• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শক্তি বাঢ়িল ভাৰতীয় বায়ুসেনাৰ, ভাৰতলৈ আহিল ৰাছিয়াৰ S-400 মিছাইল চিষ্টেম

শক্তি বাঢ়িল ভাৰতীয় বায়ুসেনাৰ, ভাৰতলৈ আহিল ৰাছিয়াৰ S-400 মিছাইল চিষ্টেম

2 years ago
জন্নত নচিব কৰক… জনসমুদ্ৰত পৰিণত ছিদ্দিক আহমেদৰ শেষ যাত্ৰা

জন্নত নচিব কৰক… জনসমুদ্ৰত পৰিণত ছিদ্দিক আহমেদৰ শেষ যাত্ৰা

1 hour ago
UPI Payment: ইণ্টাৰনেট অবিহনে কৰক UPI পেমেণ্ট! RBI আগবঢ়াইছে নতুন সেৱা

UPI Payment: ইণ্টাৰনেট অবিহনে কৰক UPI পেমেণ্ট! RBI আগবঢ়াইছে নতুন সেৱা

2 hours ago
Ghugni English Name: আপুনি জানেনে ইংৰাজীত ঘুগুনিক কি বুলি কয়? ৯৯% লোকে নোৱাৰে শুদ্ধ উত্তৰ

Ghugni English Name: আপুনি জানেনে ইংৰাজীত ঘুগুনিক কি বুলি কয়? ৯৯% লোকে নোৱাৰে শুদ্ধ উত্তৰ

3 hours ago
social media

Workplace Jealousy: অফিচৰ ঈৰ্ষা কৰা সহকৰ্মীৰ পৰা সাৱধান! লক্ষণসমূহ দেখিলেই আঁতৰি থাকক

3 hours ago
ৰাণু মণ্ডলক মনত আছেনে? এতিয়া হ’ল  নতুন ঘৰৰ মালিকনী!

ৰাণু মণ্ডলক মনত আছেনে? এতিয়া হ’ল নতুন ঘৰৰ মালিকনী!

4 hours ago
কম বয়সত হাৰ্ট এটেক, এই ৫ টা অভ্যাসে বিপদ মাতিব আপোনাৰ!

গৰমত বৃদ্ধি পায় নেকি হাৰ্ট এটেকৰ সমস্যা, অৱহেলা নকৰিব এইবোৰ লক্ষণ!

5 hours ago
Foul Breath: দাঁত ব্ৰাছ কৰাৰ পিছতো মুখৰ দুৰ্গন্ধ? আঁৰত আছে ডাঙৰ কাৰণ

Foul Breath: দাঁত ব্ৰাছ কৰাৰ পিছতো মুখৰ দুৰ্গন্ধ? আঁৰত আছে ডাঙৰ কাৰণ

18 hours ago
১৩ ছেপ্তেম্বৰ ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! লাভৰ লগতে পাব সুখবৰ

১৩ ছেপ্তেম্বৰ ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! লাভৰ লগতে পাব সুখবৰ

19 hours ago
Neena Gupta: ‘হয়, মই গৰ্ভৱতী!’ নীনা গুপ্তাই এয়া কি দিলে?

Neena Gupta: ‘হয়, মই গৰ্ভৱতী!’ নীনা গুপ্তাই এয়া কি দিলে?

19 hours ago
এল পি জি সংযোগ কেনেকৈ স্থানান্তৰ কৰিব? ঘৰ সলনি কৰিলে নকৰিব ভুল!

এল পি জি সংযোগ কেনেকৈ স্থানান্তৰ কৰিব? ঘৰ সলনি কৰিলে নকৰিব ভুল!

20 hours ago
উত্তৰ-পূব ভাৰতৰ প্ৰথম ৰাজ্য কোনখন? ৯৯% লোকে নাজানে সঠিক উত্তৰ

উত্তৰ-পূব ভাৰতৰ প্ৰথম ৰাজ্য কোনখন? ৯৯% লোকে নাজানে সঠিক উত্তৰ

20 hours ago
মেষ ৰাশিকে ধৰি এই ৪ ৰাশি সাৱধান, আহি আছে ডাঙৰ বিপদ!

১৩ ছেপ্তেম্বৰত সলনি হ’ব বুধৰ গতি, ৩ ৰাশিত হ’ব ধনৰ বৰষুণ!

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, September 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

শক্তি বাঢ়িল ভাৰতীয় বায়ুসেনাৰ, ভাৰতলৈ আহিল ৰাছিয়াৰ S-400 মিছাইল চিষ্টেম

শক্তি বাঢ়িল ভাৰতীয় বায়ুসেনাৰ, ভাৰতলৈ আহিল ৰাছিয়াৰ S-400 মিছাইল চিষ্টেম

editor by editor
October 4, 2024
in বিবিধ, বিশ্ব, ভাৰত
0
শক্তি বাঢ়িল ভাৰতীয় বায়ুসেনাৰ, ভাৰতলৈ আহিল ৰাছিয়াৰ S-400 মিছাইল চিষ্টেম
0
SHARES
211
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

তিনিখন এছ-৪০০ মিছাইল চিষ্টেম ভাৰতলৈ পঠিয়াইছে ৰাছিয়াই৷ শুকুৰবাৰে এই কথা জনাইছে ভাৰতীয় এয়াৰ ফৰ্ছ প্ৰধান অমৰপ্ৰীত সিঙে৷ তেওঁ জনাইছে যে চুক্তি অনুসৰি এছ-৪০০ মিছাইল চিষ্টেমৰ আৰু ২টা ইউনিট আগন্তুক বৰ্ষত ভাৰতলৈ পঠিয়াব ৰাছিয়াই৷ এয়াৰ ফৰ্ছ দিৱসৰ পূৰ্বে সংবাদমেল সম্বোধন কৰি এই খবৰৰ ওপৰিও দেশীয় প্ৰযুক্তিত অস্ত্ৰ তৈয়াৰ কৰা দেশৰ নিৰাপত্তাৰ ক্ষেত্ৰত কিমান গুৰুত্বপূৰ্ণ সেয়াও জনাইছে এয়াৰ চিফ মাৰ্ছেলে৷

এছ-৪০০ হৈছে ছাৰফেছ টু এয়াৰ মিছাইল চিষ্টেম৷ ৰাছিয়াই এই মিছাইল তৈয়াৰ কৰে৷ এয়াৰ ডিফেন্সৰ কামো হয় এই মিছাইল চিষ্টেমৰ মাধ্যমেৰে৷ এয়াৰ ফৰ্ছৰ প্ৰধানে জনাইছে যে ২০৪৭ চনৰ ভিতৰত ভাৰতৰ লক্ষ্য দেশত সকলোধৰণৰ অস্ত্ৰ তৈয়াৰ কৰা৷ কিয় সেয়া অৰ্জন কৰা জৰুৰী সেই কথাও স্পষ্টকৈ জনাইছে এয়াৰ চিফ মাৰ্ছেলে৷

তেওঁ কয়, ‘যি দ্বন্দৰ পৰিস্থিতি তৈয়াৰ হৈছে এই সময়ত আপুনি যদি বাহিৰৰ পৰা অনা অস্ত্ৰৰ ওপৰত নিৰ্ভৰ কৰি থাকে তেন্তে এনে পৰিস্থিতি তৈয়াৰ হ’ব পাৰে যি আপোনাৰ স্বাৰ্থৰ পৰিপন্থী হৈ পৰিব পাৰে৷ আপুনি যদি যুদ্ধ জয় কৰিবলৈ হয় তেতিয়া অস্ত্ৰ ভাৰততেই তৈয়াৰ কৰিব লাগিব৷ বাহিৰৰ পৰা অস্ত্ৰ অনা আৰু এনেধৰণৰ ছাপ্লাইৰ ওপৰত ভৰষা কৰা বন্ধ কৰিব লাগিব৷ ইয়াৰোপৰি ভাৰতত যি প্ৰচুৰ অস্ত্ৰ বিশেষকৈ মিছাইল চিষ্টেম তৈয়াৰ কৰা হৈছে সেয়াও আমাৰ বাবেই ভাল খবৰ৷’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জন্নত নচিব কৰক… জনসমুদ্ৰত পৰিণত ছিদ্দিক আহমেদৰ শেষ যাত্ৰা
অসম

জন্নত নচিব কৰক… জনসমুদ্ৰত পৰিণত ছিদ্দিক আহমেদৰ শেষ যাত্ৰা

September 13, 2026
UPI Payment: ইণ্টাৰনেট অবিহনে কৰক UPI পেমেণ্ট! RBI আগবঢ়াইছে নতুন সেৱা
বাণিজ্য

UPI Payment: ইণ্টাৰনেট অবিহনে কৰক UPI পেমেণ্ট! RBI আগবঢ়াইছে নতুন সেৱা

September 13, 2026
Ghugni English Name: আপুনি জানেনে ইংৰাজীত ঘুগুনিক কি বুলি কয়? ৯৯% লোকে নোৱাৰে শুদ্ধ উত্তৰ
শিক্ষা

Ghugni English Name: আপুনি জানেনে ইংৰাজীত ঘুগুনিক কি বুলি কয়? ৯৯% লোকে নোৱাৰে শুদ্ধ উত্তৰ

September 13, 2026
social media
জীৱনশৈলী

Workplace Jealousy: অফিচৰ ঈৰ্ষা কৰা সহকৰ্মীৰ পৰা সাৱধান! লক্ষণসমূহ দেখিলেই আঁতৰি থাকক

September 13, 2026
Next Post
মোদীয়ে স্বচ্ছতাৰ বাবে শৌচাগাৰ দিছে, কংগ্ৰেছে কমোডৰ বাবে টেক্স বিচাৰিছে, দেশ আজি লজ্জিত, কোন ৰাজ্যত লাঘু হ’ল কমোডে প্ৰতি টেক্স?

মোদীয়ে স্বচ্ছতাৰ বাবে শৌচাগাৰ দিছে, কংগ্ৰেছে কমোডৰ বাবে টেক্স বিচাৰিছে, দেশ আজি লজ্জিত, কোন ৰাজ্যত লাঘু হ’ল কমোডে প্ৰতি টেক্স?

এই বছৰতেই বিয়াত বহিব উপযুক্ত বয়সৰ এই ৬ৰাশিৰ জাতক

এই বছৰতেই বিয়াত বহিব উপযুক্ত বয়সৰ এই ৬ৰাশিৰ জাতক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.