যু নহ’ল, ৭বাৰকৈ যমৰ দুৱাৰৰ পৰা ওভতি অহা বিশ্বৰ আটাইতকৈ লাকী ব্যক্তিয়ে জয় কৰিছিল ৫ কোটি লটাৰীও, কোন এই ব্যক্তি?

বিমান দুৰ্ঘটনাতো মৃত্যু নহ’ল, ৭বাৰকৈ যমৰ দুৱাৰৰ পৰা ওভতি অহা বিশ্বৰ আটাইতকৈ লাকী ব্যক্তিয়ে জয় কৰিছিল ৫ কোটি লটাৰীও, কোন এই ব্যক্তি?

4 hours ago
চ’তৰ শেষত সূৰ্যৰ কৃপাত খুলিব ৪ৰাশিৰ ভাগ্যৰ জট, সুসময় উভতিব কাৰ কাৰ জীৱনলৈ?

চ’তৰ শেষত সূৰ্যৰ কৃপাত খুলিব ৪ৰাশিৰ ভাগ্যৰ জট, সুসময় উভতিব কাৰ কাৰ জীৱনলৈ?

4 hours ago
এতিয়াৰে পৰা ডলাৰত থাকিব ট্ৰাম্পৰ স্বাক্ষৰ, চলিছে ছপাৰ কাম, কেতিয়া মুকলি হ’ব বজাৰত?

এতিয়াৰে পৰা ডলাৰত থাকিব ট্ৰাম্পৰ স্বাক্ষৰ, চলিছে ছপাৰ কাম, কেতিয়া মুকলি হ’ব বজাৰত?

4 hours ago
যুদ্ধৰ পৰিস্থিতিত কি কি সতৰ্কতা গ্ৰহণ কৰিব, শুকুৰবাৰে সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক, বৈঠকত নাথাকে ভোটমুখী ৫ৰাজ্য

যুদ্ধৰ পৰিস্থিতিত কি কি সতৰ্কতা গ্ৰহণ কৰিব, শুকুৰবাৰে সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক, বৈঠকত নাথাকে ভোটমুখী ৫ৰাজ্য

5 hours ago
নিশা টোপনি গলেই নাক বন্ধ, অনবৰতে মূৰৰ বিষ, শীতত কিয় ভয়াৱহ হৈ উঠে ছাইনাচ? উপশমৰ উপায় কি?

নিশা টোপনি গলেই নাক বন্ধ, অনবৰতে মূৰৰ বিষ, শীতত কিয় ভয়াৱহ হৈ উঠে ছাইনাচ? উপশমৰ উপায় কি?

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, March 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

নতজানু পাকিস্তান! ক’লে এশ বছৰলৈ আমি ভাৰতৰে শত্ৰুতা নকৰো

editor by editor
January 12, 2022
in অসম, উত্তৰ-পূব, গুৱাহাটী, ভাৰত, ৰাজনীতি
0
নতজানু পাকিস্তান! ক’লে এশ বছৰলৈ আমি ভাৰতৰে শত্ৰুতা নকৰো
0
SHARES
2.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ পাকিস্তানৰ নতুন সুৰক্ষা নীতিত কোৱা হৈছে যে ভাৰতৰে কোনো ক্ষেত্ৰতে শত্ৰুতা থকাটো নিবিচাৰে৷ চুবুৰীয়া ৰাষ্ট্ৰৰে শান্তিপূৰ্ণ সহাৱস্থান বিচাৰে পাকিস্তানে৷ ওচৰ-চুবুৰীয়া দেশসমূহৰে শান্তি, আৰ্থিক আৰু কূটনৈতিক সম্বন্ধ বিদেশ নীতিক কেন্দ্ৰ কৰি গঢ়ি উঠাৰ পোষকতা কৰা হয় ৰাষ্ট্ৰীয় সুৰক্ষা নেতৃত্বই৷ দীৰ্ঘ দিন ধৰি ভাৰত আৰু পাকিস্তানৰ মাজত চলি অহা কাশ্মীৰ বিবাদৰ সম্পৰ্কত ইয়াৰ অন্তিম সমাধানলৈ অপেক্ষা কৰাৰ সমান্তৰালকৈ ভাৰতৰ সৈতে ব্যৱসায়িক সম্বন্ধ গঢ়ি তুলিবলৈ ইচ্ছুক পাক চৰকাৰ৷ দেশখনৰ আগশাৰীৰ Express Tribune নামৰ কাকতখনৰ ৰাষ্ট্ৰীয় সুৰক্ষা নীতিৰ এগৰাকী বিষয়াৰ উদ্ধৃতিৰে এই খবৰ প্ৰকাশ কৰাৰ লগতে পাক-ভাৰতৰ পাৰমাণৱিক বিষয়ত হোৱা আলোচনাই যথেষ্ট অগ্ৰগতি লোৱা বুলি উল্লেখ কৰা হয়৷ একেটা খবৰত বিষয়াগৰাকীয়ে স্পষ্টকৈ কয়, ‘অহা এশ বছৰলৈ আমি ভাৰতৰে কোনো ক্ষেত্ৰতে শত্ৰুতা নিবিচাৰো৷ নতুন নীতি অনুসৰি আমি শান্তি বিচাৰো৷ ভাৰতৰে আমাৰ সকলো ক্ষেত্ৰতে সম্পৰ্কৰ উন্নতি হোৱাটো কামনা কৰো৷’ ২০১৯ত জম্মু-কাশ্মীৰৰ পৰা ৩৭০ অনুচ্ছেদ বিলোপ ঘটাই বিশেষ ৰাজ্যৰ মৰ্যাদা কৰ্তন কৰিছিল মোদী চৰকাৰে৷ তেতিয়াৰে পৰা পাকিস্তান-ভাৰতৰ সম্পৰ্কত বিঘ্নিত হৈছিল আৰু দ্বিপাক্ষিক বেপাৰ-বাণিজ্য বন্ধ হৈছিল৷ পৰৱৰ্তী বৰ্ষত দুয়োখন দেশৰ মাজত সম্বন্ধ উন্নত কৰিবলৈ চেষ্টা কৰা হৈছিল আৰু LOCত যুদ্ধবিৰতি আদিৰ দৰে সিদ্ধান্তত সহমতত উপনীত হোৱা দেখা গৈছিল৷ পিছে, বিশেষ কাৰণত এই আলোচনায়ো যেন ক’ৰোবাত গেঁথেলা মাৰিলে৷ পাকিস্তানৰ নতুন ৰাষ্ট্ৰীয় সুৰক্ষা নীতিত ঘৰুৱা উৎপাদন, অৰ্থনৈতিক বিকাশৰ লগতে ভাৰতৰ লগত বিশেষ সম্পৰ্কৰ সদিচ্ছা প্ৰকাশৰ স্পষ্ট ইংগিত দিয়া হৈছে৷ অৱশ্যে মিঠা মিঠা কথা কোৱা  পাকিস্তানৰ এই নতুন ৰাষ্ট্ৰীয় সুৰক্ষা নীতি ভাৰতৰ ক্ষেত্ৰত কিমান দূৰ সফলকাম কৰে সেই লৈ আন্তঃৰাষ্ট্ৰ সম্প্ৰদায়ৰ চকু থাকিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka newsassam live 24axom live 24imran khannarendra-modi
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এই বিষয়ক লৈ মানুহৰ কৌতুহল বেছি! লজ্জাবোধৰ বাবেই গুগলক সোধে এই ১০ টা প্ৰশ্ন
জীৱনশৈলী

এই বিষয়ক লৈ মানুহৰ কৌতুহল বেছি! লজ্জাবোধৰ বাবেই গুগলক সোধে এই ১০ টা প্ৰশ্ন

March 27, 2026
পুৱাই উঠি চাহ-কফি, ফলৰ ৰস খায়? পুৱাতেই এইকেইবিধ পানীয় সেৱন নকৰিবই অন্যথা…
জীৱনশৈলী

পুৱাই উঠি চাহ-কফি, ফলৰ ৰস খায়? পুৱাতেই এইকেইবিধ পানীয় সেৱন নকৰিবই অন্যথা…

March 27, 2026
পেট্ৰলত ১৩ টকাৰ পৰা কমি ৩ টকা, ডিজেলত এক্সাইজ ডিউটি শূন্য, কেন্দ্ৰই কৰিলে ডাঙৰ ঘোষণা
জীৱনশৈলী

পেট্ৰলত ১৩ টকাৰ পৰা কমি ৩ টকা, ডিজেলত এক্সাইজ ডিউটি শূন্য, কেন্দ্ৰই কৰিলে ডাঙৰ ঘোষণা

March 27, 2026
বেংকৰ লকাৰত আপুনি কিমান সোণ ৰাখিব পাৰে? ১০ গ্ৰাম, ১০০ গ্ৰাম, ৫০০ গ্ৰাম?
জীৱনশৈলী

বেংকৰ লকাৰত আপুনি কিমান সোণ ৰাখিব পাৰে? ১০ গ্ৰাম, ১০০ গ্ৰাম, ৫০০ গ্ৰাম?

March 27, 2026
Next Post
লাভলীনা ফেশ্বন শ্ব’, বঁটা-বাহন, সম্বৰ্ধনা লৈ ফুৰিলে নহ’বঃ অখিল

লাভলীনা ফেশ্বন শ্ব’, বঁটা-বাহন, সম্বৰ্ধনা লৈ ফুৰিলে নহ’বঃ অখিল

বিবাহিতা মহিলাৰ বাবে ভাল খবৰ, চৰকাৰৰ পৰা পাব ৩ হাজাৰ ৬০০ টকা

বিবাহিতা মহিলাৰ বাবে ভাল খবৰ, চৰকাৰৰ পৰা পাব ৩ হাজাৰ ৬০০ টকা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.